[gnome-user-docs/gnome-3-8] Assamese translation updated



commit 17a7913a6bad78ad26bc528e75be52dde8e534af
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Mon Dec 9 15:12:08 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  232 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 230 insertions(+), 2 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index bf83dc8..c6c9935 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -3,7 +3,7 @@ msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-12-05 21:04+0630\n"
+"PO-Revision-Date: 2013-12-09 15:10+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -2685,6 +2685,9 @@ msgid ""
 "need to connect your computer to the device. This is also called pairing the "
 "Bluetooth devices."
 msgstr ""
+"এটা ব্লুটুথ ডিভাইচ যেনে এটা মাউছ অথবা এটা হেডছেট ব্যৱহাৰ কৰৰিবলৈ, আপুনি "
+"আপোনাৰ কমপিউটাৰক "
+"সেই ডিভাইচৰ সৈতে সংযুক্ত কৰিব লাগিব। ইয়াক ব্লুটুথ ডিভাইচসমূহ যোৰ কৰা কোৱা হয়।"
 
 #: C/bluetooth-connect-device.page:40(note/p)
 #: C/bluetooth-send-file.page:54(note/p)
@@ -2718,6 +2721,11 @@ msgid ""
 "feet) of your computer. Click <gui>Continue</gui>. Your computer will begin "
 "searching for devices."
 msgstr ""
+"অন্য ব্লুটুথ ডিভাইচক <link xref=\"bluetooth-visibility\">খোজ কৰিব পৰা অথবা "
+"দৃশ্যমান</link> "
+"কৰক আৰু ইয়াক আপোনাৰ কমপিউটাৰৰ ৰ পৰা ১০ মিটাৰ (৩৩ ফিট) দুৰত্বৰ মাজত ৰাখক। "
+"<gui>আগবাঢ়ক</gui> ক্লিক কৰক। আপোনাৰ কমপিউটাৰে ডিভাইচসমূহ সন্ধান কৰা আৰম্ভ "
+"কৰিব।"
 
 #: C/bluetooth-connect-device.page:59(item/p)
 msgid ""
@@ -2744,6 +2752,11 @@ msgid ""
 "PIN such as 0000, or no PIN at all. Check your device's manual for the "
 "proper setting."
 msgstr ""
+"স্বচালিত PIN সংহতিয়ে এটা ছয়-ডিজিট সাংখ্যিক ক'ড ব্যৱহাৰ কৰিব। কোনো ইনপুট কি "
+"অথবা "
+"পৰ্দা নথকা এটা ডিভাইচ, যেনে এটা মাউছ অথবা হেডছেটৰ এটা নিৰ্দিষ্ট PIN যেনে "
+"0000, অথবা "
+"কোনো PIN নহলেও হব। সঠিক সংহতিৰ বাবে আপোনাৰ ডিভাইচ পৰিক্ষা কৰক।"
 
 #: C/bluetooth-connect-device.page:66(item/p)
 msgid ""
@@ -2768,6 +2781,11 @@ msgid ""
 "you the PIN you see on your computer screen, or may prompt you to enter the "
 "PIN. Confirm the PIN on the device, then click <gui>Matches</gui>."
 msgstr ""
+"যদি প্ৰয়োজন হয়, আপোনাৰ অন্য ডিভাইচত PIN সুনিশ্চিত কৰক। ডিভাইচে আপুনি "
+"কমপিউটাৰৰ "
+"পৰ্দাত দেখি পোৱা PIN দেখুৱাব লাগে, অথবা আপোনাক PIN সুমুৱাবলৈ ক'ব পাৰে। "
+"ডিভাইচত "
+"PIN সুনিশ্চিত কৰক, তাৰ পিছত <gui>মিল খায়</gui> ক্লিক কৰক।"
 
 #: C/bluetooth-connect-device.page:75(item/p)
 msgid ""
@@ -2775,6 +2793,10 @@ msgid ""
 "the connection will not be completed. If that happens, return to the device "
 "list and start again."
 msgstr ""
+"আপুনি আপোনাৰ প্ৰৱিষ্টিক বেছিৰভাগ ডিভাইচত ২০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব "
+"লাগিব, "
+"নহলে সংযোগ সম্পূৰ্ণ নহব। যদি তেনেকুৱা হয়, ডিভাইচ তালিকাত উভতি যাওক আৰু আকৌ "
+"আৰম্ভ কৰক।"
 
 #: C/bluetooth-connect-device.page:80(item/p)
 msgid ""
@@ -2832,6 +2854,11 @@ msgid ""
 "change a setting to allow connections to be made. Make sure that your device "
 "is set up to allow connections."
 msgstr ""
+"কিছুমান ব্লুটুথ ডিভাইচে অবিকল্পিতভাৱে সংযোগ প্ৰতিৰোধ কৰে, অথবা আপোনাক সংযোগ "
+"স্থাপন "
+"কৰিবলৈ আপোনাক এটা সংহতি পৰিবৰ্তন কৰিবলৈ ক'ব পাৰে। আপোনাৰ ডিভাইচ সংযোগৰ অনুমতি "
+"দিবলৈ "
+"সংস্থাপিত থকাটো সুনিশ্চিত কৰক।"
 
