[gnome-user-docs] Assamese translation updated



commit c6d8bc2433c90e791c1063b87c02fedb73c8080b
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Mon Dec 9 15:15:01 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  192 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 189 insertions(+), 3 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index df120f6..35a8e45 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -2,8 +2,8 @@
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
-"POT-Creation-Date: 2013-12-05 13:42+0000\n"
-"PO-Revision-Date: 2013-12-05 21:04+0630\n"
+"POT-Creation-Date: 2013-12-05 15:31+0000\n"
+"PO-Revision-Date: 2013-12-09 15:10+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -2650,6 +2650,9 @@ msgid ""
 "need to connect your computer to the device. This is also called pairing the "
 "Bluetooth devices."
 msgstr ""
+"এটা ব্লুটুথ ডিভাইচ যেনে এটা মাউছ অথবা এটা হেডছেট ব্যৱহাৰ কৰৰিবলৈ, আপুনি আপোনাৰ "
+"কমপিউটাৰক সেই ডিভাইচৰ সৈতে সংযুক্ত কৰিব লাগিব। ইয়াক ব্লুটুথ ডিভাইচসমূহ যোৰ কৰা "
+"কোৱা হয়।"
 
 #. (itstool) path: note/p
 #: C/bluetooth-connect-device.page:42 C/bluetooth-send-file.page:56
@@ -2690,11 +2693,16 @@ msgstr "সোঁ কাষত <gui>কমপৌচ কি</gui>  ত ক্ল
 
 #. (itstool) path: item/p
 #: C/bluetooth-connect-device.page:65
+#, fuzzy
 msgid ""
 "Make the other Bluetooth device <link xref=\"bluetooth-visibility"
 "\">discoverable or visible</link> and place it within 10 meters (about 33 "
 "feet) of your computer."
 msgstr ""
+"অন্য ব্লুটুথ ডিভাইচক <link xref=\"bluetooth-visibility\">খোজ কৰিব পৰা অথবা "
+"দৃশ্যমান</link> কৰক আৰু ইয়াক আপোনাৰ কমপিউটাৰৰ ৰ পৰা ১০ মিটাৰ (৩৩ ফিট) দুৰত্বৰ "
+"মাজত ৰাখক। <gui>আগবাঢ়ক</gui> ক্লিক কৰক। আপোনাৰ কমপিউটাৰে ডিভাইচসমূহ সন্ধান কৰা "
+"আৰম্ভ কৰিব।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-connect-device.page:70
@@ -2732,6 +2740,9 @@ msgid ""
 "PIN such as 0000, or no PIN at all. Check your device's manual for the "
 "proper setting."
 msgstr ""
+"স্বচালিত PIN সংহতিয়ে এটা ছয়-ডিজিট সাংখ্যিক ক'ড ব্যৱহাৰ কৰিব। কোনো ইনপুট কি অথবা "
+"পৰ্দা নথকা এটা ডিভাইচ, যেনে এটা মাউছ অথবা হেডছেটৰ এটা নিৰ্দিষ্ট PIN যেনে 0000, "
+"অথবা কোনো PIN নহলেও হব। সঠিক সংহতিৰ বাবে আপোনাৰ ডিভাইচ পৰিক্ষা কৰক।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-connect-device.page:88
@@ -2757,6 +2768,9 @@ msgid ""
 "you the PIN you see on your computer screen, or may prompt you to enter the "
 "PIN. Confirm the PIN on the device, then click <gui>Matches</gui>."
 msgstr ""
+"যদি প্ৰয়োজন হয়, আপোনাৰ অন্য ডিভাইচত PIN সুনিশ্চিত কৰক। ডিভাইচে আপুনি কমপিউটাৰৰ "
+"পৰ্দাত দেখি পোৱা PIN দেখুৱাব লাগে, অথবা আপোনাক PIN সুমুৱাবলৈ ক'ব পাৰে। ডিভাইচত "
+"PIN সুনিশ্চিত কৰক, তাৰ পিছত <gui>মিল খায়</gui> ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-connect-device.page:100
@@ -2765,6 +2779,9 @@ msgid ""
 "the connection will not be completed. If that happens, return to the device "
 "list and start again."
 msgstr ""
+"আপুনি আপোনাৰ প্ৰৱিষ্টিক বেছিৰভাগ ডিভাইচত ২০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব, "
+"নহলে সংযোগ সম্পূৰ্ণ নহব। যদি তেনেকুৱা হয়, ডিভাইচ তালিকাত উভতি যাওক আৰু আকৌ আৰম্ভ "
+"কৰক।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-connect-device.page:103
@@ -2836,6 +2853,9 @@ msgid ""
 "change a setting to allow connections to be made. Make sure that your device "
 "is set up to allow connections."
 msgstr ""
+"কিছুমান ব্লুটুথ ডিভাইচে অবিকল্পিতভাৱে সংযোগ প্ৰতিৰোধ কৰে, অথবা আপোনাক সংযোগ স্থাপন "
+"কৰিবলৈ আপোনাক এটা সংহতি পৰিবৰ্তন কৰিবলৈ ক'ব পাৰে। আপোনাৰ ডিভাইচ সংযোগৰ অনুমতি "
+"দিবলৈ সংস্থাপিত থকাটো সুনিশ্চিত কৰক।"
 
