[gnome-user-docs/gnome-3-8] Assamese translation updated



commit b6caa8857c2f44798e0393799317ac2cadeac352
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Mon Dec 2 20:40:22 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  392 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 389 insertions(+), 3 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index 154dbe5..a8f9a00 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -3,7 +3,7 @@ msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-11-27 21:11+0630\n"
+"PO-Revision-Date: 2013-12-02 20:38+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -760,6 +760,13 @@ msgid ""
 "conditions. Click the <gui>Options</gui> button and pick the <gui>Color "
 "Effects</gui> tab."
 msgstr ""
+"আপুনি উলোটা ভিডিঅ' অথবা <gui>কলাত বগা</gui> লৈ চুইচ কৰিব পাৰিব, আৰু "
+"মেগ্নিফায়াৰৰ বাবে উজ্জ্বলতা, কনট্ৰাস্ট আৰু ধোৱাবৰণ বিকল্পসমূহ সমন্বয় কৰিব "
+"পাৰিব। এই বিকল্পসমূহৰ "
+"সংযুক্তি নিম্ন-দৃশ্যৰ মানুহ, ফ'টোফবিয়াৰ যিকোনো ডিগ্ৰি, অথবা কম পোহৰ অৱস্থাত "
+"কমপিউটাৰ ব্যৱহাৰ কৰাৰ "
+"বাবে উপযোগী। <gui>বিকল্পসমূহ</gui> বুটাম ক্লিক কৰক আৰু <gui>ৰঙৰ প্ৰভাৱসমূহ<"
+"/gui> টেব পিক কৰক।"
 
 #: C/a11y.page:16(info/desc)
 msgid ""
@@ -782,6 +789,11 @@ msgid ""
 "devices. Many accessibility features can be accessed from the accessibility "
 "menu in the top bar."
 msgstr ""
+"GNOME ডেস্কটপে বিভিন্ন দূৰ্বলতা আৰু বিশেষ প্ৰয়োজনীয়তা থকা ব্যৱহাৰকাৰীসকলক "
+"সমৰ্থন "
+"কৰিবলৈ আৰু সাধাৰণ সহায়ক ডিভাইচসমূহৰ সৈতে ভাৱবিনিময় কৰিবলৈ, সহায়ক প্ৰযুক্তি "
+"অন্তৰ্ভুক্ত কৰে। "
+"ওপৰ বাৰত অভিগম্যতা মেনুৰ পৰা কেইবাটাও অভিগম্যতা বৈশিষ্ট্য অভিগম কৰিব পাৰি।"
 
 #: C/a11y.page:34(section/title)
 msgid "Visual impairments"
@@ -987,6 +999,13 @@ msgid ""
 "time when you type, or if you find it difficult to press the right key on "
 "the keyboard first time."
 msgstr ""
+"<em>slow keys</em> অন কৰক যদি আপুনি এটা কি টিপা আৰু সেই আখৰ পৰ্দাত "
+"প্ৰদৰ্শন হোৱাৰ মাজত এটা বিলম্ব বিচাৰে। ই অৰ্থ হল আপুনি টাইপ কৰিব খোজা প্ৰতিটো "
+"কি'ক "
+"উপস্থিত হবলৈ অলপ সময় ধৰি থব লাগিব। লেহেম কি'সমূহ ব্যৱহাৰ কৰক যদি আপুনি টাইপ "
+"কৰোতে "
+"ভুলতে কেইবাটাও কি' টিপে অথবা প্ৰথমবাৰত কিবৰ্ডত সঠিক কি টিপোতে আপোনাৰ অসুবিধা "
+"হয়।"
 
 #: C/a11y-slowkeys.page:46(item/p)
 msgid "Switch <gui>Slow Keys</gui> on."
@@ -1003,6 +1022,12 @@ msgid ""
 "keyboard. When this option is selected, you can press and hold <key>Shift</"
 "key> for eight seconds to enable or disable slow keys."
 msgstr ""
+"কিবৰ্ডৰ পৰা লেহেম কি'সমূহ অন অথবা অফ কৰিবলৈ <gui>কিবৰ্ড দ্বাৰা সামৰ্থবান কৰক<"
+"/gui> ৰ অন্তৰ্গত, "
+"<gui>কিবৰ্ডৰ পৰা অভিগম্যতা বৈশিষ্ট্যসমূহ অন কৰক</gui> বাছক। যেতিয়া এই বিকল্প "
+"নিৰ্বাচিত থাকে, "
+"আপুনি লেহেম কি'সমূহ সামৰ্থবান অথবা অসামৰ্থবান কৰিবলৈ <key>Shift</key> কি' "
+"টিপি ৮ ছেকেণ্ড ধৰি থব লাগিব।"
 
 #: C/a11y-slowkeys.page:57(note/p)
 msgid ""
@@ -1057,6 +1082,15 @@ msgid ""
 "have to hold down both keys at the same time; with sticky keys turned on, "
 "you would press <key>Super</key> and then <key>Tab</key> to do the same."
 msgstr ""
+"<em>স্টিকি কি'সমূহ</em> এ আপোনাক কিবৰ্ড চৰ্টকাটসমূহ সকলো কি' একেলগে ধৰি নথৈ "
+"এটা সময়ত "
+"এটা কি' ৰূপে টাইপ কৰাৰ অনুমতি দিয়ে। উদাহৰণস্বৰূপ, <keyseq><key "
+"xref=\"keyboard-key-super\"> "
+"Super</key><key>Tab</key></keyseq> চৰ্টকাটে উইন্ডোসমূহ চুইচ কৰে। স্টিকি "
+"কি'সমূহ অন নাথাকিলে, "
+"আপুনি দুয়োটা কি' একে সময়তে ধৰি থব লাগিব; স্টিকি কি'সমূহ অন থাকিলে, আপুনি "
+"একেটা বস্তু কৰিবলৈ <key>Super</key> "
+"টিপি তাৰ পিছত <key>Tab</key> টিপিব।"
 
 #: C/a11y-stickykeys.page:37(page/p)
 msgid ""
@@ -1081,6 +1115,12 @@ msgid ""
 "keyboard. When this option is selected, you can press <key>Shift</key> five "
 "times in a row to enable or disable sticky keys."
 msgstr ""
+"কিবৰ্ডৰ পৰা স্টিকি কি'সমূহ অন অথবা অফ কৰিবলৈ <gui>কিবৰ্ড দ্বাৰা সামৰ্থবান "
+"কৰক</gui> ৰ অন্তৰ্গত, "
+"<gui>কিবৰ্ডৰ পৰা অভিগম্যতা বৈশিষ্ট্যসমূহ অন কৰক</gui> বাছক। যেতিয়া এই বিকল্প "
+"নিৰ্বাচিত থাকে, "
+"আপুনি স্টিকি কি'সমূহ সামৰ্থবান অথবা অসামৰ্থবান কৰিবলৈ <key>Shift</key> কি' "
+"পাচ বাৰ টিপিব লাগিব।"
 
 #: C/a11y-stickykeys.page:60(note/p)
 msgid ""
@@ -1113,6 +1153,13 @@ msgid ""
 "press some keyboard shortcuts simultaneously (for example, keys that are "
 "close together), but not others."
 msgstr ""
+"উদাহৰণস্বৰূপ, যদি আপোনাৰ স্টিকি কি'সমূহ অন আছে কিন্তু <key>Super</key> "
+"আৰু <key>Tab</key> একেলগে টিপে, স্টিকি কি'সমূহে আপুনি আন এটা কি' টিপালৈ "
+"অপেক্ষা নকৰে যদি আপোনাৰ এই বিকল্প অন থাকে। ই অপেক্ষা কৰিব যদি আপুনি এটা কি' "
+"টিপে। "
+"ই উপযোগী যদি আপুনি একেলগে কিছুমান কিবৰ্ড চৰ্টকাট টিপিব পাৰে (উদাহৰণস্বৰূপ, "
+"যিবোৰ "
+"কি একেলগে থাকে), কিন্তু অন্য নহয়।"
 
 #: C/a11y-stickykeys.page:77(page/p)
 msgid ""
@@ -1129,6 +1176,12 @@ msgid ""
 "next key press will be interpreted as part of a shortcut. Select <gui>Beep "
 "when a modifier key is pressed</gui> to enable this."
 msgstr ""
+"আপুনি কমপিউটাৰক এটা \"বিপ\" শব্দ কৰিবলৈ সংহতি কৰিব পাৰে যেতিয়া আপুনি স্টিকি "
+"কি'সমূহ অন থকাকৈ কিবৰ্ড চৰ্টকাট টাইপ কৰা আৰম্ভ কৰে। ই উপযোগী যদি আপুনি জানিব "
+"বিচাৰে যে "
+"স্টিকি কি'সমূহে এটা কিবৰ্ড চৰ্টকাট টাইপ হোৱাৰ অপেক্ষাত আছে, সেয়েহে পৰৱৰ্তী কি "
+"টিপক এটা চৰ্টকাট বুলি "
+"ধৰা হব। ইয়াক সামৰ্থবান কৰিবলৈ <gui>এটা পৰিৱৰ্তক কি টিপোতে বিপ কৰিব</gui>।"
 
