[gnome-user-docs/gnome-3-8] Assamese translation updated



commit 2ddfd85a378a7b74a9e0a6043e1b496d979cbda4
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Wed Jan 15 19:19:38 2014 +0530

    Assamese translation updated

 gnome-help/as/as.po |  200 ++++++++++++++++++++++++++++++++++++++++++++++++++-
 1 files changed, 198 insertions(+), 2 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index 2627955..cf69c94 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -1,9 +1,9 @@
-# Nilamdyuti Goswami <ngoswami redhat com>, 2013.
+# Nilamdyuti Goswami <ngoswami redhat com>, 2013, 2014.
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
 "POT-Creation-Date: 2013-08-14 07:12+0000\n"
-"PO-Revision-Date: 2013-12-13 18:01+0630\n"
+"PO-Revision-Date: 2014-01-15 19:18+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -2649,6 +2649,13 @@ msgid ""
 "<link xref=\"bluetooth-send-file\">send files between devices</link>, such "
 "as from your computer to your cell phone."
 msgstr ""
+"ব্লুটুথ এটা বেতাঁৰ প্ৰটোকল যি আপোনাৰ কমপিউটাৰৰ সৈতে বিভিন্ন ধৰণৰ ডিভাইচ সংযোগ "
+"কৰাৰ অনুমতি "
+"দিয়ে। ব্লুটুথ সাধাৰণত হেডছেট আৰু মাইচ আৰু কিবৰ্ডসমূহৰ নিচিনা ইনপুট "
+"ডিভাইচসমূহৰ বাবে ব্যৱহাৰ কৰা "
+"হয়। আপুনি ব্লুটুথক <link xref=\"bluetooth-send-file\">ডিভাইচসমূহৰ মাজত ফাইল "
+"পঠোৱা</link> ৰ "
+"বাবে ব্যৱহাৰ কৰিব পাৰিব, যেনে আপোনাৰ কমপিউটাৰৰ পৰা আপোনাৰ চেল ফোনলৈ।"
 
 #: C/bluetooth.page:47(info/title)
 msgctxt "link"
@@ -3076,6 +3083,14 @@ msgid ""
 "with the device after clicking <gui>Send</gui>. This will probably require "
 "confirmation on the other device."
 msgstr ""
+"ডিভাইচসমূহৰ তালিকায় বিস্তাৰত থকা দুয়ো <link xref=\"bluetooth-connect-device"
+"\">আপুনি ইতিমধ্যে সংযুক্ত ডিভাইচসমূহ</link> লগতে <link "
+"xref=\"bluetooth-visibility\"> "
+"দৃশ্যমান ডিভাইচসমূহ</link> দেখুৱাব। যদি আপুনি নিৰ্বাচিত ডিভাইচৰ সৈতে ইতিমধ্যে "
+"সংযুক্ত "
+"কৰা নাই, আপোনাক <gui>পঠাওক</gui> ক্লিক কৰি ডিভাইচৰ সৈতে যোৰ হবলৈ প্ৰমপ্ট কৰা "
+"হব। "
+"ইয়াৰ বাবে অন্য ডিভাইচত নিশ্চিতকৰণৰ প্ৰয়োজন হব পাৰে।"
 
 #: C/bluetooth-send-file.page:79(item/p)
 msgid ""
@@ -3177,6 +3192,13 @@ msgid ""
 "a key on your keyboard. The keyboard key is often accessed with the help of "
 "the <key>Fn</key> key."
 msgstr ""
+"বহুতো লেপটপ কমপিউটাৰৰ ব্লুটুথ অন অথবা অফ কৰিবলৈ এটা হাৰ্ডৱেৰ চুইচ অথবা কি "
+"সংযুক্তি "
+"থাকে। যদি ব্লটুথ হাৰ্ডৱেৰ অফ থাকে, আপুনি মেনু বাৰত এটা ব্লুটুথ আইকন দেখা "
+"নাপাব। আপোনাৰ কমপিউটাৰত "
+"এটা চুইচ অথবা কিবৰ্ডত এটা কি'ৰ বাবে চাওক। কিবৰ্ড কি' সাধাৰণত <key>Fn</key> "
+"কি'ৰ সহায়ত "
+"অভিগম কৰা হয়।"
 
