[gnome-user-docs/gnome-3-8] Assamese translation updated



commit 1d57177fbb1520e2aa7a7ed1a9637924e4b30539
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Thu Dec 12 22:12:17 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  416 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 415 insertions(+), 1 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index 5c69405..f4f0f5f 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -3,7 +3,7 @@ msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-12-10 21:23+0630\n"
+"PO-Revision-Date: 2013-12-12 22:11+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -3469,6 +3469,10 @@ msgid ""
 "don't have to do it manually. This will only work if you are connected to "
 "the internet."
 msgstr ""
+"যেতিয়া <em>নেটৱাৰ্ক সময়</em> অন থাকে, কমপিউটাৰে সময়ে সময়ে তাৰ ঘড়ীক ইন্টাৰনেটত "
+"এটা সঠিক ঘড়ীৰ সৈতে সংমিহলি কৰিব, যাতে আপুনি ইয়াক হস্তচালিতভাৱে কৰিব লগিয়া "
+"নহয়। ই কেৱল "
+"আপুনি ইন্টাৰনেটৰ সৈতে সংযুক্ত থকা অৱস্থাত কাৰ্য্য কৰিব।"
 
 #: C/clock-set.page:50(item/p)
 msgid ""
@@ -3510,6 +3514,11 @@ msgid ""
 "access the <gui>Date and Time Settings</gui> window. You may also wish to "
 "<link xref=\"clock-set\">set the clock manually</link>."
 msgstr ""
+"ওপৰ বাৰত দেখুৱা সময় আপুনি এটা ভিন্ন অৱস্থান নিৰ্বাচন কৰোতে স্বচালিতভাৱে "
+"আপডেইট হব। উইন্ডোৰ সময় "
+"আপুনি পৰৱৰ্তীবাৰ <gui>তাৰিখ আৰু সময় সংহতিসমূহ</gui> উইন্ডো অভিগম কৰোতে আপডেইট "
+"হব। আপুনি "
+"<link xref=\"clock-set\">ঘড়ী হস্তচালিতভাৱে সংহতি</link> কৰিব পাৰে।"
 
 #: C/clock.page:8(info/desc)
 msgid ""
@@ -3881,6 +3890,9 @@ msgid ""
 "spectrometers supported to help you calibrating and characterizing your "
 "printers:"
 msgstr ""
+"Argyll এ আপোনাৰ প্ৰিন্টাৰসমূহ মানাংকন আৰু বৈশিষ্ট্যকৰণৰ বাবে কেইবাটাও স্পট "
+"আৰু স্ট্ৰিপ "
+"ৰিডিং ৰিফ্লেক্টিভ স্পেক্ট্ৰমিটাৰ প্ৰদান কৰে:"
 
 #: C/color-calibrationdevices.page:52(item/p)
 msgid "X-Rite DTP20 \"Pulse\" (\"swipe\" type reflective spectrometer)"
@@ -3990,6 +4002,9 @@ msgid ""
 "getting them <em>closer</em> to calibration, but it's misleading at best to "
 "say that their display is calibrated."
 msgstr ""
+"ইয়াৰ অৰ্থ এই যে যদি আপুনি আপোনাৰ ৰঙৰ আলেখ্য কাৰোবাৰ লগত অংশীদাৰী কৰে, আপুনি "
+"সিহতক "
+"মানাংকনৰ <em>ওচৰ</em> আনি আছে, কিন্তু সিহতৰ প্ৰদৰ্শন মানাংকিত কোৱাটো ভুল হব।"
 
 #: C/color-canshareprofiles.page:31(page/p)
 msgid ""
@@ -4033,6 +4048,11 @@ msgid ""
 "sometimes they are wrapped up in <em>driver bundles</em> which you may need "
 "to download, extract and then search for the color profiles."
 msgstr ""
+"বহুতো নিৰ্মাতায় ডিভাইচসমূহৰ বাবে ৰঙৰ আলেখ্য প্ৰদান কৰাৰ চেষ্টা কৰে, যদিও "
+"কেতিয়াবা সিহত "
+"<em>ড্ৰাইভাৰ বাণ্ডল</em> ত থাকে যাক আপুনি ডাউনল'ড কৰি, নিষ্কাষণ কৰি ৰঙৰ "
+"আলেখ্যসমূহ "
+"সন্ধান কৰিব লগিয়া হব পাৰে।"
 
 #: C/color-gettingprofiles.page:31(page/p)
 msgid ""
@@ -4041,6 +4061,11 @@ msgid ""
 "the creation date is more than a year before the date you bought the device "
 "then it's likely dummy data generated that is useless."
 msgstr ""
+"কিছুমান নিৰ্মাতায় হাৰ্ডৱেৰৰ বাবে সঠিক আলেখ্য প্ৰদান নকৰে আৰু সেই আলেখ্যসমূহ "
+"বাদ দিয়াটোৱে "
+"উচিত। এটা ভাল বুদ্ধি হল আলেখ্যা ডাউনল'ড কৰা, আৰু যদি সৃষ্টিৰ তাৰিখ আপুনি "
+"ডিভাইচ কিনাৰ তাৰিখ এবছৰ "
+"আগৰ, তেন্তে তথ্য খুব সম্ভব কৃত্ৰিম তথ্য সৃজন হৈছে আৰু ই মূল্যহিন।"
 
 #: C/color-gettingprofiles.page:39(page/p)
 msgid ""
@@ -4093,6 +4118,11 @@ msgid ""
 "still be useful for applications that can do color compensation, but you "
 "will not see all the colors of your screen change."
 msgstr ""
+"দূৰ্ভাগ্যজনকভাৱে, বহুতো বিক্ৰেতা-প্ৰদান কৰা ICC আলেখ্যসমূহে সম্পূৰ্ণ পৰ্দা ৰঙ "
+"সমাধানৰ বাবে তথ্য "
+"অন্তৰ্ভুক্ত নকৰে। এই আলেখ্যসমূহ তথাপিও ৰঙৰ প্ৰতিভাৰ কৰিব পৰা এপ্লিকেচনসমূহৰ "
+"বাবে উপযোগী "
+"হব পাৰে, কিন্তু আপুনি আপোনাৰ পৰ্দাৰ সকলো ৰঙ পৰিবৰ্তন নহব।"
 
 #: C/color-missingvcgt.page:24(page/p)
 msgid ""
@@ -4100,6 +4130,10 @@ msgid ""
 "characterization data, you will need to use a special color measuring "
 "instruments called a colorimeter or a spectrometer."
 msgstr ""
+"এটা প্ৰদৰ্শন আলেখ্য সৃষ্টি কৰিবলৈ, যি দুয়ো মানাংকন আৰু বৈশিষ্ট্যকৰণ তথ্য "
+"অন্তৰ্ভুক্ত কৰে, আপুনি এটা "
+"বিশেষ ৰঙ জোখা যন্ত্ৰ যেনে কলৰিমিটাৰ অথবা এটা স্পেক্ট্ৰমিটাৰ ব্যৱহাৰ কৰিব "
+"লাগিব।"
 
 #: C/color-notifications.page:11(info/desc)
 msgid "You can be notified if your color profile is old and inaccurate."
@@ -4115,6 +4149,11 @@ msgid ""
 "is accurate. We can use a simple metric of the amount of time since "
 "calibration to determine if a recalibrate is recommended."
 msgstr ""
+"দূৰ্ভাগ্যক্ৰমে এটা ডিভাইচ আলেখ্যক মানাংকন নকৰাকৈ সঠিক হয় নে নহয় কব নোৱাৰো। "
+"এটা পুনৰমানাংকনৰ "
+"প্ৰয়োজন আছে নে নিৰ্ধাৰণ কৰিবলৈ আপুনি মানাংকন কৰা সময়ৰ পৰা সময়ৰ পৰিমাণৰ এটা "
+"সহজ মেট্ৰিক "
+"ব্যৱহাৰ কৰিব পাৰে।"
 
 #: C/color-notifications.page:26(page/p)
 msgid ""
@@ -4131,6 +4170,10 @@ msgid ""
 "gui><gui>Color</gui></guiseq> dialog next to the profile. A warning "
 "notification will also be shown every time you log into your computer."
 msgstr ""
+"যদি আপুনি সময়অন্ত নীতি সংহতি কৰে আৰু এটা আলেখ্য নীতিতকৈ পুৰনি তেন্তে আলেখ্যৰ "
+"কাষত <guiseq><gui>সংহতিসমূহ</gui><gui>ৰঙ</gui></guiseq> ডাইলগত "
+"এটা ৰঙা ত্ৰিভুজ দেখুৱা হব। আপুনি প্ৰতিবাৰ কমপিউটাৰত লগিন কৰোতে এটা সতৰ্ক "
+"অধিসূচনাও দেখুৱা হব।"
 
 #: C/color-notifications.page:39(page/p)
 msgid ""
@@ -4297,6 +4340,13 @@ msgid ""
 "profiles</link> to it like any other device or even <link xref=\"color-"
 "calibrate-camera\">calibrate</link> it."
 msgstr ""
+"এটা ডিজিটেল কেমেৰাৰ বাবে এটা ভাৰছুৱেল আলেখ্য সৃষ্টি কৰিবলৈ <guiseq><gui>"
+"সংহতিসমূহ</gui> "
+"<gui>ৰঙ</gui></guiseq> ডাইলগত ছবি ফাইলসমূহ কেৱল ড্ৰেগ আৰু ড্ৰপ কৰক। আপুনি "
+"তাৰ পিছত অন্য যিকোনো ডিভাইচৰ নিচিনা ইয়াক <link xref=\"color-assignprofiles\">"
+"আলেখ্যসমূহ ধাৰ্য্য "
+"</link> অথবা <link xref=\"color-calibrate-camera\">মানাংকন</link> কৰিব "
+"পাৰিব।"
 
