[gnome-user-docs] Assamese translation updated



commit 71e6e327dd72cce2e573d9280a1fa4ce49dd5702
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Wed Nov 27 21:15:29 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |  351 +++++++++++++++++++++++++++++++++++++++++++++++++--
 1 files changed, 343 insertions(+), 8 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index 2772002..1e7b758 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -2,8 +2,8 @@
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
-"POT-Creation-Date: 2013-11-25 11:37+0000\n"
-"PO-Revision-Date: 2013-11-25 20:33+0630\n"
+"POT-Creation-Date: 2013-11-25 15:03+0000\n"
+"PO-Revision-Date: 2013-11-27 21:11+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -329,6 +329,10 @@ msgid ""
 "gui>. The accessibility icon is visible when one or more settings have been "
 "enabled from the <gui>Universal Access</gui> panel."
 msgstr ""
+"আপুুনি ওপৰ বাৰত <link xref=\"a11y-icon\">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু "
+"<gui>বাউঞ্চ কি'সমূহ</gui> নিৰ্বাচন কৰি বাউঞ্চ কিসমূহ অন আৰু অফ কৰিব পাৰিব। "
+"অভিগম্যতা আইকন দৃশ্যমান হয় যেতিয়া <gui>সাৰ্বভৈমক অভিগম</gui> পেনেলৰ পৰা এটা বা "
+"অধিক সংহতি সামৰ্থবান কৰা হয়।"
 
 #. (itstool) path: page/p
 #: C/a11y-bouncekeys.page:68
@@ -339,6 +343,11 @@ msgid ""
 "the computer to make a sound each time it ignores a key press because it "
 "happened too soon after the previous key press."
 msgstr ""
+"আপুনি প্ৰথমবাৰ কি টিপাৰ পিছত আন এটা কি টিপ ৰেজিস্টাৰ কৰাৰ আগত বাউঞ্চ কি'সমূহে "
+"কিমান দেৰি অপেক্ষা কৰিব পৰিবৰ্তন কৰিবলৈ <gui>গ্ৰহণ বিলম্ব</gui> স্লাইডাৰ ব্যৱহাৰ "
+"কৰক। যদি আপুনিপূৰ্বৱৰ্তী কি টিপৰ পিছত এটা অতি সোনকালে হোৱা কি টিপ উপেক্ষা কৰোতে "
+"প্ৰতিবাৰে কমপিউটাৰ দ্বাৰা এটা শব্দ কৰাটো বিচাৰে তেন্তে <gui>এটা কি' নাকচ কৰোতে "
+"বিপ কৰিব</gui> বাছক।"
 
 #. (itstool) path: info/desc
 #: C/a11y-braille.page:19
@@ -361,6 +370,11 @@ msgid ""
 "\">Install Orca</link>, then refer to the <link href=\"help:orca\">Orca "
 "Help</link> for more information."
 msgstr ""
+"GNOME এ এটা সতেজ কৰিব পৰা ব্ৰেইল প্ৰদৰ্শনত ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ প্ৰদৰ্শন কৰিবলৈ "
+"<app>Orca</app> পৰ্দা ৰিডাৰ প্ৰদান কৰে। আপুনি GNOME কেনেকৈ ইনস্টল কৰিছে, তাৰ "
+"ওপৰত নিৰ্ভৰ কৰি, আপোনাৰ Orca ইনস্টল নাথাকিব পাৰে। <link href=\"install:orca"
+"\">Orca ইনস্টল কৰক</link>, তাৰ পিছত অধিক তথ্যৰ বাবে <link href=\"help:orca"
+"\">Orca সহায়</link> চাওক।"
 
