[gnome-user-docs] Assamese translation updated



commit 420691b75748a84ada4833503768193f8c3aa4c4
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Tue Dec 10 21:26:48 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  101 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 99 insertions(+), 2 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index 0794f85..8a7a853 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -2,8 +2,8 @@
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
-"POT-Creation-Date: 2013-12-10 04:51+0000\n"
-"PO-Revision-Date: 2013-12-10 17:59+0630\n"
+"POT-Creation-Date: 2013-12-10 12:26+0000\n"
+"PO-Revision-Date: 2013-12-10 21:23+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -3085,6 +3085,8 @@ msgid ""
 "the file. Once the owner accepts or declines, the result of the file "
 "transfer will be shown on your screen."
 msgstr ""
+"গ্ৰাহক ডিভাইচৰ গৰাকীয়ে ফাইল গ্ৰহণ কৰিবলৈ এটা বুটাম টিপিব লাগিব। গৰাকীয়ে গ্ৰহণ "
+"অথবা নাকচ কৰাৰ পিছত, ফাইল স্থানান্তৰৰ ফলাফল আপোনাৰ পৰ্দাত দেখুৱা হব।"
 
 #. (itstool) path: info/desc
 #: C/bluetooth-turn-on-off.page:13
@@ -3108,13 +3110,20 @@ msgid ""
 "files, but turn it off to conserve power. To turn Bluetooth on, click the "
 "Bluetooth icon in the menu bar and click <gui>Turn On Bluetooth</gui>."
 msgstr ""
+"আপুনি ফাইলসমূহ পঠাবলৈ আৰু গ্ৰহণ কৰিবলৈ ব্লুটুথ অন আৰু অফ কৰিব পাৰিব, কিন্তু শক্তি "
+"সংৰক্ষণ কৰিবলৈ ইয়াক বন্ধ কৰক। ব্লুটুথ অন কৰিবলৈ, মেনু বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু "
+"<gui>ব্লুটুথ অন কৰক</gui> ক্লিক কৰক।"
 
 #. (itstool) path: choose/p
 #: C/bluetooth-turn-on-off.page:50
+#, fuzzy
 msgid ""
 "You can turn Bluetooth on to use Bluetooth devices and send and receive "
 "files, but turn it off to conserve power. To turn Bluetooth on:"
 msgstr ""
+"আপুনি ফাইলসমূহ পঠাবলৈ আৰু গ্ৰহণ কৰিবলৈ ব্লুটুথ অন কৰিব পাৰিব, কিন্তু শক্তি সংৰক্ষণ "
+"কৰিবলৈ ইয়াক বন্ধ কৰক। ব্লুটুথ অন কৰিবলৈ, ওপৰ বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু "
+"<gui>ব্লুটুথ</gui> অন কৰক।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-turn-on-off.page:61
@@ -3169,6 +3178,9 @@ msgid ""
 "this computer from another device. See <link xref=\"bluetooth-visibility\"/> "
 "for more information."
 msgstr ""
+"যদি আপুনি অন্য ডিভাইচৰ পৰা এই কমপিউটাৰৰ সৈতে সংযোগ কৰি আছে কেৱল তেতিয়াহে আপুনি "
+"<gui>দৃশ্যমানতা</gui> অন কৰিব লাগে। অধিক তথ্যৰ বাবে <link xref=\"bluetooth-"
+"visibility\"/> চাওক।"
 
 #. (itstool) path: info/desc
 #: C/bluetooth-visibility.page:12
@@ -3591,6 +3603,9 @@ msgid ""
 "desired lighting conditions. By converting the RAW file to a TIFF file, it "
 "can be used to calibrate the camera device in the color control panel."
 msgstr ""
+"কেমেৰা ডিভাইচসমূহক পছন্দৰ পোহৰ পৰিৱেশত এটা লক্ষ্যৰ ফ'টোগ্ৰাফ লৈ মানাংকন কৰা হয়। "
+"RAW ফাইলক এটা TIFF ফাইললৈ পৰিবৰ্তন কৰি, ইয়াক ৰঙ নিয়ন্ত্ৰণ পেনেলত কেমেৰা ডিভাইচ "
+"মানাংকন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।"
 