 #. (itstool) path: item/title
 #: C/bluetooth-problem-connecting.page:41
@@ -2851,6 +2871,11 @@ msgid ""
 "so you may not be able to get the right drivers for them. In this case, you "
 "will probably have to get a different Bluetooth adapter."
 msgstr ""
+"আপোনাৰ ব্লুটুথ এডাপ্টাৰ/ডঙল কমপিউটাৰ দ্বাৰা চিনাক্ত নহব পাৰে। ই এডাপ্টাৰৰ বাবে "
+"<link xref=\"hardware-driver\">ড্ৰাইভাৰসমূহ</link> ইনস্টল নথকা বাবে হব পাৰে। "
+"কিছুমান ব্লটুথ এডাপ্টাৰ Linux ত সমৰ্থিত নহয়, সেয়েহে আপুনি সিহতৰ বাবে সঠিক "
+"ড্ৰাইভাৰসমূহ নাপাব পাৰে। এই ক্ষেত্ৰত, আপুনি সম্ভবত এটা ভিন্ন ব্লুটুথ এডাপ্টাৰ প্ৰাপ্ত "
+"কৰিব লগিয়া হব পাৰে।"
 
 #. (itstool) path: item/title
 #: C/bluetooth-problem-connecting.page:49
@@ -2885,12 +2910,15 @@ msgstr "ডিভাইচ ব্লুটুথ সংযোগ বন্ধ"
 
 #. (itstool) path: item/p
 #: C/bluetooth-problem-connecting.page:63
+#, fuzzy
 msgid ""
 "Check that Bluetooth is turned on on the device you're trying to connect to, "
 "and that it is <link xref=\"bluetooth-visibility\">discoverable or visible</"
 "link>. For example, if you're trying to connect to a phone, make sure that "
 "it's not in airplane mode."
 msgstr ""
+"আপুনি সংযোগ কৰাৰ চেষ্টা কৰা ডিভাইচত ব্লুটুথ অন আছে নে চাওক। উদাহৰণস্বৰূপ, যদি আপুনি "
+"এটা ফোনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰি আছে, ই বিমান অৱস্থাত নথকাটো সুনিশ্চিত কৰক।"
 
 #. (itstool) path: item/title
 #: C/bluetooth-problem-connecting.page:70
@@ -2934,6 +2962,9 @@ msgid ""
 "like a mouse or headset, or if you no longer wish to transfer files to or "
 "from a device."
 msgstr ""
+"যদি আপুনি এটা ব্লুটুথ ডিভাইচৰ সৈতে সংযুক্ত থকাটো নিবিচাৰে, আপুনি সংযোগ আতৰাব পাৰে। "
+"ই উপযোগী যদি আপুনি এটা ডিভাইচ যেনে, এটা মাউছ অথবা হেডছেট ব্যৱহাৰ কৰিব "
+"নিবিচাৰে, অথবা আপুনি এটা ডিভাইচৰ পৰা ফাইলসমূহ স্থানান্তৰ কৰিব নিবিচাৰে।"
 
 #. (itstool) path: when/p
 #: C/bluetooth-remove-connection.page:47
@@ -2992,6 +3023,11 @@ msgid ""
 "using the Bluetooth icon in the menu bar, from the Bluetooth settings "
 "window, or directly from the file manager."
 msgstr ""
+"আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন অথবা "
+"অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
+"স্থানান্তৰৰ অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক তিনিটা পদ্ধতিৰ এটা পদ্ধতিৰে পঠাব পাৰিব: "
+"মেনু বাৰত ব্লুটুথ আইকন ব্যৱহাৰ কৰি, ব্লুটুথ সংহতিসমূহ উইন্ডোৰ পৰা, অথবা প্ৰত্যক্ষভাৱে "
+"ফাইল ব্যৱস্থাপকৰ পৰা।"
 
 #. (itstool) path: choose/p
 #: C/bluetooth-send-file.page:43
@@ -3001,6 +3037,10 @@ msgid ""
 "files, or specific types of files. You can send files using the Bluetooth "
 "icon on the top bar, or from the Bluetooth settings window."
 msgstr ""
+"আপুনি সংযুক্ত ব্লুটুথ ডিভাইচসমূহলৈ ফািলবোৰ পঠাব পাৰে, যেনে কিছুমান মবাইল ফোন অথবা "
+"অন্য কমপিউটাৰ। কিছুমান ডিভাইচে ফাইলসমূহৰ স্থানান্তৰ অথবা বিশেষ ধৰণৰ ফাইলৰ "
+"স্থানান্তৰৰ অনুমতি নিদিয়ে। আপুনি ফাইলসমূহক ওপৰ বাৰত ব্লুটুথ আইকন ব্যৱহাৰ কৰি অথবা "
+"ব্লুটুথ সংহতিসমূহ উইন্ডোৰ পৰা পঠাব পাৰিব।"
 
 #. (itstool) path: when/p
 #: C/bluetooth-send-file.page:64
@@ -15868,6 +15908,10 @@ msgid ""
 "step</link>. If you didn't find anything related to your wireless adapter, "
 "see <link xref=\"#not-recognized\">the instructions below</link>."
 msgstr ""
+"যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰ বিষয়ে কোতো তথ্য পাইছে, <link xref=\"net-"
+"wireless-troubleshooting-device-drivers\">ডিভাইচ ড্ৰাইভাৰ স্তৰ</link> লৈ যাওক। "
+"যদি আপুনি আপোনাৰ বেতাঁৰ এডাপ্টাৰৰ সৈতে প্ৰাসংগিক একো নাই পোৱা, <link xref=\"#not-"
+"recognized\">তলত দিয়া নিৰ্দেশ চাওক</link>।"
 
 #. (itstool) path: section/title
 #: C/net-wireless-troubleshooting-hardware-check.page:140
@@ -16439,6 +16483,9 @@ msgid ""
 "gradually decreases. There are a few techniques that you can use to prolong "
 "their useful lifetime, although you should not expect a big difference."
 msgstr ""
+"লেপটপ বেটাৰিসমূহ যিমান পুৰনি হয়, তিমান সিহতৰ চাৰ্জ সংৰক্ষণ কৰাৰ ক্ষমতা কম হয় আৰু "
+"সিহতৰ ক্ষমতা কম হয়। কিছুমান প্ৰক্ৰিয়াৰে আপুনি সিহতৰ উপযোগী জীৱনকাল বৃদ্ধি কৰিব "
+"পাৰিব, কিন্তু আপুনি এটা বৃহত পাৰ্থক্য নাপাব।"
 
