[gnome-user-docs/gnome-3-8] Assamese translation updated



commit 37c33b6d743d488da079f90c540dff76849a1286
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Mon Dec 9 19:01:59 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  187 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 185 insertions(+), 2 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index c6c9935..b7e0469 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -3,7 +3,7 @@ msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-12-09 15:10+0630\n"
+"PO-Revision-Date: 2013-12-09 19:00+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -17996,6 +17996,9 @@ msgid ""
 "A red circle is displayed in the bottom right corner of the screen when the "
 "recording is in progress. This indicator does not show up in the video."
 msgstr ""
+"ৰেকৰ্ডিং চলি থাকোতে এটা ৰঙা বৃত্ত পৰ্দাৰ তলৰ সোঁ চুকত প্ৰদৰ্শিত হয়। এই চিহ্নক "
+"ভিডিঅ'ত "
+"দেখা পোৱা নাযায়।"
 
 #: C/screen-shot-record.page:98(item/p)
 msgid ""
@@ -18011,6 +18014,9 @@ msgid ""
 "The video is automatically saved in your Videos folder with a file name that "
 "starts with \"Screencast\" and includes the date and time it was taken."
 msgstr ""
+"এই ভিডিঅ' স্বচালিতভাৱে \"Screencast\" ৰ আৰম্ভ হোৱা এটা ফাইল নামৰ সৈতে আপোনাৰ "
+"ভিডিঅ'সমূহ "
+"ফোল্ডাৰত সংৰক্ষিত হয় আৰু ইয়াৰ লোৱাৰ তাৰিখ আৰু সময় অন্তৰ্ভুক্ত কৰে।"
 
 #: C/session-fingerprint.page:8(info/desc)
 msgid "You can log in to your system using a supported fingerprint scanner."
@@ -18028,6 +18034,11 @@ msgid ""
 "fingerprint and use it to log in. You must have administrative privileges to "
 "perform these steps."
 msgstr ""
+"যদি আপোনাৰ চিস্টেমৰ এটা সমৰ্থিত ফিংগাৰপ্ৰিন্ট স্কেনাৰ আছে, আপুনি আপোনাৰ "
+"ফিংগাৰপ্ৰিন্ট "
+"ৰেকৰ্ড কৰিব পাৰিব আৰু ইয়াক লগ ইন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ এই "
+"স্তৰসমূহ "
+"পৰিৱেশন কৰিবলৈ প্ৰশাসনীয় অধিকাৰ লাগিব।"
 
 #: C/session-fingerprint.page:28(page/p)
 msgid "First, record a fingerprint the system can use to identify you."
@@ -18041,18 +18052,28 @@ msgid ""
 "fingerprint. If this happens, moisten your finger slightly, dry it with a "
 "clean, lint-free cloth, and retry."
 msgstr ""
+"যদি আপোনাৰ আঙুলি খুবেই শুকান, আপোনাৰ ফিংগাৰপ্ৰিন্ট ৰেজিস্টাৰ কৰোতে অসুবিধা "
+"হব পাৰে। যদি এনেকুৱা হয়, আপোনাৰ আঙুলিক অলপ তিয়াই, ইয়াক এটা পৰিষ্কাৰ, "
+"লিন্ট-মুক্ত কাপোৰ "
+"দি পৰিষ্কাৰ কৰক, আৰু পুনৰ চেষ্টা কৰক।"
 
 #: C/session-fingerprint.page:36(item/p)
 msgid ""
 "Click your name on the top bar, then click the picture next to your name to "
 "open the <gui>User Accounts</gui> window."
 msgstr ""
+"ওপৰ বাৰত আপোনাৰ নাম ক্লিক কৰক, তাৰ পিছত <gui>ব্যৱহাৰকাৰী একাওন্টসমূহ</gui> "
+"উইন্ডো "
+"খোলিবলৈ আপোনাৰ নামৰ কাষত থকা ছবিক ক্লিক কৰক।"
 
 #: C/session-fingerprint.page:40(item/p)
 msgid ""
 "Unlock your account using the <gui>Unlock</gui> button in the top-right "
 "corner of the <gui>User Accounts</gui> tool."
 msgstr ""
+"<gui>ব্যৱহাৰকাৰী একাওন্টসমূহ</gui> সঁজুলিৰ ওপৰ-সোঁ চুকত <gui>আনলক কৰক</gui> "
+"বুটাম ব্যৱহাৰ কৰি "
+"আপোনাৰ একাওন্ট আনলক কৰক।"
 
 #: C/session-fingerprint.page:44(item/p)
 msgid "Enter your password at the prompt."
@@ -18069,6 +18090,9 @@ msgid ""
 "your right index finger, your left index finger, or a different finger. Then "
 "select <gui>Forward</gui>."
 msgstr ""
+"আপুনি ৰেজিস্টাৰ কৰিব খোজা ফিংগাৰপ্ৰিন্টৰ বাবে এটা বিকল্প বাছক। আপুনি আপোনাৰ "
+"সোঁ হাতৰ প্ৰথমা, আপোনাৰ বাঁও হাতৰ প্ৰথমা, অথবা এটা ভিন্ন আঙুলি বাছিব পাৰে। "
+"তাৰ পিছত <gui>আগবাঢ়ক</gui> বাছক।"
 