 #. (itstool) path: page/p
 #: C/color-calibrate-camera.page:28
@@ -3599,6 +3614,9 @@ msgid ""
 "Ensure the white or black borders are still visible. Calibration will not "
 "work if the image is upside-down or is distorted by a large amount."
 msgstr ""
+"আপুনি TIFF ফাইল ক্ৰপ কৰিব লাগিব যাতে কেৱল লক্ষ্য দৃশ্যমান থাকে। বগা অথবা কলা "
+"প্ৰান্তসমূহ দৃশ্যমান থকাটো সুনিশ্চিত কৰক। মানাংকন কাম নকৰিব যদি ছবি উলোটা অথবা অধিক "
+"পৰিমাণত বিকৃত।"
 
 #. (itstool) path: note/p
 #: C/color-calibrate-camera.page:36
@@ -5144,6 +5162,8 @@ msgid ""
 "and write rates, average access time and time elapsed since the last "
 "benchmark test."
 msgstr ""
+"গ্ৰাফৰ তলত, নূন্যতম, সৰ্বাধিক আৰু গড় পঢ়া আৰু লিখা হাৰ, গড় অভিগম সময় আৰু সৰ্বশেষ "
+"বেঞ্চমাৰ্ক পৰিক্ষাৰ পিছত পাৰ হোৱা সময়ৰ বাবে মান প্ৰদৰ্শন কৰা হয়।"
 
 #. (itstool) path: info/desc
 #: C/disk-capacity.page:22
@@ -5934,6 +5954,9 @@ msgid ""
 "and print the documents on your computer or those created remotely using "
 "<em>Google Docs</em> or <em>SkyDrive</em>."
 msgstr ""
+"<app>দস্তাবেজসমূহ</app> এটা GNOME এপ্লিকেচন যি আপোনাক আপোনাৰ কমপিউটাৰৰ "
+"দস্তাবেজসমূহ অথবা <em>Google Docs</em> অথবা <em>SkyDrive</em> ব্যৱহাৰ কৰি সৃষ্টি "
+"কৰা দস্তাবেজসমূহ প্ৰদৰ্শন, সংঘঠন, আৰু প্ৰিন্ট কৰাৰ সুবিধা দিয়ে।"
 
 #. (itstool) path: section/title
 #: C/documents.page:42
@@ -6324,6 +6347,9 @@ msgid ""
 "action for that media type. See below for a description of the different "
 "types of devices and media."
 msgstr ""
+"আপোনাৰ পছন্দৰ ডিভাইচ অথবা মিডিয়া ধৰণ বাছক, আৰু তাৰ পিছত সেই মিডিয়া ধৰণৰ বাবে "
+"এটা এপ্লিকেচন অথবা কাৰ্য্য বাছক। বিভিন্ন ধৰণৰ ডিভাইচ আৰু মিডিয়াৰ এটা বিৱৰণৰ বাবে "
+"তলত চাওক।"
 
 #. (itstool) path: item/p
 #: C/files-autorun.page:60
@@ -6332,6 +6358,9 @@ msgid ""
 "will be shown in the file manager. When that happens, you will be asked what "
 "to do, or nothing will happen automatically."
 msgstr ""
+"এটা এপ্লিকেচন আৰম্ভ কৰাৰ পৰিৱৰ্তে, আপুনি ইয়াক সংহতি কৰিব পাৰিব যাতে ডিভাইচ ফাইল "
+"ব্যৱস্থাপকত দেখুৱা হয়। যেতিয়া তেনেকুৱা হয়, আপোনাক কি কৰিব লাগে সোধা হব, নহলে "
+"একোৱেই স্বচালিতভাৱে নহব।"
 
 #. (itstool) path: item/p
 #: C/files-autorun.page:65
@@ -6519,6 +6548,9 @@ msgid ""
 "\"files-preview\">preview each file</link> by pressing the space bar to be "
 "sure you have the right file before opening it, copying it, or deleting it."
 msgstr ""
+"এটা ফোল্ডাৰৰ ফাইলসমূহ চাই থাকোতে, এটা ফাইল খোলা, কপি কৰা, অথবা মচাৰ আগত, "
+"সুনিশ্চিত হবলৈ যে আপুনি সঠিক ফাইল লৈছে আপুনি স্পেইচ বাৰ টিপি দ্ৰুত <link xref="
+"\"files-preview\">প্ৰতিটো ফাইল পূৰ্বদৰ্শন</link> কৰিব পাৰিব।"
 