 #: C/color-whatisprofile.page:7(info/desc)
 msgid ""
@@ -4344,6 +4394,13 @@ msgid ""
 "managed workflow</em>. With this kind of workflow you can be sure that "
 "colors are not being lost or modified."
 msgstr ""
+"প্ৰতিটো ডিভাইচ যি ৰঙ প্ৰক্ৰিয়াকৰণ কৰি আছে তাৰ নিজস্ব ICC আলেখ্য থাকিব লাগিব, "
+"যেতিয়া "
+"এনেকুৱা হয়, চিস্টেমৰ এটা <em>প্ৰান্তৰ-পৰা-প্ৰান্ত ৰঙ-ব্যৱস্থাপিত "
+"কাৰ্য্যনিৰ্বাহ</em> আছে বুলি "
+"কব পাৰি। এই ধৰণৰ কাৰ্য্যনিৰ্বাহৰ সৈতে আপুনি সুনিশ্চিত হব পাৰে যে ৰঙসমূহ "
+"নাইকিয়া অথবা পৰিবৰ্তন হোৱা "
+"নাই।"
 
 #. This is a reference to an external file such as an image or video. When
 #. the file changes, the md5 hash will change to let you know you need to
@@ -4413,6 +4470,10 @@ msgid ""
 "worrying too much that the most vivid colors are being clipped or the blacks "
 "crushed."
 msgstr ""
+"AdobeRGB সঘনে এটা <em>সম্পাদন স্থান</em> ৰূপে ব্যৱহাৰ কৰা হয়। ই sRGB ত কে "
+"অধিক ৰঙ এনক'ড কৰিব পাৰিব, যাৰ অৰ্থ আপুনি এটা ফ'টোগ্ৰাফৰ ৰঙবোৰ পৰিবৰ্তন কৰিব "
+"পাৰিব, "
+"এই চিন্তা নথকাকৈ যে জীৱন্ত ৰঙসমূহ অথবা কলা ৰঙ কম হৈছে।"
 
 #: C/color-whatisspace.page:65(page/p)
 msgid ""
@@ -4420,6 +4481,11 @@ msgid ""
 "archival. It can encode nearly the whole range of colors detected by the "
 "human eye, and even encode colors that the eye cannot detect!"
 msgstr ""
+"ProPhoto হল আটাইতকৈ ডাঙৰ উপলব্ধ স্থাব আৰু দস্তাবেজ আৰ্কাইভেলৰ বাবে সঘনে "
+"ব্যৱহাৰ কৰা হয়। "
+"ই মানুহৰ চকু দ্বাৰা চিনাক্ত কৰিব পৰা ৰঙৰ সম্পূৰ্ণ বিস্তাৰ এনক'ড কৰিব পাৰিব, "
+"আৰু চকুৱে চিনাক্ত কৰিব নোৱাৰা "
+"ৰঙবোৰ এনক'ড কৰিব পাৰিব।"
 
 #: C/color-whatisspace.page:72(page/p)
 msgid ""
@@ -4450,6 +4516,11 @@ msgid ""
 "another, where a color space can be a well known defined space like sRGB, or "
 "a custom space such as your monitor or printer profile."
 msgstr ""
+"ৰঙ ব্যৱস্থাপনা এটা ৰঙৰ স্থানক অন্য এটালৈ পৰিবৰ্তন কৰাৰ এটা প্ৰক্ৰিয়া, অ'ত এটা "
+"ৰঙৰ স্থান "
+"এটা খ্যাত বিৱৰিত স্থান যেনে sRGB হব পাৰে, অথবা আপোনাৰ মনিটৰ অথবা প্ৰিন্টাৰ "
+"আলেখ্যৰ "
+"নিচিনা এটা স্বনিৰ্বাচিত স্থান হব পাৰে।"
 
 #. This is a reference to an external file such as an image or video. When
 #. the file changes, the md5 hash will change to let you know you need to
@@ -4480,6 +4551,9 @@ msgid ""
 "they just take a few items from the production line and average them "
 "together:"
 msgstr ""
+"বৰ্গীয় আলেখ্যসমূহ সাধাৰণত বেয়া হয়। যেতিয়া এটা নিৰ্মাতায় এটা নতুন আৰ্হি সৃষ্টি "
+"কৰে, "
+"সিহতে উৎপাদন শাৰীৰ পৰা কেইটিমান বস্তু লয় আৰু একেলগে গড় লয়:"
 
 #: C/color-why-calibrate.page:25(media/p)
 msgid "Averaged profiles"
@@ -4499,6 +4573,10 @@ msgid ""
 "calibration yourself, or by letting an external company supply you with a "
 "profile based on your exact characterization state."
 msgstr ""
+"আপোনাৰ আলেখ্যক সঠিকতা সুনিশ্চিত কৰাৰ সৰ্বোত্তম পদ্ধতি হল নিজেই মানাংকন কৰা, "
+"অথবা এটা বহিৰ্তম কোম্পানীক আপোনাৰ সঠিক বৈশিষ্ট্যকৰণ অৱস্থাৰ ওপৰ ভিত্তি কৰি "
+"এটা "
+"আলেখ্য প্ৰদান কৰা।"
 
 #. This is a reference to an external file such as an image or video. When
 #. the file changes, the md5 hash will change to let you know you need to
@@ -4554,6 +4632,9 @@ msgid ""
 "displaying it on a screen, and printing it all whilst managing the exact "
 "colors and the range of colors on each medium."
 msgstr ""
+"ৰঙ ব্যৱস্থাপনা হল এটা ইনপুট ডিভাইচ ব্যৱহাৰ কৰি ৰঙ ধৰাৰ, ইয়াক পৰ্দাত প্ৰদৰ্শন "
+"কৰাৰ, সঠিক ৰঙবোৰ "
+"আৰু প্ৰতিটো মাধ্যমত ৰঙৰ বিস্তাৰ ব্যৱস্থাপনা কৰি প্ৰিন্ট কৰাৰ এটা প্ৰক্ৰিয়া।"
 
 #: C/color-whyimportant.page:23(page/p)
 msgid ""
@@ -4597,6 +4678,11 @@ msgid ""
 "different range of colors. So while you might be able to take a photo of "
 "electric blue, most printers are not going to be able to reproduce it."
 msgstr ""
+"ইয়াত মৌলিক সমস্যা হল যে প্ৰতিটো ডিভাইচ ৰঙৰ এটা ভিন্ন বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ "
+"সক্ষম। সেয়েহে "
+"যদি আপুনি ইলেকট্ৰিক নীলাৰ ফ'টো লবললৈ সক্ষম হয়, বেছিৰভাগ প্ৰিন্টাৰে ইয়াৰ পুনৰ "
+"উৎপাদন কৰিব "
+"নোৱাৰিব।"
 
 #: C/color-whyimportant.page:59(page/p)
 msgid ""
@@ -4632,6 +4718,11 @@ msgid ""
 "electric blue) we need to show the user what the result is going to look "
 "like."
 msgstr ""
+"কিছুমান ক্ষেত্ৰত আমি ডিভাইচত পঠোৱা তথ্য পৰিবৰ্তন কৰি ডিভাইচ আউটপুট <em>সঠিক<"
+"/em> কৰিব "
+"পাৰো, কিন্তু অন্য ক্ষেত্ৰত য'ত ই সম্ভব নহয় (আপুনি ইলেকট্ৰিক নীলা প্ৰিন্ট কৰিব "
+"নোৱাৰিব) আপুনি ব্যৱহাৰকাৰীক "
+"দেখুৱাব লাগিব ফলাফল দেখাত কেনেকুৱা হব।"
 
 #: C/color-whyimportant.page:91(page/p)
 msgid ""
@@ -4820,6 +4911,11 @@ msgid ""
 "accounts into one <app>Contacts</app> entry. This feature helps you keep "
 "your address book organized, with all details about one contact in one place."
 msgstr ""
+"আপুনি আপোনাৰ স্থানীয় ঠিকনা বহীৰ পৰা আৰু অনলাইন একাওন্টসমূহৰ পৰা প্ৰতিলিপি "
+"পৰিচয়সমূহক "
+"এটা <app>পৰিচয়সমূহ</app> প্ৰৱিষ্টিত একত্ৰিত কৰিব পাৰিব। এই বৈশিষ্ট্যয় আপোনাৰ "
+"ঠিকনা বহী "
+"সংঘঠিত ৰখাত সহায় কৰে, এটা পৰিচয়ৰ বিষয়ে সকলো বিৱৰণ এটা স্থানত থৈ।"
 