 #: C/bluetooth-problem-connecting.page:34(item/title)
 msgid "Bluetooth hardware not recognized"
@@ -2845,6 +2872,13 @@ msgid ""
 "so you may not be able to get the right drivers for them. In this case, you "
 "will probably have to get a different Bluetooth adapter."
 msgstr ""
+"আপোনাৰ ব্লুটুথ এডাপ্টাৰ/ডঙল কমপিউটাৰ দ্বাৰা চিনাক্ত নহব পাৰে। ই এডাপ্টাৰৰ "
+"বাবে "
+"<link xref=\"hardware-driver\">ড্ৰাইভাৰসমূহ</link> ইনস্টল নথকা বাবে হব পাৰে। "
+"কিছুমান ব্লটুথ এডাপ্টাৰ Linux ত সমৰ্থিত নহয়, সেয়েহে আপুনি সিহতৰ বাবে সঠিক "
+"ড্ৰাইভাৰসমূহ নাপাব পাৰে। এই ক্ষেত্ৰত, আপুনি সম্ভবত এটা ভিন্ন ব্লুটুথ এডাপ্টাৰ "
+"প্ৰাপ্ত কৰিব "
+"লগিয়া হব পাৰে।"
 
 #: C/bluetooth-problem-connecting.page:42(item/title)
 msgid "Adapter not switched on"
@@ -2879,6 +2913,9 @@ msgid ""
 "For example, if you're trying to connect to a phone, make sure that it's not "
 "in airplane mode."
 msgstr ""
+"আপুনি সংযোগ কৰাৰ চেষ্টা কৰা ডিভাইচত ব্লুটুথ অন আছে নে চাওক। উদাহৰণস্বৰূপ, যদি "
+"আপুনি "
+"এটা ফোনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰি আছে, ই বিমান অৱস্থাত নথকাটো সুনিশ্চিত কৰক।"
 
 #: C/bluetooth-problem-connecting.page:58(item/title)
 msgid "No Bluetooth adapter in your computer"
@@ -2908,6 +2945,11 @@ msgid ""
 "like a mouse or headset, or if you no longer wish to transfer files to or "
 "from a device."
 msgstr ""
+"যদি আপুনি এটা ব্লুটুথ ডিভাইচৰ সৈতে সংযুক্ত থকাটো নিবিচাৰে, আপুনি সংযোগ আতৰাব "
+"পাৰে। "
+"ই উপযোগী যদি আপুনি এটা ডিভাইচ যেনে, এটা মাউছ অথবা হেডছেট ব্যৱহাৰ কৰিব "
+"নিবিচাৰে, "
+"অথবা আপুনি এটা ডিভাইচৰ পৰা ফাইলসমূহ স্থানান্তৰ কৰিব নিবিচাৰে।"
 
 #: C/bluetooth-remove-connection.page:36(when/p)
 msgid ""
@@ -2963,6 +3005,14 @@ msgid ""
 "using the Bluetooth icon in the menu bar, from the Bluetooth settings "
 "window, or directly from the file manager."
 msgstr ""
+"আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন "
+"অথবা "
+"অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
+"স্থানান্তৰৰ "
+"অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক তিনিটা পদ্ধতিৰ এটা পদ্ধতিৰে পঠাব পাৰিব: মেনু "
+"বাৰত ব্লুটুথ "
+"আইকন ব্যৱহাৰ কৰি, ব্লুটুথ সংহতিসমূহ উইন্ডোৰ পৰা, অথবা প্ৰত্যক্ষভাৱে ফাইল "
+"ব্যৱস্থাপকৰ পৰা।"
 
 #: C/bluetooth-send-file.page:41(choose/p)
 msgid ""
@@ -2971,6 +3021,13 @@ msgid ""
 "files, or specific types of files. You can send files using the Bluetooth "
 "icon on the top bar, or from the Bluetooth settings window."
 msgstr ""
+"আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন "
+"অথবা "
+"অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
+"স্থানান্তৰৰ "
+"অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক ওপৰ বাৰত ব্লুটুথ আইকন ব্যৱহাৰ কৰি অথবা ব্লুটুথ "
+"সংহতিসমূহ "
+"উইন্ডোৰ পৰা পঠাব পাৰিব।"
 
 #: C/bluetooth-send-file.page:59(steps/title)
 msgid "Send files using the Bluetooth icon"
@@ -14964,6 +15021,12 @@ msgid ""
 "step</link>. If you didn't find anything related to your wireless adapter, "
 "see <link xref=\"#not-recognized\">the instructions below</link>."
 msgstr ""
+"যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ বিষয়ে কোতো তথ্য পাইছে, <link xref="
+"\"net-wireless-troubleshooting-device-drivers\">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> "
+"লৈ "
+"যাওক। যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link "
+"xref="
+"\"#not-recognized\">তলত দিয়া নিৰ্দেশ চাওক</link>।"
 
 #: C/net-wireless-troubleshooting-hardware-check.page:87(section/title)
 msgid "Wireless adapter was not recognized"
@@ -15486,6 +15549,11 @@ msgid ""
 "gradually decreases. There are a few techniques that you can use to prolong "
 "their useful lifetime, although you should not expect a big difference."
 msgstr ""
+"লেপটপ বেটাৰিসমূহ যিমান পুৰনি হয়, তিমান সিহতৰ চাৰ্জ সংৰক্ষণ কৰাৰ ক্ষমতা কম হয় "
+"আৰু সিহতৰ ক্ষমতা "
+"কম হয়। কিছুমান প্ৰক্ৰিয়াৰে আপুনি সিহতৰ উপযোগী জীৱনকাল বৃদ্ধি কৰিব পাৰিব, "
+"কিন্তু আপুনি এটা বৃহত "
+"পাৰ্থক্য নাপাব।"
 