 #: C/a11y-visualalert.page:19(info/desc)
 msgid ""
@@ -1149,6 +1202,11 @@ msgid ""
 "either the entire screen or your current window visually flash whenever the "
 "alert sound is played."
 msgstr ""
+"আপোনাৰ কমপিউটাৰে কিছুমান বাৰ্তা আৰু ঘটনাৰ বাবে এটা সাধাৰণ সতৰ্ক শব্দ বজাব। "
+"যদি আপোনাৰ "
+"এই শব্দসমূহ শুনোতে অসুবিধা হৈছে, আপুনি আপোনাৰ সম্পূৰ্ণ পৰ্দা অথবা বৰ্তমান "
+"উইন্ডোক সতৰ্ক শব্দ "
+"বাজোতে দৃশ্যমানভাৱে ফ্লেশ্ব কৰাব পাৰে।"
 
 #: C/a11y-visualalert.page:31(page/p)
 msgid ""
@@ -1156,6 +1214,10 @@ msgid ""
 "computer to be silent, such as in a library. See <link xref=\"sound-alert\"/"
 "> to learn how to mute the alert sound, then enable visual alerts."
 msgstr ""
+"ই উপযোগী হব পাৰে যদি আপুনি এটা পৰিৱেশত আছে য'ত আপুনি আপোনাৰ কমপিউটাৰক শান্ত "
+"থকাটো বিচাৰে, যেনে এটা লাইব্ৰেৰীত থাকে। সতৰ্ক শব্দ কেনেকৈ মৌন কৰি দৃশ্যমান "
+"সতৰ্কসমূহ "
+"সামৰ্থবান কৰা হব জানিবলৈ <link xref=\"sound-alert\"/> চাওক।"
 
 #: C/a11y-visualalert.page:40(item/p)
 msgid "Open <gui>Universal Access</gui> and select the <gui>Hearing</gui> tab."
@@ -1282,6 +1344,8 @@ msgid ""
 "means that you don't need to skim through an entire manual to find the "
 "answer to your questions."
 msgstr ""
+"এই সহায়কক সৰু, কাৰ্য্য-প্ৰাসংগিক বিষয়বোৰত সমন্বয় কৰা হৈছে--পাঠত নহয়। ইয়াৰ "
+"বাবে আপোনাক আপোনাৰ প্ৰশ্নৰ উত্তৰ বাবে এটা সম্পূৰ্ণ হাতপুথি পঢ়াৰ প্ৰয়োজন নহয়।"
 
 #: C/about-this-guide.page:22(item/p)
 msgid ""
@@ -1289,6 +1353,11 @@ msgid ""
 "pages will direct you to related topics. This makes it easy to find similar "
 "topics that might help you perform a certain task."
 msgstr ""
+"প্ৰাসংগিক বস্তুবোৰ একেলগে থোৱা হৈছে। কিছুমান পৃষ্ঠাৰ তলত থকা \"আৰু চাওক\" "
+"লিঙ্কসমূহে "
+"আপোনাক প্ৰাসংগিক বিষয়েবোৰলৈ নিব। ই এটা নিৰ্দিষ্ট কাৰ্য্য পৰিৱেশন কৰিবলৈ সহায়ক "
+"সদৃশ "
+"বিষয়বোৰ সন্ধান কৰাটো সহজ কৰে।"
 
 #: C/about-this-guide.page:23(item/p)
 msgid ""
@@ -1308,6 +1377,9 @@ msgid ""
 "of your questions here. We will keep adding more information to make things "
 "more helpful, though."
 msgstr ""
+"সহায়কক নিয়মিতভাৱে উন্নত কৰা হৈছে। যদিও আমি আপোনাক সহায়ক তথ্যৰ এটা সম্পূৰ্ণ "
+"সংহতি প্ৰদান কৰাৰ চেষ্টা কৰো, আমি জানো আমি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ ইয়াত দিব "
+"নোৱাৰিম। আমি তথ্যক অধিক সহায়ক কৰিবলৈ অধিক তথ্য যোগ কৰি থাকিম।"
 
 #: C/about-this-guide.page:27(page/p)
 msgid ""
@@ -1365,6 +1437,10 @@ msgid ""
 "desktop. Thus, your email program, chat program, and other related "
 "applications will be set up for you."
 msgstr ""
+"এটা একাওন্ট যোগ কৰিলে আপোনাৰ অনলাইন একাওন্টসমূহ আপোনাৰ GNOME ডেস্কটপৰ সৈতে "
+"সংযোগ কৰাত সহায়ক হব। সেয়েহে, আপোনাৰ ইমেইল প্ৰগ্ৰাম, চেট প্ৰগ্ৰাম, আৰু অন্য "
+"প্ৰাসংগিক এপ্লিকেচনসমূহ "
+"আপোনাৰ বাবে সংস্থাপন কৰা হব।"
 
 #: C/accounts-add.page:26(item/p)
 msgid "Click the <key>+</key> button in the lower-left portion of the window."
@@ -1392,6 +1468,10 @@ msgid ""
 "credentials. For example, if you are setting up a Google account, enter your "
 "Google username and password."
 msgstr ""
+"এটা সৰু অনলাইন উইন্ডো খোল খাব য'ত আপুনি আপোনাৰ অনলাইন একাওন্টৰ তথ্য দিব "
+"পাৰিব। "
+"উদাহৰণস্বৰূপ, যদি আপুনি এটা Google একাওন্ট সংস্থাপন কৰি আছে, আপোনাৰ Google "
+"ব্যৱহাৰকাৰীনাম আৰু পাছৱাৰ্ড সুমুৱাওক।"
 
 #: C/accounts-add.page:36(item/p)
 msgid ""
@@ -1399,6 +1479,10 @@ msgid ""
 "GNOME access to your online account. Select <gui>Grant Access</gui> to "
 "continue."
 msgstr ""
+"যদি আপুনি আপোনাৰ তথ্যসমূহ সঠিক সুমুৱাইছে, আপোনাক আপোনাৰ অনলাইন একাওন্টলৈ "
+"GNOME অভিগমৰ অনুমতি দিবলৈ প্ৰমপ্ট কৰা হব। আগবাঢ়িবলৈ <gui>অভিগম প্ৰদান কৰক<"
+"/gui> "
+"বাছক।"
 
 #: C/accounts-add.page:39(item/p)
 msgid ""
@@ -1407,6 +1491,12 @@ msgid ""
 "use an online account for your calendar, turn the <gui>calendar</gui> option "
 "off."
 msgstr ""
+"আপোনাৰ অনলাইন একাওন্টৰ সৈতে সংযুক্ত কৰিব খোজা এপ্লিকেচনসমূহ বাছক। "
+"উদাহৰণস্বৰূপ, "
+"যদি আপুনি চেটৰ বাবে এটা অনলাইন একাওন্ট ব্যৱহাৰ কৰিব খোজে, কিন্তু আপোনাৰ "
+"কেলেন্ডাৰৰ "
+"বাবে এটা অনলাইন একাওন্ট ব্যৱহাৰ কৰিব নোখোজে, <gui>কেলেন্ডাৰ</gui> বিকল্প বন্ধ "
+"কৰক।"
 
 #: C/accounts-add.page:45(page/p)
 msgid ""
@@ -1424,6 +1514,11 @@ msgid ""
 "want to fully revoke the link between your desktop and the online service, "
 "<link xref=\"accounts-remove\">remove</link> it."
 msgstr ""
+"সুৰক্ষা কাৰণৰ বাবে, GNOME এ আপোনাৰ পাছৱাৰ্ড আপোনাৰ কমপিউটাৰত সংৰক্ষণ নকৰে। "
+"ইয়াৰ পৰিৱৰ্তে, ই অনলাইন সেৱা দ্বাৰা প্ৰদান কৰা এটা টকেন সংৰক্ষণ কৰে। যদি "
+"আপুনি আপোনাৰ ডেস্কটপ "
+"আৰু অনলাইন সেৱাৰ মাজৰ সংযোগ সম্পূৰ্ণভাৱে আতৰাব খোজে, ইয়াক <link "
+"xref=\"accounts-remove\">আতৰাওক</link>।"
 
 #: C/accounts-create.page:10(credit/name)
 #: C/contacts-add-remove.page:20(credit/name)
@@ -1483,6 +1578,11 @@ msgid ""
 "adding it to <app>Online Accounts</app>. This allows you to manage all your "
 "online accounts from one application."
 msgstr ""
+"কিছুমান অনলাইন একাওন্ট সেৱা প্ৰদানকাৰীসকলে <app>Online Accounts</app> লৈ যোগ "
+"কৰাকৈ "
+"এটা একাওন্ট সৃষ্টি কৰাৰ অনুমতি দিয়ে। ই আপোনাক এটা এপ্লিকেচনৰ পৰা আপোনাৰ সকলো "
+"অনলাইন "
+"একাওন্ট ব্যৱস্থাপনা কৰাৰ অনুমতি দিয়ে।"
 
 #: C/accounts-create.page:34(item/p)
 #: C/accounts-disable-service.page:32(item/p)
@@ -1552,6 +1652,10 @@ msgid ""
 "default. <link xref=\"accounts-disable-service\">Switch off</link> "
 "individual services to disable them."
 msgstr ""
+"এটা একাওন্ট প্ৰদানকাৰী দ্বাৰা প্ৰদান কৰা সকলো সেৱা অবিকল্পিতভাৱে সামৰ্থবান "
+"থাকিব। "
+"ইহতক অসামৰ্থবান কৰিবলৈ সূকীয়া সেৱাসমূহ <link "
+"xref=\"accounts-disable-service\">বন্ধ কৰক</link>।"
 