 #: C/contacts-link-unlink.page:40(item/p)
 msgid ""
@@ -5294,6 +5390,13 @@ msgid ""
 "folders. You can do this by <em>formatting</em> the disk - this deletes all "
 "of the files on the disk and leaves it empty."
 msgstr ""
+"যদি আপোনাৰ এটা আতৰাব পৰা ডিস্ক আছে, যেনে এটা USB মেমৰি স্টিক অথবা এটা বহিৰ্তম "
+"হাৰ্ড "
+"ডিস্ক, আপুনি কেতিয়া ইয়াৰ সকলো ফাইল আৰু ফোল্ডাৰ আতৰাব বিচাৰিব পাৰে। আপুনি "
+"এনেকুৱা "
+"ডিস্কক <em>ফৰমেট</em> কৰি কৰিব পাৰিব - ই ডিস্কৰ সকলো ফাইল মচি পেলায় আৰু "
+"ডিস্কক "
+"খালি কৰি দিয়ে।"
 
 #: C/disk-format.page:28(steps/title)
 msgid "Format a removable disk"
@@ -5334,6 +5437,13 @@ msgid ""
 "gui> may be a better option. A brief description of the <gui>file system "
 "type</gui> will be presented as a label."
 msgstr ""
+"যদি আপুনি ডিস্কক Linux কমপিউটৰাসমূহৰ অতিৰিক্তে Windows আৰু Mac OS "
+"কমপিউটাৰসমূহত "
+"ব্যৱহাৰ কৰে, <gui>FAT</gui> বাছিব। যদি আপুনি ইয়াক কেৱল Windows ত ব্যৱহাৰ কৰে, "
+"<gui>NTFS</"
+"gui> অধিক ভাল বিকল্প হব। <gui>ফাইল চিস্টেম ধৰণ</gui> ৰ এটা সমু বিৱৰণ এটা "
+"লেবেল ৰূপে দেখুৱা "
+"হব।"
 
 #: C/disk-format.page:54(item/p)
 msgid ""
@@ -5463,6 +5573,12 @@ msgid ""
 "<gui>Partition Flags</gui> in the disk utility. External media such as USB "
 "drives and CDs may also contain a bootable volume."
 msgstr ""
+"এটা প্ৰাথমিক বিভাজনত আপোনাৰ কমপিউটাৰে আৰম্ভ হবলৈ, অথবা <em>বুট</em> হবলৈ "
+"প্ৰয়োজনীয় তথ্য থাকিব লাগিব। এই কাৰণৰ বাবে ইয়াক কেতিয়াবা বুট বিভাজন, অথবা বুট "
+"ভলিউম কোৱা হয়। "
+"এটা ভলিউম বুটেবুল হয় নে নিৰ্ধাৰণ কৰিবলৈ, ডিস্ক সঁজুলিত ইয়াৰ <gui>বিভাজন "
+"ফ্লেগসমূহ</gui> চাওক। "
+"বহিৰ্তম মাধ্যম যেনে USB আৰু CDs ত এটা বুটেবুল ভলিউম থাকিব পাৰে।"
 
 #: C/disk.page:15(info/desc)
 msgid ""
@@ -5855,6 +5971,11 @@ msgid ""
 "supported by <app>Document Viewer</app> (Evince), <app>Microsoft Office</"
 "app>, <app>LibreOffice</app> and <app>Google Docs</app>."
 msgstr ""
+"<app>দস্তাবেজসমূহ</app> এ PDF, DVI, XPS, PostScript আৰু <app>Document Viewer<"
+"/app> (Evince), "
+"<app>Microsoft Office</app>, <app>LibreOffice</app> আৰু <app>Google Docs</app>"
+" দ্বাৰা "
+"সমৰ্থন কৰা বিন্যাসসমূহ প্ৰদৰ্শন কৰে।"
 
 #: C/documents-info.page:20(info/desc)
 msgid "See a document's name, location, date modified, or type."
@@ -5974,6 +6095,11 @@ msgid ""
 "<em>Google Docs</em> or <em>SkyDrive</em> show as missing (or blank) preview "
 "thumbnails."
 msgstr ""
+"যেতিয়া আপুনি <app>দস্তাবেজসমূহ</app> খোলে, স্থানীয়ভাৱে সংৰক্ষণ কৰা "
+"দস্তাবেজসমূহৰ বাবে এটা "
+"পূৰ্বদৰ্শন থাম্বনেইল প্ৰদৰ্শন কৰা হয়। এটা দূৰৱৰ্তী চাৰ্ভাৰ যেনে <em>Google "
+"Docs</em> অথবা <em>SkyDrive</em> "
+"ত সংৰক্ষিত দস্তাবেজসমূহে সন্ধানহিন (অথবা ৰিক্ত) পূৰ্বদৰ্শন থাম্বনেইল দেখুৱায়।"
 
 #: C/documents-previews.page:35(page/p)
 msgid ""
@@ -6299,6 +6425,10 @@ msgid ""
 "plug in, select <gui>Never prompt or start programs on media insertion</gui> "
 "at the bottom of the Removable Media window."
 msgstr ""
+"যদি আপুনি কোনো এপ্লিকেচনক স্বচালিতভাৱে খোলা নিবিচাৰে, আপুনি যিয়েই প্লাগ ইন "
+"নকৰক, "
+"আতৰাব পৰা মাধ্যম উইন্ডোৰ তলত <gui>মাধ্যম সুমুৱাওতে প্ৰমপ্ট অথবা প্ৰগ্ৰামসমূহ "
+"আৰম্ভ নকৰিব</gui> বাছক।"
 
 #: C/files-autorun.page:67(section/title)
 msgid "Types of devices and media"
@@ -6359,6 +6489,11 @@ msgid ""
 "picture CDs, such as those you might have made in a store. These are regular "
 "data CDs with JPEG images in a folder called <file>PICTURES</file>."
 msgstr ""
+"<gui>অন্য মাধ্যম</gui> ৰ অন্তৰ্গত, Kodak ছবি CDs খোলিবলৈ আপুনি এটা এপ্লিকেচন "
+"বাছিব "
+"পাৰিব, আপোনাৰ ভঁৰালত যি থাকিব পাৰে। ইহত <file>PICTURES</file> নামৰ ফোল্ডাৰত "
+"থকা JPEG "
+"ছবিসমূহৰ সৈতে সাধাৰণ তথ্য CDs।"
 