 #. (itstool) path: section/p
 #: C/files-browse.page:65
@@ -6573,6 +6605,9 @@ msgid ""
 "dropping with the mouse, using the copy and paste commands, or by using "
 "keyboard shortcuts."
 msgstr ""
+"এটা ফাইল অথবা ফোল্ডাৰক এটা নতুন অৱস্থানলৈ মাউছ ব্যৱহাৰ কৰি ড্ৰেগ আৰু ড্ৰপ, কপি আৰু "
+"পেইস্ট কমান্ড ব্যৱহাৰ কৰি, অথবা কিবৰ্ড চৰ্টকাটসমূহ ব্যৱহাৰ কৰি কপি অথবা স্থানান্তৰ "
+"কৰিব পৰা যাব।"
 
 #. (itstool) path: page/p
 #: C/files-copy.page:33
@@ -6773,6 +6808,9 @@ msgid ""
 "need to empty the trash. To empty the trash, right-click <gui>Trash</gui> in "
 "the sidebar and select <gui>Empty Trash</gui>."
 msgstr ""
+"ফাইলসমূহ চিৰস্থায়ীভাৱে মচি পেলাবলৈ, আৰু আপোনাৰ কমপিউটাৰত ডিস্ক স্থান খালি কৰিবলৈ, "
+"আপুনি আবৰ্জনা খালি কৰিব লাগিব। আবৰ্জনা খালি কৰিবলৈ, কাষবাৰত <gui>আবৰ্জনা</gui> "
+"ৰাইট-ক্লিক কৰক আৰু <gui>আবৰ্জনা ৰিক্ত কৰক</gui> বাছক।"
 
 #. (itstool) path: section/title
 #: C/files-delete.page:53
@@ -7446,6 +7484,8 @@ msgid ""
 "closing the files. This may cause errors in applications that have those "
 "files open."
 msgstr ""
+"আপুনি ফাইলসমূহ বন্ধ নকৰাকৈ ডিভাইচ আতৰাবলৈ <gui>তথাপিও বাহিৰ উলিৱাওক</gui> বাছিব "
+"পাৰিব। ইয়াৰ বাবে খোলা ফাইলসমূহ থকা এপ্লিকেচনসমূহত ত্ৰুটি হব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/files-rename.page:7
@@ -7511,6 +7551,9 @@ msgid ""
 "the rename. To revert the action, immediately click the gear button in the "
 "toolbar and select <gui>Undo</gui> to restore the former name."
 msgstr ""
+"যদি আপুনি ফাইলখন ভুল নাম দিছে, অথবা সুদ্ধভাৱে নাম দিয়া নাই, আপুনি পুনৰ নামকৰণ "
+"বাতিল কৰিব পাৰিব। কাৰ্য্য বাতিল কৰিবলৈ, সঁজুলিবাৰ গিয়াৰ বুটাম তৎক্ষনাত ক্লিক কৰক আৰু "
+"আগৰ নাম পুনৰুদ্ধাৰ কৰিবলৈ <gui>বাতিল কৰক</gui> বাছক।"
 
 #. (itstool) path: section/title
 #: C/files-rename.page:57
@@ -7556,6 +7599,9 @@ msgid ""
 "If you try to rename a file to a name that already exists in the folder you "
 "are working in, the file manager will not allow it."
 msgstr ""
+"আপোনাৰ একেটা ফোল্ডাৰত একে নামৰ দুটা ফাইল অথবা ফোল্ডাৰ থাকিব নোৱাৰিব। যদি আপুনি "
+"কাম কৰি ফোল্ডাৰৰ ভিতৰত ইতিমধ্যে থকা এটা নামৰ সৈতে এটা ফাইলক পুনৰ নাম দিব "
+"বিচাৰে, ফাইল ব্যৱস্থাপকে তাৰ অনুমতি নিদিব।"
 
 #. (itstool) path: item/p
 #: C/files-rename.page:80
@@ -22670,6 +22716,8 @@ msgid ""
 "A list of devices will be shown. If there are no <gui>playback hardware "
 "devices</gui>, your sound card has not been detected."
 msgstr ""
+"ডিভাইচসমূহৰ এটা তালিকা দেখুৱা হব। যদি কোনো <gui>প্লেবেক হাৰ্ডৱেৰ ডিভাইচসমূহ</gui> "
+"নাই, আপোনাৰ শব্দ কাৰ্ড চিনাক্ত হোৱা নাই।"
 