 #: C/power-batteryoptimal.page:36(item/p)
 msgid ""
@@ -15510,6 +15578,9 @@ msgid ""
 "in buying a replacement battery at the same time as you get the original "
 "battery - always buy replacements when you need them."
 msgstr ""
+"বেটাৰিসমূহক আপুনি চাৰ্জত থলেও পুৰনি হয়। আপুনি পকৃত বেটাৰি থকাৰ সময়তে এটা "
+"প্ৰতিস্থাপন বেটাৰি "
+"কিনাটো লাভদায়ক নহয় - কেৱল প্ৰয়োজন হলেহে প্ৰতিস্থাপন কিনিব।"
 
 #: C/power-batteryoptimal.page:54(note/p)
 msgid ""
@@ -15517,6 +15588,8 @@ msgid ""
 "are the most common type. Other types of battery may benefit from different "
 "treatment."
 msgstr ""
+"এই উপদেশ বিশেষকৈ Lithium-Ion (Li-Ion) বেটাৰিসমূহৰ বাবে প্ৰযোজ্য, যি আটাইতকৈ "
+"সূলভ। অন্য ধৰণৰ বেটাৰিয়ে ভিন্ন প্ৰক্ৰিয়াৰে লাভদায়ক হব পাৰে।"
 
 #: C/power-batteryslow.page:7(info/desc)
 msgid "Some laptops intentionally slow down when they are running on battery."
@@ -16154,6 +16227,9 @@ msgid ""
 "case something goes wrong and your open applications and documents cannot be "
 "recovered when you resume the computer again."
 msgstr ""
+"আপুনি কমপিউটাৰ স্থগিত কৰাৰ আগত আপোনাৰ সকলো কাম সংৰক্ষণ কৰিব লাগে, কিয়নো "
+"কিবা সমস্যা হলে আপোনাৰ খোলা এপ্লিকেচনসমূহ আৰু দস্তাবেজসমূহক কমপিউটাৰ অব্যাহত "
+"কৰোতে পুনৰুদ্ধাৰ কৰা নাযাব।"
 
 #: C/power-whydim.page:10(info/desc)
 msgid ""
@@ -16733,6 +16809,9 @@ msgid ""
 "If you want to pause or release a print job, you can do so by going to the "
 "jobs dialog in the printer settings and click the appropriate button."
 msgstr ""
+"যদি আপুনি এটা প্ৰিন্ট কাৰ্য্যক বিৰাম দিব খোজে অথবা মুক্ত কৰিব খোজে, আপুনি "
+"প্ৰিন্টাৰ সংহতিসমূহত "
+"কাৰ্য্যসমূহ ডাইলগত গৈ আৰু সঠিক বুটাম ক্লিক কৰি কৰিব পাৰিব।"
 
 #: C/printing-cancel-job.page:77(item/p)
 msgid ""
@@ -16859,6 +16938,11 @@ msgid ""
 "some laser printers. Check your printer's manual to see if it accepts "
 "envelopes; otherwise, you could damage the printer by feeding an envelope in."
 msgstr ""
+"কিছুমান প্ৰিন্টাৰ খাম প্ৰিন্ট কৰিবলৈ ৰূপাঙ্কিত নহয়, বিশেষভাৱে লেছাৰ "
+"প্ৰিন্টাৰসমূহ। আপোনাৰ প্ৰিন্টাৰে "
+"খামসমূহ গ্ৰহণ কৰে নে চাবলৈ আপোনাৰ প্ৰিন্টাৰৰ হাতপুথি চাওক, আপুনি এটা খাম দি "
+"প্ৰিন্টাৰক নষ্ট কৰিব "
+"পাৰে।"
 
 #: C/printing-inklevel.page:8(info/desc)
 msgid "Check the amount of ink or toner left in printer cartridges."
@@ -16874,6 +16958,11 @@ msgid ""
 "model and manufacturer of your printer, and the drivers and applications "
 "installed on your computer."
 msgstr ""
+"আপুনি আপোনাৰ প্ৰিন্টাৰত কিমান চিয়াঁহী অথবা টনাৰ অৱশিষ্ট আছে কেনেকৈ নিৰীক্ষণ "
+"কৰে সেয়া "
+"আপোনাৰ প্ৰিন্টাৰৰ আৰ্হি আৰু নিৰ্মাণ, আৰু লগতে আপোনাৰ কমপিউটাৰত ইনস্টল্ড "
+"ড্ৰাইভাৰসমূহ "
+"আৰু এপ্লিকেচনসমূহৰ ওপৰত নিৰ্ভৰ কৰে।"
 
 #: C/printing-inklevel.page:25(page/p)
 msgid ""
@@ -16889,6 +16978,11 @@ msgid ""
 "Linux Imaging and Printing (HPLIP) project. Other manufacturers might supply "
 "proprietary drivers with similar features."
 msgstr ""
+"বেছিৰভাগ HP প্ৰিন্টাৰসমূহৰ বাবে ড্ৰাইভাৰসমূহ আৰু অৱস্থা সঁজুলিসমূহ HP Linux "
+"ইমেজিং আৰু প্ৰিন্টিং "
+"(HPLIP) প্ৰকল্প দ্বাৰা প্ৰদান কৰা হয়।  অন্য নিৰ্মাতাসকলে সদৃশ বৈশিষ্ট্যৰ সৈতে "
+"প্ৰপাইটেৰি ড্ৰাইভাৰসমূহ "
+"প্ৰদান কৰিব পাৰে। "
 