 #: C/accounts-disable-service.page:5(info/desc)
 msgid ""
@@ -1579,6 +1683,14 @@ msgid ""
 "account for email but not chat, since you have a different online account "
 "that you use for chat."
 msgstr ""
+"কিছুমান অনলাইন একাওন্টে আপোনাক একেটা ব্যৱহাৰকাৰী একাওন্টৰ সৈতে বিভিন্ন সেৱা "
+"অভিগম কৰাৰ অনুমতি দিয়ে। উদাহৰণস্বৰূপ, Google একাওন্টসমূহে কেলেন্ডাৰ, ইমেইল, "
+"পৰিচয়সমূহ আৰু চেটলৈ অভিগম প্ৰদান কৰে। আপুনি আপোনাৰ একাওন্টক কিছুমান সেৱাৰ "
+"বাবে "
+"ব্যৱহাৰ কৰিব পাৰিব, কিন্তু অন্যৰ বাবে নহয়। উদাহৰণস্বৰূপ, আপুনি আপোনাৰ Google "
+"একাওন্টক ইমেইলৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিব পাৰে কিন্তু চেটৰ বাবে, যিহেতু "
+"আপোনাৰ এটা "
+"ভিন্ন অনলাইন একাওন্ট আছে যাক আপুনি চেটৰ বাবে ব্যৱহাৰ কৰে।"
 
 #: C/accounts-disable-service.page:28(page/p)
 msgid ""
@@ -1751,6 +1863,11 @@ msgid ""
 "give you access to your contacts, and display your calendar items in your "
 "Google agenda."
 msgstr ""
+"<app>Evolution</app>, ইমেইল এপ্লিকেচন। আপোনাৰ ইমেইল একাওন্টক <app>Evolution<"
+"/app> "
+"লৈ স্বচালিতভাৱে যোগ কৰা হব, সেয়েহে ই আপোনাৰ মেইল উদ্ধাৰ কৰি, আপোনাৰ একাওন্টলৈ "
+"অভিগম প্ৰদান কৰিব, "
+"আৰু আপোনাৰ Google কাৰ্য্যক্ৰমত আপোনাৰ কেলেন্ডাৰ বস্তবোৰ প্ৰদৰ্শন কৰিব।"
 
 #: C/accounts-which-application.page:42(item/p)
 msgid ""
@@ -1853,6 +1970,14 @@ msgid ""
 "time. Just set your account once and every time you start your computer all "
 "the accounts and services you've added are ready for you."
 msgstr ""
+"আপোনাৰ একাওন্টসমূহ যোগ কৰিলে আপোনাৰ পছন্দৰ সেৱাসমূহ যেনে কেলেন্ডাৰ, চেট আৰু "
+"ই-মেইল প্ৰত্যক্ষভাৱে আপোনাৰ ডেস্কটপলৈ আহে আৰু সেৱাসমূহৰ তথ্যক আপোনাৰ "
+"ব্যৱহাৰকাৰী অনুভৱৰ "
+"এটা বাধাহিন অংশ বনায়। একাওন্টসমূহ যোগ কৰিলে আপুনি অতি সহজতে বিভিন্ন "
+"একাওন্টসমূহ, যেনে চেটৰ "
+"সৈতে সংযুক্ত থাকিব পাৰিব। আপোনাৰ একাওন্টক কেৱল এবাৰ সংহতি কৰক আৰু প্ৰতিবাৰে "
+"আপুনি কমপিউটাৰ "
+"আৰম্ভ কৰোতে আপুনি যোগ কৰা সকলো একাওন্ট আৰু সেৱা আপোনাৰ বাবে প্ৰস্তুত থাকিব।"
 
 #: C/accounts.page:6(info/desc)
 msgid ""
@@ -1876,6 +2001,13 @@ msgid ""
 "easily access your calendar, mail, chat accounts, and similar from those "
 "applications without having to enter your account details again."
 msgstr ""
+"আপুনি <app>অনলাইন একাওন্টসমূহ</app> উইন্ডোত কিছুমান অনলাইন সেৱা (যেনে Google "
+"আৰু "
+"Facebook) ৰ লগিন বিৱৰণসমূহ সুমুৱাব পাৰিব। ই আপোনাক আপোনাৰ একাওন্ট বিৱৰণসমূহ "
+"আকৌ সুমুৱাৰ "
+"প্ৰয়োজনীয়তা নহোৱাকৈ, সেই এপ্লিকেচনসমূহৰ পৰা আপোনাৰ কেলেন্ডাৰ, মেইল, চেট "
+"একাওন্টসমূহ সহজতে "
+"অভিগম কৰাৰ অনুমতি দিব। "
 
 #: C/backup-check.page:7(info/desc)
 msgid "Verify your backup was successful."
@@ -1891,6 +2023,10 @@ msgid ""
 "was successful. If it didn't work properly, you could lose important data "
 "since some files could be missing from the backup."
 msgstr ""
+"আপুনি আপোনাৰ ফাইলসমূহ বেকআপ লোৱাৰ পিছত, আপুনি বেকআপ সফল আছিল নে "
+"সুনিশ্চিত কৰিব লাগিব। যদি ই সঠিকভাৱে কাৰ্য্য কৰা নাই, আপুনি গুৰত্বপূৰ্ণ তথ্য "
+"হেৰুৱাব পাৰে "
+"যিহেতু কিছুমান ফাইল বেকআপৰ পৰা সন্ধানহিন হব পাৰে।"
 
 #: C/backup-check.page:23(page/p)
 msgid ""
@@ -1899,6 +2035,10 @@ msgid ""
 "transferring data that is very important to you, you may want to perform "
 "additional checks to confirm that your data has been transferred properly."
 msgstr ""
+"যেতিয়া আপুনি ফাইলসমূহ কপি অথবা স্থানান্তৰ কৰিবলৈ ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰে, "
+"কমপিউটাৰে সকলো তথ্য সঠিকভাৱে স্থানান্তৰ হৈছে সুনিশ্চিত কৰিবলৈ নিৰীক্ষণ কৰে। "
+"যি কি নহওক, যদি আপুনি অতি গুৰত্বপূৰ্ণ তথ্য স্থানান্তৰ কৰি আছে, আপোনাৰ তথ্য "
+"সঠিকভাৱে স্থানান্তৰ হৈছে সুনিশ্চিত কৰিবলৈ অতিৰিক্ত পৰিক্ষা পৰিৱেশন কৰিব লাগিব।"
 
 #: C/backup-check.page:29(page/p)
 msgid ""
@@ -1907,6 +2047,11 @@ msgid ""
 "you transferred are actually there in the backup, you can have extra "
 "confidence that the process was successful."
 msgstr ""
+"আপুনি গন্তব্য মিডিয়াত কপি হোৱা ফাইল আৰু ফোল্ডাৰসমূহক চাই এটা অতিৰিক্ত পৰিক্ষা "
+"কৰিব পাৰিব। "
+"আপুনি স্থানান্তৰ কৰা ফাইল আৰু ফোল্ডাৰসমূহ সঁচাকৈ বেকআপত আছে নে সুনিশ্চিত "
+"কৰিলে, প্ৰক্ৰিয়াৰ সফলতাৰ "
+"এটা অতিৰিক্ত ভৰষা পাব।"
 
 #: C/backup-check.page:34(note/p)
 msgid ""
@@ -1915,6 +2060,9 @@ msgid ""
 "app>. Such a program is more powerful and more reliable than just copying "
 "and pasting files."
 msgstr ""
+"যদি আপুনি তথ্যৰ বৃহত পৰিমাণ নিয়মিয়াভাৱে বেকআপ লয়, আপুনি এটা নিৰ্দিষ্ট বেকআপ "
+"প্ৰগ্ৰাম যেনে <app>Déjà Dup</app> ব্যৱহাৰ কৰাটো অধিক সহজ পাব। এইধৰণৰ "
+"প্ৰগ্ৰাম ফাইলসমূহ কেৱল কপি আৰু পেইস্ট কৰাৰ তুলনাত অধিক শক্তিশালী আৰু ভৰষাবান।"
 
 #: C/backup-frequency.page:7(info/desc)
 msgid ""
@@ -1962,6 +2110,10 @@ msgid ""
 "For example, if you are running a network environment with critical data "
 "stored on your servers, then even nightly backups may not be enough."
 msgstr ""
+"আপুনি কিমান বাৰ বেকআপ লয় সেয়া বেকআপ লব লগিয়া তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। "
+"উদাহৰণস্বৰূপ, যদি আপুনি চাৰ্ভাৰসমূহত গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে এটা নেটৱাৰ্ক "
+"পৰিৱেশ চলাই আছে, "
+"তেন্তে নাইটলি বেকআপ পৰ্যাপ্ত নহব।"
 
 #: C/backup-frequency.page:28(page/p)
 msgid ""
@@ -1969,6 +2121,9 @@ msgid ""
 "hourly backups would likely be unnecessary. You may find it helpful to "
 "consider the following points when planning your backup schedule:"
 msgstr ""
+"অন্য হাতে, যদি আপুনি তথ্যক আপোনাৰ ঘৰৰ কমপিউটাৰত বেকআপ লৈ আছে তেন্তে "
+"প্ৰতি ঘন্টাত বেকআপ লোৱাৰ প্ৰয়োজন নহব। আপোনাৰ বেকআপ ক্ৰম নিৰ্ধাৰণ কৰোতে "
+"নিম্নলিখিত বিষয়বোৰ মন কৰাটো সহায়ক হব:"
 