 #. (itstool) path: section/p
 #: C/sound-nosound.page:106
@@ -22677,6 +22725,8 @@ msgid ""
 "If your sound card is not detected, you may need to manually install the "
 "drivers for it. How you do this will depend on the card you have."
 msgstr ""
+"যদি আপোনাৰ শব্দ কাৰ্ড চিনাক্ত হোৱা নাই, আপুনি ইয়াৰ বাবে ড্ৰাইভাৰসমূহ হস্তচালিতভাৱে "
+"ইনস্টল কৰিব লাগিব। আপুনি এনেকুৱা কেনেকৈ কৰিব সেয়া আপোনাৰ কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিব।"
 
 #. (itstool) path: section/p
 #: C/sound-nosound.page:109
@@ -22698,6 +22748,8 @@ msgid ""
 "on support forums (or otherwise) for your Linux distribution for "
 "instructions."
 msgstr ""
+"আপুনি আপোনাৰ কাৰ্ডৰ বাবে ড্ৰাইভাৰসমূহ সন্ধান কৰি ইনস্টল কৰিবলৈ সক্ষম হব লাগে। "
+"নিৰ্দেশৰ বাবে আপোনাৰ Linux বিতৰণৰ বাবে সমৰ্থন ফৰাম (অথবা অন্য) ত সোধাটো উত্তম।"
 
 #. (itstool) path: section/p
 #: C/sound-nosound.page:121
@@ -22706,6 +22758,9 @@ msgid ""
 "sound card. You can get sound cards that can be installed inside the "
 "computer and external USB sound cards."
 msgstr ""
+"যদি আপুনি আপোনাৰ শব্দ কাৰ্ডৰ বাবে ড্ৰাইভাৰ প্ৰাপ্ত কৰিব নোৱাৰে, আপুনি এটা নতুন শব্দ "
+"কাৰ্ড কিনাৰ কথা ভাৱি চাব পাৰে। আপুনি কমপিউটাৰ আৰু বহিৰ্তম USB শব্দ কাৰ্ডৰ ভিতৰত "
+"ইনস্টল কৰিব পৰা শব্দ কাৰ্ডসমূহ প্ৰাপ্ত কৰিব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/sound-usemic.page:27
@@ -22746,6 +22801,9 @@ msgid ""
 "USB microphones act as separate audio devices, and you may have to specify "
 "which microphone to use by default."
 msgstr ""
+"যদি আপোনাৰ এটা USB মাইক্ৰফোন আছে, ইয়াক আপোনাৰ কমপিউটাৰৰ যিকোনো USB পৰ্টত প্লাগ "
+"কৰক। USB মাইক্ৰফোনসমূহ পৃথক অডিঅ' ডিভাইচ ৰূপত ব্যৱহাৰ কৰে, আৰু আপুনি অবিকল্পিতভাৱে "
+"কোন মাইক্ৰফোন ব্যৱহাৰ কৰিব ধাৰ্য্য কৰিব লাগিব।"
 
 #. (itstool) path: steps/title
 #: C/sound-usemic.page:50 C/sound-usespeakers.page:55
@@ -22754,10 +22812,13 @@ msgstr "এটা অবিকল্পিত অডিঅ' ইনপুট ড
 
 #. (itstool) path: item/p
 #: C/sound-usemic.page:59
+#, fuzzy
 msgid ""
 "In the <gui>Input</gui> tab, select the device that you want to use. The "
 "input level indicator should respond when you speak."
 msgstr ""
+"ডিভাইচসমূহৰ তালিকাৰ পৰা ডিভাইচ বাছক। আপুনি কথা কওতে ইনপুট স্তৰ সূচকে প্ৰতিক্ৰিয়া "
+"কৰিব।"
 