 #: C/printing-inklevel.page:32(page/p)
 msgid ""
@@ -16987,6 +17081,11 @@ msgid ""
 "pages end up in reverse order when you pick them up. If needed, you can "
 "reverse this printing order."
 msgstr ""
+"প্ৰিন্টাৰসমূহে সাধাৰণত প্ৰথম পৃষ্ঠাক প্ৰথমতে প্ৰিন্ট কৰে, আৰু শেষ পৃষ্টাক "
+"শেষত প্ৰিন্ট কৰে, সেয়েহে "
+"পৃষ্ঠাসমূহ উলোটা ক্ৰমত শেষ হব যেতিয়া আপুনি সিহতক তুলিব। যদি প্ৰয়োজন হয়, আপুনি "
+"এই প্ৰিন্টিং "
+"ক্ৰম উলোটা কৰিব পাৰে।"
 
 #: C/printing-order.page:30(section/p)
 msgid "To reverse the order:"
@@ -17089,18 +17188,26 @@ msgid ""
 "In the <gui>General</gui> tab in the <gui>Print</gui> window choose "
 "<gui>Pages</gui> from the <gui>Range</gui> section."
 msgstr ""
+"<gui>প্ৰিন্ট</gui> উইন্ডোত <gui>সাধাৰণ</gui> টেবত <gui>বিস্তাৰ</gui> অংশৰ পৰা "
+"<gui>পৃষ্ঠাসমূহ</gui> বাছক। "
 
 #: C/printing-select.page:27(item/p)
 msgid ""
 "Type the numbers of the pages you want to print in the text box, separated "
 "by commas. Use a dash to denote a range of pages."
 msgstr ""
+"লিখনী বাকচত আপুনি প্ৰিন্ট কৰিন খোজা পৃষ্ঠাৰ সংখ্যা টাইপ কৰক, কমাৰে পৃথক কৰি। "
+"পৃষ্ঠাসমূহৰ এটা বিস্তাৰ "
+"বুজাবলৈ এটা ডেশ ব্যৱহাৰ কৰিব।"
 
 #: C/printing-select.page:32(note/p)
 msgid ""
 "For example, if you enter \"1,3,5-7,9\" in the <gui>Pages</gui> text box, "
 "pages 1,3,5,6,7 and 9 will be printed."
 msgstr ""
+"উদাহৰণস্বৰূপ, যদি আপুনি <gui>পৃষ্ঠাসমূহ</gui> লিখনী বাকচত \"1,3,5-7,9\" "
+"সুমুৱায় "
+"পৃষ্ঠা 1,3,5,6,7 আৰু 9 প্ৰিন্ট হব।"
 
 #: C/printing-setup-default-printer.page:9(info/desc)
 msgid "Pick the printer that you use most often."
@@ -17115,6 +17222,9 @@ msgid ""
 "If you have more than one printer available, you can select which will be "
 "your default printer. You may want to pick the printer you use most often."
 msgstr ""
+"যদি আপোনাৰ এটাতকৈ অধিক প্ৰিন্টাৰ থাকে, আপুনি আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ বাছিব "
+"পাৰিব। "
+"আপুনি সৰ্বাধিক ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছিব পাৰিব।"
 
 #: C/printing-setup-default-printer.page:34(note/p)
 msgid ""
@@ -17144,18 +17254,26 @@ msgid ""
 "printer search results by specifying a name or location of the printer (for "
 "example, <input>1st floor</input> or <input>entrance</input>)."
 msgstr ""
+"উপলব্ধ প্ৰিন্টাৰসমূহৰ তালিকাৰ পৰা বাছোতে, আপুনি প্ৰিন্টাৰৰ নাম অথবা অৱস্থান "
+"ধাৰ্য্য কৰি "
+"প্ৰিন্টাৰৰ সন্ধান ফলাফল ফিল্টাৰ কৰিব পাৰিব (উদাহৰণস্বৰূপ, )<input>1st floor<"
+"/input> "
+"অথবা <input>entrance</input>।"
 
 #: C/printing-setup-default-printer.page:61(note/p)
 msgid ""
 "The search results filtering is available only in the dialog for addition of "
 "new printers."
-msgstr ""
+msgstr "সন্ধান ফলাফল ফিল্টাৰিং কেৱল নতুন প্ৰিন্টাৰসমূহ যোগ কৰাৰ ডাইলগত উপলব্ধ।"
 
 #: C/printing-setup-default-printer.page:64(page/p)
 msgid ""
 "When you print in an application, the default printer is automatically used, "
 "unless you choose a different printer for that specific output."
 msgstr ""
+"যেতিয়া আপুনি এটা এপ্লিকেচনত প্ৰিন্ট কৰে, অবিকল্পিত প্ৰিন্টাৰ স্বচালিতভাৱে "
+"ব্যৱহাৰ হয়, "
+"যদিহে আপুনি সেই নিৰ্দিষ্ট আউটপুটৰ বাবে এটা ভিন্ন প্ৰিন্টাৰ ব্যৱহাৰ নকৰে।"
 