 #. (itstool) path: info/desc
 #: C/a11y-contrast.page:27
@@ -426,20 +440,28 @@ msgstr "হভাৰ কৰি ক্লিকিং চিমুলেইট 
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:38
+#, fuzzy
 msgid ""
 "You can click or drag simply by hovering your mouse pointer over a control "
 "or object on the screen. This is useful if you find it difficult to move the "
 "mouse and click at the same time. This feature is called <gui>Hover Click</"
 "gui> or Dwell Click."
 msgstr ""
+"আপুনি আপোনাৰ মাউছ পইন্টাৰ পৰ্দাৰ ওপৰত এটা নিয়ন্ত্ৰণ অথবা অবজেক্টৰ ওপৰত হভাৰ কৰি "
+"সহজতে ক্লিক অথবা ড্ৰেগ কৰিব পাৰিব। ই উপযোগী যদি আপুনি এটা সময়তে মাউছ লৰোৱা আৰু "
+"ক্লিক কৰাত অসুবিধা পায়। এই বৈশিষ্ট্যক হভাৰ ক্লিক অথবা ডুৱেল ক্লিক কোৱা হয়।"
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:43
+#, fuzzy
 msgid ""
 "When <gui>Hover Click</gui> is enabled, you can move your mouse pointer over "
 "a control, let go of the mouse, and then wait for a while before the button "
 "will be clicked for you."
 msgstr ""
+"যেতিয়া হভাৰ ক্লিক সামৰ্থবান কৰা থাকে, আপুনি আপোনাৰ মাউছ পইন্টাৰক এটা নিয়ন্ত্ৰণৰ "
+"ওপৰত লৈ, মাউছ এৰি দিব, তাৰ পিছত অলপ অপেক্ষা কৰিব আৰু বুটামক আপোনাৰ বাবে ক্লিক "
+"কৰা হব।"
 
 #. (itstool) path: item/p
 #: C/a11y-dwellclick.page:56
@@ -465,14 +487,23 @@ msgid ""
 "will right-click when you hover. After you double-click, right-click, or "
 "drag, you will be automatically returned to clicking."
 msgstr ""
+"<gui>হভাৰ ক্লিক</gui> উইন্ডো খোলিব, আৰু আপোনাৰ সকলো উইন্ডোৰ ওপৰত থাকিব। আপুনি "
+"ইয়াক হভাৰ কৰোতে কি ধৰণৰ ক্লিক হব লাগে বাছইবলৈ ব্যৱহাৰ কৰিব পাৰিব। উদাহৰণস্বৰূপ, "
+"যদি আপুনি <gui>দ্বিতীয় ক্লিক</gui> নিৰ্বাচন কৰে, আপুনি হভাৰ কৰোতে ৰাইট-ক্লিক কৰিব। "
+"আপুনি দুবাৰ-ক্লিক , ৰাইট-ক্লিক, অথবা ড্ৰেগ কৰাৰ পিছত, স্বচালিতভাৱে ক্লিকিংলৈ ঘুৰি "
+"যাব।"
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:70
+#, fuzzy
 msgid ""
 "When you hover your mouse pointer over a button and do not move it, it will "
 "gradually change color. When it has fully changed color, the button will be "
 "clicked."
 msgstr ""
+"যেতিয়া আপুনি আপেনাৰ মাউছ পইন্টাৰক এটা বুটামৰ ওপৰত হভাৰ কৰে আৰু ইয়াক নলৰায়, ই "
+"ক্ৰমান্বয়ে ৰঙ পৰিবৰ্তন কৰিব। যেতিয়া ই সম্পূৰ্ণৰূপে ৰঙ পৰিবৰ্তন কৰিব, বুটাম ক্লিক কৰা "
+"হব।"
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:74
@@ -485,11 +516,14 @@ msgstr ""
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:77
+#, fuzzy
 msgid ""
 "You do not need to hold the mouse perfectly still when hovering to click. "
 "The pointer is allowed to move a little bit and will still click after a "
 "while. If it moves too much, however, the click will not happen."
 msgstr ""
+"আপুনি হভাৰ কৰোতে ক্লিক কৰিবলৈ মাউছক সম্পূৰ্ণ স্থিৰ ধৰা প্ৰয়োজন নহয়। পইন্টাৰ অলপ লৰিব "
+"পাৰে আৰু তথাপিও অলপ পিছত নিজেই ক্লিক কৰিব। যদি ই অত্যাধিক লৰে, ক্লিক নহব।"
 