 #: C/session-fingerprint.page:55(item/p)
 msgid ""
@@ -18084,24 +18108,33 @@ msgid ""
 "Select <gui>Forward</gui>. You will see a confirmation message that your "
 "fingerprint was saved successfully. Select <gui>Close</gui> to finish."
 msgstr ""
+"<gui>আগবাঢ়ক</gui> বাছক। আপোনাৰ ফিংগাৰপ্ৰিন্ট সফলভাৱে সংৰক্ষণ হোৱাৰ এটা "
+"নিশ্চিতকৰণ "
+"বাৰ্তা চাব পাব। সম্পূৰ্ণ কৰিবলৈ <gui>বন্ধ কৰক</gui> বাছক।"
 
 #: C/session-fingerprint.page:66(page/p)
 msgid ""
 "Now check that your new fingerprint login works. If you register a "
 "fingerprint, you still have the option to log in with your password."
 msgstr ""
+"এতিয়া আপোনাৰ নতুন ফিংগাৰপ্ৰিন্ট লগিন কাম কৰিছে নে নিৰীক্ষণ কৰক। যদি আপুনি "
+"এটা ফিংগাৰপ্ৰিন্ট ৰেজিস্টাৰ কৰে, আপোনাৰ তথাপিও আপোনাৰ পাছৱাৰ্ডৰ সৈতে লগিন "
+"কৰাৰ "
+"বিকল্প থাকিব।"
 
 #: C/session-fingerprint.page:78(item/p)
 msgid ""
 "At the login screen, select your name from the list. The password entry form "
 "will appear."
 msgstr ""
+"লগিন পৰ্দাত, তালিকাৰ পৰা আপোনাৰ নাম বাছক। পাছৱাৰ্ড প্ৰৱিষ্টি ফৰ্ম উপস্থিত হব।"
 
 #: C/session-fingerprint.page:82(item/p)
 msgid ""
 "Within 30 seconds, select the fingerprint button above and to the right of "
 "your name."
 msgstr ""
+"৩০ ছেকেণ্ডৰ ভিতৰত, ওপৰত আৰু আপোনাৰ নামৰ সোঁফালে ফিংগাৰপ্ৰিন্ট বুটাম বাছক।"
 
 #: C/session-fingerprint.page:85(note/p)
 msgid ""
@@ -18116,12 +18149,17 @@ msgid ""
 "Swipe the finger you registered at a <em>moderate</em> speed over your "
 "fingerprint scanner. You will be logged in."
 msgstr ""
+"এটা <em>ধিৰ</em> গতিত আপোনাৰ ফিংগাৰপ্ৰিন্ট স্কেনাৰৰ ওপৰত আপোনাৰ ফিংগাৰ "
+"মচক। আপুনি লগিন হব।"
 
 #: C/session-fingerprint.page:96(page/p)
 msgid ""
 "If you previously created a login keyring, it is secured by your password. "
 "To unlock it, enter your password."
 msgstr ""
+"যদি আপুনি আগতে এটা লগিন কি'ৰিং সৃষ্টি কৰিছে, ই আপোনাৰ পাছৱাৰ্ড দ্বাৰা "
+"সুৰক্ষিত হয়। ইয়াক "
+"আনলক কৰিবলে, আপোনাৰ পাছৱাৰ্ড সুমুৱাওক।"
 
 #: C/session-formats.page:21(info/desc)
 msgid ""
@@ -18137,6 +18175,8 @@ msgid ""
 "You can control the formats that are used for dates, times, numbers, "
 "currency, and measurement to match the local customs of your region."
 msgstr ""
+"আপোনাৰ অঞ্চলৰ স্থানীয় স্বনিৰ্বাচনসমূহ মিল খোৱাবলৈ আপুনি তাৰিখ, সময়, সংখ্যা, "
+"টকা, আৰু মেপৰ বাবে ব্যৱহৃত বিন্যাসসমূহ নিয়ন্ত্ৰণ কৰিব পাৰিব।"
 
 #: C/session-formats.page:35(item/p)
 msgid "Open <gui>Region &amp; Language</gui> and click <gui>Formats</gui>."
@@ -18156,6 +18196,11 @@ msgid ""
 "changes to take effect</gui> by clicking <gui style=\"button\">Restart Now</"
 "gui>, or click <gui style=\"button\">X</gui> to restart later."
 msgstr ""
+"<gui>এই পৰিবৰ্তনসমূহ প্ৰভাৱশালী হবলৈ আপোনাৰ অধিবেশন পুনাৰম্ভ কৰিব লাগিব</gui> "
+"প্ৰমপ্টলৈ প্ৰতিক্ৰিয়া কৰক, "
+"<gui style=\"button\">এতিয়া পুনাৰম্ভ কৰক</gui> ক্লিক কৰি, অথবা পিছত পুনাৰম্ভ "
+"কৰিবলৈ <gui style=\"button\">X</gui> "
+"ক্লিক কৰক।"
 