 #: C/backup-frequency.page:33(item/p)
 msgid "The amount of time you spend on the computer."
@@ -1985,6 +2140,13 @@ msgid ""
 "backups may suffice. However, if you happen to be in the middle of a tax "
 "audit, more frequent backups may be necessary."
 msgstr ""
+"যদি আপুনি বেকআপ লব খোজা তথ্য নিম্ন প্ৰাথমিকতাৰ, অথবা কম পৰিবৰ্তনত, যেনে "
+"সংগিত, "
+"ই-মেইলসমূহ আৰু পৰিয়াল ফ'টোসমূহ, তেন্তে সাপ্তাহিক অথবা মাহেকীয়া বেকআপ "
+"পৰ্যাপ্ত। "
+"যি কি নহওক, যদি আপুনি এটা টেক্স অডিটৰ মাজত থাকে, অধিক সঘনে বেকআপ লোৱাৰ "
+"প্ৰয়োজন হব "
+"পাৰে।"
 
 #: C/backup-frequency.page:42(page/p)
 msgid ""
@@ -1993,6 +2155,12 @@ msgid ""
 "example, if spending a week re-writing lost documents is too long for you, "
 "you should back up at least once per week."
 msgstr ""
+"এটা সাধাৰণ নিয়ম ৰূপে, বেকআপসমূহৰ মাজৰ সময় আপুনি কোনো হেৰুৱা কাৰ্য্য পুনৰ "
+"কৰিবলৈ "
+"ব্যয় কৰিব খোজা সময় পৰিমাণতকৈ অধিক হব নালাগিব। উদাহৰণস্বৰূপ, যদি হেৰুৱা "
+"দস্তাবেজসমূহ পুনৰ লিখোতে "
+"এটা সপ্তাহ ব্যয় কৰাটো আপোনাৰ বাবে অত্যাধিক দীঘল, আপুনি প্ৰত্যক সপ্তাহ অন্তত "
+"এবাৰ বেকআপ লব লাগিব।"
 
 #: C/backup-how.page:7(info/desc)
 msgid ""
@@ -2012,6 +2180,11 @@ msgid ""
 "application manage the backup process for you. A number of different backup "
 "applications are available, for example <app>Déjà Dup</app>."
 msgstr ""
+"আপোনাৰ ফাইল আৰু সংহতিসমূহ বেক আপ কৰাৰ আটাইতকৈ সহজ পদ্ধতি হল এটা বেক আপ "
+"এপ্লিকেচনক "
+"আপোনাৰ বাবে বেকআপ প্ৰক্ৰিয়া ব্যৱস্থাপনা কৰিবলৈ দিয়া। বিভিন্ন ধৰণ বেকআপ "
+"এপ্লিকেচন উপলব্ধ আছে, উদাহৰণস্বৰূপ "
+"<app>Déjà Dup</app>।"
 
 #: C/backup-how.page:32(page/p)
 msgid ""
@@ -2030,6 +2203,13 @@ msgid ""
 "files</link> and settings are usually in your Home folder, so you can copy "
 "them from there."
 msgstr ""
+"এটা অন্য বিকল্প হল এটা সুৰক্ষিত অৱস্থানলৈ, যেনে এটা বহিৰ্তম হাৰ্ড ড্ৰাইভ, "
+"নেটৱাৰ্কত "
+"অন্য কমপিউটাৰ, অথবা এটা USB ড্ৰাইভলৈ <link xref=\"files-copy\">আপোনাৰ "
+"ফাইলসমূহ কপি</link> "
+"কৰা। আপোনাৰ <link xref=\"backup-thinkabout\">ব্যক্তিগত ফাইলসমূহ</link> আৰু "
+"সংহতিসমূহ সাধাৰণত "
+"আপোনাৰ ঘৰ ফোল্ডাৰত থাকে, যাতে আপুনি সিহতক তাৰ পৰা কপি কৰিব পাৰে।"
 
 #: C/backup-how.page:40(page/p)
 msgid ""
@@ -2037,6 +2217,11 @@ msgid ""
 "device. If you have the room on your backup device, it is best to back up "
 "the entire Home folder with the following exceptions:"
 msgstr ""
+"আপুনি বেকআপ লব পৰা তথ্যৰ পৰিমাণ সংৰক্ষণ ডিভাইচৰ আকাৰ দ্বাৰা সীমিত। যদি আপোনাৰ "
+"বেকআপ "
+"ডিভাইচত স্থান উপলব্ধ আছে, নিম্নলিখিত ব্যতিক্ৰমৰ সৈতে সম্পূৰ্ণ ঘৰ ফোল্ডাৰৰ "
+"বেকআপ লোৱাটো "
+"উত্তম:"
 
 #: C/backup-how.page:45(item/p)
 msgid ""
@@ -2052,6 +2237,11 @@ msgid ""
 "you don't have to back up the files that get produced when you compile your "
 "programs. Instead, just make sure that you back up the original source files."
 msgstr ""
+"ফাইলসমূহ যি আপুনি সহজতে পুনৰ সৃষ্টি কৰিব পাৰিব। উদাহৰণস্বৰূপ, যদি আপুনি এজন "
+"প্ৰগ্ৰামাৰ, "
+"আপুনি প্ৰগ্ৰামসমূহ কমপাইল কৰোতে উৎপন্ন ফাইলসমূহ বেকআপ লব নালাগে। ইয়াৰ "
+"পৰিৱৰ্তে, "
+"আপুনি প্ৰকৃত উৎস ফাইলসমূহ বেক লাপ লোৱাটো সুনিশ্চিত কৰক।"
 
 #: C/backup-how.page:51(item/p)
 msgid ""
@@ -2095,6 +2285,13 @@ msgid ""
 "backup. Review the application help for your backup program: it will provide "
 "specific instructions on how to restore your files."
 msgstr ""
+"যদি আপুনি আপোনাৰ বেকআপ এটা বেকআপ এপ্লিকেচন যেনে <app>Déjà Dup</app> ব্যৱহাৰ "
+"কৰি "
+"সৃষ্টি কৰিছে, আপুনি আপোনাৰ বেকআপ পুনৰুদ্ধাৰ কৰিবলৈ একেটা এপ্লিকেচন ব্যৱহাৰ "
+"কৰাটো উপদেশিত। "
+"আপোনাৰ বেকআপ প্ৰগ্ৰামৰ বাবে এপ্লিকেচন সহায়ক পুনৰদৰ্শন কৰক: ই ফাইলসমূহ কেনেকৈ "
+"পুনৰুদ্ধাৰ কৰিব তাৰ বিষয়ে "
+"বিশেষ নিৰ্দেশ প্ৰদান কৰিব।"
 
 #: C/backup-thinkabout.page:7(info/desc)
 msgid ""
@@ -2144,6 +2341,12 @@ msgid ""
 "how much disk space your Home folder takes up by using the <app>Disk Usage "
 "Analyzer</app>."
 msgstr ""
+"যদি আপোনাৰ বেকআপ মাধ্যমৰ পৰ্যাপ্ত স্থান আছে (যদি ই এটা বহিৰ্তম হাৰ্ড ডিস্ক "
+"হয়, "
+"উদাহৰণস্বৰূপ), সম্পূৰ্ণ ঘৰ ফোল্ডাৰ বেক আপ লোৱাৰ কথা ভাৱি চাওক। আপুনি <app>"
+"ডিস্ক ব্যৱহাৰ "
+"বিশ্লেষক</app> ব্যৱহাৰ কৰি আপোনাৰ ঘৰ ফোল্ডাৰে কিমান স্থান লৈছে সন্ধান কৰিব "
+"পাৰিব।"
 
 #: C/backup-thinkabout.page:47(item/p)
 msgid "Hidden files"
@@ -2156,6 +2359,13 @@ msgid ""
 "gui></guiseq> or press <keyseq><key>Ctrl</key><key>H</key></keyseq>. You can "
 "copy these to a backup location like any other file."
 msgstr ""
+"এটা পিৰিয়ড (.) ৰ সৈতে আৰম্ভ হোৱা যিকোনো ফাইল অথবা ফোল্ডাৰ নাম অবিকল্পিতভাৱে "
+"লুকুৱা থাকে। "
+"লুকুৱা ফাইলসমূহ দৰ্শন কৰিবলৈ, <guiseq><gui>দৰ্শন কৰক</gui><gui>লুকুৱা "
+"ফাইলসমূহ দেখুৱাওক</gui></guiseq> "
+"দৰ্শন কৰক অথবা <keyseq><key>Ctrl</key><key>H</key></keyseq> টিপক। আপুনি অন্য "
+"ফাইলৰ "
+"নিচিনা ইয়াক এটা বেকআপ অৱস্থানলৈ কপি কৰিব পাৰিব।"
 