 #. (itstool) path: item/p
 #: C/power-batteryoptimal.page:36
@@ -16466,6 +16513,8 @@ msgid ""
 "in buying a replacement battery at the same time as you get the original "
 "battery - always buy replacements when you need them."
 msgstr ""
+"বেটাৰিসমূহক আপুনি চাৰ্জত থলেও পুৰনি হয়। আপুনি পকৃত বেটাৰি থকাৰ সময়তে এটা প্ৰতিস্থাপন "
+"বেটাৰি কিনাটো লাভদায়ক নহয় - কেৱল প্ৰয়োজন হলেহে প্ৰতিস্থাপন কিনিব।"
 
 #. (itstool) path: note/p
 #: C/power-batteryoptimal.page:54
@@ -16474,6 +16523,8 @@ msgid ""
 "are the most common type. Other types of battery may benefit from different "
 "treatment."
 msgstr ""
+"এই উপদেশ বিশেষকৈ Lithium-Ion (Li-Ion) বেটাৰিসমূহৰ বাবে প্ৰযোজ্য, যি আটাইতকৈ "
+"সূলভ। অন্য ধৰণৰ বেটাৰিয়ে ভিন্ন প্ৰক্ৰিয়াৰে লাভদায়ক হব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/power-batteryslow.page:7
@@ -17224,6 +17275,9 @@ msgid ""
 "case something goes wrong and your open applications and documents cannot be "
 "recovered when you resume the computer again."
 msgstr ""
+"আপুনি কমপিউটাৰ স্থগিত কৰাৰ আগত আপোনাৰ সকলো কাম সংৰক্ষণ কৰিব লাগে, কিয়নো কিবা "
+"সমস্যা হলে আপোনাৰ খোলা এপ্লিকেচনসমূহ আৰু দস্তাবেজসমূহক কমপিউটাৰ অব্যাহত কৰোতে "
+"পুনৰুদ্ধাৰ কৰা নাযাব।"
 
 #. (itstool) path: info/desc
 #: C/power-whydim.page:28
@@ -17892,6 +17946,8 @@ msgid ""
 "If you want to pause or release a print job, you can do so by going to the "
 "jobs dialog in the printer settings and click the appropriate button."
 msgstr ""
+"যদি আপুনি এটা প্ৰিন্ট কাৰ্য্যক বিৰাম দিব খোজে অথবা মুক্ত কৰিব খোজে, আপুনি প্ৰিন্টাৰ "
+"সংহতিসমূহত কাৰ্য্যসমূহ ডাইলগত গৈ আৰু সঠিক বুটাম ক্লিক কৰি কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/printing-cancel-job.page:84 C/printing-name-location.page:71
@@ -18038,6 +18094,9 @@ msgid ""
 "some laser printers. Check your printer's manual to see if it accepts "
 "envelopes; otherwise, you could damage the printer by feeding an envelope in."
 msgstr ""
+"কিছুমান প্ৰিন্টাৰ খাম প্ৰিন্ট কৰিবলৈ ৰূপাঙ্কিত নহয়, বিশেষভাৱে লেছাৰ প্ৰিন্টাৰসমূহ। "
+"আপোনাৰ প্ৰিন্টাৰে খামসমূহ গ্ৰহণ কৰে নে চাবলৈ আপোনাৰ প্ৰিন্টাৰৰ হাতপুথি চাওক, আপুনি "
+"এটা খাম দি প্ৰিন্টাৰক নষ্ট কৰিব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/printing-inklevel.page:8
@@ -18056,6 +18115,9 @@ msgid ""
 "model and manufacturer of your printer, and the drivers and applications "
 "installed on your computer."
 msgstr ""
+"আপুনি আপোনাৰ প্ৰিন্টাৰত কিমান চিয়াঁহী অথবা টনাৰ অৱশিষ্ট আছে কেনেকৈ নিৰীক্ষণ কৰে "
+"সেয়া আপোনাৰ প্ৰিন্টাৰৰ আৰ্হি আৰু নিৰ্মাণ, আৰু লগতে আপোনাৰ কমপিউটাৰত ইনস্টল্ড "
+"ড্ৰাইভাৰসমূহ আৰু এপ্লিকেচনসমূহৰ ওপৰত নিৰ্ভৰ কৰে।"
 
 #. (itstool) path: page/p
 #: C/printing-inklevel.page:25
@@ -18072,6 +18134,9 @@ msgid ""
 "Linux Imaging and Printing (HPLIP) project. Other manufacturers might supply "
 "proprietary drivers with similar features."
 msgstr ""
+"বেছিৰভাগ HP প্ৰিন্টাৰসমূহৰ বাবে ড্ৰাইভাৰসমূহ আৰু অৱস্থা সঁজুলিসমূহ HP Linux ইমেজিং আৰু "
+"প্ৰিন্টিং (HPLIP) প্ৰকল্প দ্বাৰা প্ৰদান কৰা হয়।  অন্য নিৰ্মাতাসকলে সদৃশ বৈশিষ্ট্যৰ সৈতে "
+"প্ৰপাইটেৰি ড্ৰাইভাৰসমূহ প্ৰদান কৰিব পাৰে। "
 
 #. (itstool) path: page/p
 #: C/printing-inklevel.page:32
@@ -18192,6 +18257,9 @@ msgid ""
 "pages end up in reverse order when you pick them up. If needed, you can "
 "reverse this printing order."
 msgstr ""
+"প্ৰিন্টাৰসমূহে সাধাৰণত প্ৰথম পৃষ্ঠাক প্ৰথমতে প্ৰিন্ট কৰে, আৰু শেষ পৃষ্টাক শেষত প্ৰিন্ট "
+"কৰে, সেয়েহে পৃষ্ঠাসমূহ উলোটা ক্ৰমত শেষ হব যেতিয়া আপুনি সিহতক তুলিব। যদি প্ৰয়োজন হয়, "
+"আপুনি এই প্ৰিন্টিং ক্ৰম উলোটা কৰিব পাৰে।"
 