 #: C/files-autorun.page:102(item/title)
 msgid "Music players"
@@ -14894,6 +15029,10 @@ msgid ""
 "have been recognized as a network device by the computer. In this step, you "
 "will check whether the device was recognized properly."
 msgstr ""
+"যদিও বেতাঁৰ এডাপ্টাৰ কমপিউটাৰৰ সৈতে সংযুক্ত আছে, ইয়াক হয়তো কমপিউটাৰ দ্বাৰা "
+"এটা নেটৱাৰ্ক ডিভাইচ "
+"ৰূপে চিনাক্ত কৰা হোৱা নাই। এই স্তৰত, আপুনি ডিভাইচ সঠিকভাৱে চিনাক্ত কৰা হৈছিল "
+"নে নিৰীক্ষণ কৰিব।"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:29(item/p)
 msgid ""
@@ -14912,6 +15051,9 @@ msgid ""
 "interface</em> section. If your wireless adapter was detected properly, you "
 "should see something similar (but not identical) to this:"
 msgstr ""
+"উপস্থিত হোৱা তথ্য চাওক আৰু <em>বেতাঁৰ আন্তঃপৃষ্ঠ</em> অংশ চাওক। যদি আপোনাৰ "
+"বেতাঁৰ এডাপ্টাৰ সঠিকভাৱে চিনাক্ত কৰা হৈছিল, আপুনি ইয়াৰ সৈতে কিবা সদৃশ দেখা "
+"পাব (কিন্তু একে নহয়):"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:33(item/code)
 #, no-wrap
@@ -14942,6 +15084,10 @@ msgid ""
 "xref=\"#pci\">internal PCI</link>, <link xref=\"#usb\">USB</link>, or <link "
 "xref=\"#pcmcia\">PCMCIA</link>)."
 msgstr ""
+"যদি এটা বেতাঁৰ ডিভাইচ তালিকাভুক্ত <em>নহয়</em>, আপুনি লোৱা পৰৱৰ্তী স্তৰসমূহ "
+"আপুনি ব্যৱহাৰ কৰা ডিভাইচৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰিব। তলত কমপিউটাৰৰ সৈতে প্ৰাসংগিক "
+"বেতাঁৰ এডাপ্টাৰ ধৰণৰ অংশ চাওক (<link xref=\"#pci\">internal PCI</link>, "
+"<link xref=\"#usb\">USB</link>, অথবা <link xref=\"#pcmcia\">PCMCIA</link>)।"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:45(section/title)
 msgid "PCI (internal) wireless adapter"
@@ -15024,6 +15170,12 @@ msgid ""
 "code>, <code>wifi</code> or <code>802.11</code>. Here is an example of what "
 "the entry might look like:"
 msgstr ""
+"ডিভাইচসমূহৰ তালিকা চাওক আৰু এটা বেতাঁৰ অথবা নেটৱাৰ্ক ডিভাইচক প্ৰসংগ কৰা এটা "
+"ডিভাইচ সন্ধান কৰক। "
+"আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰসংগ কৰা বেতাঁৰ এডাপ্টাৰে <code>বেতাঁৰ</code>, "
+"<code>WLAN</code>, <code>wifi</code> অথবা <code>802.11</code> শব্দবোৰ "
+"অন্তৰ্ভুক্ত কৰিব পাৰে। "
+"প্ৰৱিষ্টি দেখাত এনেকুৱা হব পাৰে:"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:64(item/code)
 #, no-wrap
@@ -15044,6 +15196,10 @@ msgid ""
 "side of your laptop. They are more commonly found in older computers. To "
 "check if your PCMCIA adapter was recognized:"
 msgstr ""
+"PCMCIA বেতাঁৰ এডাপ্টাৰসমূহ সাধাৰণত আয়ত আকৃতিৰ কাৰ্ড হয় যি আপোনাৰ লেপটপৰ কাষত "
+"স্লট হয়। সিহতক সাধাৰণত পুৰনি কমপিউটাৰসমূহত পোৱা যায়। আপোনাৰ PCMCIA এডাপ্টাৰ "
+"চিনাক্ত "
+"হৈছিল নে নিৰীক্ষণ কৰিবলৈ:"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:74(item/p)
 msgid "Start your computer <em>without</em> the wireless adapter plugged in."
@@ -15074,6 +15230,11 @@ msgid ""
 "the Terminal window. The changes should include some information about your "
 "wireless adapter. Look through them and see if you can identify it."
 msgstr ""
+"আপোনাৰ বেতাঁৰ এডাপ্টাৰক PCMCIA স্লটত সুমুৱাওক আৰু টাৰ্মিনেল উইন্ডোত কি "
+"পৰিবৰ্তন হয় চাওক। "
+"পৰিবৰ্তনসমূহে আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ বিষয়ে কিছুমান তথ্য অন্তৰ্ভুক্ত কৰিব "
+"লাগে। সিহতক চিনাক্ত কৰিব পাৰে "
+"নে চাওক।"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:81(item/p)
 msgid ""
@@ -15110,6 +15271,11 @@ msgid ""
 "to see if there are any drivers you can install will depend on which Linux "
 "distribution you are using (like Ubuntu, Fedora or openSuSE)."
 msgstr ""
+"যদি আপোনাৰ বেতাঁৰ এডাপ্টাৰ চিনাক্ত হোৱা নাছিল, ই সঠিকভাৱে কাম নকৰিব পাৰে "
+"অথবা ইয়াৰ বাবে সঠিক ড্ৰাইভাৰসমূহ ইনস্টল নাই। আপুনি ইনস্টল কৰিবলৈ কোনো "
+"ড্ৰাইভাৰ উপলব্ধ "
+"আছে নে চোৱাটো আপুনি ব্যৱহাৰ কৰা Linux বিতৰনৰ ওপৰত নিৰ্ভৰ কৰিব (যেনে Ubuntu, "
+"Fedora অথবা openSuSE)।"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:89(section/p)
 msgid ""
@@ -15198,6 +15364,13 @@ msgid ""
 "computer directly into the router with an Ethernet network cable is one way "
 "of providing this, but only plug it in when you need to.)"
 msgstr ""
+"যদি সম্ভব, এটা বিকল্প কাৰ্য্যকৰি ইন্টাৰনেট সংযোগলৈ অভিগম কৰাৰ চেষ্টা কৰক যাতে "
+"আপুনি "
+"প্ৰয়োজন সাপেক্ষে চফ্টৱেৰ আৰু ড্ৰাইভাৰসমূহ ডাউনল'ড কৰিব পাৰে। (এটা ইথাৰনেট "
+"নেটৱাৰ্ক "
+"কেবুলৰ সৈতে আপোনাৰ কমপিউটাৰক প্ৰত্যক্ষভাৱে ৰাউটাৰত প্লাগ কৰাটো ইয়াক প্ৰদান "
+"কৰাৰ এটা ধৰণ, "
+"কিন্তু কেৱল প্ৰয়োজন হলেহে ইয়াক প্লাগ কৰিব।)"
 
 #: C/net-wireless-troubleshooting-hardware-info.page:47(page/p)
 msgid ""
@@ -15225,6 +15398,11 @@ msgid ""
 "caused by a relatively simple issue, like the wireless connection being "
 "turned off, and to prepare for the next few troubleshooting steps."
 msgstr ""
+"এই স্তৰ আপুনি আপোনাৰ বেতাঁৰ নেটৱাৰ্কৰ বিষয়ে কিছুমান মৌলিক তথ্য নিৰীক্ষণ কৰিব। "
+"ই সুনিশ্চিত কৰিবলে "
+"যে আপোনাৰ নেটৱাৰ্কিং সমস্যা এটা সাধাৰণ সমস্যাৰ বাবে হোৱা নাই, যেনে বেতাঁৰ "
+"সংযোগ বন্ধ কৰা, আৰু "
+"পিছৰ কিছুমান সমস্যামুক্তি স্তৰৰ বাবে প্ৰস্তুত হোৱা।"
 
 #: C/net-wireless-troubleshooting-initial-check.page:29(item/p)
 msgid ""
@@ -15240,6 +15418,10 @@ msgid ""
 "card that plugs into your laptop), make sure that it is firmly inserted into "
 "the proper slot on your computer."
 msgstr ""
+"যদি আপোনাৰ এটা বহিৰ্তম বেতাঁৰ এডাপ্টাৰ আছে (যেনে এটা USB এডাপ্টাৰ, অথবা এটা "
+"PCMCIA "
+"যি আপোনাৰ লেপটপত প্লাগ হয়), সুনিশ্চিত কৰক যে ই আপোনাৰ কমপিউটাৰৰ সঠিক স্লটত "
+"সুমুৱা হৈছে।"
 
 #: C/net-wireless-troubleshooting-initial-check.page:35(item/p)
 msgid ""
@@ -15247,6 +15429,11 @@ msgid ""
 "wireless switch is turned on (if it has one). Laptops often have wireless "
 "switches that you can toggle by pressing a combination of keyboard keys."
 msgstr ""
+"যদি আপোনাৰ বেতাঁৰ কাৰ্ড আপোনাৰ কমপিউটাৰৰ <em>ভিতৰ</em> ত আছে, সুনিশ্চিত কৰক "
+"যে "
+"বেতাঁৰ চুইচ অন কৰা আছে (যদি ইয়াৰ এটা আছে)। লেপটপসমূহৰ সাধাৰণত বেতাঁৰ চুইচ "
+"থাকে যাক আপুনি "
+"সংযুক্তি কি'সমূহ টিপি টগল কৰিব পাৰিব।"
 
 #: C/net-wireless-troubleshooting-initial-check.page:38(item/p)
 msgid ""
@@ -15281,6 +15468,14 @@ msgid ""
 "your router and ISP setup guides to make sure the settings are correct, or "
 "contact your ISP for support."
 msgstr ""
+"যদি আপুনি আপোনাৰ বেতাঁৰ ৰাউটাৰৰ সৈতে সংযুক্ত আছে, কিন্তু আপুনি তথাপিও "
+"ইন্টাৰনেট অভিগম কৰিব "
+"পৰা নাই, আপোনাৰ ৰাউটাৰ সঠিকভাৱে সংস্থাপন হোৱা নাই, অথবা আপোনাৰ ইন্টাৰনেট সেৱা "
+"প্ৰদানকাৰী "
+"(ISP) এ কিছুমান কাৰিকৰি সমস্যা অনুভৱ কৰি আছে। সংহতিসমূহ সঠিক আছে নে সুনিশ্চিত "
+"কৰিবলৈ আপোনাৰ "
+"ৰাউটাৰ আৰু ISP সংস্থাপন সহায়কসমূহ পুনৰদৰ্শন কৰক, অথবা সমৰ্থনৰ বাবে আপোনাৰ ISP "
+"ক যোগাযোগ কৰক।"
 
 #: C/net-wireless-troubleshooting-initial-check.page:48(page/p)
 msgid ""
@@ -15302,6 +15497,9 @@ msgid ""
 "wireless problems. If you cannot connect to a wireless network for some "
 "reason, try following the instructions here."
 msgstr ""
+"বেতাঁৰ সমস্যাসমূহ চিনাক্ত কৰি ঠিক কৰিবলৈ ই এটা স্তৰ-দৰ-স্তৰ সমস্যামুক্তি "
+"সহায়ক। যদি আপুনি কোনো "
+"কাৰণত এটা বেতাঁৰ নেটৱাৰ্কৰ সৈতে সংযোগ কৰিব নোৱাৰে, নিৰ্দেশসমূহ ইয়াত চাওক।"
 
 #: C/net-wireless-troubleshooting.page:27(page/p)
 msgid ""
@@ -15351,6 +15549,9 @@ msgid ""
 "<em>command line</em> (Terminal). You can find the Terminal application in "
 "the <gui>Activities</gui> overview."
 msgstr ""
+"সহায়কত কিছুমান নিৰ্দেশে আপোনাক <em>কমান্ড লাইন</em> (টাৰ্মিনেল) ত কমান্ডসমূহ "
+"টাইপ কৰিবলৈ কয়। "
+"আপুনি টাৰ্মিনেল এপ্লিকেচনক <gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত পাব।"
 