 #: C/printing-setup.page:8(info/desc)
 msgid "Set up a printer that is connected to your computer."
@@ -17171,12 +17289,19 @@ msgid ""
 "connected. Most printers are connected with a USB cable that attaches to "
 "your computer."
 msgstr ""
+"আপোনাৰ চিস্টেমে সংযুক্ত অৱস্থাত বহু ধৰণৰ প্ৰিন্টাৰ স্বচালিতভাৱে চিনাক্ত কৰিব "
+"পাৰিব। "
+"বেছিৰভাগ প্ৰিন্টাৰ আপোনাৰ কমপিউটাৰৰ সৈতে সংলঘ্ন এটা USB কেবুলৰ সৈতে সংযুক্ত "
+"হয়।"
 
 #: C/printing-setup.page:41(note/p)
 msgid ""
 "You do not need to select whether you want to install network or local "
 "printer now. They are listed in one window."
 msgstr ""
+"আপুনি এতিয়া নেটৱাৰ্ক অথবা স্থানীয় প্ৰিন্টাৰ ইনস্টল কৰিব খোজে নে নিৰ্বাচন কৰিব "
+"নালাগে। "
+"সিহত এটা উইন্ডোত তালিকাভুক্ত হয়।"
 
 #: C/printing-setup.page:51(item/p)
 msgid "Make sure the printer is turned on."
@@ -17188,6 +17313,11 @@ msgid ""
 "activity on the screen as the system searches for drivers, and you may be "
 "asked to authenticate to install them."
 msgstr ""
+"সঠিক কেবুল ব্যৱহাৰ কৰি প্ৰিন্টাৰক আপোনাৰ চিস্টেমৰ সৈতে সংযুক্ত কৰক। চিস্টেম "
+"ড্ৰাইভাৰসমূহৰ বাবে "
+"সন্ধান কৰোতে আপুনি পৰ্দা গতিবিধি দেখি পাব, আৰু আপোনাক সিহতক ইনস্টল কৰিবলৈ "
+"প্ৰমাণিত কৰিবলৈ "
+"সোধা হব পাৰে।"
 
 #: C/printing-setup.page:57(item/p)
 msgid ""
@@ -17195,12 +17325,20 @@ msgid ""
 "Select <gui>Print Test Page</gui> to print a test page, or <gui>Options</"
 "gui> to make additional changes in the printer setup."
 msgstr ""
+"চিস্টেমে প্ৰিন্টাৰ ইনস্টল কৰা সম্পূৰ্ণ কৰিলে এটা বাৰ্তা উপস্থিত হব। এটা "
+"পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰিবলৈ, "
+"<gui>পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰক</gui> বাছক, অথবা প্ৰিন্টাৰ সংস্থাপনত অতিৰিক্ত "
+"পৰিবৰ্তন কৰিবলৈ "
+"<gui>বিকল্পসমূহ</gui> বাছক।"
 
 #: C/printing-setup.page:63(page/p)
 msgid ""
 "If your printer was not set up automatically, you can add it in the printer "
 "settings."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্টাৰ স্বচালিতভাৱে সংস্থাপন হোৱা নাছিল, আপুনি ইয়াক প্ৰিন্টাৰ "
+"সংহতিসমূহত "
+"যোগ কৰিব পাৰিব।"
 
 #: C/printing-setup.page:73(item/p)
 msgid "Click the <key>+</key> button."
@@ -17216,18 +17354,27 @@ msgid ""
 "If your printer does not appear in the Add Printer pop-up, you may need to "
 "install print drivers."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্টাৰ প্ৰিন্টাৰ যোগ কৰক পপ-আপত উপস্থিত নহয়, আপুনি প্ৰিন্ট "
+"ড্ৰাইভাৰ ইনস্টল "
+"কৰিব লগিয়া হব পাৰে।"
 
 #: C/printing-setup.page:86(page/p)
 msgid ""
 "After you install the printer, you may wish to <link xref=\"printing-setup-"
 "default-printer\">change your default printer</link>."
 msgstr ""
+"আপুনি প্ৰিন্টাৰ ইনস্টল কৰাৰ পিছত, আপুনি <link "
+"xref=\"printing-setup-default-printer\"> "
+"আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ পৰিবৰ্তন</link> কৰিব পাৰে।"
 
 #: C/printing-streaks.page:8(info/desc)
 msgid ""
 "If print-outs are streaky, fading, or missing colors, check your ink levels "
 "or clean the print head."
 msgstr ""
+"যদি প্ৰিন্ট-আউটসমূহ স্টিকি, ফেডিং, অথবা ৰঙহিন হয়, আপোনাৰ চিয়াঁহী স্তৰ "
+"নিৰীক্ষণ কৰক "
+"অথবা প্ৰিন্ট হেড সফা কৰক।"
 
 #: C/printing-streaks.page:21(page/title)
 msgid "Why are there streaks, lines or the wrong colors on my print-outs?"
@@ -17239,6 +17386,9 @@ msgid ""
 "there, or are otherwise poor in quality, this may be due to a problem with "
 "the printer or a low ink/toner supply."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্ট-আউটসমূহ স্ট্ৰিকি, ফেডেড, থাকিব নলগিয়া ৰেখা থাকে, অথবা "
+"বৈশিষ্ট্য "
+"কম হয়, ই প্ৰিন্টাৰ এটা সমস্যা অথবা নিম্ন চিয়াঁহী/টনাৰ যোগানৰ বাবে হব পাৰে।"
 