 #. (itstool) path: section/p
 #: C/printing-order.page:30
@@ -18308,6 +18376,8 @@ msgid ""
 "In the <gui>General</gui> tab in the <gui>Print</gui> window choose "
 "<gui>Pages</gui> from the <gui>Range</gui> section."
 msgstr ""
+"<gui>প্ৰিন্ট</gui> উইন্ডোত <gui>সাধাৰণ</gui> টেবত <gui>বিস্তাৰ</gui> অংশৰ পৰা "
+"<gui>পৃষ্ঠাসমূহ</gui> বাছক। "
 
 #. (itstool) path: item/p
 #: C/printing-select.page:27
@@ -18315,6 +18385,8 @@ msgid ""
 "Type the numbers of the pages you want to print in the text box, separated "
 "by commas. Use a dash to denote a range of pages."
 msgstr ""
+"লিখনী বাকচত আপুনি প্ৰিন্ট কৰিন খোজা পৃষ্ঠাৰ সংখ্যা টাইপ কৰক, কমাৰে পৃথক কৰি। "
+"পৃষ্ঠাসমূহৰ এটা বিস্তাৰ বুজাবলৈ এটা ডেশ ব্যৱহাৰ কৰিব।"
 
 #. (itstool) path: note/p
 #: C/printing-select.page:32
@@ -18322,6 +18394,8 @@ msgid ""
 "For example, if you enter \"1,3,5-7,9\" in the <gui>Pages</gui> text box, "
 "pages 1,3,5,6,7 and 9 will be printed."
 msgstr ""
+"উদাহৰণস্বৰূপ, যদি আপুনি <gui>পৃষ্ঠাসমূহ</gui> লিখনী বাকচত \"1,3,5-7,9\" সুমুৱায় পৃষ্ঠা "
+"1,3,5,6,7 আৰু 9 প্ৰিন্ট হব।"
 
 #. (itstool) path: info/desc
 #: C/printing-setup-default-printer.page:27
@@ -18339,6 +18413,8 @@ msgid ""
 "If you have more than one printer available, you can select which will be "
 "your default printer. You may want to pick the printer you use most often."
 msgstr ""
+"যদি আপোনাৰ এটাতকৈ অধিক প্ৰিন্টাৰ থাকে, আপুনি আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ বাছিব "
+"পাৰিব। আপুনি সৰ্বাধিক ব্যৱহাৰ কৰা প্ৰিন্টাৰ বাছিব পাৰিব।"
 
 #. (itstool) path: note/p
 #: C/printing-setup-default-printer.page:36
@@ -18371,13 +18447,16 @@ msgid ""
 "printer search results by specifying a name or location of the printer (for "
 "example, <input>1st floor</input> or <input>entrance</input>)."
 msgstr ""
+"উপলব্ধ প্ৰিন্টাৰসমূহৰ তালিকাৰ পৰা বাছোতে, আপুনি প্ৰিন্টাৰৰ নাম অথবা অৱস্থান ধাৰ্য্য "
+"কৰি প্ৰিন্টাৰৰ সন্ধান ফলাফল ফিল্টাৰ কৰিব পাৰিব (উদাহৰণস্বৰূপ, )<input>1st floor</"
+"input> অথবা <input>entrance</input>।"
 
 #. (itstool) path: note/p
 #: C/printing-setup-default-printer.page:65
 msgid ""
 "The search results filtering is available only in the dialog for addition of "
 "new printers."
-msgstr ""
+msgstr "সন্ধান ফলাফল ফিল্টাৰিং কেৱল নতুন প্ৰিন্টাৰসমূহ যোগ কৰাৰ ডাইলগত উপলব্ধ।"
 
 #. (itstool) path: page/p
 #: C/printing-setup-default-printer.page:69
@@ -18385,6 +18464,8 @@ msgid ""
 "When you print in an application, the default printer is automatically used, "
 "unless you choose a different printer for that specific output."
 msgstr ""
+"যেতিয়া আপুনি এটা এপ্লিকেচনত প্ৰিন্ট কৰে, অবিকল্পিত প্ৰিন্টাৰ স্বচালিতভাৱে ব্যৱহাৰ হয়, "
+"যদিহে আপুনি সেই নিৰ্দিষ্ট আউটপুটৰ বাবে এটা ভিন্ন প্ৰিন্টাৰ ব্যৱহাৰ নকৰে।"
 
 #. (itstool) path: info/desc
 #: C/printing-setup.page:34
@@ -18398,11 +18479,14 @@ msgstr "এটা স্থানীয় প্ৰিন্টাৰ সংস্
 
 #. (itstool) path: page/p
 #: C/printing-setup.page:39
+#, fuzzy
 msgid ""
 "Your system can recognize many types of printers automatically once they are "
 "connected. Most printers are connected with a USB cable that attaches to "
 "your computer."
 msgstr ""
+"আপোনাৰ চিস্টেমে সংযুক্ত অৱস্থাত বহু ধৰণৰ প্ৰিন্টাৰ স্বচালিতভাৱে চিনাক্ত কৰিব পাৰিব। "
+"বেছিৰভাগ প্ৰিন্টাৰ আপোনাৰ কমপিউটাৰৰ সৈতে সংলঘ্ন এটা USB কেবুলৰ সৈতে সংযুক্ত হয়।"
 
