[gnome-user-docs] Assamese translation updated



commit 4bbf0c7c814da21e7fdbf9f3c23ef30d980a397c
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Wed Jan 15 19:24:02 2014 +0530

    Assamese translation updated

 gnome-help/as/as.po |  150 +++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 147 insertions(+), 3 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index da67452..6e477c8 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -1,9 +1,9 @@
-# Nilamdyuti Goswami <ngoswami redhat com>, 2013.
+# Nilamdyuti Goswami <ngoswami redhat com>, 2013, 2014.
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
-"POT-Creation-Date: 2013-12-12 17:19+0000\n"
-"PO-Revision-Date: 2013-12-13 18:01+0630\n"
+"POT-Creation-Date: 2014-01-13 15:18+0000\n"
+"PO-Revision-Date: 2014-01-15 19:18+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -2613,6 +2613,11 @@ msgid ""
 "<link xref=\"bluetooth-send-file\">send files between devices</link>, such "
 "as from your computer to your cell phone."
 msgstr ""
+"ব্লুটুথ এটা বেতাঁৰ প্ৰটোকল যি আপোনাৰ কমপিউটাৰৰ সৈতে বিভিন্ন ধৰণৰ ডিভাইচ সংযোগ কৰাৰ "
+"অনুমতি দিয়ে। ব্লুটুথ সাধাৰণত হেডছেট আৰু মাইচ আৰু কিবৰ্ডসমূহৰ নিচিনা ইনপুট ডিভাইচসমূহৰ "
+"বাবে ব্যৱহাৰ কৰা হয়। আপুনি ব্লুটুথক <link xref=\"bluetooth-send-file\">ডিভাইচসমূহৰ "
+"মাজত ফাইল পঠোৱা</link> ৰ বাবে ব্যৱহাৰ কৰিব পাৰিব, যেনে আপোনাৰ কমপিউটাৰৰ পৰা "
+"আপোনাৰ চেল ফোনলৈ।"
 
 #. (itstool) path: info/title
 #: C/bluetooth.page:49
@@ -3140,6 +3145,10 @@ msgid ""
 "a key on your keyboard. The keyboard key is often accessed with the help of "
 "the <key>Fn</key> key."
 msgstr ""
+"বহুতো লেপটপ কমপিউটাৰৰ ব্লুটুথ অন অথবা অফ কৰিবলৈ এটা হাৰ্ডৱেৰ চুইচ অথবা কি সংযুক্তি "
+"থাকে। যদি ব্লটুথ হাৰ্ডৱেৰ অফ থাকে, আপুনি মেনু বাৰত এটা ব্লুটুথ আইকন দেখা নাপাব। "
+"আপোনাৰ কমপিউটাৰত এটা চুইচ অথবা কিবৰ্ডত এটা কি'ৰ বাবে চাওক। কিবৰ্ড কি' সাধাৰণত "
+"<key>Fn</key> কি'ৰ সহায়ত অভিগম কৰা হয়।"
 
 #. (itstool) path: choose/p
 #: C/bluetooth-turn-on-off.page:74
@@ -3150,6 +3159,10 @@ msgid ""
 "key on your keyboard. The keyboard key is often accessed with the help of "
 "the <key>Fn</key> key."
 msgstr ""
+"বহুতো লেপটপ কমপিউটাৰৰ ব্লুটুথ অন অথবা অফ কৰিবলৈ এটা হাৰ্ডৱেৰ চুইচ অথবা কি সংযুক্তি "
+"থাকে। যদি ব্লটুথ হাৰ্ডৱেৰ অফ থাকে, আপুনি ওপৰ বাৰত এটা ব্লুটুথ আইকন দেখা নাপাব। "
+"আপোনাৰ কমপিউটাৰত এটা চুইচ অথবা কিবৰ্ডত এটা কি'ৰ বাবে চাওক। কিবৰ্ড কি' সাধাৰণত "
+"<key>Fn</key> কি'ৰ সহায়ত অভিগম কৰা হয়।"
 