 #. (itstool) path: page/p
 #: C/sound-usemic.page:64
@@ -22783,6 +22844,9 @@ msgid ""
 "usually either connect using a circular TRS (<em>tip, ring, sleeve</em>) "
 "plug or with USB."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰৰ সৈতে বহিৰ্তম স্পিকাৰ অথবা হেডফোন ব্যৱহাৰ কৰিব পাৰিব। "
+"স্পিকাৰসমূহ সাধাৰণত এটা বৃত্তিয় TRS (<em>tip, ring, sleeve</em>) প্লাগ অথবা USB "
+"ব্যৱহাৰ কৰি সংযোগ কৰে।"
 
 #. (itstool) path: page/p
 #: C/sound-usespeakers.page:37
@@ -22831,6 +22895,7 @@ msgid ""
 "Set the sound volume for the computer and control the loudness of each "
 "application."
 msgstr ""
+"কমপিউটাৰৰ শব্দ ভলিউম সংহতি কৰক আৰু প্ৰতিটো এপ্লিকেচনৰ শব্দ উচ্চতা নিয়ন্ত্ৰণ কৰক।"
 
 #. (itstool) path: page/title
 #: C/sound-volume.page:24
@@ -22861,6 +22926,8 @@ msgid ""
 "using the volume control on the speakers themselves. Some headphones have a "
 "volume control too."
 msgstr ""
+"যদি আপোনাৰ বহিৰ্তম স্পিকাৰ আছে, আপুনি স্পিকাৰত ভলিউম নিয়ন্ত্ৰণ ব্যৱহাৰ কৰি ভলিউম "
+"পৰিবৰ্তন কৰিব পাৰিব। কিছুমান হেডফোনৰ এটা ভলিউম নিয়ন্ত্ৰণ থাকে।"
 
 #. (itstool) path: section/title
 #: C/sound-volume.page:40
@@ -23423,6 +23490,9 @@ msgid ""
 "between different keyboard layouts using an icon in the top bar. To learn "
 "how, see <link xref=\"keyboard-layouts\"/>."
 msgstr ""
+"আপুনি আপোনাৰ কিবৰ্ডক অন্য ভাষাৰ কিবৰ্ডৰ নিচিনা ব্যৱহাৰ কৰাব পাৰে, কি'ত থকা "
+"আখৰসমূহৰ নিৰ্বিশেষ। আপুনি ওপৰ বাৰত এটা আইকন ব্যৱহাৰ কৰি বিভিন্ন কিবৰ্ডৰ মাজত চুইচ "
+"কৰিব পাৰিব। কেনেকৈ কৰিব জানিবলৈ, <link xref=\"keyboard-layouts\"/> চাওক।"
 
 #. (itstool) path: section/title
 #: C/tips-specialchars.page:128
@@ -23446,6 +23516,10 @@ msgid ""
 "default input method provided, so refer to the input methods documentation "
 "to see how to use them."
 msgstr ""
+"এটা ইনপুট পদ্ধতি বাছিবলৈ, এটা লিখনী উইজেটৰ ওপৰ ৰাইট-ক্লিক কৰক, আৰু <gui>ইনপুট "
+"পদ্ধতি</gui> মেনুত, আপুনি ব্যৱহাৰ কৰিব খোজা এটা ইনপুট পদ্ধতি বাছক। কোনো অবিকল্পিত "
+"ইনপুট পদ্ধতি প্ৰদান কৰা হোৱা নাই, সেয়েহে ইনপুট পদ্ধতিসমূহ কেনেকৈ ব্যৱহাৰ কৰিব "
+"জানিবলৈ ইনপুট পদ্ধতিসমূহ তথ্যচিত্ৰ চাওক।"
 
 #. (itstool) path: info/desc
 #: C/tips.page:12
@@ -23595,6 +23669,9 @@ msgid ""
 "each person in your household or company. Every user has their own home "
 "folder, documents, and settings."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰলৈ একাধিক ব্যৱহাৰকাৰী একাওন্ট যোগ কৰিব পাৰিব। আপোনাৰ ঘৰ "
+"অথবা কোম্পানীৰ প্ৰত্যকজন মানুহক এটা একাওন্ট দিয়ক। প্ৰত্যকজন ব্যৱহাৰকাৰীৰ তাৰ নিজস্ব "
+"ঘৰ ফোল্ডাৰ, দস্তাবেজসমূহ, আৰু সংহতিসমূহ আছে।"
 