 #. (itstool) path: note/p
 #: C/printing-setup.page:44
@@ -18410,6 +18494,8 @@ msgid ""
 "You do not need to select whether you want to install network or local "
 "printer now. They are listed in one window."
 msgstr ""
+"আপুনি এতিয়া নেটৱাৰ্ক অথবা স্থানীয় প্ৰিন্টাৰ ইনস্টল কৰিব খোজে নে নিৰ্বাচন কৰিব "
+"নালাগে। সিহত এটা উইন্ডোত তালিকাভুক্ত হয়।"
 
 #. (itstool) path: item/p
 #: C/printing-setup.page:55
@@ -18423,6 +18509,9 @@ msgid ""
 "activity on the screen as the system searches for drivers, and you may be "
 "asked to authenticate to install them."
 msgstr ""
+"সঠিক কেবুল ব্যৱহাৰ কৰি প্ৰিন্টাৰক আপোনাৰ চিস্টেমৰ সৈতে সংযুক্ত কৰক। চিস্টেম "
+"ড্ৰাইভাৰসমূহৰ বাবে সন্ধান কৰোতে আপুনি পৰ্দা গতিবিধি দেখি পাব, আৰু আপোনাক সিহতক "
+"ইনস্টল কৰিবলৈ প্ৰমাণিত কৰিবলৈ সোধা হব পাৰে।"
 
 #. (itstool) path: item/p
 #: C/printing-setup.page:63
@@ -18431,6 +18520,9 @@ msgid ""
 "Select <gui>Print Test Page</gui> to print a test page, or <gui>Options</"
 "gui> to make additional changes in the printer setup."
 msgstr ""
+"চিস্টেমে প্ৰিন্টাৰ ইনস্টল কৰা সম্পূৰ্ণ কৰিলে এটা বাৰ্তা উপস্থিত হব। এটা পৰিক্ষণ পৃষ্ঠা "
+"প্ৰিন্ট কৰিবলৈ, <gui>পৰিক্ষণ পৃষ্ঠা প্ৰিন্ট কৰক</gui> বাছক, অথবা প্ৰিন্টাৰ সংস্থাপনত "
+"অতিৰিক্ত পৰিবৰ্তন কৰিবলৈ <gui>বিকল্পসমূহ</gui> বাছক।"
 
 #. (itstool) path: page/p
 #: C/printing-setup.page:69
@@ -18438,6 +18530,8 @@ msgid ""
 "If your printer was not set up automatically, you can add it in the printer "
 "settings."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্টাৰ স্বচালিতভাৱে সংস্থাপন হোৱা নাছিল, আপুনি ইয়াক প্ৰিন্টাৰ "
+"সংহতিসমূহত যোগ কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/printing-setup.page:85
@@ -18455,6 +18549,8 @@ msgid ""
 "If your printer does not appear in the Add Printer pop-up, you may need to "
 "install print drivers."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্টাৰ প্ৰিন্টাৰ যোগ কৰক পপ-আপত উপস্থিত নহয়, আপুনি প্ৰিন্ট ড্ৰাইভাৰ "
+"ইনস্টল কৰিব লগিয়া হব পাৰে।"
 
 #. (itstool) path: page/p
 #: C/printing-setup.page:101
@@ -18462,6 +18558,8 @@ msgid ""
 "After you install the printer, you may wish to <link xref=\"printing-setup-"
 "default-printer\">change your default printer</link>."
 msgstr ""
+"আপুনি প্ৰিন্টাৰ ইনস্টল কৰাৰ পিছত, আপুনি <link xref=\"printing-setup-default-"
+"printer\"> আপোনাৰ অবিকল্পিত প্ৰিন্টাৰ পৰিবৰ্তন</link> কৰিব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/printing-streaks.page:8
@@ -18469,6 +18567,8 @@ msgid ""
 "If print-outs are streaky, fading, or missing colors, check your ink levels "
 "or clean the print head."
 msgstr ""
+"যদি প্ৰিন্ট-আউটসমূহ স্টিকি, ফেডিং, অথবা ৰঙহিন হয়, আপোনাৰ চিয়াঁহী স্তৰ নিৰীক্ষণ কৰক "
+"অথবা প্ৰিন্ট হেড সফা কৰক।"
 
 #. (itstool) path: page/title
 #: C/printing-streaks.page:21
@@ -18482,6 +18582,8 @@ msgid ""
 "there, or are otherwise poor in quality, this may be due to a problem with "
 "the printer or a low ink/toner supply."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্ট-আউটসমূহ স্ট্ৰিকি, ফেডেড, থাকিব নলগিয়া ৰেখা থাকে, অথবা বৈশিষ্ট্য "
+"কম হয়, ই প্ৰিন্টাৰ এটা সমস্যা অথবা নিম্ন চিয়াঁহী/টনাৰ যোগানৰ বাবে হব পাৰে।"
 
 #. (itstool) path: item/p
 #: C/printing-streaks.page:35
@@ -18494,6 +18596,8 @@ msgid ""
 "You may be running out of ink or toner. Check your ink/toner supply and buy "
 "a new cartridge if necessary."
 msgstr ""
+"আপোনাৰ চিয়াঁহী অথবা টনাৰ কম হব পাৰে। আপোনাৰ চিয়াঁহী/টনাৰ নিৰীক্ষণ কৰক আৰু প্ৰয়োজন "
+"সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।"
 
 #. (itstool) path: item/p
 #: C/printing-streaks.page:41
@@ -18519,6 +18623,8 @@ msgid ""
 "The printer may have run out of one color of ink or toner. Check your ink/"
 "toner supply and buy a new cartridge if necessary."
 msgstr ""
+"প্ৰিন্টাৰত এটা ৰঙৰ চিয়াঁহী অথবা টনাৰ শেষ হৈছে। আপোনাৰ চিয়াঁহী/টনাৰ যোগান নিৰীক্ষণ "
+"কৰক আৰু প্ৰয়োজন সাপেক্ষে এটা নতুন কাৰ্ট্ৰিজ কিনক।"
 