 #. (itstool) path: when/p
 #: C/bluetooth-turn-on-off.page:83
@@ -3200,6 +3213,10 @@ msgid ""
 "visibility is turned on, your computer will advertise itself to all other "
 "devices within range, allowing them to attempt to connect to you."
 msgstr ""
+"ব্লুটুথ দৃশ্যমানতায় সাধাৰণত অন্য ডিভাইচসমূহে ব্লুটুথ ডিভাইচসমূহৰ বাবে সন্ধান কৰোতে "
+"আপোনাৰ কমপিউটাৰক খোজ কৰিব পাৰিব নে বুজায়। যেতিয়া ব্লটুথ দৃশ্যমানতা অন থাকে, "
+"আপোনাৰ কমপিউটাৰক বিস্তাৰত ভিতৰত অন্য ডিভাইচসমূহে দেখি পাব, আৰু সিহতে আপোনাৰ "
+"কমপিউটাৰৰ সৈতে সংযোগ কৰিব পাৰিব।"
 
 #. (itstool) path: page/p
 #: C/bluetooth-visibility.page:28
@@ -3776,12 +3793,16 @@ msgstr "আপোনাৰ কমপিউটাৰৰ সৈতে সংযু
 
 #. (itstool) path: page/p
 #: C/color-calibrate-screen.page:62
+#, fuzzy
 msgid ""
 "Screens change all the time: the backlight in a TFT display will halve in "
 "brightness approximately every 18 months, and will get yellower as it gets "
 "older. This means you should recalibrate your screen when the [!] icon "
 "appears in the <gui>Color</gui> panel."
 msgstr ""
+"পৰ্দাবোৰ সকলো সময়তে সলনি হয় - এটা TFT ৰ বেকলাইটৰ উজ্জ্বলতা প্ৰতি ১৮ মাহত আধা হব, "
+"আৰু যিমান পুৰনি হব তিমান হালধীয়া হব। ইয়াৰ অৰ্থ আপুনি আপোনাৰ পৰ্দাক মানাংকন কৰিব "
+"লাগে যেতিয়া [!] আইকন ৰঙ নিয়ন্ত্ৰণ পেনেলত উপস্থিত হয়।"
 
 #. (itstool) path: page/p
 #: C/color-calibrate-screen.page:67
@@ -3805,6 +3826,9 @@ msgid ""
 "and characterization. Calibration is the process of modifying the color "
 "behavior of a device. This is typically done using two mechanisms:"
 msgstr ""
+"বেছিৰভাগ লেকে আৰম্ভণিত মানাংকন আৰু বৈশিষ্ট্যকৰণৰ পাৰ্থক্য বুজি নাপায়। মানাংকন হল "
+"এটা ডিভাইচৰ ৰঙৰ ব্যৱহাৰ পৰিবৰ্তন কৰাৰ প্ৰক্ৰিয়া। ইয়াক সাধাৰণত দুটা পদ্ধতি ব্যৱহাৰ "
+"কৰি কৰা হয়:"
 
 #. (itstool) path: item/p
 #: C/color-calibrationcharacterization.page:26
@@ -4565,6 +4589,10 @@ msgid ""
 "levels) to encode each channel, then a larger range is going to have bigger "
 "steps between each value."
 msgstr ""
+"এতিয়া, যদি ProPhoto স্পষ্টভাৱে ভাল, আমি ইয়াক সকলোৰ বাবে ব্যৱহাৰ কিয় নকৰো? ইয়াৰ "
+"উত্তৰ <em>quantization</em> ৰ লগত জড়িত। যদি আপোনাৰ প্ৰতিটো চেনেল এনক'ড কৰিবলৈ "
+"কেৱল ৮ বিট (২৫৬ স্তৰ) আছে, তেন্তে এটা ডাঙৰ বিস্তাৰৰ প্ৰতিটো মানৰ মাজত ডাঙৰ স্তৰ "
+"থাকিব।"
 
 #. (itstool) path: page/p
 #: C/color-whatisspace.page:79
@@ -4582,6 +4610,9 @@ msgid ""
 "smaller quantization error, but this doubles the size of each image file. "
 "Most content in existence today is 8bpp, i.e. 8 bits-per-pixel."
 msgstr ""
+"অৱশ্যয়, এটা ১৬ বিট ছবি ব্যৱহাৰ কৰিলে অধিক স্তৰ আৰু এটা সৰু quantization ত্ৰুটি হব, "
+"কিন্তু ইয়াৰ বাবে প্ৰতিটো ছবি ফাইলৰ আকাৰ দ্বিগুণ হব। এতিয়া অস্তিত্ববান বেছিৰভাগ সমল "
+"হল 8bpp, অৰ্থাত 8 bits-per-pixel।"
 