 #: C/session-formats.page:47(page/p)
 msgid ""
@@ -18196,6 +18241,8 @@ msgid ""
 "You can use your desktop and applications in any of dozens of languages, "
 "provided you have the proper language packs installed on your computer."
 msgstr ""
+"আপুনি আপোনাৰ ডেস্কটপ আৰু এপ্লিকেচনক কেইবাটাও ভাষাত ব্যৱহাৰ কৰিব পাৰিব, কিন্তু "
+"ইয়াৰ বাবে আপোনাৰ কমপিউটাৰত সঠিক ভাষা পেকসমূহ ইনস্টল থাকিব লাগিব।"
 
 #: C/session-language.page:45(item/p) C/session-language.page:77(item/p)
 msgid ""
@@ -18232,6 +18279,11 @@ msgid ""
 "log in. You can also change the <em>system language</em>, the language used "
 "in places like the login screen."
 msgstr ""
+"যেতিয়া আপুনি আপোনাৰ ভাষা পৰিবৰ্তন কৰে, আপুনি ইয়াক আপোনাৰ লগিনৰ পিছত আপোনাৰ "
+"একাওন্টৰ বাবে "
+"পৰিবৰ্তন কৰে। আপুনি <em>চিস্টেম ভাষা</em> ও পৰিবৰ্তন কৰিব পাৰিব, লগিন পৰ্দাৰ "
+"নিচিনা ঠাইত "
+"ব্যৱহৃত ভাষা।"
 
 #: C/session-language.page:79(item/p)
 msgid "Select the <gui style=\"button\">Login Screen</gui> button."
@@ -18243,6 +18295,8 @@ msgid ""
 "required. Enter your password, or the password for the requested "
 "administrator account."
 msgstr ""
+"<link xref=\"user-admin-explain\">প্ৰশাসনীয় সুবিধাসমূহ</link> প্ৰয়োজনীয়। "
+"আপোনাৰ পাছৱাৰ্ড সুমুৱাওক, অথবা অনুৰোধ কৰা প্ৰশাসনীয় একাওন্টৰ বাবে পাছৱাৰ্ড।"
 
 #: C/session-screenlocks.page:10(info/desc)
 msgid ""
@@ -18282,12 +18336,18 @@ msgid ""
 "If <gui>Automatic Screen Lock</gui> is on, you can change the value in the "
 "<gui>Lock Screen After Blank For</gui> drop-down list."
 msgstr ""
+"যদি <gui>স্বচালিত পৰ্দা লক</gui> অন থাকে, আপুনি <gui>চিহ্নিত সময় ৰিক্ত থকাৰ "
+"পিছত পৰ্দা লক কৰিব</gui> "
+"ড্ৰপ-ডাউন তালিকাত মান পৰিবৰ্তন কৰিব পাৰিব।"
 
 #: C/session-screenlocks.page:43(note/p)
 msgid ""
 "If you don't ever want the screen to lock itself automatically, switch "
 "<gui>Automatic Screen Lock</gui> off."
 msgstr ""
+"যদি আপুনি পৰ্দাক কেতিয়াও নিজস্বভাৱে লক হোৱা নিবিচাৰে, <gui>স্বচালিত পৰ্দা লক<"
+"/gui> "
+"বন্ধ কৰক।"
 
 #: C/settings-sharing.page:8(info/desc)
 msgid ""
@@ -18308,6 +18368,9 @@ msgid ""
 "The <em>Sharing Settings</em> in GNOME help you control what is shared over "
 "the local network, or through other technologies such as <em>Bluetooth</em>."
 msgstr ""
+"GNOME ত <em>অংশীদাৰী সংহতিসমূহ</em> এ আপোনাক স্থানীয় নেটৱাৰ্ক, অথবা অন্য "
+"প্ৰযুক্তি যেনে "
+"<em>ব্লুটুথ</em> দ্বাৰা অংশীদাৰী কৰা বস্তুবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।"
 
 #: C/sharing.page:8(info/desc)
 msgid ""
@@ -18345,6 +18408,9 @@ msgid ""
 "A Bluetooth device is <em>trusted</em> if you have <em>paired</em>, or "
 "connected your computer to it. See <link xref=\"bluetooth-connect-device\"/>."
 msgstr ""
+"এটা ব্লুটুথ ডিভাইচ <em>ভৰষাবান</em> যদি আপুনি ইয়াৰ সৈতে আপোনাৰ কমপিউটাৰ "
+"<em>যোৰ</em> অথবা সংযুক্ত কৰিছে। <link xref=\"bluetooth-connect-device\"/> "
+"চাওক।"
 
 #: C/sharing-bluetooth.page:34(steps/title)
 msgid "Share your <file>Public</file> folder over Bluetooth"
@@ -18373,6 +18439,9 @@ msgid ""
 "If you only want to allow trusted devices to access your <file>Public</file> "
 "folder, switch <gui>Only share with Trusted Devices</gui> to <gui>ON</gui>."
 msgstr ""
+"যদি আপুনি কেৱল ভৰষাবান ডিভাইচসমূহক আপোনাৰ <file>ৰাজহুৱা</file> ফোল্ডাৰত অভিগম "
+"অনুমতি দিব খোজে, "
+"<gui>কেৱল ভৰষাবান ডিভাইচসমূহৰ সৈতে অংশীদাৰী কৰক</gui> ক <gui>অন</gui> কৰক।"
 