 #: C/backup-thinkabout.page:55(item/p)
 msgid "Personal settings (desktop preferences, themes, and software settings)"
@@ -2192,6 +2402,13 @@ msgid ""
 "back up these files on a home computer. If you are running a server, "
 "however, you should back up the files for the services that it is running."
 msgstr ""
+"আপোনাৰ চিস্টেমৰ গুৰত্বপূৰ্ণ অংশৰ সংহতিসমূহ আপোনাৰ ঘৰ ফোল্ডাৰত সংৰক্ষণ কৰা "
+"নহয়। "
+"সিহতক সংৰক্ষণ কৰিবলৈ কেইবাটাও অৱস্থান আছে, কিন্তু বেছিৰভাগ <file>/etc</file> "
+"ফোল্ডাৰত সংৰক্ষণ কৰা হয়। সাধাৰণত, আপোনাক এই ফাইলসমূহ এটা ঘৰ ফোল্ডাৰত বেক আপ "
+"লোৱাৰ প্ৰয়োজন নহয়। যদি আপুনি এটা চাৰ্ভাৰ চলাই আছে, আপুনি ই চলোৱা সেৱাসমূহৰ "
+"বাবে "
+"ফাইলসমূহ বেক আপ লব লাগে।"
 
 #: C/backup-what.page:7(info/desc)
 msgid "Back up anything that you can't bear to lose if something goes wrong."
@@ -2207,6 +2424,11 @@ msgid ""
 "\">most important files</link> as well as those that are difficult to "
 "recreate. For example, ranked from most important to least important:"
 msgstr ""
+"আপোনাৰ প্ৰাথমিকতা হব লাগে আপোনাৰ <link xref=\"backup-thinkabout"
+"\">আটাইতকৈ গুৰুত্বপূৰ্ণ ফাইলসমূহ</link> আৰু লগতে যিবোৰ ফাইল পুনৰ সৃষ্টি "
+"কৰিবলৈ কঠিন "
+"তাৰ বেকআপ লোৱাৰ। উদাহৰণস্বৰূপ, আটাইতকৈ বেছি গুৰত্বপূৰ্ণৰ পৰা আটাইতকৈ কম "
+"গুৰুত্বপূৰ্ণ:"
 
 #: C/backup-what.page:35(item/title)
 msgid "Your personal files"
@@ -2218,6 +2440,9 @@ msgid ""
 "financial data, family photos, or any other personal files that you would "
 "consider irreplaceable."
 msgstr ""
+"ই অন্তৰ্ভুক্ত কৰিব পাৰে দস্তাবেজসমূহ, স্প্ৰেডশ্বিটসমূহ, ইমেইল, কেলেন্ডাৰ "
+"সাক্ষাৎকাৰ, বিত্তিয় তথ্য, "
+"পৰিয়ালৰ ফ'টো অথবা অন্য কোনো ব্যক্তিগত ফাইল যাক আপুনি অপ্ৰতিস্থাপনযোগ্য ভাৱে।"
 
 #: C/backup-what.page:42(item/title)
 msgid "Your personal settings"
@@ -10297,6 +10522,8 @@ msgid ""
 "If <gui>Ask each time</gui> is selected, a dialog will pop up asking if you "
 "wish to run or view the selected text file."
 msgstr ""
+"যদি <gui>প্ৰতিবাৰ সোধক</gui>  নিৰ্বাচন কৰা থাকে, এটা ডাইলগ পপ আপ হব যি আপুনি "
+"নিৰ্বাচিত লিখনী ফাইল চলাব খোজে নে দৰ্শন কৰিব খোজে সোধিব।"
 
 #: C/nautilus-behavior.page:77(section/p)
 msgid ""
@@ -10320,12 +10547,18 @@ msgid ""
 "Right click on the file to open the context menu and select the desired "
 "script to execute from the <gui style=\"menuitem\">Scripts</gui> menu."
 msgstr ""
+"পৰিপ্ৰেক্ষতিত মেনু খোলিবলৈ ফাইলত ৰাইট ক্লিক কৰক আৰু <gui style=\"menuitem\">"
+"স্ক্ৰিপ্টসমূহ</gui> "
+"মেনুৰ পৰা এক্সিকিউট কৰিবলৈ পছন্দৰ স্ক্ৰিপ্ট বাছক।"
 
 #: C/nautilus-behavior.page:97(note/p)
 msgid ""
 "A script will not be passed any parameters when executed from a remote "
 "folder such as a folder showing web or <sys>ftp</sys> content."
 msgstr ""
+"এটা স্ক্ৰিপ্টক কোনো প্ৰাচল প্ৰদান কৰা নহব যেতিয়া এটা দূৰৱৰ্তী ফোল্ডাৰ যেনে "
+"ৱেব অথবা <sys>ftp</sys> "
+"সমল দেখুৱা এটা ফোল্ডাৰৰ পৰা এক্সিকিউট কৰা হয়।"
 
 #: C/nautilus-behavior.page:105(info/title)
 msgctxt "link"
@@ -10346,6 +10579,9 @@ msgid ""
 "be displayed confirming that you would like to empty the trash or delete "
 "files."
 msgstr ""
+"এই বিকল্প অবিকল্পিতভাৱে নিৰ্বাচিত থাকে। আবৰ্জনা ৰিক্ত কৰোতে, এটা বাৰ্তা "
+"প্ৰদৰ্শন কৰা হব "
+"যি আপোনাক আবৰ্জনা ৰিক্ত কৰিব খোজে নে ফাইলসমূহ মচিব খোজে সোধিব।"
 
 #: C/nautilus-behavior.page:115(item/title)
 msgid "<gui>Include a Delete command that bypasses Trash</gui>"
@@ -10356,6 +10592,8 @@ msgid ""
 "Selecting this option will add a <gui>Delete</gui> item to the menu that "
 "pops up when you right-click on an item in the <app>Files</app> application."
 msgstr ""
+"এই বিকল্প নিৰ্বাচন কৰিলে মেনুলৈ এটা <gui>মচক</gui> বস্তু যোগ হব যি পপ আপ হয় "
+"যেতিয়া আপুনি <app>ফাইলসমূহ</app> এপ্লিকেচনত এটা বস্তুত ৰাইট-ক্লিক কৰে।"
 
 #: C/nautilus-behavior.page:119(note/p)
 msgid ""
@@ -10363,6 +10601,11 @@ msgid ""
 "altogether. The item is removed from the system completely. There is no way "
 "to recover the deleted item."
 msgstr ""
+"এটা বস্তুক <gui>মচক</gui> মেনু বিকল্প ব্যৱহাৰ কৰি মচিলে ই সম্পূৰ্ণভাৱে "
+"আবৰ্জনাক "
+"বাইপাছ কৰে। বস্তুটো চিস্টেমৰ পৰা সম্পূৰ্ণভাৱে আতৰোৱা হয়। মচি পেলোৱা বস্তু "
+"পুনৰউদ্ধাৰ কৰাৰ "
+"কোনো উপায় নাই।"
 
 #: C/nautilus-bookmarks-edit.page:10(info/desc)
 msgid "Add, delete, and rename bookmarks in the file manager."
@@ -10403,12 +10646,17 @@ msgid ""
 "Click on <gui>Files</gui> in the top bar and pick <gui>Bookmarks</gui> from "
 "the app menu."
 msgstr ""
+"ওপৰ বাৰত <gui>ফাইলসমূহ</gui> ক্লিক কৰক আৰু এপ মেনুৰ পৰা <gui>পত্ৰচিহ্নসমূহ<"
+"/gui> পিক কৰক।"
 
 #: C/nautilus-bookmarks-edit.page:37(item/p)
 msgid ""
 "In the <gui>Bookmarks</gui> window, select the bookmark you wish to delete "
 "and click the <key>-</key> button."
 msgstr ""
+"<gui>পত্ৰচিহ্নসমূহ</gui> উইন্ডোত, আপুনি মচিব বিচৰা পত্ৰচিহ্ন বাছক আৰু <key>-<"
+"/key> বুটাম "
+"ক্লিক কৰক।"
 
 #: C/nautilus-bookmarks-edit.page:42(steps/title)
 msgid "Rename a bookmark:"
@@ -10438,6 +10686,8 @@ msgid ""
 "View and edit files on another computer over FTP, SSH, Windows shares, or "
 "WebDAV."
 msgstr ""
+"FTP, SSH, Windows ছেয়াৰ, অথবা WebDAV ৰে অন্য কমপিউটাৰত ফাইলসমূহ দৰ্শন কৰক "
+"আৰু সম্পাদন কৰক।"
 
 #: C/nautilus-connect.page:25(page/title)
 msgid "Browse files on a server or network share"
@@ -10471,6 +10721,8 @@ msgid ""
 "In the file manager, click <gui>Files</gui> in the top bar and pick "
 "<gui>Connect to Server</gui> from the app menu."
 msgstr ""
+"ফাইল ব্যৱস্থাপকত, ওপৰ বাৰত <gui>ফাইলসমূহ</gui> ক্লিক কৰক আৰু এপ মেনুৰ পৰা "
+"<gui>চাৰ্ভাৰৰ সৈতে সংযোগ কৰক</gui> পিক কৰক।"
 
 #: C/nautilus-connect.page:46(item/p)
 msgid ""
@@ -10478,12 +10730,18 @@ msgid ""
 "link>. Details on supported URLs are <link xref=\"#types\">listed below</"
 "link>."
 msgstr ""
+"<link xref=\"#urls\">URL</link> বিন্যাসত, চাৰ্ভাৰৰ ঠিকনা সুমুৱাওক। সমৰ্থিত "
+"URLs ৰ বিৱৰণ "
+"<link xref=\"#types\">তলত দিয়া হৈছে</link>।"
 