 #. (itstool) path: page/p
 #: C/color-whatisspace.page:92
@@ -5369,6 +5400,10 @@ msgid ""
 "the disk for potential problems. SMART also warns you if the disk is about "
 "to fail, helping you avoid loss of important data."
 msgstr ""
+"হাৰ্ড ডিস্কবোৰৰ এটা বিল্ট-ইন স্বাস্থ্য-পৰিক্ষণ সঁজুলি <app>SMART</app> (স্ব-পৰ্যবেক্ষন, "
+"বিশ্লেষণ, আৰু সংবাদন প্ৰযুক্তি) থাকে, যি ডিস্কবোৰক সম্ভাব্য সমস্যাবোৰৰ বাবে "
+"নিয়মিতভাৱে নিৰীক্ষণ কৰে। SMART এ লগতে আপোনাক সতৰ্ক কৰে যদি ডিস্ক ব্যৰ্থ হব লয়, "
+"যাৰ ফলত আপুনি গুৰুত্বপূৰ্ণ তথ্যৰ হানিৰ পৰা বাচিব পাৰে।"
 
 #. (itstool) path: section/p
 #: C/disk-check.page:36
@@ -6004,6 +6039,9 @@ msgid ""
 "create the document (e.g. <app>LibreOffice</app> or <app>Adobe Acrobat</"
 "app>)."
 msgstr ""
+"<app>দস্তাবেজসমূহ</app> এ বৰ্তমানে এটা দস্তাবেজলৈ গোপনীয়তা যোগ কৰাৰ কোনো পদ্ধতি "
+"প্ৰদান নকৰে। আপুনি দস্তাবেজ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এপ্লিকেচনৰ পৰা ইয়াক কৰিব পাৰে "
+"(উদাহৰণস্বৰূপ <app>LibreOffice</app> অথবা <app>Adobe Acrobat</app>)।"
 
 #. (itstool) path: info/desc
 #: C/documents.page:21
@@ -6257,6 +6295,11 @@ msgid ""
 "directory (non-recursively) and XDG folders (recursively), should be "
 "adequate. Ensure that your documents are in one of these paths."
 msgstr ""
+"যদি আপোনাৰ দস্তাবেজসমূহ <app>দস্তাবেজসমূহ</app> ত প্ৰদৰ্শন হবলৈ ব্যৰ্থ হয়, "
+"<app>Tracker</app> ভালকৈ চলি থকা নাই অথবা সঠিকভাৱে সংৰূপিত নহয়। আপোনাৰ "
+"অধিবেশনত Tracker চলি থকাটো সুনিশ্চিত কৰক। অবিকল্পিত সংৰূপ, আপোনাৰ ঘৰ ডাইৰেকটৰি "
+"(বাৰংবাৰতা নহোৱাকৈ) আৰু XDG ফোল্ডাৰসমূহ (বাৰংবাৰতা হোৱাকৈ), পৰ্যাপ্ত হব লাগে। "
+"আপোনাৰ দস্তাবেজসমূহ এই পথসমূহৰ এটাত থকাটো সুনিশ্চিত কৰক।"
 
 #. (itstool) path: info/desc
 #: C/documents-viewgrid.page:20
@@ -6385,6 +6428,10 @@ msgid ""
 "organizer to start when you plug in a digital camera. You can also turn this "
 "off, so that nothing happens when you plug something in."
 msgstr ""
+"আপুনি এটা এপ্লিকেচনক স্বচালিতভাৱে আৰম্ভ হব দিব পাৰে যেতিয়া আপুনি এটা ডিভাইচ প্লাগ "
+"ইন কৰে অথবা এটা ডিস্ক অথবা এটা মিডিয়া কাৰ্ড সুমুৱায়। উদাহৰণস্বৰূপ, আপুনি এটা "
+"ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে আপোনাৰ ফটো সংঘটক আৰম্ভ হোৱাটো বিচাৰিব পাৰে। আপুনি "
+"ইয়াক বন্ধ কৰিব পাৰে, যাতে আপুনি কিবা প্লাগ ইন কৰোতে একো নহয়।"
 