 #: C/net-wireless-troubleshooting.page:40(note/p)
 msgid ""
@@ -15359,6 +15560,13 @@ msgid ""
 "case-sensitive (so you must type them <em>exactly</em> as they appear here), "
 "and to press <key>Enter</key> after typing each command to run it."
 msgstr ""
+"যদি আপোনাৰ এটা কমান্ড লাইন ব্যৱহাৰ কৰাৰ অনুভৱ নাই, চিন্তা নকৰিব - এই সহায়কে "
+"আপোনাক "
+"প্ৰতি স্তৰত সহায় কৰিব। আপুনি কেৱল মনত ৰাখিবলৈ যে কমান্ডসমূহ ফলা-সংবেদ্য "
+"(সেয়েহে আপুনি "
+"সিহতক ইয়াত উপস্থিত হোৱা ৰূপে <em>সাইলাখ</em> টাইপ কৰিব লাগিব), আৰু ইয়াক "
+"চলাবলৈ "
+"প্ৰতিটো কমান্ড চলোৱাৰ পিছত <key>Enter</key> টিপিব লাগিব।"
 
 #: C/net-wireless-wepwpa.page:14(info/desc)
 msgid "WEP and WPA are ways of encrypting data on wireless networks."
@@ -15386,6 +15594,14 @@ msgid ""
 "router support WPA2, that is what you should use when setting up your "
 "wireless network."
 msgstr ""
+"কোনো ইনক্ৰিপষণ ব্যৱহাৰ নকৰাৰ তুলনাত <em>কিছুমান</em> ইনক্ৰিপষণ ব্যৱহাৰ কৰাটো "
+"সদায় ভাল, কিন্তু "
+"WEP এই প্ৰামাণিকসমূহৰ মাজত আটাইতকৈ কম সুৰক্ষিত, আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব "
+"নালাগে যদি আপুনি "
+"ইয়াক বাদ দিব পাৰে। WPA2 এই তিনিওটাৰ মাজত আটাইতকৈ সুৰক্ষিত। যদি আপোনাৰ বেতাঁৰ "
+"কাৰ্ড আৰু ৰাউটাৰে "
+"WPA2 সমৰ্থন কৰে, আপোনাৰ বেতাঁৰ নেটৱাৰ্ক ব্যৱহাৰ কৰোতে আপুনি ইয়াকে ব্যৱহাৰ "
+"কৰিব লাগে।"
 
 #: C/net-wireless.page:12(info/desc)
 msgid ""
@@ -15457,6 +15673,11 @@ msgid ""
 "faster the emptier they get. Without precise knowledge of how the battery "
 "discharges, only a rough estimate of remaining battery life can be made."
 msgstr ""
+"অন্য কাৰক হল বেটাৰি কেনেকৈ ডিচ্চাৰ্জ হয়। কিছুমান বেটাৰিয়ে যিমান সোনকালে ৰিক্ত "
+"হৈ থাকে "
+"তিমান সোনাকলে চাৰ্জ হেৰুৱায়। বেটাৰি কেনেকৈ ডিচ্চাৰ্জ হয় তাৰ বিষয়ে সঠিক জ্ঞান "
+"নাথাকিলে, "
+"বেটাৰি আয়ুৰ কেৱল এটা খচৰা অনুমান কৰিব পাৰি।"
 
 #: C/power-batteryestimate.page:46(page/p)
 msgid ""
@@ -15476,6 +15697,9 @@ msgid ""
 "days), the power manager is probably missing some of the data it needs to "
 "make a sensible estimate."
 msgstr ""
+"যদি আপুনি এটা অদ্ভুত বেটাৰি আয়ু অনুমান পায় (যেনে, এশ দিন), শক্তি ব্যৱস্থাপকত "
+"সম্ভবত এটা "
+"যথাযথ অনুমান কৰাৰ বাবে প্ৰয়োজনীয় তথ্য নাই।"
 
 #: C/power-batteryestimate.page:54(note/p)
 msgid ""
@@ -15585,6 +15809,11 @@ msgid ""
 "whereas others have a keyboard shortcut that you can use instead. You can "
 "turn it on again when you need it."
 msgstr ""
+"কিছুমান কমপিউটাৰত এটা ভৌতিক চুইচ থাকে যাক ব্যৱহাৰ কৰি ইয়াক অফ কৰিব পাৰি, য'ত "
+"অন্যৰ "
+"এটা কিবৰ্ড চৰ্টকাট থাকে যাক আপুনি ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ প্ৰয়োজন সাপেক্ষে "
+"আপুনি ইয়াক "
+"পুনৰ চলাব পাৰিব।"
 
 #: C/power-batterylife.page:97(section/title)
 msgid "More advanced tips"
@@ -15605,6 +15834,11 @@ msgid ""
 "using them. However, applications that frequently grab data from the "
 "internet, play music or movies can impact your power consumption."
 msgstr ""
+"চলি থকা এপ্লিকেচনসমূহৰ বেছিৰভাগে আপুনি সিহতক ব্যৱহাৰ নকৰিলেও একো নকৰে। যি কি "
+"নহওক, "
+"এপ্লিকেচনসমূহ যি সঘনে ইন্টাৰনেটৰ পৰা তথ্য প্ৰাপ্ত কৰে, সংগিত অথবা চিনেমা "
+"চলায়, আপোনাৰ শক্তিৰ "
+"উপভোগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।"
 
 #: C/power-batteryoptimal.page:10(info/desc)
 msgid "Tips such as \"Do not let the battery charge get too low\""
@@ -15677,6 +15911,11 @@ msgid ""
 "slower speed, and processors use less power when running slower, so the "
 "battery should last longer."
 msgstr ""
+"কিছুমান লেপটপে বেটাৰিত চলি থাকোতে শক্তি সংৰক্ষণৰ বাবে ইচ্ছাকৃতভাৱে লেহেম হৈ "
+"যায়। "
+"লেপটপৰ প্ৰচেছৰ (CPU) এটা নিম্ন গতিত যায়, আৰু প্ৰচেছৰসমূহ চলি থাকোতে কম শক্তি "
+"ব্যৱহাৰ কৰে, "
+"সেয়েহে বেটাৰি অধিক সময় চলিব লাগে।"
 
 #: C/power-batteryslow.page:26(page/p)
 msgid "This feature is called <em>CPU frequency scaling</em>."
@@ -15718,6 +15957,10 @@ msgid ""
 "battery life could be exactly the same, but the different methods give "
 "different estimates."
 msgstr ""
+"ভুল তথ্যৰ আন এটা সম্ভাব্য কাৰণ বেটাৰি আয়ু অনুমান কৰাৰ পদ্ধতি Windows/Mac OS ত "
+"Linux ৰ "
+"পৰা পৃথক। প্ৰকৃত বেটাৰি আয়ু সাইলাখ একে হব পাৰে, কিন্তু বিভিন্ন পদ্ধতিয়ে "
+"বিভিন্ন অনুমান দিয়ে।"
 
 #: C/power-closelid.page:11(info/desc)
 msgid "Laptops go to sleep when you close the lid, in order to save power."
@@ -15756,6 +15999,9 @@ msgid ""
 "change the settings for that behavior. To set the computer to blank the "
 "screen, rather than suspend, when the lid is closed:"
 msgstr ""
+"যদি আপুনি লিড বন্ধ কৰোতে কমপিউটাৰ স্থগিত হোৱা নিবিচাৰে, আপুনি সেই ব্যৱহাৰৰ "
+"বাবে সংহতিসমূহ পৰিবৰ্তন কৰিব "
+"পাৰিব। কমপিউটাৰৰ লিড বন্ধ কৰোতে, স্থগিত নকৰি, ৰিক্ত পৰ্দাত সংহতি কৰিবলৈ:"
 
 #: C/power-closelid.page:45(note/p)
 msgid ""
@@ -15763,6 +16009,8 @@ msgid ""
 "they are left running with the lid closed, especially if they are in a "
 "confined place like a backpack."
 msgstr ""
+"এই সংহতি পৰিবৰ্তন কৰোতে সাৱধান হব। কিছুমান লেপটপ লিড বন্ধ অৱস্থাত চলি থাকোতে "
+"অত্যাধিক গৰম হব পাৰে, বিশেষকৈ যদি সিহত এটা বেকপেকত থাকে।"
 
 #: C/power-closelid.page:54(item/p)
 msgid ""
@@ -15840,6 +16088,10 @@ msgid ""
 "use any power, but the applications and documents will still be open when "
 "you switch on the computer again."
 msgstr ""
+"যেতিয়া কমপিউটাৰ <em>হাইবাৰনেট</em> কৰে, আপোনাৰ সকলো দস্তাবেজ আৰু এপ্লিকেচন "
+"সংৰক্ষণ কৰা হয় আৰু কমপিউটাৰ সম্পূৰ্ণভাৱে বন্ধ হয় সেয়েহে ই কোনো শক্তি ব্যৱহাৰ "
+"নকৰে, কিন্তু দস্তাবেজসমূহ "
+"আৰু এপ্লিকেচনসমূহ তথাপিও খোলা থাকিব যেতিয়া আপুনি কমপিউটাৰ আকৌ আৰম্ভ কৰিব।"
 