 #: C/printing-streaks.page:35(item/p)
 msgid "Fading text or images"
@@ -17249,6 +17399,9 @@ msgid ""
 "You may be running out of ink or toner. Check your ink/toner supply and buy "
 "a new cartridge if necessary."
 msgstr ""
+"আপোনাৰ চিয়াঁহী অথবা টনাৰ কম হব পাৰে। আপোনাৰ চিয়াঁহী/টনাৰ নিৰীক্ষণ কৰক আৰু "
+"প্ৰয়োজন "
+"সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।"
 
 #: C/printing-streaks.page:41(item/p)
 msgid "Streaks and lines"
@@ -17270,6 +17423,9 @@ msgid ""
 "The printer may have run out of one color of ink or toner. Check your ink/"
 "toner supply and buy a new cartridge if necessary."
 msgstr ""
+"প্ৰিন্টাৰত এটা ৰঙৰ চিয়াঁহী অথবা টনাৰ শেষ হৈছে। আপোনাৰ চিয়াঁহী/টনাৰ যোগান "
+"নিৰীক্ষণ কৰক আৰু প্ৰয়োজন সাপেক্ষে "
+"এটা নতুন কাৰ্ট্ৰিজ কিনক।"
 
 #: C/printing-streaks.page:54(item/p)
 msgid "Jagged lines, or lines aren't straight"
@@ -17281,12 +17437,17 @@ msgid ""
 "need to align the print head. See the printer's instruction manual for "
 "details on how to do this."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্ট-আউটত সিধা থাকিব লগিয়া ৰেখা জেগ্গড আহে, আপুনি প্ৰিন্ট হেড "
+"সংৰেখন কৰিব লগিয়া "
+"হব পাৰে। ইয়াক কেনেকৈ কৰিব জানিবলৈ প্ৰিন্টাৰৰ নিৰ্দেশ হাতপুথি চাওক।"
 
 #: C/printing-to-file.page:17(info/desc)
 msgid ""
 "Save a document as a PDF, Postscript or SVG file instead of sending it a "
 "printer."
 msgstr ""
+"এটা দস্তাবেজক প্ৰিন্টাৰত পঠোৱা পৰিৱৰ্তে, ইয়াক এটা PDF, Postscript অথবা SVG "
+"ফাইল ৰূপত সংৰক্ষণ কৰক।"
 
 #: C/printing-to-file.page:20(page/title)
 #: C/printing-to-file.page:29(steps/title)
@@ -17308,12 +17469,20 @@ msgid ""
 "\"menuitem\">Print</gui> in the menu or using the <keyseq><key>Ctrl</"
 "key><key>P</key></keyseq> keyboard shortcut."
 msgstr ""
+"প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত <gui style=\"menuitem\">প্ৰিন্ট</gui> "
+"ব্যৱহাৰ কৰি "
+"অথবা <keyseq><key>Ctrl</key><key>P</key></keyseq> কিবৰ্ড চৰ্টকাট ব্যৱহাৰ কৰি "
+"কৰিব "
+"পৰা যাব।"
 
 #: C/printing-to-file.page:36(item/p)
 msgid ""
 "Select <gui>Print to File</gui> under <gui>Printer</gui> in the <gui style="
 "\"tab\">General</gui> tab."
 msgstr ""
+"<gui style=\"tab\">সাধাৰণ</gui> টেবত <gui>প্ৰিন্টাৰ</gui> ৰ অন্তৰ্গত <gui>"
+"ফাইললৈ প্ৰিন্ট কৰক</gui> "
+"বাছক।"
 
 #: C/printing-to-file.page:40(item/p)
 msgid ""
@@ -17328,6 +17497,9 @@ msgid ""
 "a different <gui>Output format</gui>, select either <sys>Postscript</sys> or "
 "<sys>SVG</sys>."
 msgstr ""
+"<sys>PDF</sys> হল দস্তাবেজৰ বাবে অবিকল্পিত ফাইল ধৰণ। যদি আপুনি এটা ভিন্ন <gui>"
+"আউটপুট বিন্যাস</gui> "
+"ব্যৱহাৰ কৰিব খোজে, হয় <sys>Postscript</sys> অথবা <sys>SVG</sys> বাছক।"
 
 #: C/printing-to-file.page:50(item/p)
 msgid "Chose your other page preferences."
@@ -17343,6 +17515,10 @@ msgid ""
 "\">order and collate</link>, <link xref=\"printing-2sided\">two-sided and "
 "multi-page</link>…"
 msgstr ""
+"<link xref=\"printing-setup\">স্থানীয় সংস্থাপন</link>, <link "
+"xref=\"printing-order"
+"\">ক্ৰম আৰু কলেইট</link>, <link xref=\"printing-2sided\">দুই-পৃষ্ঠা আৰু "
+"বহু-পৃষ্ঠা</link>…"
 
 #: C/printing.page:36(info/title)
 msgctxt "link:trail"
@@ -17378,6 +17554,10 @@ msgid ""
 "recent-off\">Usage history</link>, <link xref=\"privacy-purge\">Purge trash "
 "&amp; temporary files</link>…"
 msgstr ""
+"<link xref=\"privacy-screen-lock\">পৰ্দা লক</link>, <link xref=\"privacy-"
+"name-visibility\">নাম &amp; দৃশ্যমানতা</link>, <link xref=\"privacy-history-"
+"recent-off\">ব্যৱহাৰৰ ইতিহাস</link>, <link xref=\"privacy-purge\">আবৰ্জনা "
+"&amp; অস্থায়ী ফাইলসমূহ আতৰাওক</link>…"
 