 #: C/bluetooth-turn-on-off.page:50(choose/p)
 msgid ""
@@ -3186,6 +3208,13 @@ msgid ""
 "key on your keyboard. The keyboard key is often accessed with the help of "
 "the <key>Fn</key> key."
 msgstr ""
+"বহুতো লেপটপ কমপিউটাৰৰ ব্লুটুথ অন অথবা অফ কৰিবলৈ এটা হাৰ্ডৱেৰ চুইচ অথবা কি "
+"সংযুক্তি "
+"থাকে। যদি ব্লটুথ হাৰ্ডৱেৰ অফ থাকে, আপুনি ওপৰ বাৰত এটা ব্লুটুথ আইকন দেখা "
+"নাপাব। আপোনাৰ কমপিউটাৰত "
+"এটা চুইচ অথবা কিবৰ্ডত এটা কি'ৰ বাবে চাওক। কিবৰ্ড কি' সাধাৰণত <key>Fn</key> "
+"কি'ৰ সহায়ত "
+"অভিগম কৰা হয়।"
 
 #: C/bluetooth-turn-on-off.page:59(when/p)
 msgid ""
@@ -3229,6 +3258,11 @@ msgid ""
 "visibility is turned on, your computer will advertise itself to all other "
 "devices within range, allowing them to attempt to connect to you."
 msgstr ""
+"ব্লুটুথ দৃশ্যমানতায় সাধাৰণত অন্য ডিভাইচসমূহে ব্লুটুথ ডিভাইচসমূহৰ বাবে সন্ধান "
+"কৰোতে "
+"আপোনাৰ কমপিউটাৰক খোজ কৰিব পাৰিব নে বুজায়। যেতিয়া ব্লটুথ দৃশ্যমানতা অন থাকে, "
+"আপোনাৰ কমপিউটাৰক বিস্তাৰত ভিতৰত অন্য ডিভাইচসমূহে দেখি পাব, আৰু সিহতে "
+"আপোনাৰ কমপিউটাৰৰ সৈতে সংযোগ কৰিব পাৰিব।"
 
 #: C/bluetooth-visibility.page:26(page/p)
 msgid ""
@@ -3747,6 +3781,10 @@ msgid ""
 "means you should recalibrate your screen when the [!] icon appears in the "
 "color control panel."
 msgstr ""
+"পৰ্দাবোৰ সকলো সময়তে সলনি হয় - এটা TFT ৰ বেকলাইটৰ উজ্জ্বলতা প্ৰতি ১৮ মাহত আধা "
+"হব, আৰু যিমান পুৰনি হব তিমান হালধীয়া হব। ইয়াৰ অৰ্থ আপুনি আপোনাৰ পৰ্দাক "
+"মানাংকন কৰিব "
+"লাগে যেতিয়া [!] আইকন ৰঙ নিয়ন্ত্ৰণ পেনেলত উপস্থিত হয়।"
 
 #: C/color-calibrate-screen.page:47(note/p)
 msgid "LED screens also change over time, but a much slower rate than TFTs."
@@ -3767,6 +3805,11 @@ msgid ""
 "and characterization. Calibration is the process of modifying the color "
 "behavior of a device. This is typically done using two mechanisms:"
 msgstr ""
+"বেছিৰভাগ লেকে আৰম্ভণিত মানাংকন আৰু বৈশিষ্ট্যকৰণৰ পাৰ্থক্য বুজি নাপায়। মানাংকন "
+"হল "
+"এটা ডিভাইচৰ ৰঙৰ ব্যৱহাৰ পৰিবৰ্তন কৰাৰ প্ৰক্ৰিয়া। ইয়াক সাধাৰণত দুটা পদ্ধতি "
+"ব্যৱহাৰ কৰি "
+"কৰা হয়:"
 
 #: C/color-calibrationcharacterization.page:26(item/p)
 msgid "Changing controls or internal settings that it has"
@@ -4494,6 +4537,11 @@ msgid ""
 "levels) to encode each channel, then a larger range is going to have bigger "
 "steps between each value."
 msgstr ""
+"এতিয়া, যদি ProPhoto স্পষ্টভাৱে ভাল, আমি ইয়াক সকলোৰ বাবে ব্যৱহাৰ কিয় নকৰো? "
+"ইয়াৰ উত্তৰ <em>quantization</em> ৰ লগত জড়িত। যদি আপোনাৰ প্ৰতিটো চেনেল "
+"এনক'ড কৰিবলৈ কেৱল ৮ বিট (২৫৬ স্তৰ) আছে, তেন্তে এটা ডাঙৰ বিস্তাৰৰ প্ৰতিটো মানৰ "
+"মাজত "
+"ডাঙৰ স্তৰ থাকিব।"
 