 #: C/sharing-bluetooth.page:57(note/p) C/sharing-bluetooth.page:94(note/p)
 msgid ""
@@ -18380,12 +18449,20 @@ msgid ""
 "prevent access to your shared files by anyone with a Bluetooth-enabled cell "
 "phone or similar device nearby."
 msgstr ""
+"এই বিকল্প অবিকল্পিতভাৱে অসামৰ্থবান কৰা থাকে। আপুনি ইয়াক সামৰ্থবান কৰিব লাগে "
+"যদি আপুনি "
+"আপোনাৰ অংশীদাৰী কৰা ফাইলসমূহলৈ অন্য ব্যক্তি দ্বাৰা এটা ব্লুটুথ-সামৰ্থবান চেল "
+"ফোন অথবা সদৃশ ডিভাইচৰ "
+"সৈতে অভিগম প্ৰতিৰোধ কৰিব বিচাৰে।"
 
 #: C/sharing-bluetooth.page:64(item/p)
 msgid ""
 "Click <gui style=\"button\">Close</gui>. Bluetooth-enabled devices will now "
 "be able to access files in your <file>Public</file> folder."
 msgstr ""
+"<gui style=\"button\">বন্ধ কৰক</gui> ক্লিক কৰক। ব্লুটুথ-সামৰ্থবান ডিবাইচসমূহে "
+"এতিয়া আপোনাৰ "
+"<file>ৰাজহুৱা</file> ফোল্ডাৰত ফাইলসমূহ অভিগম কৰিব পাৰিব।"
 
 #: C/sharing-bluetooth.page:70(steps/title)
 msgid "Allow files to be shared into your <file>Downloads</file> folder"
@@ -18405,16 +18482,24 @@ msgid ""
 "file> folder, switch <gui>Only Receive From Trusted Devices</gui> to "
 "<gui>ON</gui>."
 msgstr ""
+"আপুনি যদি কেৱল ভৰষাবান ডিভাইচক আপোনাৰ <file>ডাউনল'ডসমূহ</file> ফোল্ডাৰ অভিগমৰ "
+"অনুমতি দিব "
+"বিচাৰে, <gui>কেৱল ভৰষাবান ডিভাইচসমূহৰ পৰা গ্ৰহণ কৰক</gui> ক <gui>ON</gui> কৰক।"
 
 #: C/sharing-bluetooth.page:101(item/p)
 msgid ""
 "Click <gui style=\"button\">Close</gui>. Bluetooth-enabled devices will now "
 "be able to send files to your <file>Downloads</file> folder."
 msgstr ""
+"<gui style=\"button\">বন্ধ কৰক</gui> ক্লিক কৰক। ব্লুটুথ-সামৰ্থবান ডিভাইচসমূহে "
+"এতিয়া আপোনাৰ "
+"<file>ডাউনল'ডসমূহ</file> ফোল্ডাৰলৈ ফাইলসমূহ পঠাব পাৰিব।"
 
 #: C/sharing-desktop.page:19(info/desc)
 msgid "Let other people view and interact with your desktop using VNC."
 msgstr ""
+"অন্য মানুহক VNC ব্যৱহাৰ কৰি আপোনাৰ ডেস্কটপক দৰ্শন আৰু ভাৱবিনিময় কৰাৰ অনুমতি "
+"দিয়ক।"
 
 #: C/sharing-desktop.page:23(page/title)
 msgid "Share your desktop"
@@ -18432,6 +18517,9 @@ msgid ""
 "You must have the <app>Vino</app> package installed for <gui>Screen Sharing</"
 "gui> to be visible."
 msgstr ""
+"<gui>পৰ্দা অংশীদাৰী</gui> দৃশ্যমান হবলৈ আপোনাৰ <app>Vino</app> পেকেইজ ইনস্টল "
+"থাকিব "
+"লাগিব।"
 
 #: C/sharing-desktop.page:35(when/p)
 msgid "<link action=\"install:vino\" style=\"button\">Install Vino</link>"
@@ -18447,6 +18535,11 @@ msgid ""
 "gui>. This means that other people will be able to attempt to connect to "
 "your computer and view what's on your screen."
 msgstr ""
+"আপোনাৰ ডেস্কটপ অন্য মানুহে দৰ্শন কৰাৰ অনুমতি দিবলে, <gui>দূৰৱৰ্তী দৰ্শন</gui> "
+"ক "
+"<gui>অন</gui> কৰক। ইয়াৰ অৰ্থ এয়া যে অন্য মানুহে আপোনাৰ কমপিউটাৰৰ সৈতে সংযোগ "
+"কৰাৰ "
+"চেষ্টা কৰিব পাৰিব আৰু আপোনাৰ পৰ্দাৰ সমল দৰ্শন কৰিব পাৰিব।"
 
 #: C/sharing-desktop.page:60(item/p)
 msgid ""
@@ -18470,6 +18563,8 @@ msgid ""
 "It is important that you consider the full extent of what each security "
 "option means before changing it."
 msgstr ""
+"আপুনি কোনো সুৰক্ষা বিকল্প পৰিবৰ্তন কৰাৰ আগত তাৰ সম্পূৰ্ণ অৰ্থ জনাটো "
+"গুৰুত্বপূৰ্ণ।"
 