 #. (itstool) path: page/p
 #: C/files-autorun.page:42
@@ -6477,6 +6524,11 @@ msgid ""
 "Media</gui>. If you open an audio disc with the file manager, the tracks "
 "will appear as WAV files that you can play in any audio player application."
 msgstr ""
+"অডিঅ' CDs নিয়ন্ত্ৰণ কৰিবলে আপোনাৰ পছন্দৰ সংগিত এপ্লিকেচন অথবা CD অডিঅ' নিষ্কাষক "
+"বাছক। যদি আপুনি অডিঅ' DVDs (DVD-A) ব্যৱহাৰ কৰে, সিহতক কেনেকৈ খোলা হব <gui>অন্য "
+"মাধ্যম</gui> ৰ অন্তৰ্গত বাছক। যদি আপুনি ফাইল ব্যৱস্থাপকৰ সৈতে এটা অডিঅ ডিস্ক খোলে, "
+"ট্ৰেকবোৰ WAV ফাইল ৰূপে উপস্থিত হব যাক আপুনি যিকোনো অডিঅ' প্লেয়াৰ এপ্লিকেচনত বজাব "
+"পাৰিব।"
 
 #. (itstool) path: item/title
 #: C/files-autorun.page:91
@@ -6491,6 +6543,10 @@ msgid ""
 "video CD (VCD), and super video CD (SVCD). If DVDs or other video discs do "
 "not work correctly when you insert them, see <link xref=\"video-dvd\"/>."
 msgstr ""
+"ভিডিঅ' DVDs নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ পছন্দৰ ভিডিঅ' এপ্লিকেচন বাছক। Blu-ray, HD "
+"DVD, ভিডিঅ' CD (VCD), আৰু চুপাৰ ভিডিঅ' CD (SVCD) ৰ বাবে এটা এপ্লিকেচন সংহতি "
+"কৰিবলৈ <gui>অন্য মাধ্যম</gui> বুটাম ব্যৱহাৰ কৰক। যদি DVDs অথবা অন্য ভিডিঅ' ডিস্ক "
+"সুমুৱাওতে কাম নকৰে, <link xref=\"video-dvd\"/> চাওক।"
 
 #. (itstool) path: item/title
 #: C/files-autorun.page:99
@@ -6519,6 +6575,10 @@ msgid ""
 "from a camera, such as a CF, SD, MMC, or MS card. You can also simply browse "
 "your photos using the file manager."
 msgstr ""
+"আপুনি আপোনাৰ ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে অথবা এটা কেমেৰাৰ পৰা এটা মিডিয়া "
+"কাৰ্ড সুমুৱাওতে যেনে এটা CF, SD, MMC, অথবা MS কাৰ্ড, এটা ফটো-ব্যৱস্থাপনা এপ্লিকেচন "
+"বাছিবলৈ <gui>ফটোসমূহ</gui> ড্ৰপ-ডাউন ব্যৱহাৰ কৰক। আপুনি ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি "
+"আপোনাৰ ফটোসমূহ ব্ৰাউছ কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/files-autorun.page:110
@@ -6573,6 +6633,10 @@ msgid ""
 "to control what to do when media with autorun software is inserted. You will "
 "always be prompted for a confirmation before software is run."
 msgstr ""
+"কিছুমান ডিস্ক আৰু আতৰাব পৰা মাধ্যমে চফ্টৱেৰ অন্তৰ্ভুক্ত কৰে যি মাধ্যম সুমুৱাওতে "
+"স্বচালিতভাৱে চলিব লাগে। স্বচলন চফ্টৱেৰৰ সৈতে মাধ্যম সুমুৱাওতে কি কৰা হব নিয়ন্ত্ৰণ "
+"কৰিবলৈ <gui>চফ্টৱেৰ</gui> বিকল্প ব্যৱহাৰ কৰক। চফ্টৱেৰ চলোৱাৰ আগত আপোনাক সদায় "
+"নিশ্চিতকৰণৰ বাবে সোধা হব।"
 