 #: C/color-whatisspace.page:78(page/p)
 msgid ""
@@ -4509,6 +4557,11 @@ msgid ""
 "smaller quantization error, but this doubles the size of each image file. "
 "Most content in existence today is 8bpp, i.e. 8 bits-per-pixel."
 msgstr ""
+"অৱশ্যয়, এটা ১৬ বিট ছবি ব্যৱহাৰ কৰিলে অধিক স্তৰ আৰু এটা সৰু quantization "
+"ত্ৰুটি হব, কিন্তু "
+"ইয়াৰ বাবে প্ৰতিটো ছবি ফাইলৰ আকাৰ দ্বিগুণ হব। এতিয়া অস্তিত্ববান বেছিৰভাগ সমল "
+"হল 8bpp, "
+"অৰ্থাত 8 bits-per-pixel।"
 
 #: C/color-whatisspace.page:91(page/p)
 msgid ""
@@ -5294,6 +5347,11 @@ msgid ""
 "the disk for potential problems. SMART also warns you if the disk is about "
 "to fail, helping you avoid loss of important data."
 msgstr ""
+"হাৰ্ড ডিস্কবোৰৰ এটা বিল্ট-ইন স্বাস্থ্য-পৰিক্ষণ সঁজুলি <app>SMART</app> (স্ব-"
+"পৰ্যবেক্ষন, বিশ্লেষণ, আৰু সংবাদন প্ৰযুক্তি) থাকে, যি ডিস্কবোৰক "
+"সম্ভাব্য সমস্যাবোৰৰ বাবে নিয়মিতভাৱে নিৰীক্ষণ কৰে। SMART এ লগতে আপোনাক "
+"সতৰ্ক কৰে যদি ডিস্ক ব্যৰ্থ হব লয়, যাৰ ফলত আপুনি গুৰুত্বপূৰ্ণ তথ্যৰ হানিৰ পৰা "
+"বাচিব পাৰে।"
 
 #: C/disk-check.page:36(section/p)
 msgid ""
@@ -6044,6 +6102,11 @@ msgid ""
 "create the document (e.g. <app>LibreOffice</app> or <app>Adobe Acrobat</"
 "app>)."
 msgstr ""
+"<app>দস্তাবেজসমূহ</app> এ বৰ্তমানে এটা দস্তাবেজলৈ গোপনীয়তা যোগ কৰাৰ কোনো "
+"পদ্ধতি প্ৰদান নকৰে। "
+"আপুনি দস্তাবেজ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা এপ্লিকেচনৰ পৰা ইয়াক কৰিব পাৰে "
+"(উদাহৰণস্বৰূপ <app>LibreOffice</app> "
+"অথবা <app>Adobe Acrobat</app>)।"
 
 #: C/documents.page:20(info/desc)
 msgid ""
@@ -6269,6 +6332,13 @@ msgid ""
 "directory (non-recursively) and XDG folders (recursively), should be "
 "adequate. Ensure that your documents are in one of these paths."
 msgstr ""
+"যদি আপোনাৰ দস্তাবেজসমূহ <app>দস্তাবেজসমূহ</app> ত প্ৰদৰ্শন হবলৈ ব্যৰ্থ হয়, <"
+"app>Tracker</app> "
+"ভালকৈ চলি থকা নাই অথবা সঠিকভাৱে সংৰূপিত নহয়। আপোনাৰ অধিবেশনত Tracker চলি "
+"থকাটো সুনিশ্চিত কৰক। "
+"অবিকল্পিত সংৰূপ, আপোনাৰ ঘৰ ডাইৰেকটৰি (বাৰংবাৰতা নহোৱাকৈ) আৰু XDG ফোল্ডাৰসমূহ "
+"(বাৰংবাৰতা হোৱাকৈ), "
+"পৰ্যাপ্ত হব লাগে। আপোনাৰ দস্তাবেজসমূহ এই পথসমূহৰ এটাত থকাটো সুনিশ্চিত কৰক।"
 