 #: C/sharing-desktop.page:81(item/title)
 msgid "Approve All Connections"
@@ -18497,6 +18592,9 @@ msgid ""
 "switch <gui>Require Password</gui> to <gui>ON</gui>. If you do not use this "
 "option, anyone can attempt to view your desktop."
 msgstr ""
+"আপোনাৰ ডেস্কটপৰ সৈতে সংযোগ কৰোতে অন্য মানুহৰ এটা পাছৱাৰ্ডৰ প্ৰয়োজন কৰাবলৈ, "
+"<gui>পাছৱাৰ্ডৰ প্ৰয়োজন</gui> ক <gui>অন</gui> কৰক। যদি আপুনি এই বিকল্প "
+"ব্যৱহাৰ নকৰে, যিকোনো মানুহে আপোনাৰ ডেস্কটপ চোৱাৰ চেষ্টা কৰিব পাৰে।"
 
 #: C/sharing-desktop.page:96(note/p)
 msgid ""
@@ -18559,6 +18657,9 @@ msgid ""
 "Click <gui style=\"button\">Close</gui>. You will now be able to browse or "
 "play media in the folders you selected using the external device."
 msgstr ""
+"<gui style=\"button\">বন্ধ কৰক</gui> ক্লিক কৰক। আপুনি এতিয়া বহিৰ্তম ডিভাইচ "
+"ব্যৱহাৰ কৰি "
+"আপুনি নিৰ্বাচন কৰা ফোল্ডাৰসমূহত মিডিয়া ব্ৰাউছ অথবা প্লে কৰিব পাৰিব।"
 
 #: C/shell-apps-favorites.page:11(info/desc)
 msgid "Add (or remove) frequently-used program icons on the dash."
@@ -18582,6 +18683,9 @@ msgid ""
 "Open the <link xref=\"shell-terminology\">Activities overview</link> by "
 "clicking <gui>Activities</gui> at the top left of the screen"
 msgstr ""
+"পৰ্দাৰ ওপৰ বাঁওফালে <gui>কাৰ্য্যসমূহ</gui> ত ক্লিক কৰি <link "
+"xref=\"shell-terminology\"> "
+"কাৰ্য্যসমূহ অভাৰভিউ</link> খোলক।"
 
 #: C/shell-apps-favorites.page:40(item/p)
 msgid ""
@@ -18589,6 +18693,9 @@ msgid ""
 "link> at the top left of the screen and choose the <gui>Activities Overview</"
 "gui> item from the menu."
 msgstr ""
+"পৰ্দাৰ ওপৰ বাওঁফালে <link xref=\"shell-terminology\"><gui>এপ্লিকেচনসমূহ</gui> "
+"মেনু</link> "
+"ক্লিক কৰক আৰু মেনুৰ পৰা <gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> বাছক।"
 
 #: C/shell-apps-favorites.page:44(item/p)
 msgid ""
@@ -18610,12 +18717,17 @@ msgid ""
 "To remove an application icon from the dash, right-click the application "
 "icon and select <gui>Remove from Favorites</gui>."
 msgstr ""
+"ডেশৰ পৰা এটা এপ্লিকেচনক আতৰাবলৈ, এপ্লিকেচন আইকনত ৰাইট-ক্লিক কৰক আৰু "
+"<gui>পছন্দৰ পৰা আতৰাওক</gui> বাছক।"
 
 #: C/shell-apps-favorites.page:55(note/p)
 msgid ""
 "Favorite applications also appear in the <gui>Favorites</gui> section of the "
 "<link xref=\"shell-terminology\"><gui>Applications</gui> menu</link>."
 msgstr ""
+"পছন্দৰ এপ্লিকেচনসমূহ <link xref=\"shell-terminology\"><gui>এপ্লিকেচনসমূহ</gui>"
+" মেনু</link> "
+"ৰ <gui>পছন্দসমূহ</gui> অংশত উপস্থিত হয়।"
 
 #: C/shell-apps-open.page:11(info/desc)
 msgid "Launch apps from the activities overview."
@@ -18644,6 +18756,11 @@ msgid ""
 "can use the <gui>activities overview</gui> by pressing the <key xref="
 "\"keyboard-key-super\">Super</key> key."
 msgstr ""
+"আপুনি পৰ্দাৰ ওপৰ বাওঁফালত <link xref=\"shell-terminology\"><gui>"
+"এপ্লিকেচনসমূহ</gui> মেনু</link> "
+"ৰ পৰা এপ্লিকেচনসমূহ আৰম্ভ কৰিব পাৰিব, অথবা আপুনি <key "
+"xref=\"keyboard-key-super\">Super</key> টিপি "
+"<gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> ও ব্যৱহাৰ কৰিব পাৰিব।"
 
 #: C/shell-apps-open.page:50(page/p)
 msgid ""
@@ -18659,6 +18776,11 @@ msgid ""
 "this doesn't happen, click the search bar at the top of the screen and start "
 "typing.) Click the application's icon to start it."
 msgstr ""
+"এটা এপ্লিকেচনৰ নাম টাইপ কৰা আৰম্ভ কৰক - সন্ধান তৎক্ষনাত আৰম্ভ হয়। (যদি "
+"এনেকুৱা নহয়, "
+"পৰ্দাৰ ওপৰত সন্ধান বাৰত ক্লিক কৰক আৰু টাইপ কৰা আৰম্ভ কৰক।) আৰম্ভ কৰিবলৈ "
+"এপ্লিকেচনৰ আইকনত "
+"ক্লিক কৰক।"
 