 #. (itstool) path: note/p
 #: C/files-autorun.page:133
@@ -6597,6 +6661,10 @@ msgid ""
 "external hard disks), on <link xref=\"nautilus-connect\">file servers</"
 "link>, and on network shares."
 msgstr ""
+"আপোনাৰ কমপিউটাৰত ফাইলসমূহ ব্ৰাউছ আৰু সংঘঠিত কৰিবলৈ <app>ফাইলসমূহ</app> ফাইল "
+"ব্যৱস্থাপক ব্যৱহাৰ কৰক। আপুনি ইয়াক সংৰক্ষণ ডিভাইচসমূহ (যেনে বহিৰ্তম হাৰ্ড ডিস্ক) ত "
+"ফাইলসমূহ ব্যৱস্থাপনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব, <link xref=\"nautilus-connect"
+"\">ফাইল চাৰ্ভাৰসমূহ</link>, আৰু নেটৱাৰ্ক অংশীদাৰীসমূহত।"
 
 #. (itstool) path: page/p
 #: C/files-browse.page:47
@@ -6606,6 +6674,9 @@ msgid ""
 "overview in the same way you would <link xref=\"shell-apps-open\">search for "
 "applications</link>."
 msgstr ""
+"ফাইল ব্যৱস্থাপক আৰম্ভ কৰিবলৈ, <gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত <app>ফাইলসমূহ</app> "
+"খোলক। আপুনি <link xref=\"shell-apps-open\">এপ্লিকেচনসমূহৰ বাবে সন্ধান</link> কৰা "
+"ধৰণে অভাৰভিউত ফাইল আৰু ফোল্ডাৰসমূহ সন্ধান কৰিব পাৰিব।"
 
 #. (itstool) path: section/title
 #: C/files-browse.page:53
@@ -6843,6 +6914,10 @@ msgid ""
 "You can change things from being read-only by <link xref=\"nautilus-file-"
 "properties-permissions\">changing file permissions </link>."
 msgstr ""
+"আপুনি এটা <em>কেৱল-পঢ়িব পৰা</em> ফোল্ডাৰত এটা ফাইল কপি অথবা স্থানান্তৰ কৰিব "
+"নোৱাৰিব। কিছুমান ফোল্ডাৰ কেৱল-পঢ়িব পৰা থাকে যাতে আপুনি তাৰ সমলসমূহত পৰিবৰ্তন কৰিব "
+"নোৱাৰে। আপুনি বস্তুবোৰক <link xref=\"nautilus-file-properties-permissions\"> "
+"ফাইল অনুমতি পৰিবৰ্তন কৰি </link> কেৱল-পঢ়িব পৰা হোৱাৰ পৰা পৰিবৰ্তন কৰিব পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/files-delete.page:8
@@ -6952,6 +7027,9 @@ msgid ""
 "files are still there, and will be available when you plug the device back "
 "into your computer."
 msgstr ""
+"এটা <link xref=\"files#removable\">আতৰাব পৰা ডিভাইচ</link> ত মচি পেলোৱা "
+"ফাইলসমূহ অন্য অপাৰেটিং চিস্টেম, যেনে Windows অথবা Mac OS ত দৃশ্যমান নহবও পাৰে। "
+"ফাইলসমূহ এতিয়াও আছে আৰু আপুনি ডিভাইচক আপোনাৰ কমপিউটাৰত প্লাগ কৰোতে দেখি পাব।"
 
 #. (itstool) path: info/desc
 #: C/files-disc-write.page:18
@@ -6987,6 +7065,9 @@ msgid ""
 "bottom of the screen, select <gui>Open with CD/DVD Creator</gui>. The "
 "<gui>CD/DVD Creator</gui> folder window will open."
 msgstr ""
+"পৰ্দাৰ তলত পপ আপ হোৱা <gui>ৰিক্ত CD/DVD-R ডিস্ক</gui> অধিসূচনাত, <gui>CD/DVD "
+"সৃষ্টিকৰ্তাৰ সৈতে খোলক</gui> বাছক। <gui>CD/DVD সৃষ্টিকৰ্তা</gui> ফোল্ডাৰ উইন্ডো খোল "
+"খাব।"
 
 #. (itstool) path: item/p
 #: C/files-disc-write.page:37
@@ -7024,6 +7105,9 @@ msgid ""
 "a <em>disc image</em>, which will be saved on your computer. You can then "
 "burn that disc image onto a blank disc at a later date.)"
 msgstr ""
+"(আপুনি ইয়াৰ পৰিবৰ্তে <gui>ছবি ফাইল</gui> বাছিব পাৰিব। ই ফাইলসমূহক এটা <em>ডিস্ক "
+"ছবি</em> ত স্থাপন কৰিব, যি আপোনাৰ কমপিউটাৰত সংৰক্ষণ কৰা হব। আপুনি পিছত সেই ডিস্ক "
+"ছবিক এটা ৰিক্ত ডিস্কত বাৰ্ণ কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/files-disc-write.page:56
@@ -7075,12 +7159,17 @@ msgstr ""
 