 #. (itstool) path: page/p
 #: C/user-add.page:76
@@ -24123,11 +24200,15 @@ msgstr "এটা ব্যৱহাৰকাৰী একাওন্ট মচ
 
 #. (itstool) path: page/p
 #: C/user-delete.page:40
+#, fuzzy
 msgid ""
 "You can <link xref=\"user-add\">add multiple user accounts to your computer</"
 "link>. If somebody is no longer using your computer, you can delete that "
 "user's account."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰৰ একাধিক ব্যৱহাৰকাৰী একাওন্ট যোগ কৰিব পাৰিব। কেনেকৈ কৰিব "
+"জানিবলৈ <link xref=\"user-add\"/> চাওক। যদি কোনোবাই আপোনাৰ কমপিউটাৰ আৰু "
+"ব্যৱহাৰ কৰি থকা নাই, আপুনি সেই ব্যৱহাৰকাৰী একাওন্ট মচি পেলাব পাৰে।"
 
 #. (itstool) path: page/p
 #: C/user-delete.page:44
@@ -24187,6 +24268,9 @@ msgid ""
 "password is easy to guess, someone may figure it out and gain access to your "
 "personal information."
 msgstr ""
+"এটা ভাল পাছৱাৰ্ড নিৰ্বাচন কৰিলে আপোনাৰ কমপিউটাৰ সুৰক্ষিত থাকিব। যদি আপোনাৰ "
+"পাছৱাৰ্ড অনুমান কৰিবলৈ সহজ, কোনোবাই ইয়াক অনুমান লগাই আপোনাৰ ব্যক্তিগত তথ্য অভিগম "
+"কৰিব পাৰিব।"
 
 #. (itstool) path: page/p
 #: C/user-goodpassword.page:42
@@ -24528,6 +24612,8 @@ msgid ""
 "screen. The top left corner of the screen, for instance, always corresponds "
 "to the same point on the tablet."
 msgstr ""
+"<em>প্ৰকৃত</em> অৱস্থাত, টেবলেটৰ প্ৰতিটো বিন্দু পৰ্দাৰ এটা বিন্দুলৈ চিহ্ন কৰে। পৰ্দাৰ "
+"ওপৰ বাঁও চুক, উদাহৰণস্বৰূপ, সদায় টেবলেটৰ একেটা বিন্দুলৈ প্ৰসংগ কৰে।"
 
 #. (itstool) path: note/p
 #: C/wacom-mode.page:43
@@ -24634,6 +24720,9 @@ msgid ""
 "the tablet, a pager will be displayed next to the stylus device name. Use "
 "the pager to choose which stylus to configured."
 msgstr ""
+"যদি আপোনাৰ এটাতকৈ অধিক স্টাইলাচ থাকে, অতিৰিক্ত স্টাইলাচ টেবলেটৰ ওচৰ পাওতে, "
+"স্টাইলাচ ডিভাইচ নামৰ কাষত এটা পেজাৰ প্ৰদৰ্শন কৰা হব। কোনো স্টাইলাচ সংৰূপ কৰা হব "
+"নিৰ্বাচন কৰিবলৈ পেজাৰ ব্যৱহাৰ কৰক।"
 
 #. (itstool) path: info/desc
 #: C/wacom.page:7
@@ -24748,6 +24837,14 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ "Settings</gui>."
 #~ msgstr "মেনু বাৰত ব্লুটুথ আইকন ক্লিক কৰক আৰু <gui>ব্লুটুথ সংহতিসমূহ</gui> বাছক।"
 
+#~ msgid ""
+#~ "Select the device to send files to from the list on the left. The list "
+#~ "only shows devices you've already connected to. See <link xref="
+#~ "\"bluetooth-connect-device\"/>."
+#~ msgstr ""
+#~ "বাওঁফালৰ তালিকাৰ পৰা ফাইলসমূহ পঠাবলৈ ডিভাইচ বাছক। তালিকায় কেৱল আপুনি সংযোগ "
+#~ "কৰা ডিভাইচসমূহ দেখুৱায়। <link xref=\"bluetooth-connect-device\"/> চাওক।"
+
 #~ msgid "In the device information on the right, click <gui>Send Files</gui>."
 #~ msgstr "সোঁফালে ডিভাইচ তথ্যত, <gui>ফাইলসমূহ পঠাওক</gui> ক্লিক কৰক।"
 


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]