 #: C/shell-apps-open.page:62(item/p)
 msgid ""
@@ -18697,6 +18819,9 @@ msgid ""
 "You can launch an application in a <em>new</em> workspace by middle-clicking "
 "its icon in the dash or in the application list."
 msgstr ""
+"আপুনি এটা এপ্লিকেচনক এটা ডেশত অথবা এপ্লিকেচন তালিকাত মাজৰ-ক্লিক কৰি এটা <em>"
+"নতুন</em> "
+"কাৰ্য্যস্থানত খোলিব পাৰিব।"
 
 #: C/shell-apps-open.page:90(note/title)
 msgid "Quickly running a command"
@@ -18708,6 +18833,9 @@ msgid ""
 "key><key>F2</key></keyseq>, enter its <em>command name</em>, and then press "
 "the <key>Enter</key> key."
 msgstr ""
+"এটা এপ্লিকেচন আৰম্ভ কৰাৰ আন এটা ধৰণ হল <keyseq><key>Alt</key><key>F2</key><"
+"/keyseq> "
+"টিপি, তাৰ <em>কমান্ড নাম</em> সুমুৱাই, আৰু পিছত <key>Enter</key> কি' টিপি।"
 
 #: C/shell-apps-open.page:94(note/p)
 msgid ""
@@ -18738,6 +18866,9 @@ msgid ""
 "When you've finished using your computer, you can turn it off, suspend it "
 "(to save power), or leave it powered on and log out."
 msgstr ""
+"যেতিয়া আপোনাৰ কমপিউটাৰ ব্যৱহাৰ কৰা সম্পূৰ্ণ হয়, আপুনি ইয়াক বন্ধ কৰিব পাৰে, "
+"ইয়াক স্থগিত কৰিব পাৰে (শক্তি সংৰক্ষণ কৰিবলৈ), অথবা ইয়াক অন ৰাখি লগ আউট কৰিব "
+"পাৰে।"
 
 #: C/shell-exit.page:47(section/title)
 msgid "Log out or switch users"
@@ -18771,6 +18902,9 @@ msgid ""
 "The <gui>Switch User</gui> entry only appears in the menu if you have more "
 "than one user account on your system."
 msgstr ""
+"<gui>ব্যৱহাৰকাৰী পৰিবৰ্তন কৰক</gui> প্ৰৱিষ্টি মেনুত কেৱল তেতিয়াহে আহে যেতিয়া "
+"আপোনাৰ চিস্টেমত "
+"এটাতকৈ অধিক ব্যৱহাৰকাৰী একাওন্ট থাকে।"
 
 #: C/shell-exit.page:70(section/title)
 msgid "Lock the screen"
@@ -18800,6 +18934,9 @@ msgid ""
 "clicking <gui>Log in as another user</gui> on the password screen. You can "
 "switch back to your desktop when they are finished."
 msgstr ""
+"যেতিয়া আপোনাৰ পৰ্দা লক কৰা থাকে, অন্য ব্যৱহাৰকাৰীসকলে পাছৱাৰ্ড পৰ্দাত "
+"<gui>অন্য ব্যৱহাৰকাৰী ৰূপে লগ ইন কৰক</gui> ক্লিক কৰি তেওঁলোকৰ একাওন্টত "
+"লগিন কৰিব পাৰিব। সিহতৰ সম্পূৰ্ণ হলে আপুনি আপোনাৰ ডেস্কটপত ঘুৰি যাব পাৰে।"
 
 #: C/shell-exit.page:90(section/title)
 msgid "Suspend"
@@ -19132,6 +19269,9 @@ msgid ""
 "The menu also allows you to edit your personal information and change the "
 "system settings."
 msgstr ""
+"মেনুয়ে আপোনাক আপোনাৰ ব্যক্তিগত তথ্য সম্পাদন কৰাৰ আৰু চিস্টেম সংহতিসমূহ "
+"পৰিবৰ্তন কৰাৰ "
+"অনুমতি দিয়ে।"
 
 #: C/shell-introduction.page:207(section/p)
 msgid ""
@@ -19190,6 +19330,8 @@ msgid ""
 "<link xref=\"shell-notifications\">Learn more about notifications and the "
 "message tray.</link>"
 msgstr ""
+"<link xref=\"shell-notifications\">অধিসূচনা আৰু বাৰ্তা ট্ৰেৰ বিষয়ে অধিক "
+"জানক।</link>"
 
 #: C/shell-introduction.page:259(section/title)
 #: C/shell-introduction.page:278(media/p)
@@ -19218,6 +19360,9 @@ msgid ""
 "display a blue icon at the right-hand side of the window list. Clicking the "
 "blue icon shows the message tray."
 msgstr ""
+"যদি এটা এপ্লিকেচন অথবা চিস্টেম উপাদানৰ আপোনাৰ মনোযোগ প্ৰাপ্ত কৰাৰ ইচ্ছা হয়, ই "
+"উইন্ডো তালিকাৰ সোঁ-হাতত এটা নীলা আইকন প্ৰদৰ্শন কৰিব। নীলা আইকন ক্লিক কৰিলে "
+"বাৰ্তা ট্ৰে দেখি পাব।"
 