 #: C/documents-viewgrid.page:20(info/desc)
 msgid "Change the way documents are displayed."
@@ -6377,6 +6447,13 @@ msgid ""
 "organizer to start when you plug in a digital camera. You can also turn this "
 "off, so that nothing happens when you plug something in."
 msgstr ""
+"আপুনি এটা এপ্লিকেচনক স্বচালিতভাৱে আৰম্ভ হব দিব পাৰে যেতিয়া আপুনি এটা ডিভাইচ "
+"প্লাগ ইন "
+"কৰে অথবা এটা ডিস্ক অথবা এটা মিডিয়া কাৰ্ড সুমুৱায়। উদাহৰণস্বৰূপ, আপুনি এটা "
+"ডিজিটেল কেমেৰা প্লাগ "
+"ইন কৰোতে আপোনাৰ ফটো সংঘটক আৰম্ভ হোৱাটো বিচাৰিব পাৰে। আপুনি ইয়াক বন্ধ কৰিব "
+"পাৰে, যাতে "
+"আপুনি কিবা প্লাগ ইন কৰোতে একো নহয়।"
 
 #: C/files-autorun.page:35(page/p)
 msgid ""
@@ -6445,6 +6522,14 @@ msgid ""
 "Media</gui>. If you open an audio disc with the file manager, the tracks "
 "will appear as WAV files that you can play in any audio player application."
 msgstr ""
+"অডিঅ' CDs নিয়ন্ত্ৰণ কৰিবলে আপোনাৰ পছন্দৰ সংগিত এপ্লিকেচন অথবা CD অডিঅ' "
+"নিষ্কাষক "
+"বাছক। যদি আপুনি অডিঅ' DVDs (DVD-A) ব্যৱহাৰ কৰে, সিহতক কেনেকৈ খোলা হব "
+"<gui>অন্য মাধ্যম</gui> ৰ অন্তৰ্গত বাছক। যদি আপুনি ফাইল ব্যৱস্থাপকৰ সৈতে এটা "
+"অডিঅ ডিস্ক "
+"খোলে, ট্ৰেকবোৰ WAV ফাইল ৰূপে উপস্থিত হব যাক আপুনি যিকোনো অডিঅ' প্লেয়াৰ "
+"এপ্লিকেচনত "
+"বজাব পাৰিব।"
 
 #: C/files-autorun.page:78(item/title)
 msgid "Video discs"
@@ -6457,6 +6542,12 @@ msgid ""
 "video CD (VCD), and super video CD (SVCD). If DVDs or other video discs do "
 "not work correctly when you insert them, see <link xref=\"video-dvd\"/>."
 msgstr ""
+"ভিডিঅ' DVDs নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ পছন্দৰ ভিডিঅ' এপ্লিকেচন বাছক। Blu-ray, HD "
+"DVD, "
+"ভিডিঅ' CD (VCD), আৰু চুপাৰ ভিডিঅ' CD (SVCD) ৰ বাবে এটা এপ্লিকেচন সংহতি কৰিবলৈ "
+"<gui>অন্য মাধ্যম</gui> বুটাম ব্যৱহাৰ কৰক। যদি DVDs অথবা অন্য ভিডিঅ' ডিস্ক "
+"সুমুৱাওতে "
+"কাম নকৰে, <link xref=\"video-dvd\"/> চাওক।"
 
 #: C/files-autorun.page:86(item/title)
 msgid "Blank discs"
@@ -6482,6 +6573,12 @@ msgid ""
 "from a camera, such as a CF, SD, MMC, or MS card. You can also simply browse "
 "your photos using the file manager."
 msgstr ""
+"আপুনি আপোনাৰ ডিজিটেল কেমেৰা প্লাগ ইন কৰোতে অথবা এটা কেমেৰাৰ পৰা এটা মিডিয়া "
+"কাৰ্ড সুমুৱাওতে "
+"যেনে এটা CF, SD, MMC, অথবা MS কাৰ্ড, এটা ফটো-ব্যৱস্থাপনা এপ্লিকেচন বাছিবলৈ <"
+"gui>ফটোসমূহ</gui> "
+"ড্ৰপ-ডাউন ব্যৱহাৰ কৰক। আপুনি ফাইল ব্যৱস্থাপক ব্যৱহাৰ কৰি আপোনাৰ ফটোসমূহ "
+"ব্ৰাউছ কৰিব পাৰিব।"
 