 #. (itstool) path: item/p
 #: C/printing-streaks.page:54
@@ -18532,6 +18638,8 @@ msgid ""
 "need to align the print head. See the printer's instruction manual for "
 "details on how to do this."
 msgstr ""
+"যদি আপোনাৰ প্ৰিন্ট-আউটত সিধা থাকিব লগিয়া ৰেখা জেগ্গড আহে, আপুনি প্ৰিন্ট হেড সংৰেখন "
+"কৰিব লগিয়া হব পাৰে। ইয়াক কেনেকৈ কৰিব জানিবলৈ প্ৰিন্টাৰৰ নিৰ্দেশ হাতপুথি চাওক।"
 
 #. (itstool) path: info/desc
 #: C/printing-to-file.page:17
@@ -18539,6 +18647,8 @@ msgid ""
 "Save a document as a PDF, Postscript or SVG file instead of sending it a "
 "printer."
 msgstr ""
+"এটা দস্তাবেজক প্ৰিন্টাৰত পঠোৱা পৰিৱৰ্তে, ইয়াক এটা PDF, Postscript অথবা SVG ফাইল "
+"ৰূপত সংৰক্ষণ কৰক।"
 
 #. (itstool) path: page/title
 #. (itstool) path: steps/title
@@ -18563,6 +18673,9 @@ msgid ""
 "\"menuitem\">Print</gui> in the menu or using the <keyseq><key>Ctrl</"
 "key><key>P</key></keyseq> keyboard shortcut."
 msgstr ""
+"প্ৰিন্ট ডাইলগ খোলক। ইয়াক সাধাৰণত মেনুত <gui style=\"menuitem\">প্ৰিন্ট</gui> "
+"ব্যৱহাৰ কৰি অথবা <keyseq><key>Ctrl</key><key>P</key></keyseq> কিবৰ্ড চৰ্টকাট "
+"ব্যৱহাৰ কৰি কৰিব পৰা যাব।"
 
 #. (itstool) path: item/p
 #: C/printing-to-file.page:36
@@ -18570,6 +18683,8 @@ msgid ""
 "Select <gui>Print to File</gui> under <gui>Printer</gui> in the <gui style="
 "\"tab\">General</gui> tab."
 msgstr ""
+"<gui style=\"tab\">সাধাৰণ</gui> টেবত <gui>প্ৰিন্টাৰ</gui> ৰ অন্তৰ্গত <gui>ফাইললৈ "
+"প্ৰিন্ট কৰক</gui> বাছক।"
 
 #. (itstool) path: item/p
 #: C/printing-to-file.page:40
@@ -18586,6 +18701,9 @@ msgid ""
 "a different <gui>Output format</gui>, select either <sys>Postscript</sys> or "
 "<sys>SVG</sys>."
 msgstr ""
+"<sys>PDF</sys> হল দস্তাবেজৰ বাবে অবিকল্পিত ফাইল ধৰণ। যদি আপুনি এটা ভিন্ন "
+"<gui>আউটপুট বিন্যাস</gui> ব্যৱহাৰ কৰিব খোজে, হয় <sys>Postscript</sys> অথবা "
+"<sys>SVG</sys> বাছক।"
 
 #. (itstool) path: item/p
 #: C/printing-to-file.page:50
@@ -18604,6 +18722,9 @@ msgid ""
 "\">order and collate</link>, <link xref=\"printing-2sided\">two-sided and "
 "multi-page</link>…"
 msgstr ""
+"<link xref=\"printing-setup\">স্থানীয় সংস্থাপন</link>, <link xref=\"printing-"
+"order\">ক্ৰম আৰু কলেইট</link>, <link xref=\"printing-2sided\">দুই-পৃষ্ঠা আৰু বহু-"
+"পৃষ্ঠা</link>…"
 
 #. (itstool) path: info/title
 #: C/printing.page:36
@@ -18639,11 +18760,16 @@ msgstr "প্ৰিন্টাৰ সমস্যসমূহ"
 
 #. (itstool) path: info/desc
 #: C/privacy.page:9
+#, fuzzy
 msgid ""
 "<link xref=\"privacy-screen-lock\">Screen lock</link>, <link xref=\"privacy-"
 "history-recent-off\">Usage history</link>, <link xref=\"privacy-purge"
 "\">Purge trash &amp; temporary files</link>…"
 msgstr ""
+"<link xref=\"privacy-screen-lock\">পৰ্দা লক</link>, <link xref=\"privacy-name-"
+"visibility\">নাম &amp; দৃশ্যমানতা</link>, <link xref=\"privacy-history-recent-"
+"off\">ব্যৱহাৰৰ ইতিহাস</link>, <link xref=\"privacy-purge\">আবৰ্জনা &amp; "
+"অস্থায়ী ফাইলসমূহ আতৰাওক</link>…"
 
 #. (itstool) path: page/title
 #: C/privacy.page:25
@@ -18657,6 +18783,9 @@ msgid ""
 "certain parts of your desktop are visible to others. You can also use these "
 "settings to clear your computer usage history and clean-out unecessary files."
 msgstr ""
+"GNOME ত <em>গোপনীয়তা সংহতিসমূহ</em> এ আপোনাক আপোনাৰ ডেস্কটপ কিছুমান অংশ অন্যলৈ "
+"দৃশ্যমান হব নে নহব নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আপুনি এই সংহতিসমূহ ব্যৱহাৰ কৰি আপোনাৰ "
+"কমপিউটাৰৰ ব্যৱহাৰ ইতিহাস আৰু অপ্ৰয়োজনীয় ফাইলসমূহ আতৰাব পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/privacy-history-recent-off.page:9
@@ -18727,6 +18856,8 @@ msgid ""
 "This setting will not affect how your web browser stores information about "
 "the web sites you visit."
 msgstr ""
+"এই সংহতিয়ে আপোনাৰ ৱেব ব্ৰাউছাৰে কিধৰণে আপুনি ভ্ৰমণ কৰা ৱেব ছাইটসমূহৰ তথ্য সংৰক্ষণ "
+"কৰে তাৰ ওপৰ প্ৰভাৱ নেপেলায়।"
 