 #: C/power-hibernate.page:36(page/p)
 msgid ""
@@ -15848,6 +16100,11 @@ msgid ""
 "documents and applications to re-open when you switch your computer back on. "
 "Therefore, hibernate is disabled by default."
 msgstr ""
+"দূৰ্ভাগ্যক্ৰমে, হাইবাৰনেট বহু ক্ষেত্ৰত <link xref=\"power-suspendfail\">কাম "
+"নকৰে</"
+"link>, যাৰ বাবে আপুনি তথ্য হেৰুৱাব পাৰে যদি আপুনি কমপিউটাৰ পুনাৰম্ভ কৰোতে "
+"আপোনাৰ দস্তাবেজ আৰু এপ্লিকেচনসমূহ পুন-খোলিবলৈ আশা কৰে। সেয়েহে, "
+"হাইবাৰনেট অবিকল্পিতভাৱে অসামৰ্থবান থাকে।"
 
 #: C/power-hibernate.page:42(section/title)
 msgid "Test if hibernate works"
@@ -15863,6 +16120,9 @@ msgid ""
 "case something goes wrong and your open applications and documents cannot be "
 "recovered when you switch on the computer again."
 msgstr ""
+"আপুনি কমপিউটাৰ হাইবাৰনেট কৰাৰ আগত আপোনাৰ সকলো কাম সংৰক্ষণ কৰিব লাগে, কিয়নো "
+"কিবা সমস্যা হলে আপোনাৰ খোলা এপ্লিকেচনসমূহ আৰু দস্তাবেজসমূহক কমপিউটাৰ পুনাৰম্ভ "
+"কৰোতে পুনৰুদ্ধাৰ কৰা নাযাব।"
 
 #: C/power-hibernate.page:51(section/p)
 msgid ""
@@ -15939,6 +16199,12 @@ msgid ""
 "org.gnome.enable-hibernate.pkla</file>. Add the following to the file and "
 "save:"
 msgstr ""
+"আপুনি হাইবাৰনেট বিকল্পক মেনুত অসামৰ্থবান কৰিব পাৰিব। এনেকুৱা কৰিবলৈ, আপোনাৰ "
+"পছন্দৰ "
+"লিখনী সম্পাদক ব্যৱহাৰ কৰি <file>/etc/polkit-1/localauthority/50-local.d/"
+"org.gnome.enable-hibernate.pkla</file> সৃষ্টি কৰক। নিম্নলিখিত তথ্যক ফাইললৈ "
+"যোগ কৰক "
+"আৰু সংৰক্ষণ কৰক:"
 
 #: C/power-hotcomputer.page:10(info/desc)
 msgid ""
@@ -15960,6 +16226,10 @@ msgid ""
 "However, if your computer gets very warm it could be a sign that it is "
 "overheating, which can potentially cause damage."
 msgstr ""
+"বেছিৰভাগ কমপিউটাৰ অলপ পিছত গৰম হৈ যায়, আৰু কিছুমান অত্যাধিক গৰম হয়। এনে "
+"হোৱাটো স্বাভাৱিক: ই কমপিউটাৰে নিজকে ঠাণ্ডা কৰাৰ এটাৰ অংশ। যি কি নহওক, যদি "
+"আপোনাৰ কমপিউটাৰ অত্যাধিক গৰম হয়, ই অতিপাত গৰম হোৱাৰ এটা চিন হব পাৰে, "
+"যি বিভৱীয়ভাৱে ক্ষতি কৰিব পাৰে।"
 
 #: C/power-hotcomputer.page:27(page/p)
 msgid ""
@@ -16001,6 +16271,11 @@ msgid ""
 "down, this might be the reason. If your computer is overheating, you will "
 "probably need to get it repaired."
 msgstr ""
+"বেছিৰভাগ কমপিউটাৰে অত্যাধিক গৰম হওতে নিজকে বন্ধ কৰি দিয়ে, যাতে কোনো ধৰণৰ "
+"ক্ষতি নহয়। "
+"যদি আপোনাৰ কমপিউটাৰ বন্ধ হৈ থাকে, ই এটা সম্ভাব্য কাৰণ হব পাৰে। যদি আপোনাৰ "
+"কমপিউটাৰ "
+"অতিপাত গৰম হৈ আছে, আপুনি সম্ভবত ইয়াক মেৰামতি কৰাব লাগে।"
 
 #: C/power-lowpower.page:9(info/desc)
 msgid "Allowing the battery to completely discharge is bad for it."
@@ -16156,6 +16431,13 @@ msgid ""
 "back on, you may find that it does not work as you expected. This could be "
 "because suspend and hibernate are not supported properly by your hardware."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰক <link xref=\"power-suspend\">স্থগিত কৰক</link> "
+"অথবা "
+"<link xref=\"power-hibernate\">হাইবাৰনেট</link> কৰে, তেন্তে ইয়াক অব্যাহত কৰাৰ "
+"অথবা "
+"পুনাৰম্ভ কৰাৰ চেষ্টা কৰক, আপুনি উপলব্ধ কৰিব পাৰে যে ই আশা কৰা দৰে কাম কৰা "
+"নাই। ই কাৰণ হব "
+"পাৰে যে স্থগিত কৰা আৰু হাইবাৰনেট কৰা আপোনাৰ কমপিউটাৰত সমৰ্থিত নহয়।"
 
 #: C/power-suspendfail.page:33(section/title)
 msgid "My computer is suspended and is not resuming"
@@ -16168,6 +16450,11 @@ msgid ""
 "not happen, try pressing the power button (do not hold it in, just press it "
 "once)."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰ স্থগিত কৰে আৰু তাৰ পিছত এটা কি' টিপে অথবা মাউছ "
+"ক্লিক কৰে, "
+"ই সাৰ পাব লাগে আৰু আপোনাৰ পাছৱাৰ্ড বিচাৰি এটা পৰ্দা প্ৰদৰ্শন কৰিব লাগে। যদি "
+"এনেকুৱা নহয়, "
+"পাৱাৰ বুটাম টিপি চাওক (ইয়াক টিপি নধৰিব, কেৱল এবাৰ টিপিব)।"
 
 #: C/power-suspendfail.page:38(section/p)
 msgid ""
@@ -16184,6 +16471,11 @@ msgid ""
 "5-10 seconds, although you will lose any unsaved work by doing this. You "
 "should then be able to turn on the computer again."
 msgstr ""
+"শেষ উপায় ৰূপে, কমপিউটাৰক তাৰ পাৱাৰ বুটাম ৫-১০ ছেকেণ্ডৰ বাবে ধৰি থৈ বন্ধ কৰক, "
+"যদিও "
+"আপুনি এনে ধৰণে কোনো অংসৰক্ষিত কাৰ্য্য হেৰুৱাব। আপুনি তাৰ পিছত কমপিউটাৰ "
+"পুনাৰম্ভ কৰিব "
+"পাৰিব লাগে।"
 
 #: C/power-suspendfail.page:43(section/p)
 msgid ""
@@ -16251,6 +16543,9 @@ msgid ""
 "cable or similar, unplug the device and then plug it in again and see if it "
 "works."
 msgstr ""
+"যদি ডিভাইচৰ এটা পাৱাৰ চুইচ থাকে, তাক বন্ধ কৰি আকৌ আৰম্ভ কৰি চাওক। বেছিৰভাগ "
+"ক্ষেত্ৰত, ডিভাইচ আকৌ কাৰ্য্য কৰা আৰম্ভ কৰিব। ই এটা USB কেবুল অথবা সদৃশৰ সৈতে "
+"সংযোগ কৰে, ডিভাইচক আনপ্লাগ কৰক আৰু আকৌ প্লাগ ইন কৰি চাওক ই কাৰ্য্য কৰে নে।"
 
 #: C/power-suspendfail.page:81(section/p)
 msgid ""
@@ -16287,6 +16582,12 @@ msgid ""
 "properly</link>. It is a good idea to test suspend on your computer to see "
 "if it does work before relying on it."
 msgstr ""
+"কিছুমান কমপিউটাৰৰ হাৰ্ডৱেৰ সমৰ্থনৰ সৈতে সমস্যা থাকে যাৰ অৰ্থ এই যে সিহত "
+"<link xref=\"power-suspendfail\">সঠিকভাৱে স্থগিত অথবা হাইবাৰনেট হব নোৱাৰিব "
+"পাৰে</link>। "
+"আপোনাৰ কমপিউটাৰৰ স্থগিত ফলনৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্বাস কৰাৰ আগত পৰিক্ষণৰ বাবে "
+"স্থগিত কৰি চোৱাটো "
+"এটা ভাল বুদ্ধি।"
 
 #: C/power-suspend.page:44(note/title)
 msgid "Always save your work before suspending"
@@ -16379,6 +16680,13 @@ msgid ""
 "broken power supply unit, incorrectly-fitted components (such as the memory/"
 "RAM) and a faulty motherboard."
 msgstr ""
+"আপোনাৰ কমপিউটাৰৰ এটা উপাদান ভঙা অথবা ভুলভাৱে কাৰ্য্য কৰি থাকিব পাৰে। যদি এনে "
+"ক্ষেত্ৰ হয়, "
+"আপুনি আপোনাৰ কমপিউটাৰ মেৰামতি কৰোৱাৰ প্ৰয়োজন হব। সাধাৰণ ত্ৰুটিসমূহত "
+"অন্তৰ্ভুক্ত হয় "
+"ভগ্ন শক্তি যোগান একক, ভুলভাৱে লগোৱা উপাদানসমূহ (যেনে মেমৰি/RAM) আৰু এটা "
+"ত্ৰুটিপূৰ্ণ "
+"মাদাৰবৰ্ড।"
 