 #: C/privacy.page:21(page/title)
 msgid "Privacy Settings"
@@ -17389,6 +17569,10 @@ msgid ""
 "certain parts of your desktop are visible to others. You can also use these "
 "settings to clear your computer usage history and clean-out unecessary files."
 msgstr ""
+"GNOME ত <em>গোপনীয়তা সংহতিসমূহ</em> এ আপোনাক আপোনাৰ ডেস্কটপ কিছুমান অংশ "
+"অন্যলৈ দৃশ্যমান হব নে নহব নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আপুনি এই সংহতিসমূহ ব্যৱহাৰ "
+"কৰি আপোনাৰ "
+"কমপিউটাৰৰ ব্যৱহাৰ ইতিহাস আৰু অপ্ৰয়োজনীয় ফাইলসমূহ আতৰাব পাৰিব।"
 
 #: C/privacy-hide-notifications.page:7(info/desc)
 msgid "Don't show pop-up notifications when the screen is locked"
@@ -17482,6 +17666,9 @@ msgid ""
 "This setting will not affect how your web browser stores information about "
 "the web sites you visit."
 msgstr ""
+"এই সংহতিয়ে আপোনাৰ ৱেব ব্ৰাউছাৰে কিধৰণে আপুনি ভ্ৰমণ কৰা ৱেব ছাইটসমূহৰ তথ্য "
+"সংৰক্ষণ কৰে "
+"তাৰ ওপৰ প্ৰভাৱ নেপেলায়।"
 
 #: C/privacy-name-visibility.page:7(info/desc)
 msgid "Display a symbol rather than your name in the top bar"
@@ -17496,6 +17683,9 @@ msgid ""
 "Your name is displayed in the <gui>top bar</gui> by default, but you can "
 "hide your name to protect your privacy."
 msgstr ""
+"আপোনাৰ নাম অবিকল্পিতভাৱে <gui>ওপৰ বাৰ</gui> ত প্ৰদৰ্শিত হয়, কিন্তু আপুনি "
+"আপোনাৰ "
+"গোপনীয়তা ৰক্ষা কৰিবলৈ আপোনাৰ নাম লুকুৱাব পাৰিব।"
 
 #: C/privacy-name-visibility.page:20(steps/title)
 msgid "To hide your name in the <gui>top bar</gui>:"
@@ -17514,12 +17704,17 @@ msgid ""
 "Set <gui>Stealth Mode</gui> to <gui>On</gui>, or set <gui>Display Full Name "
 "in Top Bar</gui> to <gui>Off</gui>."
 msgstr ""
+"<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰক, অথবা <gui>ওপৰ বাৰত সম্পূৰ্ণ নাম "
+"প্ৰদৰ্শন কৰক</gui> ক <gui>অফ</gui> কৰক।"
 
 #: C/privacy-name-visibility.page:28(page/p)
 msgid ""
 "Setting <gui>Stealth Mode</gui> to <gui>On</gui> will also hide your full "
 "name when your screen is locked."
 msgstr ""
+"<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰিলে আপোনাৰ পৰ্দা লক হওতে আপোনাৰ "
+"সম্পূৰ্ণ "
+"নাম লুকুৱাব।"
 
 #: C/privacy-name-visibility.page:32(note/p)
 msgid ""
@@ -17554,6 +17749,8 @@ msgid ""
 "Automatically empty your trash and clear your temporary files after a set "
 "period of time:"
 msgstr ""
+"এটা নিৰ্দিষ্ট সময়ৰ পিছত আপোনাৰ আবৰ্জনা ৰিক্ত কৰক আৰু আপোনাৰ অস্থায়ী ফাইলসমূহ "
+"পৰিষ্কাৰ কৰক।"
 
 #: C/privacy-purge.page:30(item/p)
 msgid "Click your name on the <gui>top bar</gui>."
@@ -17572,12 +17769,18 @@ msgid ""
 "Set the <gui>Automatically Purge Trash</gui> or <gui>Automatically Purge "
 "Temporary Files</gui> sliders to <gui>On</gui>."
 msgstr ""
+"<gui>স্বচালিতভাৱে আবৰ্জনা আতৰাওক</gui> অথবা <gui>অস্থায়ী ফাইলসমূহ "
+"স্বচালিতভাৱে "
+" আতৰাওক</gui> ক <gui>অন</gui> কৰক।"
 
 #: C/privacy-purge.page:37(item/p)
 msgid ""
 "Set how often you would like your <em>Trash</em> and <em>Temporary Files</"
 "em> to be purged by changing the <gui>Purge After</gui> value."
 msgstr ""
+"<gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সলনি কৰি আপোনাৰ <em>আবৰ্জনা</em> আৰু "
+"<em>অস্থায়ী ফাইলসমূহ</"
+"em> ক কিমান সঘনে পৰিষ্কাৰ কৰিব খোজে সংহতি কৰক।"
 
 #: C/privacy-purge.page:40(item/p) C/wacom-multi-monitor.page:41(item/p)
 msgid "Click <gui>Close</gui>."
@@ -17596,12 +17799,17 @@ msgid ""
 "Unless you have a specific need to immediately delete files from your trash, "
 "it is probably safer to set a longer <gui>Purge After</gui> value."
 msgstr ""
+"যেতিয়ালৈকে আপোনাৰ আবৰ্জনাৰ পৰা ফাইলসমূহ তৎক্ষনাত মচি পেলোৱা প্ৰয়োজনীয়তা নহয়, "
+"সাধাৰণত এটা দীঘল <gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সংহতি কৰাটো সুৰক্ষিত।"
 