 #. (itstool) path: page/p
 #: C/a11y-dwellclick.page:81
@@ -497,6 +531,8 @@ msgid ""
 "Adjust the <gui>Motion threshold</gui> setting to change how much the "
 "pointer can move and still be considered to be hovering."
 msgstr ""
+"পইন্টাৰ কিমান লৰিব পাৰিব আৰু তথপিও তাক হভাৰিং কৰা বুলি ধৰা হব পৰিবৰ্তন কৰিবলৈ "
+"<gui>স্পন্দন ডেউৰী</gui> সংহতি সমন্বয় কৰক।"
 
 #. (itstool) path: info/desc
 #: C/a11y-font-size.page:27
@@ -531,6 +567,8 @@ msgid ""
 "xref=\"a11y-icon\">accessibility icon</link> on the top bar and selecting "
 "<gui>Large Text</gui>."
 msgstr ""
+"বিকল্পভাৱে, আপুনি ওপৰ বাৰত <link xref=\"a11y-icon\">অভিগম্যতা আইকন</link> ক্লিক "
+"কৰি আৰু <gui>ডাঙৰ লিখনী</gui> নিৰ্বাচন কৰি লিখনী আকাৰ দ্ৰুতভাৱে সলনি কৰিব পাৰিব।"
 
 #. (itstool) path: note/p
 #: C/a11y-font-size.page:54
@@ -565,11 +603,14 @@ msgstr "সাৰ্বভৈমক অভিগম মেনু সন্ধা
 
 #. (itstool) path: page/p
 #: C/a11y-icon.page:24
+#, fuzzy
 msgid ""
 "The <em>universal access menu</em> is where you can turn on some of the "
 "accessibility settings. You can find this menu by clicking the icon which "
 "looks like a person surrounded by a circle on the top bar."
 msgstr ""
+"<em>universal access menu</em> ত আপুনি বিভিন্ন অভিগম্যতা সংহতিসমূহ অন কৰিব "
+"পাৰিব। আপুনি ওপৰ বাৰত এটা বৃত্তৰে আবৃত এটা মানুহৰ আইকনত ক্লিক কৰি এই মেনু পাব পাৰিব।"
 
 #. (itstool) path: figure/desc
 #: C/a11y-icon.page:29
@@ -601,6 +642,12 @@ msgid ""
 "You can use the up and down arrow keys to select items in the menu. Press "
 "<key>Enter</key> to toggle the selected item."
 msgstr ""
+"মাউছৰ পৰিবৰ্তে কিবৰ্ড ব্যৱহাৰ কৰি এই মেনু অভিগম কৰিবলৈ, <keyseq><key>Ctrl</"
+"key><key>Alt</key><key>Tab</key></keyseq> টিপক যাতে কিবৰ্ত ফকাচ ওপৰ বাৰলৈ "
+"যায়। <gui>কাৰ্য্যসমূহ</gui> বুটামৰ তলত এটা বগা লাইন আহিব  - ই ওপৰ বাৰত নিৰ্বাচিত "
+"বস্তুক বুজায়। কিবৰ্ডৰ এৰ' কি'সমূহ ব্যৱহাৰ কৰি বগা লাইনক সাৰ্বভৈমক অভিগম মেনুৰ তলত "
+"আনক আৰু ইয়াক খোলিবলৈ <key>Enter</key> টিপক। আপুনি মেনুত বস্তুবোৰ খোলিবলৈ আপ আৰু "
+"ডাউন কি'সমূহ ব্যৱহাৰ কৰিব পাৰিব। নিৰ্বাচিত বস্তু টগল কৰিবলৈ <key>Enter</key> টিপক।"
 
 #. (itstool) path: info/desc
 #: C/a11y-mag.page:27
@@ -621,6 +668,9 @@ msgid ""
 "font-size\">text size</link>. This feature is like having a magnifying "
 "glass, allowing you to move around by zooming in on parts of the screen."
 msgstr ""
+"পৰ্দাৰ আকাৰ বৃদ্ধি কৰাটো <link xref=\"a11y-font-size\">লিখনী আকাৰ</link> বৃদ্ধি "
+"কৰাৰ পৰা পৃথক। এই বৈশিষ্ট্য এটা মেগ্নিফায়িং গ্লাচ থকাৰ নিচিনা, পৰ্দাৰ অংশবোৰ জুম "
+"কৰি ইফাল সিফাল লৰিব পাৰি।"
 