 #: C/files-autorun.page:97(item/p)
 msgid ""
@@ -6533,6 +6630,11 @@ msgid ""
 "to control what to do when media with autorun software is inserted. You will "
 "always be prompted for a confirmation before software is run."
 msgstr ""
+"কিছুমান ডিস্ক আৰু আতৰাব পৰা মাধ্যমে চফ্টৱেৰ অন্তৰ্ভুক্ত কৰে যি মাধ্যম "
+"সুমুৱাওতে স্বচালিতভাৱে চলিব লাগে। "
+"স্বচলন চফ্টৱেৰৰ সৈতে মাধ্যম সুমুৱাওতে কি কৰা হব নিয়ন্ত্ৰণ কৰিবলৈ <gui>"
+"চফ্টৱেৰ</gui> বিকল্প ব্যৱহাৰ কৰক। "
+"চফ্টৱেৰ চলোৱাৰ আগত আপোনাক সদায় নিশ্চিতকৰণৰ বাবে সোধা হব।"
 
 #: C/files-autorun.page:118(note/p)
 msgid "Never run software from media you don't trust."
@@ -6553,6 +6655,12 @@ msgid ""
 "external hard disks), on <link xref=\"nautilus-connect\">file servers</"
 "link>, and on network shares."
 msgstr ""
+"আপোনাৰ কমপিউটাৰত ফাইলসমূহ ব্ৰাউছ আৰু সংঘঠিত কৰিবলৈ <app>ফাইলসমূহ</app> ফাইল "
+"ব্যৱস্থাপক "
+"ব্যৱহাৰ কৰক। আপুনি ইয়াক সংৰক্ষণ ডিভাইচসমূহ (যেনে বহিৰ্তম হাৰ্ড ডিস্ক) ত "
+"ফাইলসমূহ ব্যৱস্থাপনা কৰিবলৈ "
+"ব্যৱহাৰ কৰিব পাৰিব, <link xref=\"nautilus-connect\">ফাইল চাৰ্ভাৰসমূহ</link>, "
+"আৰু নেটৱাৰ্ক অংশীদাৰীসমূহত।"
 
 #: C/files-browse.page:47(page/p)
 msgid ""
@@ -6561,6 +6669,11 @@ msgid ""
 "overview in the same way you would <link xref=\"shell-apps-open\">search for "
 "applications</link>."
 msgstr ""
+"ফাইল ব্যৱস্থাপক আৰম্ভ কৰিবলৈ, <gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত <app>ফাইলসমূহ<"
+"/app> "
+"খোলক। আপুনি <link xref=\"shell-apps-open\">এপ্লিকেচনসমূহৰ বাবে সন্ধান</link> "
+"কৰা "
+"ধৰণে অভাৰভিউত ফাইল আৰু ফোল্ডাৰসমূহ সন্ধান কৰিব পাৰিব।"
 
 #: C/files-browse.page:53(section/title)
 msgid "Exploring the contents of folders"
@@ -6786,6 +6899,12 @@ msgid ""
 "You can change things from being read-only by <link xref=\"nautilus-file-"
 "properties-permissions\">changing file permissions </link>."
 msgstr ""
+"আপুনি এটা <em>কেৱল-পঢ়িব পৰা</em> ফোল্ডাৰত এটা ফাইল কপি অথবা স্থানান্তৰ কৰিব "
+"নোৱাৰিব। "
+"কিছুমান ফোল্ডাৰ কেৱল-পঢ়িব পৰা থাকে যাতে আপুনি তাৰ সমলসমূহত পৰিবৰ্তন কৰিব "
+"নোৱাৰে। "
+"আপুনি বস্তুবোৰক <link xref=\"nautilus-file-properties-permissions\"> "
+"ফাইল অনুমতি পৰিবৰ্তন কৰি </link> কেৱল-পঢ়িব পৰা হোৱাৰ পৰা পৰিবৰ্তন কৰিব পাৰিব।"
 
 #: C/files-delete.page:8(info/desc)
 msgid "Remove files or folders you no longer need."
@@ -6884,6 +7003,11 @@ msgid ""
 "files are still there, and will be available when you plug the device back "
 "into your computer."
 msgstr ""
+"এটা <link xref=\"files#removable\">আতৰাব পৰা ডিভাইচ</link> ত মচি পেলোৱা "
+"ফাইলসমূহ "
+"অন্য অপাৰেটিং চিস্টেম, যেনে Windows অথবা Mac OS ত দৃশ্যমান নহবও পাৰে। "
+"ফাইলসমূহ এতিয়াও "
+"আছে আৰু আপুনি ডিভাইচক আপোনাৰ কমপিউটাৰত প্লাগ কৰোতে দেখি পাব।"
 