 #: C/nautilus-connect.page:50(note/p)
 msgid ""
 "If you have connected to the server before, you can click on it in the "
 "<gui>Recent Servers</gui> list."
 msgstr ""
+"যদি আপুনি চাৰ্ভাৰৰ সৈতে আগত সংযোগ কৰিছে, আপুনি ইয়াক <gui>শেহতীয়া চাৰ্ভাৰসমূহ<"
+"/gui> "
+"তালিকাত ক্লিক কৰিব পাৰিব।"
 
 #: C/nautilus-connect.page:54(item/p)
 msgid ""
@@ -10503,6 +10761,8 @@ msgid ""
 "that refers to a location or file on a network. The address is formatted "
 "like this:"
 msgstr ""
+"এটা <em>URL</em>, অথবা <em>uniform resource locator</em>, এটা ঠিকনাৰ ধৰণ যি "
+"এটা নেটৱাৰ্কত এটা অৱস্থান অথবা ফাইললৈ প্ৰসংগ কৰে। ঠিকনাক এই ধৰণে ফৰমেট কৰা হয়:"
 
 #: C/nautilus-connect.page:67(example/p)
 msgid "<sys>scheme://servername.example.com/folder</sys>"
@@ -10524,6 +10784,8 @@ msgid ""
 "Some schemes require the port number to be specified. Insert it after the "
 "domain name:"
 msgstr ""
+"কিছুমান আচঁনিৰ বাবে পৰ্ট সংখ্যা ধাৰ্য্য কৰিব লাগিব। ইয়াক ডমেইন নামৰ পিছত "
+"সুমুৱাওক:"
 
 #: C/nautilus-connect.page:77(example/p)
 msgid "<sys>scheme://servername.example.com:port/folder</sys>"
@@ -10532,7 +10794,7 @@ msgstr "<sys>scheme://servername.example.com:port/folder</sys>"
 #: C/nautilus-connect.page:79(section/p)
 msgid ""
 "Below are specific examples for the various server types that are supported."
-msgstr ""
+msgstr "তলত সমৰ্থিত বিভিন্ন চাৰ্ভাৰ ধৰণৰ বিশেষ উদাহৰণ দিয়া হৈছে।"
 
 #: C/nautilus-connect.page:83(section/title)
 msgid "Types of servers"
@@ -10551,12 +10813,18 @@ msgid ""
 "server. For example, on public FTP sites, you will probably not be able to "
 "delete files."
 msgstr ""
+"এটা চাৰ্ভাৰৰ ফাইলসমূহ কিছুমান কাৰ্য্য কৰিবলৈ আপোনাৰ অনুমতি নাথাকিব পাৰে। "
+"উদাহৰণস্বৰূপ, ৰাজহুৱা "
+"FTP ছাইটসমূহত, আপুনি ফাইলসমূহ সম্ভবত মচিব নোৱাৰিব।"
 
 #: C/nautilus-connect.page:91(section/p)
 msgid ""
 "The URL you enter depends on the protocol that the server uses to export its "
 "file shares."
 msgstr ""
+"আপুনি সুমুৱা URL চাৰ্ভাৰে ইয়াৰ ফাইল অংশীদাৰী এক্সপোৰ্ট কৰিবলৈ ব্যৱহাৰ কৰা "
+"প্ৰটোকলৰ ওপৰত নিৰ্ভৰ "
+"কৰে।"
 
 #: C/nautilus-connect.page:95(item/title)
 msgid "SSH"
@@ -10582,6 +10850,9 @@ msgid ""
 "When using SSH, all the data you send (including your password) is encrypted "
 "so that other users on your network can't see it."
 msgstr ""
+"SSH ব্যৱহাৰ কৰোতে, আপুনি পঠোৱা সকলো তথ্য (আপোনাৰ পাছৱাৰ্ডৰ সৈতে) ইনক্ৰিপ্টেড "
+"থাকে যাতে "
+"আপোনাৰ নেটৱাৰ্কত থকা অন্য ব্যৱহাৰকাৰীসকলে ইয়াক চাব নোৱাৰে।"
 
 #: C/nautilus-connect.page:113(item/title)
 msgid "FTP (with login)"
@@ -10700,6 +10971,10 @@ msgid ""
 "<gui>Files</gui> in the top bar, pick <gui>Preferences</gui> and select the "
 "<gui>Display</gui> tab."
 msgstr ""
+"ফাইল ব্যৱস্থাপকে কেনেকৈ আইকনৰ অন্তৰ্গত কেপষণ প্ৰদৰ্শন কৰিব নিয়ন্ত্ৰণ কৰিব "
+"পাৰে। "
+"ওপৰ বাৰত <gui>ফাইলসমূহ</gui> ক্লিক কৰক, <gui>পছন্দসমূহ</gui> পিক কৰক "
+"আৰু <gui>প্ৰদৰ্শন</gui> টেব বাছক।"
 
 #: C/nautilus-display.page:33(section/title)
 msgid "Icon captions"
@@ -10733,6 +11008,9 @@ msgid ""
 "can use in list view. See <link xref=\"nautilus-list\"/> for more "
 "information."
 msgstr ""
+"আপুনি আইকন কেপষণসমূহত দেখুৱাব পৰা তথ্য আপুনি তালিকা দৰ্শনত ব্যৱহাৰ কৰিব পৰা "
+"স্তম্ভসমূহৰ "
+"সৈতে একে। অধিক তথ্যৰ বাবে <link xref=\"nautilus-list\"/> চাওক।"
 
 #: C/nautilus-display.page:51(note/p)
 msgid ""
@@ -10740,6 +11018,11 @@ msgid ""
 "caption changes to take effect. Click <guiseq><gui>View</gui><gui>Reload</"
 "gui></guiseq> or press <keyseq><key>Ctrl</key><key>R</key></keyseq>."
 msgstr ""
+"যদি আপোনাৰ এটা ফাইল ব্যৱস্থাপক উইন্ডো খোলা থাকে, আইকন কেপষণ বিকল্পসমূহ "
+"প্ৰভাৱশালী হবলৈ "
+"আপুনি পুনৰ ল'ড কৰিব লগিয়া হব পাৰে। <guiseq><gui>দৰ্শন কৰক</gui><gui>পুনৰ ল'ড "
+"কৰক</gui></guiseq> "
+"ক্লিক কৰক অথবা <keyseq><key>Ctrl</key><key>R</key></keyseq> টিপক।"
 
 #: C/nautilus-file-properties-basic.page:8(info/desc)
 msgid ""
@@ -10759,6 +11042,9 @@ msgid ""
 "<gui>Properties</gui>. You can also select the file and press "
 "<keyseq><key>Alt</key><key>Enter</key></keyseq>."
 msgstr ""
+"এটা ফাইল অথবা ফোল্ডাৰৰ বিষয়ে তথ্য দৰ্শন কৰিবলৈ, ইয়াত ৰাইট-ক্লিক কৰক "
+"আৰু <gui>বৈশিষ্ট্যসমূহ</gui> বাছক। আপুনি ফাইল নিৰ্বাচন কৰি "
+"<keyseq><key>Alt</key><key>Enter</key></keyseq> টিপিব পাৰে।"
 
 #: C/nautilus-file-properties-basic.page:32(page/p)
 msgid ""
@@ -10793,6 +11079,9 @@ msgid ""
 "You can rename the file by changing this field. You can also rename a file "
 "outside the properties window. See <link xref=\"files-rename\"/>."
 msgstr ""
+"আপুনি এই ফিল্ড পৰিবৰ্তন কৰি ফাইলক পুনৰ নামকৰণ কৰিব পাৰিব। আপুনি এটা ফাইলক "
+"বৈশিষ্ট্যসমূহ উইন্ডোৰ বাহিৰতো পুনৰ নামকৰণ কৰিব পাৰিব। <link "
+"xref=\"files-rename\"/> চাওক।"
 
 #: C/nautilus-file-properties-basic.page:55(title/gui)
 #: C/nautilus-list.page:45(title/gui)
@@ -10813,6 +11102,8 @@ msgid ""
 "The <em>MIME type</em> of the file is shown in parentheses; MIME type is a "
 "standard way that computers use to refer to the file type."
 msgstr ""
+"ফাইলৰ <em>MIME ধৰণ</em> ব্ৰেকেটত দেখুৱা হয়; MIME ধৰণ এটা প্ৰামাণিক পদ্ধতি যি "
+"কমপিউটাৰসমূহে এই ধৰণৰ ফাইল প্ৰসংগ কৰিবলৈ ব্যৱহাৰ কৰে।"
 
 #: C/nautilus-file-properties-basic.page:66(item/title)
 msgid "Contents"
@@ -10925,6 +11216,8 @@ msgid ""
 "See <link xref=\"#files\"/> and <link xref=\"#folders\"/> below for details "
 "on the types of permissions you can set."
 msgstr ""
+"আপুনি সংহতি কৰিব পৰা অনুমতিৰ ধৰণৰ বাবে তলত  <link xref=\"#files\"/> আৰু "
+"<link xref=\"#folders\"/> চাওক।"
 
 #: C/nautilus-file-properties-permissions.page:40(section/title)
 #: C/nautilus-preview.page:35(title/gui)
@@ -10955,6 +11248,8 @@ msgid ""
 "You can also set the permissions for users other than the owner and those in "
 "the file's group."
 msgstr ""
+"আপুনি গৰাকীৰ বাহিৰে আৰু ফাইলৰ দলত থকা ব্যৱহাৰকাৰীসকলৰ বাবে অনুমতি সংহতি কৰিব "
+"পাৰিব।"
 
