[gnome-user-docs/gnome-3-8] Assamese translation updated



commit 7005f3ec5303339673f5b6cd36a03b405ef00be2
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Fri Dec 13 22:07:49 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |   70 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 69 insertions(+), 1 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index f4f0f5f..2627955 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -3,7 +3,7 @@ msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-12-12 22:11+0630\n"
+"PO-Revision-Date: 2013-12-13 18:01+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -17315,6 +17315,11 @@ msgid ""
 "try to print a single envelope and check which side is printed on to see "
 "which way is the right way up."
 msgstr ""
+"দ্বিতীয়তে, আপুনি সুনিশ্চিত কৰিব লাগিব যে খামসমূহ সঠিক ভাৱে প্ৰিন্টাৰৰ "
+"ইন-ট্ৰেত ল'ড কৰা হৈছে। "
+"ইয়াৰ বাবে প্ৰিন্টাৰৰ হাতপুথি নিৰীক্ষণ কৰক, অথবা এটা খাম প্ৰিন্ট কৰি চাওক আৰু "
+"চাওক কোনো প্ৰান্তত "
+"প্ৰিন্ট হৈছে যাতে সুনিশ্চিত কৰিব পাৰে যে সঠিক প্ৰান্ত ওপৰত আছে।"
 
 #: C/printing-envelopes.page:47(note/p)
 msgid ""
@@ -17376,6 +17381,14 @@ msgid ""
 "sourceforge.net./#supported\">list of supported models</link>. Another ink "
 "levels application for Epson and some other printers is <app>mktink</app>."
 msgstr ""
+"বিকল্পভাৱে, আপুনি চিয়াঁহী স্তৰসমূহ পৰ্যবেক্ষন কৰিবলৈ এটা এপ্লিকেচন ইনস্টল "
+"কৰিব পাৰিব। "
+"<app>Inkblot</app> এ বহুতো HP, Epson আৰু Canon প্ৰিন্টাৰসমূহৰ বাবে চিয়াঁহীৰ "
+"অৱস্থা "
+"দেখুৱায়। আপোনাৰ প্ৰিন্টাৰ <link href=\"http://libinklevel.";
+"sourceforge.net./#supported\">সমৰ্থিত আৰ্হিসমূহৰ তালিকা</link> ত আছে নে চাওক। "
+"Epson আৰু অন্য কিছুমান প্ৰিন্টাৰৰ বাবে অন্য চিয়াঁহী স্তৰ এপ্লিকেচন হল <app>"
+"mktink</app>।"
 
 #: C/printing-inklevel.page:39(page/p)
 msgid ""
@@ -17995,6 +18008,12 @@ msgid ""
 "The text of that person's message will appear even though your screen is "
 "locked."
 msgstr ""
+"অবিকল্পিতভাৱে, আপোনাৰ কমপিউটাৰে পৰ্দা লক থকা অৱস্থাতো বাৰ্তা অধিসূচনাবোৰ "
+"প্ৰদৰ্শন কৰিব। "
+"উদাহৰণস্বৰূপ, যদি আপুনি আপোনাৰ কমপিউটাৰৰ পৰা আতৰত থকা অৱস্থাত কোনোবাই আপোনাক "
+"এটা তৎক্ষনাত বাৰ্তা পঠায়, এটা অধিসূচনা আপোনাৰ পৰ্দাত পপ-আপ হব। সেই মানুহজনৰ "
+"বাৰ্তাৰ লিখনী "
+"আপোনাৰ পৰ্দা লক থকা অৱস্থাতো আহিব।"
 
 #: C/privacy-hide-notifications.page:24(page/p)
 msgid ""
@@ -18133,6 +18152,10 @@ msgid ""
 "will need to click the small <gui>notification icon</gui> in the <gui>top "
 "bar</gui> instead."
 msgstr ""
+"GNOME সহায়ত বহুতো সহায় বিষয় আপোনাক \"<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নামত "
+"ক্লিক কৰাৰ নিৰ্দেশ দিয়ে\"। যদি আপুনি <gui>ওপৰ বাৰ</gui> ত আপোনাৰ নাম লুকুৱায়, "
+"আপুনি <gui>ওপৰ বাৰ</gui> ত সৰু <gui>অধিসূচনা</gui> ত ক্লিক কৰিব "
+"লাগিব।"
 