 #: C/files-disc-write.page:14(info/desc)
 msgid "Put files and documents onto a blank CD or DVD using a CD/DVD burner."
@@ -6914,6 +7038,9 @@ msgid ""
 "bottom of the screen, select <gui>Open with CD/DVD Creator</gui>. The "
 "<gui>CD/DVD Creator</gui> folder window will open."
 msgstr ""
+"পৰ্দাৰ তলত পপ আপ হোৱা <gui>ৰিক্ত CD/DVD-R ডিস্ক</gui> অধিসূচনাত, "
+"<gui>CD/DVD সৃষ্টিকৰ্তাৰ সৈতে খোলক</gui> বাছক। <gui>CD/DVD সৃষ্টিকৰ্তা</gui> "
+"ফোল্ডাৰ উইন্ডো খোল খাব।"
 
 #: C/files-disc-write.page:33(item/p)
 msgid ""
@@ -6946,6 +7073,11 @@ msgid ""
 "a <em>disc image</em>, which will be saved on your computer. You can then "
 "burn that disc image onto a blank disc at a later date.)"
 msgstr ""
+"(আপুনি ইয়াৰ পৰিবৰ্তে <gui>ছবি ফাইল</gui> বাছিব পাৰিব। ই ফাইলসমূহক এটা <em>"
+"ডিস্ক ছবি</em> "
+"ত স্থাপন কৰিব, যি আপোনাৰ কমপিউটাৰত সংৰক্ষণ কৰা হব। আপুনি পিছত সেই ডিস্ক ছবিক "
+"এটা ৰিক্ত ডিস্কত বাৰ্ণ কৰিব "
+"পাৰিব।"
 
 #: C/files-disc-write.page:52(item/p)
 msgid ""
@@ -6999,6 +7131,11 @@ msgid ""
 "choose the speed by clicking the <gui>Properties</gui> button in the <gui>CD/"
 "DVD Creator</gui> window."
 msgstr ""
+"এই ক্ষেত্ৰত, ডিস্কক পুনৰ বাৰ্ণ কৰাৰ চেষ্টা কৰক কিন্তু এটা নিম্ন বাৰ্ণিং গতিৰ "
+"সৈতে, উদাহৰণস্বৰূপ "
+"48x ৰ পৰিবৰ্তে 12x। নিম্ন গতিত বাৰ্ণ কৰাটো অধিক ভৰষা কৰিব পাৰি। আপুনি <gui>CD/"
+"DVD সৃষ্টিকৰ্তা</gui> উইন্ডোত <gui>বৈশিষ্ট্য</gui> বুটাম ক্লিক কৰি গতি বাছিব "
+"পাৰিব।"
 
 #: C/files-hidden.page:7(info/desc)
 msgid "Make a file invisible, so you can't see it in the file manager."
@@ -7014,6 +7151,11 @@ msgid ""
 "your discretion. When a file is hidden, it isn't displayed by the file "
 "manager, but it's still there in its folder."
 msgstr ""
+"GNOME ফাইল ব্যৱস্থাপকৰ সহায়ত আপুনি আপোনাৰ ইচ্ছামতে ফাইলসমূহ লুকুৱাব আৰু "
+"উন্মুক্ত কৰিব "
+"পাৰিব। যেতিয়া এটা ফাইল লুকুৱা থাকে, ইয়াক ফাইল ব্যৱস্থাপক দ্বাৰা দেখুৱা নহয়, "
+"কিন্তু ই আচলতে "
+"ফোল্ডাৰতে থাকে।"
 
 #: C/files-hidden.page:28(page/p)
 msgid ""
@@ -7048,6 +7190,14 @@ msgid ""
 "<keyseq><key>Ctrl</key><key>H</key></keyseq>. You will see all hidden files, "
 "along with regular files that are not hidden."
 msgstr ""
+"যদি আপুনি এটা ফোল্ডাৰত সকলো লুকুৱা ফাইল চাব খোজে, সেই ফোল্ডাৰত যাওক আৰু "
+"টুলবাৰত "
+"<media type=\"image\" src=\"figures/go-down.png\">down</media> বুটাম ক্লিক "
+"কৰক "
+"আৰু <gui>লুকুৱা ফাইলসমূহ দেখুৱাওক</gui> পিক কৰক, অথবা <keyseq><key>Ctrl</key>"
+"<key>H "
+"</key></keyseq> টিপক। আপুনি সকলো লুকুৱা ফাইল দেখি পাব, উন্মুক্ত সাধাৰণ "
+"ফাইলসমূহৰ সৈতে।"
 