 #: C/nautilus-file-properties-permissions.page:58(section/p)
 msgid ""
@@ -14419,6 +14714,9 @@ msgid ""
 "If the hibernate test works, you can continue to use the <cmd>pm-hibernate</"
 "cmd> command when you want to hibernate."
 msgstr ""
+"যদি হাইবেৰনেইট পৰিক্ষা সফল হয়, আপুনি হাইবাৰনেইট কৰিব খোজোতে <cmd>"
+"pm-hibernate</"
+"cmd> কমান্ড ব্যৱহাৰ কৰিব পাৰিব।"
 
 #: C/power-hibernate.page:85(section/p)
 msgid ""
@@ -14433,6 +14731,9 @@ msgid ""
 "Computers usually get warm, but if they get too hot they can overheat, which "
 "can be damaging."
 msgstr ""
+"কমপিউটাৰসমূহ সাধাৰণত গৰম হয়, কিন্তু যদি সিহত অত্যাধিক গৰম হয় সিহত অধিতপ্ত হব "
+"পাৰে, যি "
+"ক্ষতিকাৰক হব পাৰে।"
 
 #: C/power-hotcomputer.page:20(page/title)
 msgid "My computer gets really hot"
@@ -14528,6 +14829,9 @@ msgid ""
 "Some wireless devices have problems handling when your computer is suspended "
 "and does not resume properly."
 msgstr ""
+"কিছুমান বেতাঁৰ ডিভাইচৰ সমস্যা হয় যেতিয়া আপোনাৰ কমপিউটাৰ স্থগিত হয় অথবা "
+"সঠিকভাৱে "
+"অব্যাহত নহয়।"
 
 #: C/power-nowireless.page:28(page/title)
 msgid "I have no wireless network when I wake up my computer"
@@ -14565,6 +14869,7 @@ msgid ""
 "If the wireless still does not work, switch on <gui>Airplane Mode</gui> and "
 "then switch it off again"
 msgstr ""
+"যদি বেতাঁৰ তথাপিও কাম নকৰে,  <gui>বিমান অৱস্থা</gui> অন কৰক আৰু আকৌ বন্ধ কৰক"
 
 #: C/power-nowireless.page:52(page/p)
 msgid ""
@@ -14618,6 +14923,9 @@ msgid ""
 "Be careful when changing power cables or using travel adapters. Switch "
 "everything off first if you can."
 msgstr ""
+"পাৱাৰ কেবুল সলনি কৰোতে অথবা ট্ৰেভেল এডাপ্টাৰ ব্যৱহাৰ কৰোতে সাৱধান হব। যদি "
+"সম্ভব প্ৰথমতে "
+"সকলো বন্ধ কৰিব।"
 
 #: C/power-suspendfail.page:10(info/desc)
 msgid "Some computer hardware causes problems with suspend or hibernate."
@@ -14652,6 +14960,9 @@ msgid ""
 "If this still does not help, make sure that your computer's monitor is "
 "switched on and try pressing a key on the keyboard again."
 msgstr ""
+"যদি ই তথাপিও সহায় নকৰে, আপোনাৰ কমপিউটাৰ মনিটৰ অন থকাটো সুনিশ্চিত কৰক আৰু "
+"কিবৰ্ডত এটা কি' টিপি "
+"চাওক।"
 
 #: C/power-suspendfail.page:40(section/p)
 msgid ""
@@ -14665,12 +14976,17 @@ msgid ""
 "If this happens every time you suspend your computer, the suspend feature "
 "may not work with your hardware."
 msgstr ""
+"যদি ই প্ৰতিবাৰ আপুনি কমপিউটাৰ স্থগিত কৰোতে হয়, স্থগিত বৈশিষ্ট্য আপোনাৰ "
+"হাৰ্ডৱেৰৰ সৈতে কাৰ্য্য নকৰিব পাৰে।"
 
 #: C/power-suspendfail.page:46(note/p)
 msgid ""
 "If your computer loses power and does not have an alternative power supply "
 "(such as a working battery), it will switch off."
 msgstr ""
+"যদি আপোনাৰ কমপিউটাৰে শক্তি হেৰুৱায় আৰু ইয়াৰ কোনো বৈকল্পিক শক্তি যোগান নাথাকে "
+"(যেনে এটা কাৰ্য্যকৰী "
+"বেটাৰি), ই বন্ধ হব।"
 
 #: C/power-suspendfail.page:52(section/title)
 msgid ""
@@ -14702,6 +15018,8 @@ msgid ""
 "My wireless connection (or other hardware) does not work when I wake up my "
 "computer"
 msgstr ""
+"মোৰ বেতাঁৰ সংযোগ (অথবা অন্য হাৰ্ডৱেৰ) কাম নকৰে যেতিয়া মই মোৰ কমপিউটাৰ সাৰ "
+"পোৱাও"
 
 #: C/power-suspendfail.page:71(section/p)
 msgid ""
@@ -14725,6 +15043,9 @@ msgid ""
 "If you cannot turn off/unplug the device, or if this does not work, you may "
 "need to restart your computer for the device to start working again."
 msgstr ""
+"যদি আপুনি ডিভাইচক বন্ধ/অথবা আনপ্লাগ কৰিব নোৱাৰে, অথবা ই কাম নকৰে, ডিভাইচক আকৌ "
+"কাৰ্য্যকৰী "
+"কৰিবলৈ আপুনি কমপিউটাৰ পুনাৰম্ভ কৰিব লাগিব।"
 
 #: C/power-suspend.page:8(info/desc)
 msgid "Suspend sends your computer to sleep so it uses less power."
@@ -14769,6 +15090,9 @@ msgid ""
 "When your laptop is running on battery, the screen will dim when the "
 "computer is idle in order to save power."
 msgstr ""
+"যেতিয়া আপোনাৰ লেপটপ বেটাৰিত চলি থাকে, কমপিউটাৰ অলস অৱস্থাত পৰ্দায় শক্তি "
+"সংৰক্ষণ কৰিবলৈ "
+"স্লান হব।"
 
 #: C/power-whydim.page:23(page/title)
 msgid "Why does my screen go dim after a while?"
@@ -14790,6 +15114,8 @@ msgid ""
 "Open <gui>Brightness &amp; Lock</gui> and uncheck <gui>Dim screen to save "
 "power</gui>."
 msgstr ""
+"<gui>উজ্জ্বলতা &amp; লক</gui> খোলক আৰু <gui>শক্তি বচাবলৈ পৰ্দা স্লান কৰক</gui>"
+" আনচেক কৰক।"
 
 #: C/power-willnotturnon.page:10(info/desc)
 msgid "Loose cables and hardware problems are possible reasons."
@@ -14804,6 +15130,9 @@ msgid ""
 "There are a number of reasons why your computer will not turn on. This topic "
 "gives a brief overview of some of the possible reasons."
 msgstr ""
+"আপোনাৰ কমপিউটাৰ আৰম্ভ নহোৱাৰ কেইবাটাও কাৰণ আছে। এই বিষয়ে কিছুমান সম্ভাব্য "
+"কাৰণৰ এটা সংক্ষিপ্ত "
+"বিৱৰণ দিয়ে।"
 
 #: C/power-willnotturnon.page:32(section/title)
 msgid "Computer not plugged in, empty battery, or loose cable"
@@ -14926,6 +15255,10 @@ msgid ""
 "<link xref=\"prefs-display\">display</link>, <link xref=\"prefs-language"
 "\">languages</link>, <link xref=\"user-accounts\">user accounts</link>…"
 msgstr ""
+"<link xref=\"keyboard\">কিবৰ্ড</link>, <link xref=\"mouse\">মাউছ</link>, "
+"<link xref=\"prefs-display\">প্ৰদৰ্শন</link>, <link xref=\"prefs-language"
+"\">ভাষাবোৰ</link>, <link xref=\"user-accounts\">ব্যৱহাৰকাৰী একাওন্টসমূহ</link>"
+"…"
 
 #: C/prefs.page:24(page/title)
 msgid "User &amp; system settings"
@@ -14956,18 +15289,29 @@ msgid ""
 "from the <gui>Two-sided</gui> drop-down list. If the option is disabled, two-"
 "sided printing is not available for your printer."
 msgstr ""
+"প্ৰিন্ট উইন্ডোৰ <gui>পৃষ্ঠা সংস্থাপন</gui> টেবলৈ যাওক আৰু <gui>দুই-কাষ</gui> "
+"ড্ৰপ-ডাউন তালিকাৰ "
+"পৰা এটা বিকল্প বাছক। যদি বিকল্প অসামৰ্থবান থাকে, তেন্তে আপোনাৰ কমপিউটাৰৰ বাবে "
+"দুই কাষৰ প্ৰিন্টিং "
+"উপলব্ধ নহয়।"
 
 #: C/printing-2sided.page:35(item/p)
 msgid ""
 "Printers handle two-sided printing in different ways. It's a good idea to "
 "experiment with your printer to see how it works."
 msgstr ""
+"প্ৰিন্টাৰসমূহে ভিন্ন ধৰণত দুই-কাষৰ প্ৰিন্টিং নিয়ন্ত্ৰণ কৰে। আপোনাৰ প্ৰিন্টাৰ "
+"কেনেকৈ কাম কৰে "
+"পৰিক্ষা কৰাৰ ই এটা ভাল উপায়।"
 