 #: C/privacy-purge.page:7(info/desc)
 msgid ""
@@ -18840,6 +18863,13 @@ msgid ""
 "<em>trusted devices</em>. Configure <gui>Bluetooth Sharing</gui> to control "
 "access to the shared folders on your computer."
 msgstr ""
+"ব্লুটুথ ফাইল অংশীদাৰীৰ বাবে আপুনি আপোনাৰ <file>ৰাজহুৱা</file> আৰু <file>"
+"ডাউনল'ডসমূহ</file> "
+"ফোল্ডাৰসমূহলৈ অভিগমৰ অনুমতি দিব পাৰে, আৰু লগতে সেই অভিগমক কেৱল <em>ভৰষাবান "
+"ডিভাইচসমূহ</em> "
+"লৈ সীমিত ৰাখিব পাৰে। আপোনাৰ কমপিউটাৰত অংশীদাৰী ফোল্ডাৰসমূহলৈ অভিগম নিয়ন্ত্ৰণ "
+"কৰিবলৈ <gui>ব্লুটুথ অংশীদাৰী</gui> "
+"সংৰূপণ কৰক।"
 
 #: C/sharing-bluetooth.page:28(note/p)
 msgid ""
@@ -19026,6 +19056,10 @@ msgid ""
 "disable this option, you will not be asked whether you want to allow someone "
 "to connect to your computer."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰ অানে অভিগম কৰিব পাৰিব নে সেয়া নিৰ্বাচন কৰিব খোজে, "
+"<gui>সকলো সংযোগৰ অনুমতি দিয়ক</gui> ক <gui>অন</gui> কৰক। যদি আপুনি এই "
+"বিকল্পক অসামৰ্থবান কৰে, আপোনাক কাৰোবাক আপোনাৰ কমপিউটাৰলৈ সংযোগৰ অনুমতি দিব "
+"বিচাৰে নে সেয়া সোধা নহব। "
 
 #: C/sharing-desktop.page:87(note/p)
 msgid "This option is enabled by default."
@@ -19069,6 +19103,13 @@ msgid ""
 "game console. Configure <gui>Media Sharing</gui> to allow these devices to "
 "access the folders containing your music, photos and videos."
 msgstr ""
+"আপুনি এটা <sys>UPnP</sys> অথবা <sys>DLNA</sys> সামৰ্থবান ডিভাইচ যেনে এটা ফোন, "
+"TV অথবা "
+"গেইম কনচৌল ব্যৱহাৰ কৰি আপোনাৰ কমপিউটাৰত মিডিয়া ব্ৰাউছ, সন্ধান আৰু বজাব পাৰিব। "
+"এই ডিভাইচসমূহক "
+"আপোনাৰ সংগিত, ফ'টো, আৰু ভিডিঅ'সমূহ অন্তৰ্ভুক্ত কৰা ফোল্ডাৰসমূহ অভিগম কৰাৰ "
+"অনুমতি দিবলৈ "
+"<gui>মাধ্যম অংশীদাৰী</gui> ৰ অনুমতি দিয়ক।"
 
 #: C/sharing-media.page:27(note/p)
 msgid ""
@@ -19100,6 +19141,14 @@ msgid ""
 "\">Open</gui>. Repeat for the other folders you wish to share, for example "
 "<file>Pictures</file> and <file>Videos</file>."
 msgstr ""
+"<gui>এটা ফোল্ডাৰ বাছক</gui> উইন্ডো খোলিবলৈ <gui style=\"button\">+</gui> "
+"ক্লিক কৰক। "
+"পছন্দৰ ফোল্ডাৰ <em>ত</em> যাওক, উদাহৰণস্বৰূপ আপোনাৰ <file>ঘৰ</file> "
+"ডাইৰেকটৰিত "
+"<file>সংগিত</file>, আৰু <gui style=\"button\">খোলক</gui> ক্লিক কৰক। আপুনি "
+"অংশীদাৰী কৰিব খোজা "
+"অন্য ফোল্ডাৰসমূহৰ বাবে পুনৰাবৃত্তি কৰক, উদাহৰণস্বৰূপ <file>ছবিসমূহ</file> আৰু "
+"<file>ভিডিঅ'সমূহ</file>"
 