 #: C/shell-keyboard-shortcuts.page:10(info/desc)
 msgid "Get around the desktop using the keyboard."
@@ -19253,6 +19398,9 @@ msgid ""
 "overview, start typing to instantly search your applications, contacts, and "
 "documents."
 msgstr ""
+"<gui>কাৰ্য্যসমূহ</gui> অভাৰভিউ আৰু ডেস্কটপৰ মাজত চুইচ কৰক। অভাৰভিউত, "
+"আপোনাৰ এপ্লিকেচনসমূহ, পৰিচয়সমূহ, আৰু দস্তাবেজসমূহ তৎক্ষনাত সন্ধান কৰিবলৈ টাইপ "
+"কৰা আৰম্ভ কৰক।"
 
 #: C/shell-keyboard-shortcuts.page:48(td/p)
 msgid "Pop up command window (for quickly running commands)"
@@ -19263,6 +19411,8 @@ msgid ""
 "<link xref=\"shell-windows-switching\">Quickly switch between windows</"
 "link>. Hold down <key>Shift</key> for reverse order."
 msgstr ""
+"<link xref=\"shell-windows-switching\">উইন্ডোসমূহৰ মাজত দ্ৰুতভাৱে চুইচ কৰক</"
+"link>। উলোটা ক্ৰমৰ বাবে <key>Shift</key> ধৰি থওক।"
 
 #: C/shell-keyboard-shortcuts.page:56(td/p)
 msgid "<keyseq><key>Super</key><key>`</key></keyseq>"
@@ -19273,6 +19423,8 @@ msgid ""
 "Switch between windows from the same application, or from the selected "
 "application after <keyseq><key>Super</key><key>Tab</key></keyseq>."
 msgstr ""
+"একেটা এপ্লিকেচনৰ পৰা উইন্ডোসমূহ চুইচ কৰক, অথবা <keyseq><key>Super</key> "
+"<key>Tab</key></keyseq> ৰ পিছত নিৰ্বাচিত এপ্লিকেচনৰ পৰা।"
 
 #: C/shell-keyboard-shortcuts.page:60(td/p)
 msgid ""
@@ -19428,6 +19580,9 @@ msgid ""
 "the screen.</link> The pointer changes to a crosshair. Click and drag to "
 "select an area."
 msgstr ""
+"<link xref=\"screen-shot-record#screenshot\">পৰ্দাৰ এটা স্থানৰ স্ক্ৰিনশ্বট "
+"লওক।</link> "
+"পইন্টাৰ এটা কৰ্চহেয়াৰলৈ পৰিবৰ্তন হয়। এটা স্থান বাছিবলৈ ক্লিক আৰু ড্ৰেগ কৰক।"
 
 #: C/shell-keyboard-shortcuts.page:155(td/p)
 msgid ""
@@ -19476,6 +19631,9 @@ msgid ""
 "the ability to control media playback - change the volume, skip a track or "
 "pause your music without having to enter a password"
 msgstr ""
+"মিডিয়া প্লেবেক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা - এটা পাছৱাৰ্ড সুমাব লগিয়া নহোৱাকৈ ভলিউম "
+"পৰিবৰ্তন কৰক, "
+"এটা ট্ৰেক বাদ দিয়ক অথবা আপোনাৰ সংগিত বিৰাম দিয়ক"
 
 #: C/shell-lockscreen.page:31(page/p)
 msgid ""
@@ -19556,12 +19714,18 @@ msgid ""
 "Other notifications have selectable option buttons. To close one of these "
 "notifications without selecting one of its options, click the close button."
 msgstr ""
+"অন্য অধিসূচনাসমূহৰ নিৰ্বাচনযোগ্য বিকল্প বুটামসমূহ আছে। ইয়াৰ বিকল্পসমূহৰ এটা "
+"নিৰ্বাচন কৰিব "
+"লগিয়া নহোৱাকৈ এই অধিসূচনাসমূহৰ এটা বন্ধ কৰিবলৈ, বন্ধ কৰক বুটাম ক্লিক কৰক।"
 
 #: C/shell-notifications.page:46(section/p)
 msgid ""
 "Clicking the close button on some notifications dismisses them. Others, like "
 "Rhythmbox or your chat application, will stay hidden in the message tray."
 msgstr ""
+"কিছুমান অধিসূচনা বন্ধ কৰক বুটাম ক্লিক কৰিলে সিহতক ডিচমিচ কৰে। অন্য যেনে "
+"Rhythmbox অথবা "
+"আপোনাৰ চেট এপ্লিকেচন, বাৰ্তা ট্ৰেত গুপ্ত থাকিব।"
 
 #: C/shell-notifications.page:54(section/title)
 msgid "The message tray"
@@ -19609,6 +19773,8 @@ msgid ""
 "If the <link xref=\"keyboard-osk\">screen keyboard</link> is open, you'll "
 "need to click the <gui>tray button</gui> to show the message tray."
 msgstr ""
+"যদি <link xref=\"keyboard-osk\">পৰ্দা কিবৰ্ড</link> খোলা থাকে, আপোনাক "
+"বাৰ্তা ট্ৰে দেখুৱাবলৈ <gui>ট্ৰে বুটাম</gui> ক্লিক কৰিব লাগিব।"
 