 #: C/files-hidden.page:46(section/p)
 msgid ""
@@ -7108,6 +7258,9 @@ msgid ""
 "files are backup files. See <link xref=\"files-tilde\"/> for more "
 "information."
 msgstr ""
+"বেছিৰভাগ লুকুৱা ফাইলৰ সিহতৰ নামৰ আৰম্ভণিত এটা <key>.</key> থাকিব কিন্তু অন্যৰ "
+"সিহতৰ নামৰ শেষত এটা <key>~</key> থাকিব পাৰে। এই ফাইলসমূহ বেকআপ ফাইল। অধিক "
+"তথ্যৰ বাবে <link xref=\"files-tilde\"/> চাওক।"
 
 #: C/files-lost.page:10(info/desc)
 msgid "Follow these tips if you can't find a file you created or downloaded."
@@ -7192,6 +7345,10 @@ msgid ""
 "application, search online for applications, or set the default application "
 "for all files of the same type."
 msgstr ""
+"যেতিয়া আপুনি ফাইল ব্যৱস্থাপকত এটা ফাইলত দুবাৰ-ক্লিক কৰে, ইয়াক তাৰ অবিকল্পিত "
+"এপ্লিকেচনৰ সৈতে খোলা হব। আপুনি ইয়াক অন্য এপ্লিকেচনৰ সৈতে খোলিব পাৰিব, "
+"অনলাইন এপ্লিকেচনসমূহৰ বাবে সন্ধান কৰিব পাৰিব, অথবা একে ধৰণৰ সকলো ফাইলৰ "
+"বাবে অবিকল্পিত এপ্লিকেচন সংহতি কৰিব পাৰিব।"
 
 #: C/files-open.page:31(page/p)
 msgid ""
@@ -7210,6 +7367,11 @@ msgid ""
 "manager will search online for packages containing applications that are "
 "known to handle files of that type."
 msgstr ""
+"যদি আপুনি বিচৰা এপ্লিকেচনক তথাপিও বিচাৰি নাপায়, আপুনি <gui>এপ্লিকেচনসমূহ "
+"অনলাইন সন্ধান কৰক</gui> "
+"ক্লিক কৰি অধিক এপ্লিকেচনৰ বাবে সন্ধান কৰিব পাৰিব। ফাইল ব্যৱস্থাপকে সেই ধৰণৰ "
+"ফাইল ব্যৱস্থাপনা কৰিব পৰা এপ্লিকেচন "
+"অন্তৰ্ভুক্ত কৰা পেকেইজসমূহৰ বাবে অনলাইন সন্ধান কৰিব।"
 
 #: C/files-open.page:44(section/title)
 msgid "Change the default application"
@@ -7222,6 +7384,12 @@ msgid ""
 "click to open a file. For example, you might want your favorite music player "
 "to open when you double-click an MP3 file."
 msgstr ""
+"আপুনি এটা ধৰণৰ ফাইলসমূহ খোলিবলৈ ব্যৱহৃত অবিকল্পিত এপ্লিকেচন পৰিবৰ্তন কৰিব "
+"পাৰিব। "
+"ইয়াৰ বাবে আপুনি আপোনাৰ পছন্দৰ এপ্লিকেচন খোলিব পাৰিব যেতিয়া আপুনি এটা ফাইল "
+"খোলিবলৈ দুবাৰ-ক্লিক কৰে। উদাহৰণস্বৰূপ, আপুনি এটা MP3 ফাইল দুবাৰ-ক্লিক কৰোতে "
+"আপোনাৰ "
+"পছন্দৰ সংগিত প্লেয়াৰ খোলাটো বিচাৰে।"
 