 #: C/sharing-media.page:63(item/p)
 msgid ""
@@ -19197,6 +19246,11 @@ msgid ""
 "can find all of your applications. You can also open the overview by "
 "pressing the <key xref=\"keyboard-key-super\">Super</key> key."
 msgstr ""
+"<gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> দেখুৱাবলৈ পৰ্দাৰ ওপৰ বাওঁফালে <gui>"
+"কাৰ্য্যসমূহ</gui> চুকত "
+"আপোনাৰ মাউছ পইন্টাৰ লৈ যাওক। ইয়াত আপুনি আপোনাৰ সকলো এপ্লিকেচন পাব। আপুনি "
+"অভাৰভিউক "
+"<key xref=\"keyboard-key-super\">Super</key> টিপিও খোলিব পাৰিব।"
 
 #: C/shell-apps-open.page:45(page/p)
 msgid ""
@@ -19237,6 +19291,10 @@ msgid ""
 "icons on the left-hand side of the <gui>activities overview</gui>. Click one "
 "of these to start the corresponding application."
 msgstr ""
+"কিছুমান এপ্লিকেচনৰ <em>ডেশ</em> ত আইকনসমূহ থাকে, <gui>কাৰ্য্যসমূহ অভাৰভিউ<"
+"/gui> "
+"ৰ বাওঁফালে আইকনসমূহৰ উলম্ব স্ট্ৰিপ। প্ৰাসংগিক এপ্লিকেচন আৰম্ভ কৰিবলৈ ইয়াৰে "
+"এটাত ক্লিক কৰক।"
 
 #: C/shell-apps-open.page:65(item/p)
 msgid ""
@@ -19262,6 +19320,10 @@ msgid ""
 "applications), and dropping it onto one of the workspaces on the right-hand "
 "side of the screen. The application will open in the chosen workspace."
 msgstr ""
+"আপুনি এটা এপ্লিকেচনক তাৰ আইকনক ডেশৰ পৰা (অথবা এপ্লিকেচনসমূহৰ তালিকাৰ পৰা) "
+"ড্ৰেগ কৰি, আৰু পৰ্দাৰ সোঁফালে এটা কাৰ্য্যস্থানত ড্ৰপ কৰি এটা পৃথক <link "
+"xref=\"shell-workspaces\"> "
+"কাৰ্য্যস্থান</link> ত খোলিব পাৰিব। এপ্লিকেচন নিৰ্বাচিত কাৰ্য্যস্থানত খোল খাব।"
 
 #: C/shell-apps-open.page:83(item/p)
 msgid ""
@@ -19333,6 +19395,12 @@ msgid ""
 "applications will continue running, and everything will be where you left it "
 "when you log back in."
 msgstr ""
+"অন্য ব্যৱহাৰকাৰীক আপোনা কমপিউটাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিবলে, আপুনি লগ আউট কৰিব "
+"পাৰে, "
+"অথবা নিজকে লগ্গড্ ইন থৈ ব্যৱহাৰকাৰী সলনি কৰিব পাৰে। যদি আপুনি ব্যৱহাৰকাৰী "
+"সলনি কৰে, আপোনাৰ সকলো এপ্লিকেচন "
+"চলি থাকিব, আৰু আপুনি পুনৰ লগ কৰোতে আপোনাৰ সকলো কাৰ্য্য আপুনি যেনেকৈ এৰিছিল "
+"তেনেকৈ থাকিব।"
 
 #: C/shell-exit.page:52(section/p)
 msgid ""


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]