 #: C/power-willnotturnon.page:50(section/title)
 msgid "The computer beeps and then switches off"
@@ -16411,6 +16719,11 @@ msgid ""
 "when you press the power button, but other essential parts of the computer "
 "might fail to turn on. In this case, take your computer in for repairs."
 msgstr ""
+"এই সমস্যা এটা হাৰ্ডৱেৰ ত্ৰুটিৰ বাবে হব পাৰে। আপুনি পাৱাৰ বুটাম টিপোতে ফেনসমূহ "
+"অন হব পাৰে, "
+"কিন্তু কমপিউটাৰৰ অন্য গুৰত্বপূৰ্ণ অংশবোৰ আৰম্ভ নহব পাৰে। এই ক্ষেত্ৰত, আপোনাৰ "
+"কমপিউটাৰক মেৰামতিৰ "
+"বাবে লৈ যাওক।"
 
 #: C/power.page:11(credit/name)
 msgid "Natalia Ruz"
@@ -17228,6 +17541,11 @@ msgid ""
 "may even need to turn the printer off and then on again, and then start the "
 "print job again."
 msgstr ""
+"সোপা আতৰোৱাৰ পিছত আপোনাক প্ৰিন্টিং পুনৰ আৰম্ভ কৰিবলৈ প্ৰিন্টাৰৰ <gui>অব্যাহত "
+"ৰাখক</gui> "
+"বুটাম টিপিব লগিয়া হব পাৰে। কিছুমান প্ৰিন্টাৰৰ সৈতে, আপুনি প্ৰিন্টাৰক বন্ধ কৰি "
+"আকৌ আৰম্ভ কৰিব লগিয়া "
+"হব পাৰে, আৰু তাৰ পিছত প্ৰিন্ট কাৰ্য্য আকৌ আৰম্ভ কৰিব লগিয়া হব পাৰে।"
 
 #. This is a reference to an external file such as an image or video. When
 #. the file changes, the md5 hash will change to let you know you need to
@@ -17484,6 +17802,9 @@ msgid ""
 "blocked. Try cleaning the print head (see the printer's manual for "
 "instructions)."
 msgstr ""
+"যদি আপোনাৰ এটা ইঙ্কজেট প্ৰিন্টাৰ আছে, প্ৰিন্ট হেড লেতেৰা অথবা আংশিকভাৱে ৰোধিত "
+"থাকিব পাৰে। প্ৰিন্ট হেড পৰিষ্কাৰ কৰি চাওক (নিৰ্দেশৰ বাবে প্ৰিন্টাৰৰ হাতপুথি "
+"চাওক)।"
 
 #: C/printing-streaks.page:48(item/p)
 msgid "Wrong colors"
@@ -17533,6 +17854,14 @@ msgid ""
 "This can be useful if you want to transfer the document to another machine "
 "or to share it with someone."
 msgstr ""
+"আপুনি এটা দস্তাবেজক এটা প্ৰিন্টাৰত প্ৰিন্ট কৰাৰ পৰিৱৰ্তে এটা ফাইললৈ প্ৰিন্ট "
+"কৰিব পাৰিব। "
+"ফাইললৈ প্ৰিন্ট কৰিলে এটা <sys>PDF</sys> সৃষ্টি হব, এটা<sys>Postscript</sys> "
+"অথবা "
+"এটা <sys>SVG</sys> ফাইল যি দস্তাবেজক অন্তৰ্ভুক্ত কৰে। ই উপযোগী হব পাৰে যদি "
+"আপুনি "
+"দস্তাবেজক অন্য মেচিনলৈ স্থানান্তৰ কৰিব খোজে অথবা অন্যৰ সৈতে অংশীদাৰী কৰিব "
+"খোজে।"
 
 #: C/printing-to-file.page:31(item/p)
 msgid ""
@@ -17561,6 +17890,11 @@ msgid ""
 "filename below the printer selection. Click <gui style=\"button\">Select</"
 "gui> once you have finished choosing."
 msgstr ""
+"অবিকল্পিত ফাইলনাম আৰু ফাইল ক'ত সংৰক্ষণ হৈছে পৰিবৰ্তন কৰিবলৈ, প্ৰিন্টাৰ "
+"নিৰ্বাচনৰ "
+"তলত ফাইলনাম বাছক। আপোনাৰ নিৰ্বাচন কৰা সম্পূৰ্ণ হলে <gui style=\"button\">"
+"বাছক</"
+"gui> ক্লিক কৰক।"
 
 #: C/printing-to-file.page:45(item/p)
 msgid ""
@@ -17705,6 +18039,11 @@ msgid ""
 "that you have been working on, but you may wish to keep these items private. "
 "To turn off the file history tracking features of your desktop:"
 msgstr ""
+"শেহতীয়াভাৱে-ব্যৱহৃত ফাইল আৰু ফোল্ডাৰসমূহ অনুকৰণ কৰিলে আপুনি কাম কৰি থকা "
+"বস্তুবোৰ "
+"সন্ধান কৰোতে সহজ হয়, কিন্তু আপুনি এই বস্তুবোৰ গোপন থোৱাটো বিচাৰিব পাৰে। "
+"আপোনাৰ ডেস্কটপৰ "
+"ফাইলৰ ইতিহাস অনুকৰণ বৈশিষ্ট্য বন্ধ কৰিবলৈ:"
 
 #: C/privacy-history-recent-off.page:28(item/p)
 msgid "Click your name on the top bar."
@@ -17814,6 +18153,12 @@ msgid ""
 "You can manually empty your trash and clear your temporary files, but you "
 "can also set your computer to automatically do this for you."
 msgstr ""
+"আপোনাৰ আবৰ্জনা আৰু অস্থায়ী ফাইলসমূহ পৰিষ্কাৰ কৰিলে আপোনাৰ কমপিউটাৰৰ পৰা "
+"অপ্ৰয়োজনীয় ফাইলসমূহ আতৰ হয়, আৰু আপোনাৰ হাৰ্ড ড্ৰাইভত অধিক স্থান মুক্ত হয়। "
+"আপুনি আপোনাৰ আবৰ্জনা হস্তচালিতভাৱে খালি কৰি আপোনাৰ অস্থায়ী ফাইলসমূহ পৰিষ্কাৰ "
+"কৰিব পাৰিব, কিন্তু আপুনি আপোনাৰ কমপিউটাৰক আপোনাৰ বাবে ইয়াক স্বচালিতভাৱে "
+"কৰিবলৈ "
+"সংহতি কৰিব পাৰিব।"
 
 #: C/privacy-purge.page:28(steps/title)
 msgid ""
@@ -17966,6 +18311,13 @@ msgid ""
 "need to select a window or otherwise set up your desktop for the screenshot. "
 "Then choose any effects you want."
 msgstr ""
+"<app>স্ক্ৰিশ্বট লওক</app> উইন্ডোত, সম্পূৰ্ণ পৰ্দা গ্ৰেব কৰিব, বৰ্তমান উইন্ডো "
+"গ্ৰেব কৰিব, "
+"নে পৰ্দাৰ এটা অংশ গ্ৰেব কৰিব বাছক। এটা বিলম্ব সংহতি কৰক যদি আপুনি এটা উইন্ডো "
+"নিৰ্বাচন কৰিব "
+"খোজে অথবা স্ক্ৰিনশ্বটৰ বাবে এটা ডেস্কটপ সংস্থাপন কৰক। তাৰ পিছত আপুনি খোজা "
+"যিকোনো "
+"প্ৰভাৱ বাছক।"
 
 #: C/screen-shot-record.page:51(item/p)
 msgid "Click <gui>Take Screenshot</gui>."
@@ -17995,6 +18347,11 @@ msgid ""
 "paste the image in the other application, or drag the screenshot thumbnail "
 "to the application."
 msgstr ""
+"বিকল্পভাৱে, স্ক্ৰিনশ্বটক প্ৰথমতে সংৰক্ষণ নকৰি এটা ছবি-সম্পাদন কৰা এপ্লিকেচনত "
+"প্ৰত্যক্ষভাৱে "
+"ইমপৰ্ট কৰক। <gui>ক্লিপবৰ্ডলৈ কপি কৰক</gui> ক্লিক কৰক তাৰ পিছত ছবিক অন্য "
+"এপ্লিকেচনত "
+"পেইস্ট কৰক, অথবা স্ক্ৰিনশ্বট থাম্বনেইলক এপ্লিকেচনত ড্ৰেগ কৰক।"
 
 #: C/screen-shot-record.page:66(note/title)
 msgid "Keyboard shortcuts"
@@ -18035,6 +18392,11 @@ msgid ""
 "Pictures folder with a file name that begins with \"Screenshot\" and "
 "includes the date and time it was taken."
 msgstr ""
+"যেতিয়া আপুনি এটা কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰে, ছবি স্বচালিতভাৱে আপোনাৰ ছবিসমূহ "
+"ফোল্ডাৰত "
+"সংৰক্ষণ হয়, \"Screenshot\" নামৰে আৰম্ভ হোৱা এটা ফাইল নামৰ সৈতে আৰু ই ছবি "
+"লোৱাৰ "
+"তাৰিখ আৰু সময় অন্তৰ্ভুক্ত কৰে।"
 