 #: C/files-open.page:51(item/p)
 msgid ""
@@ -7229,6 +7397,11 @@ msgid ""
 "example, to change which application is used to open MP3 files, select a "
 "<file>.mp3</file> file."
 msgstr ""
+"এটা ফাইল বাছক যাৰ বাবে আপুনি অবিকল্পিত এপ্লিকেচন সলনি কৰিব খোজে। "
+"উদাহৰণস্বৰূপ, "
+"MP3 ফাইলসমূহ কোনো এপ্লিকেচন দ্বাৰা খোলা হব পৰিবৰ্তন কৰিবলৈ, এটা <file>.mp3<"
+"/file> "
+"ফাইল বাছক।"
 
 #: C/files-open.page:54(item/p)
 msgid "Right-click the file and select <gui>Properties</gui>."
@@ -7245,6 +7418,11 @@ msgid ""
 "file. To look through all the applications on your computer, click <gui>Show "
 "other applications</gui>."
 msgstr ""
+"আপুনি বিচৰা এপ্লিকেচন বাছক আৰু <gui>অবিকল্পিৰূপে সংহতি কৰক</gui> ক্লিক কৰক। "
+"অবিকল্পিভাৱে, ফাইল ব্যৱস্থাপকে কেৱল ফাইলক ব্যৱস্থাপনা কৰিব পৰা এপ্লিকেচনসমূহ "
+"দেখুৱায়। "
+"আপোনাৰ কমপিউটাৰৰ সকলো এপ্লিকেচন চাবলৈ, <gui>অন্য এপ্লিকেচনসমূহ দেখুৱাওক</gui> "
+"দেখুৱাওক।"
 
 #: C/files-open.page:60(item/p)
 msgid ""
@@ -7297,6 +7475,11 @@ msgid ""
 "application. Select any file and press the space bar. The file will open in "
 "a simple preview window. Press the space bar again to dismiss the preview."
 msgstr ""
+"আপুনি ফাইলসমূহক এটা সম্পূৰ্ণ খোলা এপ্লিকেচনত নখোলাকৈ পূৰ্বদৰ্শন কৰিব পাৰিব। "
+"যিকোনো "
+"ফাইল বাছক আৰু স্পেইচ বাৰ টিপক। ফাইল এটা সাধাৰণ পূৰ্বদৰ্শন উইন্ডোত খোলা খাব। "
+"পূৰ্বদৰ্শনক "
+"বাতিল কৰিবলৈ স্পেইচ বাৰ আকৌ টিপক।"
 
 #: C/files-preview.page:25(page/p)
 msgid ""
@@ -7304,6 +7487,11 @@ msgid ""
 "video, and audio. In the preview, you can scroll through your documents or "
 "seek through your video and audio."
 msgstr ""
+"বিল্ট-ইন পূৰ্বদৰ্শনে দস্তাবেজসমূহ, ছবিবোৰ, ভিডিঅ', আৰু ভিডিঅ'ৰ বাবে বেছিৰভাগ "
+"ফাইল "
+"বিন্যাস সমৰ্থন কৰে। পূৰ্বদৰ্শনত, আপুনি আপোনাৰ দস্তাবেজসমূহৰে স্ক্ৰল কৰিব "
+"পাৰিব অথবা "
+"আপোনাৰ ভিডিঅ' আৰু অডিঅ'ত সন্ধান কৰিব পাৰিব।"
 
 #: C/files-preview.page:29(page/p)
 msgid ""
@@ -7313,6 +7501,14 @@ msgid ""
 "png\">fullscreen</media> or press <key>f</key> again to leave full-screen, "
 "or press the space bar to exit the preview completely."
 msgstr ""
+"এটা পূৰ্বদৰ্শনক পূৰ্ণ-পৰ্দাত দৰ্শন কৰিবলৈ, তলৰ কাষত <media type=\"image\" "
+"src=\"figures/"
+"view-fullscreen-16.png\">পূৰ্ণ পৰ্দা</media> বুটামত ক্লিক কৰক, অথবা <key>f<"
+"/key> "
+"টিপক। পূৰ্ণ পৰ্দা এৰিবলৈ <media type=\"image\" "
+"src=\"figures/view-fullscreen-16.png\">পূৰ্ণ পৰ্দা</media> "
+"ক্লিক কৰক অথবা অথবা <key>f</key> আকৌ টিপক, অথবা পূৰ্বদৰ্শনক সম্পূৰ্ণভাৱে "
+"প্ৰস্থান কৰিবলৈ স্পেইচ বাৰ টিপক।"
 
 #: C/files-recover.page:8(info/desc)
 msgid "Deleted files are normally sent to the Trash, but can be recovered."


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]