 #: C/printing-2sided.page:39(item/p)
 msgid ""
 "You can print more than one page of the document per <em>side</em> of paper "
 "too. Use the <gui>Pages per side</gui> option to do this."
 msgstr ""
+"আপোনাৰ পাতৰ প্ৰতি <em>ফাল</em> দস্তাবেজৰ এটাতকৈ অধিক পৃষ্ঠা প্ৰিন্ট কৰিব "
+"পাৰিব। "
+"এনেকুৱা কৰিবলৈ <gui>প্ৰত্যক ফালত পৃষ্ঠাৰ সংখ্যা</gui> বিকল্প ব্যৱহাৰ কৰক।"
 
 #: C/printing-2sided.page:44(note/p)
 msgid ""
@@ -14975,6 +15319,9 @@ msgid ""
 "have, as well as the application you are using. This option may not always "
 "be available."
 msgstr ""
+"এই বিকল্পসমূহৰ উপলব্ধতা আপোনাৰ প্ৰিন্টাৰৰ ধৰণ, লগতে আপুনি ব্যৱহাৰ কৰা "
+"এপ্লিকেচনৰ ওপৰ নিৰ্ভৰ কৰিব। "
+"এই বিকল্প সদায় উপলব্ধ নাথাকিব পাৰে।"
 
 #: C/printing-booklet-duplex.page:8(info/desc)
 msgid ""
@@ -19765,7 +20112,7 @@ msgstr "মনিকা ক'কফাৰ"
 
 #: C/status-icons.page:18(info/desc)
 msgid "Explains the meanings of the icons located on the right of the top bar."
-msgstr ""
+msgstr "ওপৰ বাৰৰ সোঁফালে থকা আইকনসমূহৰ অৰ্থ বুজায়।"
 
 #: C/status-icons.page:21(page/title)
 msgid "What do the icons in the top bar mean?"
@@ -20011,6 +20358,8 @@ msgid ""
 "Type characters not found on your keyboard, including foreign alphabets, "
 "mathematical symbols, and dingbats."
 msgstr ""
+"আপোনাৰ কিবৰ্ডত নপোৱা আখৰবোৰ, বিদেশী আখৰ, গাণিতিক চিহ্ন, আৰু ডিঙ্গবেটসমূহ "
+"টাইপ কৰক।"
 
 #: C/tips-specialchars.page:24(page/title)
 msgid "Enter special characters"
@@ -20044,6 +20393,10 @@ msgid ""
 "For more information on the character map, see the <link href=\"help:"
 "gucharmap\">Character Map Manual</link>."
 msgstr ""
+"আপুনি <gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত <app>আখৰ মেপ</app> পাব। "
+"আখৰ মেপৰ বিষয়ে অধিক তথ্যৰ বাবে, <link href=\"help:gucharmap\">আখৰ মেপ "
+"হাতপুথি</link> "
+"চাওক।"
 
 #: C/tips-specialchars.page:45(section/title)
 msgid "Compose key"
@@ -20062,6 +20415,9 @@ msgid ""
 "Keyboards don't have specific compose keys. Instead, you can define one of "
 "the existing keys on your keyboard as a compose key."
 msgstr ""
+"কিবৰ্ডসমূহৰ নিৰ্দিষ্ট সংযুক্ত কি'সমূহ নাই। ইয়াৰ পৰিৱৰ্তে, আপুনি আপোনাৰ "
+"কিবৰ্ডত স্থায়ী কি'সমূহৰ এটাক "
+"এটা সংযুক্ত কি ৰূপে বিৱৰণ দিব পাৰিব।"
 
 #: C/tips-specialchars.page:53(steps/title)
 msgid "Define a compose key"
@@ -20089,30 +20445,43 @@ msgstr ""
 #: C/tips-specialchars.page:67(section/p)
 msgid "You can type many common characters using the compose key, for example:"
 msgstr ""
+"আপুনি সংযুক্ত কি ব্যৱহাৰ কৰি বহু সাধাৰণ আখৰ টাইপ কৰিব পাৰিব, উদাহৰণস্বৰূপ:"
 
 #: C/tips-specialchars.page:70(item/p)
 msgid ""
 "Press <key>compose</key> then <key>'</key> then a letter to place an acute "
 "accent over that letter, such as <em>é</em>."
 msgstr ""
+"<key>compose</key> টিপক আৰু তাৰ পিছত সেই আখৰৰ ওপৰত এটা তিক্ষ্ণ স্বৰ দিবলৈ <"
+"key>'</key> "
+"টাইপ কৰক, যেনে <em>é</em>।"
 
 #: C/tips-specialchars.page:72(item/p)
 msgid ""
 "Press <key>compose</key> then <key>`</key> (back tick) then a letter to "
 "place a grave accent over that letter, such as <em>è</em>."
 msgstr ""
+"<key>compose</key> টিপক আৰু তাৰ পিছত সেই আখৰৰ ওপৰত এটা ভাৰি স্বৰ দিবলৈ <key>"
+"`</key> (বেক টিক) "
+"টাইপ কৰক, যেনে <em>è</em>।"
 
 #: C/tips-specialchars.page:75(item/p)
 msgid ""
 "Press <key>compose</key> then <key>\"</key> then a letter to place an umlaut "
 "over that letter, such as <em>ë</em>."
 msgstr ""
+"<key>compose</key> টিপক আৰু তাৰ পিছত সেই আখৰৰ ওপৰত এটা আমলট দিবলৈ <key>\"<"
+"/key> "
+"টাইপ কৰক, যেনে <em>ë</em>।"
 
 #: C/tips-specialchars.page:77(item/p)
 msgid ""
 "Press <key>compose</key> then <key>-</key> then a letter to place a macron "
 "over that letter, such as <em>ē</em>."
 msgstr ""
+"<key>compose</key> টিপক আৰু তাৰ পিছত সেই আখৰৰ ওপৰত এটা মেকৰন দিবলৈ <key>-<"
+"/key> "
+"টাইপ কৰক, যেনে <em>ē</em>।"
 
 #: C/tips-specialchars.page:80(section/p)
 msgid ""
@@ -20120,6 +20489,9 @@ msgid ""
 "wiki/Compose_key#Common_compose_combinations\">the compose key page on "
 "Wikipedia</link>."
 msgstr ""
+"অধিক সংযুক্ত কি' ক্ৰমৰ বাবে, <link href=\"http://en.wikipedia.org/";
+"wiki/Compose_key#Common_compose_combinations\">ৱিকিপিডিয়াত সংযুক্ত কি' "
+"পৃষ্ঠা</link> চাওক।"
 
 #: C/tips-specialchars.page:86(section/title)
 msgid "Code points"
@@ -20202,12 +20574,17 @@ msgid ""
 "GNOME's help is being translated by a world-wide volunteer community. You "
 "are welcome to participate."
 msgstr ""
+"GNOME সহায়ক বিশ্বব্যাপী স্বেচ্ছাসেৱী সম্প্ৰদায় দ্বাৰা অনুবাদ কৰা হৈ আছে। "
+"আপুনি অংশগ্ৰহণ কৰিবলৈ "
+"স্বাগতম।"
 
 #: C/translate.page:29(page/p)
 msgid ""
 "There are <link href=\"http://l10n.gnome.org/module/gnome-user-docs/\";>many "
 "languages</link> for which translations are still needed."
 msgstr ""
+"<link href=\"http://l10n.gnome.org/module/gnome-user-docs/\";>বহু "
+"ভাষা</link> যাৰ বাবে অনুবাদ কৰিব লগিয়া আছে।"
 
 #: C/translate.page:32(page/p)
 msgid ""
@@ -20879,6 +21256,10 @@ msgid ""
 "Click <gui>Unlock</gui> in the top right corner and type your password to "
 "make changes. You must be an administrative user to delete user accounts."
 msgstr ""
+"পৰিবৰ্তন কৰিবলৈ ওপৰ সোঁ চুকত <gui>আনলক কৰক</gui> ক্লিক কৰক আৰু আপোনাৰ "
+"পাছৱাৰ্ড "
+"টাইপ কৰক। ব্যৱহাৰকাৰী একাওন্টসমূহ মচিবলৈ আপুনি এজন প্ৰশাসনীয় ব্যৱহাৰকাৰী হব "
+"লাগিব।"
 
 #: C/user-delete.page:41(item/p)
 msgid ""
@@ -20980,6 +21361,8 @@ msgid ""
 "someone being able to make out what you have typed if they happen to be "
 "watching you."
 msgstr ""
+"এনে এটা পাছৱাৰ্ড বাছক যাক দ্ৰুত টাইপ কৰিব পাৰি, যাতে কোনোবাই আপোনাক টাইপ কৰা "
+"দেখি থাকিলেও, পাছৱাৰ্ডৰ অনুমান লগাব নোৱাৰে।"
 
 #: C/user-goodpassword.page:81(note/p)
 msgid "Never write your passwords down anywhere. They can be easily found!"
@@ -21031,6 +21414,9 @@ msgid ""
 "the right DVD <em>codecs</em> installed, or the DVD might be from a "
 "different <em>region</em>."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰত এটা DVD সুমুৱায় আৰু ই নচলে, আপোনাৰ সঠিক DVD <em>"
+"কডেক</em> "
+"ইনস্টল্ড নাথাকিব পাৰে, অথবা DVD এটা ভিন্ন <em>অঞ্চল</em> ৰ হব পাৰে।"
 
 #: C/video-dvd.page:28(section/title)
 msgid "Installing the right codecs for DVD playback"


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]