 #. (itstool) path: section/p
 #: C/files-disc-write.page:78
+#, fuzzy
 msgid ""
 "In this case, try burning the disc again but use a lower burning speed, for "
 "example, 12x rather than 48x. Burning at slower speeds is more reliable. You "
 "can choose the speed by clicking the <gui>Properties</gui> button in the "
 "<gui>CD/DVD Creator</gui> window."
 msgstr ""
+"এই ক্ষেত্ৰত, ডিস্কক পুনৰ বাৰ্ণ কৰাৰ চেষ্টা কৰক কিন্তু এটা নিম্ন বাৰ্ণিং গতিৰ সৈতে, "
+"উদাহৰণস্বৰূপ 48x ৰ পৰিবৰ্তে 12x। নিম্ন গতিত বাৰ্ণ কৰাটো অধিক ভৰষা কৰিব পাৰি। আপুনি "
+"<gui>CD/DVD সৃষ্টিকৰ্তা</gui> উইন্ডোত <gui>বৈশিষ্ট্য</gui> বুটাম ক্লিক কৰি গতি বাছিব "
+"পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/files-hidden.page:7
@@ -7099,6 +7188,9 @@ msgid ""
 "your discretion. When a file is hidden, it isn't displayed by the file "
 "manager, but it's still there in its folder."
 msgstr ""
+"GNOME ফাইল ব্যৱস্থাপকৰ সহায়ত আপুনি আপোনাৰ ইচ্ছামতে ফাইলসমূহ লুকুৱাব আৰু উন্মুক্ত কৰিব "
+"পাৰিব। যেতিয়া এটা ফাইল লুকুৱা থাকে, ইয়াক ফাইল ব্যৱস্থাপক দ্বাৰা দেখুৱা নহয়, কিন্তু ই "
+"আচলতে ফোল্ডাৰতে থাকে।"
 
 #. (itstool) path: page/p
 #: C/files-hidden.page:28
@@ -7135,6 +7227,11 @@ msgid ""
 "<keyseq><key>Ctrl</key><key>H</key></keyseq>. You will see all hidden files, "
 "along with regular files that are not hidden."
 msgstr ""
+"যদি আপুনি এটা ফোল্ডাৰত সকলো লুকুৱা ফাইল চাব খোজে, সেই ফোল্ডাৰত যাওক আৰু টুলবাৰত "
+"<media type=\"image\" src=\"figures/go-down.png\">down</media> বুটাম ক্লিক কৰক "
+"আৰু <gui>লুকুৱা ফাইলসমূহ দেখুৱাওক</gui> পিক কৰক, অথবা <keyseq><key>Ctrl</"
+"key><key>H </key></keyseq> টিপক। আপুনি সকলো লুকুৱা ফাইল দেখি পাব, উন্মুক্ত সাধাৰণ "
+"ফাইলসমূহৰ সৈতে।"
 
 #. (itstool) path: section/p
 #: C/files-hidden.page:46
@@ -7196,6 +7293,9 @@ msgid ""
 "files are backup files. See <link xref=\"files-tilde\"/> for more "
 "information."
 msgstr ""
+"বেছিৰভাগ লুকুৱা ফাইলৰ সিহতৰ নামৰ আৰম্ভণিত এটা <key>.</key> থাকিব কিন্তু অন্যৰ "
+"সিহতৰ নামৰ শেষত এটা <key>~</key> থাকিব পাৰে। এই ফাইলসমূহ বেকআপ ফাইল। অধিক "
+"তথ্যৰ বাবে <link xref=\"files-tilde\"/> চাওক।"
 
 #. (itstool) path: info/desc
 #: C/files-lost.page:10
@@ -7282,6 +7382,10 @@ msgid ""
 "application, search online for applications, or set the default application "
 "for all files of the same type."
 msgstr ""
+"যেতিয়া আপুনি ফাইল ব্যৱস্থাপকত এটা ফাইলত দুবাৰ-ক্লিক কৰে, ইয়াক তাৰ অবিকল্পিত "
+"এপ্লিকেচনৰ সৈতে খোলা হব। আপুনি ইয়াক অন্য এপ্লিকেচনৰ সৈতে খোলিব পাৰিব, অনলাইন "
+"এপ্লিকেচনসমূহৰ বাবে সন্ধান কৰিব পাৰিব, অথবা একে ধৰণৰ সকলো ফাইলৰ বাবে অবিকল্পিত "
+"এপ্লিকেচন সংহতি কৰিব পাৰিব।"
 