 #: C/screen-shot-record.page:79(note/p)
 msgid ""
@@ -18214,6 +18576,11 @@ msgid ""
 "with a password. If you want to try again, select the <gui>Cancel</gui> "
 "button and return to the previous step."
 msgstr ""
+"ফিংগাৰপ্ৰিন্ট বুটাম এটা হাতৰ ছবিৰ সৈতে লেবেল থাকে। যদি টাইমাৰৰ সময় শেষ হয়, "
+"বুটাম অদৃশ্য হব "
+"আৰু আপুনি কেৱল এটা পাছৱাৰ্ডৰ সৈতে লগিন কৰিব পাৰিব। যদি আপুনি পুনৰ চেষ্টা কৰিব "
+"খোজে, "
+"<gui>বাতিল কৰক</gui> বুটাম বাছক আৰু পূৰ্বৱৰ্তী স্তৰত উভতি যাওক।"
 
 #: C/session-fingerprint.page:92(item/p)
 msgid ""
@@ -18582,6 +18949,11 @@ msgid ""
 "with a desktop viewing application. Configure <gui>Screen Sharing</gui> to "
 "allow others to access your desktop and set the security preferences."
 msgstr ""
+"আপুনি অন্য মানুহক এটা ডেস্কটপ দৰ্শন কৰা এপ্লিকেচনৰ সৈতে অন্য কমপিউটাৰৰ পৰা "
+"আপোনাৰ "
+"ডেস্কটপ দৰ্শন আৰু নিয়ন্ত্ৰণ কৰাব পাৰে। অন্য আপোনাৰ ডেস্কটপ অভিগম কৰাৰ অনুমতি "
+"আৰু সুৰক্ষা "
+"পছন্দসমূহ সংহতি কৰিবলৈ <gui>পৰ্দা অংশীদাৰী</gui> সংৰূপণ কৰক।"
 
 #: C/sharing-desktop.page:30(note/p)
 msgid ""
@@ -18619,6 +18991,12 @@ msgid ""
 "applications, and browse files on your computer, depending on the security "
 "settings which you are currently using."
 msgstr ""
+"অন্য মানুহক আপোনাৰ ডেস্কটপৰ সৈতে ভাৱ  বিনিময় কৰাৰ অনুমতি দিবলে, <gui>দূৰৱৰ্তী "
+"নিয়ন্ত্ৰণ</gui> "
+"অন কৰক। ই অন্য মানুহক আপোনাৰ মাউছ লৰোৱাৰ, এপ্লিকেচনসমূহ চলোৱাৰ, আপোনাৰ "
+"কমপিউটাৰত ফাইলসমূহ "
+"ব্ৰাউছ কৰাৰ অনুমতি দিব, আপুনি বৰ্তমানে ব্যৱহাৰ কৰা সুৰক্ষা সংহতিসমূহৰ ওপৰত "
+"নিৰ্ভৰ কৰি।"
 
 #: C/sharing-desktop.page:67(note/p)
 msgid ""
@@ -18914,6 +19292,9 @@ msgid ""
 "key><key>F2</key></keyseq> and type 'rhythmbox' (without the single-quotes). "
 "The name of the app is the command to launch the program."
 msgstr ""
+"উদাহৰণস্বৰূপ, <app>Rhythmbox</app> আৰম্ভ কৰিবলৈ, <keyseq><key>Alt</"
+"key><key>F2</key></keyseq> টিপক আৰু 'rhythmbox' টাইপ কৰক (কৌট নহোৱাকৈ)। "
+"এপৰ নামেই হল প্ৰগ্ৰাম আৰম্ভ কৰিবলৈ ব্যৱহৃত কমান্ড।"
 
 #: C/shell-exit.page:13(info/desc)
 msgid ""
@@ -18967,6 +19348,9 @@ msgid ""
 "The <gui>Log Out</gui> and <gui>Switch User</gui> entries only appear in the "
 "menu if you have more than one user account on your system."
 msgstr ""
+"<gui>লগ আউট কৰক</gui> আৰু <gui>ব্যৱহাৰকাৰী পৰিবৰ্তন কৰক</gui> প্ৰৱিষ্টিসমূহ "
+"মেনুত তেতিয়াহে "
+"উপস্থিত হয় যেতিয়া আপোনাৰ চিস্টেমত এটাৰ অধিক ব্যৱহাৰকাৰী একাওন্ট থাকে।"
 
 #: C/shell-exit.page:61(note/p)
 msgid ""
@@ -19028,6 +19412,11 @@ msgid ""
 "down the <key>Alt</key> key. The <gui>Power Off</gui> option will change to "
 "<gui>Suspend</gui>. Select <gui>Suspend</gui>."
 msgstr ""
+"আপোনাৰ কমপিউটাৰক হস্তচালিতভাৱে স্থগিত কৰিবলৈ, ওপৰ বাৰত আপোনাৰ নামত ক্লিক কৰক "
+"আৰু "
+"<key>Alt</key> কি ধৰি থওক। <gui>বন্ধ কৰক</gui> বিকল্প <gui>স্থগিত কৰক</gui> "
+"লৈ "
+"পৰিবৰ্তন হব। <gui>স্থগিত কৰক</gui> বাছক।"
 
 #: C/shell-exit.page:108(section/title)
 msgid "Power off or restart"
@@ -19039,6 +19428,12 @@ msgid ""
 "your name on the top bar and select <gui>Power Off</gui>. A dialog will open "
 "offering you to either <gui>Restart</gui> or <gui>Power Off</gui>."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰক সম্পূৰ্ণভাৱে বন্ধ কৰিব খোজে, অথবা এটা সম্পূৰ্ণ "
+"পুনাৰম্ভ কৰিব খোজে, "
+"ওপৰ বাৰত আপোনাৰ নামত ক্লিক কৰক আৰু <gui>বন্ধ কৰক</gui> বাছক। এটা ডাইলগ "
+"উপস্থিত হব য'ত "
+"আপোনাক <gui>পুনাৰম্ভ কৰক</gui> অথবা <gui>বন্ধ কৰক</gui> কৰাৰ বিকল্প প্ৰদান "
+"কৰা হব।"
 
 #: C/shell-exit.page:114(section/p)
 msgid ""
@@ -19046,6 +19441,11 @@ msgid ""
 "restart the computer, because this will end their sessions. If you are an "
 "administrative user, you may be asked for your password to power off."
 msgstr ""
+"যদি অন্য ব্যৱহাৰকাৰী লগ্গড্ ইন থাকে, আপোনাক কমপিউটাৰ বন্ধ কৰাৰ অথবা পুনাৰম্ভ "
+"কৰাৰ "
+"অনুমতি নাথাকিব, কিয়নো ইয়াৰ বাবে তেওঁলোকৰ অধিবেশন শেষ হৈ যাব। যদি আপুনি এজন "
+"প্ৰশাসনীয় "
+"ব্যৱহাৰকাৰী, আপোনাক বন্ধ কৰিবলৈ এটা পাছৱাৰ্ড খোজা হব।"
 
 #: C/shell-exit.page:120(note/p)
 msgid ""
@@ -19054,6 +19454,12 @@ msgid ""
 "powered off computer also uses <link xref=\"power-batterylife\">less energy</"
 "link> than one which is suspended."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰ বন্ধ কৰিব খোজিব পাৰে যদি আপুনি ইয়াক স্থানান্তৰ কৰিব "
+"খোজে আৰু আপোনাৰ "
+"ওচৰত এটা বেটাৰি নাই, যদি আপোনাৰ বেটাৰি কম আছে অথবা ভালকৈ চাৰ্জ নহয়। এটা বন্ধ "
+"কমপিউটাৰে "
+"স্থগিত কমপিউটাৰতকৈ <link xref=\"power-batterylife\">কম শক্তি</link> ব্যৱহাৰ "
+"কৰে।"
 
 #. This is a reference to an external file such as an image or video. When
 #. the file changes, the md5 hash will change to let you know you need to
@@ -19257,6 +19663,11 @@ msgid ""
 "in a running application, or to open a new window. You can also click the "
 "icon while holding down <key>Ctrl</key> to open a new window."
 msgstr ""
+"আইকনত ৰাইট-ক্লিক কৰিলে এটা মেনু প্ৰদৰ্শন হয় যি এটা চলি থকা এপ্লিকেচনত যিকোনো "
+"উইন্ডো "
+"পিক কৰাৰ অনুমতি দিয়ে, অথবা এটা নতুন উইন্ডো খোলাৰ অনুমতি দিয়ে। আপুনি এটা নতুন "
+"উইন্ডো "
+"খোলিবলৈ <key>Ctrl</key> ধৰি থৈ আইকনত ক্লিক কৰিব পাৰে।"
 
 #: C/shell-introduction.page:108(section/p)
 msgid ""
@@ -19334,6 +19745,9 @@ msgid ""
 "your status for your contacts to see in instant messaging applications such "
 "as <app>Empathy</app>."
 msgstr ""
+"আপুনি মেনুৰ পৰা আপোনাৰ উপলব্ধতা প্ৰত্যক্ষভাৱে সংহতি কৰিব পাৰিব। ই তৎক্ষনাত "
+"বাৰ্তা এপ্লিকেচনসমূহ "
+"যেনে <app>Empathy</app> ত আপোনাৰ পৰিচয়সমূহৰ বাবে আপোনাৰ অৱস্থা সংহতি কৰিব।"
 
 #: C/shell-introduction.page:204(section/p)
 msgid ""


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]