 #: C/shell-notifications.page:87(section/title)
 msgid "Hiding notifications"
@@ -19642,6 +19808,9 @@ msgid ""
 "keyboard-shortcuts\">keyboard shortcuts</link>, <link xref=\"clock-calendar"
 "\">calendar</link>, <link xref=\"shell-notifications\">notifications</link>…"
 msgstr ""
+"<link xref=\"shell-introduction\">পাতনি</link>, <link xref=\"shell-"
+"keyboard-shortcuts\">কিবৰ্ড চৰ্টকাটসমূহ</link>, <link xref=\"clock-calendar"
+"\">কেলেন্ডাৰ</link>, <link xref=\"shell-notifications\">অধিসূচনাসমূহ</link>…"
 
 #: C/shell-overview.page:28(page/title)
 msgid "Desktop, apps &amp; windows"
@@ -19657,7 +19826,7 @@ msgstr "এপ্লিকেচনসমূহ আৰু উইন্ডোস
 
 #: C/shell-terminology.page:9(info/desc)
 msgid "An overview of terms used to describe different parts of the desktop."
-msgstr ""
+msgstr "ডেস্কটপৰ বিভিন্ন অংশৰ বিৱৰণ দিবলৈ ব্যৱহৃত সংজ্ঞাবোৰৰ এটা অভাৰভিউ।"
 
 #: C/shell-terminology.page:25(page/title)
 msgid "Activities, dash, top bar… What are they?"
@@ -19668,6 +19837,8 @@ msgid ""
 "The <em>activities overview</em> is the screen that is displayed when you "
 "click <gui>Activities</gui> at the top left of the screen."
 msgstr ""
+"<em>কাৰ্য্যসমূহ</em> হল আপুনি পৰ্দাৰ ওপৰ বাঁওফালে <gui>কাৰ্য্যসমূহ</gui> "
+"ক্লিক কৰোতে দেখি পোৱা পৰ্দা।"
 
 #: C/shell-terminology.page:35(item/p)
 msgid ""
@@ -19720,6 +19891,8 @@ msgid ""
 "The <em>hot corner</em> is the corner at the top left of the screen. When "
 "you move the pointer to this corner, the activities overview opens."
 msgstr ""
+"<em>হট চুক</em> হল পৰ্দাৰ ওপৰ বাওঁফালে থকা চুক। যেতিয়া আপুনি পইন্টাৰক এই "
+"চুকলৈ লৈ যায়, কাৰ্য্যসমূহ অভাৰভিউ খোল খায়।"
 
 #: C/shell-terminology.page:71(item/p)
 msgid ""
@@ -19794,6 +19967,9 @@ msgid ""
 "You can put windows on different <em>workspaces</em>. They are a convenient "
 "way of grouping and separating windows."
 msgstr ""
+"আপুনি উইন্ডোসমূহক বিভিন্ন <em>কাৰ্য্যস্থানসমূহ</em> ৰাখিব পাৰিব। সিহত "
+"উইন্ডোসমূহ দলবদ্ধ আৰু বিভাজন "
+"কৰাৰ এটা সহজ পদ্ধতি।"
 
 #: C/shell-terminology.page:120(item/title)
 #: C/shell-workspaces.page:27(media/p)
@@ -19812,6 +19988,9 @@ msgid ""
 "The <em>window list</em> is the bar at the very bottom of the screen, which "
 "shows buttons for all your open windows."
 msgstr ""
+"<em>উইন্ডোৰ তালিকা</em> হল পৰ্দাৰ একদম তলত থকা বাৰ, যি আপোনাৰ সকলো খোলা "
+"উইন্ডোৰ "
+"বাবে বুটামসমূহ দেখুৱায়।"
 
 #: C/shell-windows-lost.page:11(info/desc)
 msgid "Check the activities overview or other workspaces."
@@ -19848,6 +20027,8 @@ msgid ""
 "Right-click the application in the dash and its open windows will be listed. "
 "Click the window in the list to switch to it."
 msgstr ""
+"ডেশত এপ্লিকেচনত ৰাইট-ক্লিক কৰক আৰু ইয়াৰ খোলা উইন্ডোসমূহ তালিকাভুক্ত হব। "
+"ইয়ালৈ চুইচ কৰিবলৈ তালিকাত উইন্ডোত ক্লিক কৰক।"
 
 #: C/shell-windows-lost.page:47(page/p)
 msgid "Using the window switcher:"
@@ -19867,6 +20048,8 @@ msgid ""
 "If an application has multiple open windows, hold down <key>Super</key> and "
 "press <key>`</key> (or the key above <key>Tab</key>) to step through them."
 msgstr ""
+"যদি এটা এপ্লিকেচনৰ একাধিক খোলা উইন্ডো থাকে, <key>Super</key> ধৰি <key>`</key> "
+"(<key>Tab</key> ৰ ওপৰৰ কি') টিপক, সিহতলে যাবলৈ।"
 
 #: C/shell-windows-maximize.page:11(info/desc)
 msgid "Double-click or drag a titlebar to maximize or restore a window."



[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]