 #. (itstool) path: info/desc
 #: C/privacy-purge.page:8
@@ -18757,6 +18888,8 @@ msgid ""
 "Automatically empty your trash and clear your temporary files after a set "
 "period of time:"
 msgstr ""
+"এটা নিৰ্দিষ্ট সময়ৰ পিছত আপোনাৰ আবৰ্জনা ৰিক্ত কৰক আৰু আপোনাৰ অস্থায়ী ফাইলসমূহ "
+"পৰিষ্কাৰ কৰক।"
 
 #. (itstool) path: item/p
 #: C/privacy-purge.page:39
@@ -18765,10 +18898,13 @@ msgstr "<gui>আবৰ্জনা &amp; অস্থায়ী ফাইলস
 
 #. (itstool) path: item/p
 #: C/privacy-purge.page:42
+#, fuzzy
 msgid ""
 "Set the <gui>Automatically Purge Trash</gui> or <gui>Automatically Purge "
 "Temporary Files</gui> switches to <gui>ON</gui>."
 msgstr ""
+"<gui>স্বচালিতভাৱে আবৰ্জনা আতৰাওক</gui> অথবা <gui>অস্থায়ী ফাইলসমূহ স্বচালিতভাৱে  "
+"আতৰাওক</gui> ক <gui>অন</gui> কৰক।"
 
 #. (itstool) path: item/p
 #: C/privacy-purge.page:47
@@ -18776,13 +18912,18 @@ msgid ""
 "Set how often you would like your <em>Trash</em> and <em>Temporary Files</"
 "em> to be purged by changing the <gui>Purge After</gui> value."
 msgstr ""
+"<gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সলনি কৰি আপোনাৰ <em>আবৰ্জনা</em> আৰু "
+"<em>অস্থায়ী ফাইলসমূহ</em> ক কিমান সঘনে পৰিষ্কাৰ কৰিব খোজে সংহতি কৰক।"
 
 #. (itstool) path: item/p
 #: C/privacy-purge.page:52
+#, fuzzy
 msgid ""
 "Use the <gui>Empty Trash</gui> or <gui>Purge Temporary Files</gui> buttons "
 "to perform these actions immediately."
 msgstr ""
+"<gui>স্বচালিতভাৱে আবৰ্জনা আতৰাওক</gui> অথবা <gui>অস্থায়ী ফাইলসমূহ স্বচালিতভাৱে  "
+"আতৰাওক</gui> ক <gui>অন</gui> কৰক।"
 
 #. (itstool) path: item/p
 #: C/privacy-purge.page:56 C/privacy-screen-lock.page:66
@@ -18805,6 +18946,8 @@ msgid ""
 "Unless you have a specific need to immediately delete files from your trash, "
 "it is probably safer to set a longer <gui>Purge After</gui> value."
 msgstr ""
+"যেতিয়ালৈকে আপোনাৰ আবৰ্জনাৰ পৰা ফাইলসমূহ তৎক্ষনাত মচি পেলোৱা প্ৰয়োজনীয়তা নহয়, "
+"সাধাৰণত এটা দীঘল <gui>চিহ্নিত সময়ৰ পিছত আতৰাওক</gui> মান সংহতি কৰাটো সুৰক্ষিত।"
 
 #. (itstool) path: info/desc
 #: C/privacy-screen-lock.page:13
@@ -18812,6 +18955,8 @@ msgid ""
 "Prevent other people from using your desktop when you go away from your "
 "computer."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰৰ পৰা আতৰত গলে অন্য মানুহক আপোনাৰ ডেস্কটপ ব্যৱহাৰ কৰাৰ পৰা "
+"প্ৰতিৰোধ কৰক।"
 
 #. (itstool) path: page/title
 #: C/privacy-screen-lock.page:31
@@ -18836,6 +18981,8 @@ msgid ""
 "continue to run, but you will need to enter your password to begin using "
 "them again."
 msgstr ""
+"যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আপোনাৰ এপ্লিকেচনসমূহ আৰু চিস্টেম প্ৰক্ৰিয়াসমূহ চলি "
+"থাকিব, কিন্তু সিহতক আকৌ ব্যৱহাৰ কৰিবলৈ আপুনি আপোনাৰ পাছৱাৰ্ড দিব লাগিব।"
 
 #. (itstool) path: steps/title
 #: C/privacy-screen-lock.page:45
@@ -18854,6 +19001,8 @@ msgid ""
 "Make sure <gui>Automatic Screen Lock</gui> is switched on, then select a "
 "length of time from the drop-down list."
 msgstr ""
+"<gui>স্বচালিত পৰ্দা লক</gui> অন থকাটো সুনিশ্চিত কৰক, আৰু ড্ৰপ-ডাউন তালিকাৰ পৰা "
+"সময়ৰ দৈৰ্ঘ্য বাছক।"
 
 #. (itstool) path: item/p
 #: C/privacy-screen-lock.page:62
@@ -18864,11 +19013,16 @@ msgstr ""
 
 #. (itstool) path: page/p
 #: C/privacy-screen-lock.page:70
+#, fuzzy
 msgid ""
 "When your screen is locked, and you want to unlock it, press <key>Esc</key>, "
 "or swipe up from the bottom of the screen with your mouse. Then enter your "
 "password, and press <key>Enter</key> or click <gui>Unlock</gui>."
 msgstr ""
+"যেতিয়া আপোনাৰ পৰ্দা লক থাকে, আৰু আপুনি ইয়াক আনলক কৰিব খোজে, <key>Esc</key> "
+"টিপক, অথবা আপোনাৰ পৰ্দাৰ তলৰ পৰা আপোনাৰ মাউছৰ সৈতে ওপৰলৈ টানক। তাৰ পিছত "
+"আপোনাৰ পাছৱাৰ্ড  সুমুৱাওক, আৰু <key>Enter</key> টিপক অথবা <gui>আনলক কৰক</gui> "
+"কৰক ক্লিক কৰক।"
 