 #. (itstool) path: page/p
 #: C/files-open.page:31
@@ -7302,6 +7406,10 @@ msgid ""
 "manager will search online for packages containing applications that are "
 "known to handle files of that type."
 msgstr ""
+"যদি আপুনি বিচৰা এপ্লিকেচনক তথাপিও বিচাৰি নাপায়, আপুনি <gui>এপ্লিকেচনসমূহ অনলাইন "
+"সন্ধান কৰক</gui> ক্লিক কৰি অধিক এপ্লিকেচনৰ বাবে সন্ধান কৰিব পাৰিব। ফাইল "
+"ব্যৱস্থাপকে সেই ধৰণৰ ফাইল ব্যৱস্থাপনা কৰিব পৰা এপ্লিকেচন অন্তৰ্ভুক্ত কৰা পেকেইজসমূহৰ "
+"বাবে অনলাইন সন্ধান কৰিব।"
 
 #. (itstool) path: section/title
 #: C/files-open.page:44
@@ -7316,6 +7424,10 @@ msgid ""
 "click to open a file. For example, you might want your favorite music player "
 "to open when you double-click an MP3 file."
 msgstr ""
+"আপুনি এটা ধৰণৰ ফাইলসমূহ খোলিবলৈ ব্যৱহৃত অবিকল্পিত এপ্লিকেচন পৰিবৰ্তন কৰিব পাৰিব। "
+"ইয়াৰ বাবে আপুনি আপোনাৰ পছন্দৰ এপ্লিকেচন খোলিব পাৰিব যেতিয়া আপুনি এটা ফাইল "
+"খোলিবলৈ দুবাৰ-ক্লিক কৰে। উদাহৰণস্বৰূপ, আপুনি এটা MP3 ফাইল দুবাৰ-ক্লিক কৰোতে আপোনাৰ "
+"পছন্দৰ সংগিত প্লেয়াৰ খোলাটো বিচাৰে।"
 
 #. (itstool) path: item/p
 #: C/files-open.page:51
@@ -7324,6 +7436,9 @@ msgid ""
 "example, to change which application is used to open MP3 files, select a "
 "<file>.mp3</file> file."
 msgstr ""
+"এটা ফাইল বাছক যাৰ বাবে আপুনি অবিকল্পিত এপ্লিকেচন সলনি কৰিব খোজে। উদাহৰণস্বৰূপ, "
+"MP3 ফাইলসমূহ কোনো এপ্লিকেচন দ্বাৰা খোলা হব পৰিবৰ্তন কৰিবলৈ, এটা <file>.mp3</"
+"file> ফাইল বাছক।"
 
 #. (itstool) path: item/p
 #: C/files-open.page:54
@@ -7343,6 +7458,10 @@ msgid ""
 "file. To look through all the applications on your computer, click <gui>Show "
 "other applications</gui>."
 msgstr ""
+"আপুনি বিচৰা এপ্লিকেচন বাছক আৰু <gui>অবিকল্পিৰূপে সংহতি কৰক</gui> ক্লিক কৰক। "
+"অবিকল্পিভাৱে, ফাইল ব্যৱস্থাপকে কেৱল ফাইলক ব্যৱস্থাপনা কৰিব পৰা এপ্লিকেচনসমূহ "
+"দেখুৱায়। আপোনাৰ কমপিউটাৰৰ সকলো এপ্লিকেচন চাবলৈ, <gui>অন্য এপ্লিকেচনসমূহ দেখুৱাওক</"
+"gui> দেখুৱাওক।"
 