 #: C/privacy-screen-lock.page:12(info/desc)
 msgid ""
 "Prevent other people from using your desktop when you go away from your "
 "computer."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰৰ পৰা আতৰত গলে অন্য মানুহক আপোনাৰ ডেস্কটপ ব্যৱহাৰ কৰাৰ "
+"পৰা "
+"প্ৰতিৰোধ কৰক।"
 
 #: C/privacy-screen-lock.page:30(page/title)
 msgid "Automatically lock your screen"
@@ -17623,6 +17831,8 @@ msgid ""
 "continue to run, but you will need to enter your password to begin using "
 "them again."
 msgstr ""
+"যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আপোনাৰ এপ্লিকেচনসমূহ আৰু চিস্টেম প্ৰক্ৰিয়াসমূহ "
+"চলি থাকিব, কিন্তু সিহতক আকৌ ব্যৱহাৰ কৰিবলৈ আপুনি আপোনাৰ পাছৱাৰ্ড দিব লাগিব।"
 
 #: C/privacy-screen-lock.page:44(steps/title)
 msgid "To set the length of time before your screen locks automatically:"
@@ -17637,6 +17847,8 @@ msgid ""
 "Make sure <gui>Automatic Screen Lock</gui> is switched on, then select a "
 "length of time from the drop-down list."
 msgstr ""
+"<gui>স্বচালিত পৰ্দা লক</gui> অন থকাটো সুনিশ্চিত কৰক, আৰু ড্ৰপ-ডাউন তালিকাৰ "
+"পৰা সময়ৰ দৈৰ্ঘ্য বাছক।"
 
 #: C/privacy-screen-lock.page:54(page/p)
 msgid ""
@@ -17644,6 +17856,11 @@ msgid ""
 "or swipe up from the bottom of your screen with your mouse. Then enter your "
 "password, and press <key>Enter</key> or click <gui>Unlock</gui>."
 msgstr ""
+"যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আৰু আপুনি ইয়াক আনলক কৰিব খোজে, <key>Esc</key> "
+"টিপক, "
+"অথবা আপোনাৰ পৰ্দাৰ তলৰ পৰা আপোনাৰ মাউছৰ সৈতে ওপৰলৈ টানক। তাৰ পিছত আপোনাৰ "
+"পাছৱাৰ্ড "
+" সুমুৱাওক, আৰু <key>Enter</key> টিপক অথবা <gui>আনলক কৰক</gui> কৰক ক্লিক কৰক।"
 
 #: C/screen-shot-record.page:9(info/desc)
 msgid "Take a picture or record a video of what's happening on your screen."
@@ -17688,12 +17905,17 @@ msgid ""
 "If you selected <gui>Select area to grab</gui>, the pointer changes into a "
 "crosshair. Click and drag the area you want for the screenshot."
 msgstr ""
+"যদি আপুনি <gui>ধৰিবলৈ স্থান বাছক</gui>, পইন্টাৰ এটা ক্ৰচহেয়াৰলৈ সলনি হয়। "
+"স্ক্ৰিনশ্বটৰ বাবে স্থানক ক্লিক কৰি ড্ৰেগ কৰক।"
 
 #: C/screen-shot-record.page:57(item/p)
 msgid ""
 "In the <gui>Save Screenshot</gui> window, enter a file name and choose a "
 "folder, then click <gui>Save</gui>."
 msgstr ""
+"<gui>স্ক্ৰিনশ্বট সংৰক্ষণ কৰক</gui> উইন্ডোত, এটা ফাইল নাম সুমুৱাওক আৰু এটা "
+"ফোল্ডাৰ বাছক, "
+"তাৰ পিছত <gui>সংৰক্ষণ কৰক</gui> ক্লিক কৰক।"
 
 #: C/screen-shot-record.page:59(item/p)
 msgid ""
@@ -17712,6 +17934,9 @@ msgid ""
 "Quickly take a screenshot of the desktop, a window, or an area at any time "
 "using these global keyboard shortcuts:"
 msgstr ""
+"ডেস্কটপ, এটা উইন্ডো, অথবা এটা স্থানৰ যিকোনো সময়ত এই বিশ্বব্যাপী কিবৰ্ড "
+"চৰ্টকাটসমূহ ব্যৱহাৰ কৰি "
+"এটা স্ক্ৰিনশ্বট লওক:"
 
 #: C/screen-shot-record.page:70(item/p)
 msgid "<key>Prt Scrn</key> to take a screenshot of the desktop."
@@ -17745,6 +17970,9 @@ msgid ""
 "You can also hold down <key>Ctrl</key> with any of the above shortcuts to "
 "copy the screenshot image to the clipboard instead of saving it."
 msgstr ""
+"স্ক্ৰিনশ্বট ছবিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে ক্লিপবৰ্ডলৈ কপি কৰিবলৈ আপুনি ওপৰৰ "
+"চৰ্টকাটসমূহৰ যিকোনো এটাৰ সৈতে "
+"<key>Ctrl</key> কি ধৰি থব পাৰিব।"
 
 #: C/screen-shot-record.page:86(section/title)
 msgid "Make a screencast"



[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]