 #. (itstool) path: info/desc
 #: C/screen-shot-record.page:9
@@ -18920,6 +19074,8 @@ msgid ""
 "If you selected <gui>Select area to grab</gui>, the pointer changes into a "
 "crosshair. Click and drag the area you want for the screenshot."
 msgstr ""
+"যদি আপুনি <gui>ধৰিবলৈ স্থান বাছক</gui>, পইন্টাৰ এটা ক্ৰচহেয়াৰলৈ সলনি হয়। "
+"স্ক্ৰিনশ্বটৰ বাবে স্থানক ক্লিক কৰি ড্ৰেগ কৰক।"
 
 #. (itstool) path: item/p
 #: C/screen-shot-record.page:57
@@ -18927,6 +19083,8 @@ msgid ""
 "In the <gui>Save Screenshot</gui> window, enter a file name and choose a "
 "folder, then click <gui>Save</gui>."
 msgstr ""
+"<gui>স্ক্ৰিনশ্বট সংৰক্ষণ কৰক</gui> উইন্ডোত, এটা ফাইল নাম সুমুৱাওক আৰু এটা ফোল্ডাৰ "
+"বাছক, তাৰ পিছত <gui>সংৰক্ষণ কৰক</gui> ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/screen-shot-record.page:59
@@ -18948,6 +19106,8 @@ msgid ""
 "Quickly take a screenshot of the desktop, a window, or an area at any time "
 "using these global keyboard shortcuts:"
 msgstr ""
+"ডেস্কটপ, এটা উইন্ডো, অথবা এটা স্থানৰ যিকোনো সময়ত এই বিশ্বব্যাপী কিবৰ্ড চৰ্টকাটসমূহ "
+"ব্যৱহাৰ কৰি এটা স্ক্ৰিনশ্বট লওক:"
 
 #. (itstool) path: item/p
 #: C/screen-shot-record.page:70
@@ -18985,6 +19145,8 @@ msgid ""
 "You can also hold down <key>Ctrl</key> with any of the above shortcuts to "
 "copy the screenshot image to the clipboard instead of saving it."
 msgstr ""
+"স্ক্ৰিনশ্বট ছবিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে ক্লিপবৰ্ডলৈ কপি কৰিবলৈ আপুনি ওপৰৰ চৰ্টকাটসমূহৰ "
+"যিকোনো এটাৰ সৈতে <key>Ctrl</key> কি ধৰি থব পাৰিব।"
 
 #. (itstool) path: section/title
 #: C/screen-shot-record.page:86
@@ -19345,10 +19507,13 @@ msgstr "<gui>পৰ্দা লক</gui> ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/session-screenlocks.page:53
+#, fuzzy
 msgid ""
 "If <gui>Automatic Screen Lock</gui> is on, you can change the value in the "
 "<gui>Lock screen after blank for</gui> drop-down list."
 msgstr ""
+"<gui>স্বচালিত পৰ্দা লক</gui> অন থকাটো সুনিশ্চিত কৰক, আৰু ড্ৰপ-ডাউন তালিকাৰ পৰা "
+"সময়ৰ দৈৰ্ঘ্য বাছক।"
 
 #. (itstool) path: note/p
 #: C/session-screenlocks.page:59
@@ -24877,6 +25042,13 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ msgid "Hide your name in the top bar"
 #~ msgstr "ওপৰ বাৰত আপোনাৰ নাম লুকুৱাওক"
 
+#~ msgid ""
+#~ "Your name is displayed in the <gui>top bar</gui> by default, but you can "
+#~ "hide your name to protect your privacy."
+#~ msgstr ""
+#~ "আপোনাৰ নাম অবিকল্পিতভাৱে <gui>ওপৰ বাৰ</gui> ত প্ৰদৰ্শিত হয়, কিন্তু আপুনি আপোনাৰ "
+#~ "গোপনীয়তা ৰক্ষা কৰিবলৈ আপোনাৰ নাম লুকুৱাব পাৰিব।"
+
 #~ msgid "To hide your name in the <gui>top bar</gui>:"
 #~ msgstr "<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নাম লুকুৱাবলৈ:"
 
@@ -24887,6 +25059,20 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ "<guiseq><gui>সংহতিসমূহ</gui><gui>গেপনীয়তা</gui> <gui>নাম &amp; দৃশ্যমানতা</"
 #~ "gui></guiseq>"
 
+#~ msgid ""
+#~ "Set <gui>Stealth Mode</gui> to <gui>On</gui>, or set <gui>Display Full "
+#~ "Name in Top Bar</gui> to <gui>Off</gui>."
+#~ msgstr ""
+#~ "<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰক, অথবা <gui>ওপৰ বাৰত সম্পূৰ্ণ নাম "
+#~ "প্ৰদৰ্শন কৰক</gui> ক <gui>অফ</gui> কৰক।"
+
+#~ msgid ""
+#~ "Setting <gui>Stealth Mode</gui> to <gui>On</gui> will also hide your full "
+#~ "name when your screen is locked."
+#~ msgstr ""
+#~ "<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰিলে আপোনাৰ পৰ্দা লক হওতে আপোনাৰ "
+#~ "সম্পূৰ্ণ নাম লুকুৱাব।"
+
 #~ msgid "Click your name on the <gui>top bar</gui>."
 #~ msgstr "<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নামত ক্লিক কৰক।"
 



[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]