 #. (itstool) path: item/p
 #: C/files-open.page:60
@@ -7395,6 +7514,9 @@ msgid ""
 "application. Select any file and press the space bar. The file will open in "
 "a simple preview window. Press the space bar again to dismiss the preview."
 msgstr ""
+"আপুনি ফাইলসমূহক এটা সম্পূৰ্ণ খোলা এপ্লিকেচনত নখোলাকৈ পূৰ্বদৰ্শন কৰিব পাৰিব। যিকোনো "
+"ফাইল বাছক আৰু স্পেইচ বাৰ টিপক। ফাইল এটা সাধাৰণ পূৰ্বদৰ্শন উইন্ডোত খোলা খাব। "
+"পূৰ্বদৰ্শনক বাতিল কৰিবলৈ স্পেইচ বাৰ আকৌ টিপক।"
 
 #. (itstool) path: page/p
 #: C/files-preview.page:25
@@ -7403,6 +7525,9 @@ msgid ""
 "video, and audio. In the preview, you can scroll through your documents or "
 "seek through your video and audio."
 msgstr ""
+"বিল্ট-ইন পূৰ্বদৰ্শনে দস্তাবেজসমূহ, ছবিবোৰ, ভিডিঅ', আৰু ভিডিঅ'ৰ বাবে বেছিৰভাগ ফাইল "
+"বিন্যাস সমৰ্থন কৰে। পূৰ্বদৰ্শনত, আপুনি আপোনাৰ দস্তাবেজসমূহৰে স্ক্ৰল কৰিব পাৰিব অথবা "
+"আপোনাৰ ভিডিঅ' আৰু অডিঅ'ত সন্ধান কৰিব পাৰিব।"
 
 #. (itstool) path: page/p
 #: C/files-preview.page:29
@@ -7413,6 +7538,11 @@ msgid ""
 "png\">fullscreen</media> or press <key>f</key> again to leave full-screen, "
 "or press the space bar to exit the preview completely."
 msgstr ""
+"এটা পূৰ্বদৰ্শনক পূৰ্ণ-পৰ্দাত দৰ্শন কৰিবলৈ, তলৰ কাষত <media type=\"image\" src="
+"\"figures/view-fullscreen-16.png\">পূৰ্ণ পৰ্দা</media> বুটামত ক্লিক কৰক, অথবা "
+"<key>f</key> টিপক। পূৰ্ণ পৰ্দা এৰিবলৈ <media type=\"image\" src=\"figures/view-"
+"fullscreen-16.png\">পূৰ্ণ পৰ্দা</media> ক্লিক কৰক অথবা অথবা <key>f</key> আকৌ "
+"টিপক, অথবা পূৰ্বদৰ্শনক সম্পূৰ্ণভাৱে প্ৰস্থান কৰিবলৈ স্পেইচ বাৰ টিপক।"
 
 #. (itstool) path: info/desc
 #: C/files-recover.page:8
@@ -25136,6 +25266,20 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ "ওপৰ বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু <gui>ফাইলসমূহ ডিভাইচলৈ পঠাওক</gui> বাছক।"
 
 #~ msgid ""
+#~ "The list of devices will show both <link xref=\"bluetooth-connect-device"
+#~ "\">devices you are already connected to</link> as well as <link xref="
+#~ "\"bluetooth-visibility\">visible devices</link> within range. If you have "
+#~ "not already connected to the selected device, you will be prompted to "
+#~ "pair with the device after clicking <gui>Send</gui>. This will probably "
+#~ "require confirmation on the other device."
+#~ msgstr ""
+#~ "ডিভাইচসমূহৰ তালিকায় বিস্তাৰত থকা দুয়ো <link xref=\"bluetooth-connect-device"
+#~ "\">আপুনি ইতিমধ্যে সংযুক্ত ডিভাইচসমূহ</link> লগতে <link xref=\"bluetooth-"
+#~ "visibility\"> দৃশ্যমান ডিভাইচসমূহ</link> দেখুৱাব। যদি আপুনি নিৰ্বাচিত ডিভাইচৰ "
+#~ "সৈতে ইতিমধ্যে সংযুক্ত কৰা নাই, আপোনাক <gui>পঠাওক</gui> ক্লিক কৰি ডিভাইচৰ সৈতে "
+#~ "যোৰ হবলৈ প্ৰমপ্ট কৰা হব। ইয়াৰ বাবে অন্য ডিভাইচত নিশ্চিতকৰণৰ প্ৰয়োজন হব পাৰে।"
+
+#~ msgid ""
 #~ "If there are many devices, you can limit the list to only specific device "
 #~ "types using the <gui>Device type</gui> drop-down."
 #~ msgstr ""


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]