 #. (itstool) path: item/p
 #: C/a11y-mag.page:46
@@ -641,6 +691,9 @@ msgid ""
 "of the screen, you will move the magnified area in different directions, "
 "allowing you to view your area of choice."
 msgstr ""
+"আপুনি এতিয়া পৰ্দাৰ স্থানত ঘুৰি ফুৰিব পাৰিব। পৰ্দাৰ প্ৰান্তত আপোনাৰ মাউছক লৈ, আপুনি "
+"বিভিন্ন দিশত বৃদ্ধিত স্থান লৰাব পাৰিব, যাৰ বাবে আপুনি আপোনাৰ পছন্দৰ স্থান দৰ্শন কৰিব "
+"পাৰিব।"
 
 #. (itstool) path: note/p
 #: C/a11y-mag.page:64
@@ -653,20 +706,28 @@ msgstr ""
 
 #. (itstool) path: page/p
 #: C/a11y-mag.page:69
+#, fuzzy
 msgid ""
 "You can change the magnification factor, the mouse tracking, and the "
 "position of the magnified view on the screen. Adjust these in the "
 "<gui>Magnifier</gui> tab of the <gui>Zoom</gui> settings window."
 msgstr ""
+"আপুনি মেগ্নিফিকেষণ কাৰক, মাউছ ট্ৰেকিং, আৰু পৰ্দাত বৃদ্ধিত দৰ্শনৰ অৱস্থান সলনি কৰিব। "
+"ইয়াক সমন্বয় কৰিবলে, <gui>বিকল্পসমূহ</gui> বুটাম ক্লিক আৰু <gui>মেগ্নিফায়াৰ</gui> "
+"টেব বাছক।"
 
 #. (itstool) path: page/p
 #: C/a11y-mag.page:73
+#, fuzzy
 msgid ""
 "You can activate crosshairs to help you find the mouse or touchpad pointer. "
 "Switch them on and adjust their length, color, and thickness, "
 "<gui>Crosshairs</gui> in the <gui>Crosshairs</gui> tab of the <gui>Zoom</"
 "gui> settings window."
 msgstr ""
+"মাউছ অথবা টাচপেড পইন্টাৰ সন্ধান কৰিবলৈ আপুনি ক্ৰচহেয়াৰ সক্ৰিয় কৰিব পাৰিব। ইয়াক অন "
+"কৰিবলৈ আৰু ইয়াৰ দৈৰ্ঘ্য, ৰণ, আৰু ঘনত্ব সমন্বয় কৰিবলৈ, <gui>বিকল্পসমূহ</gui> বুটাম "
+"ক্লিক কৰক আৰু <gui>ক্ৰচহেয়াৰ</gui> টেব পিক কৰক।"
 
 #. (itstool) path: page/p
 #: C/a11y-mag.page:78
@@ -794,6 +855,9 @@ msgid ""
 "you find it difficult to move your fingers individually on one hand, or if "
 "your pointing device only has a single button."
 msgstr ""
+"আপুনি বাঁও মাউছ বুটাম ধৰি ৰাখি ৰাইট-ক্লিক কৰিব পাৰিব। ই উপযোগী যদি আপুনি এটা হাতৰ "
+"আঙুলিবোৰ সূকীয়াভাৱে লৰাব অসুবিধা হয়, অথবা যদি আপোনাৰ পইন্টিং ডিভাইচৰ কেৱল এটা "
+"বুটাম আছে।"
 
 #. (itstool) path: item/p
 #: C/a11y-right-click.page:51
@@ -812,10 +876,14 @@ msgstr "<gui>চিমুলেটেড দ্বিতীয় ক্লিক</
 
 #. (itstool) path: page/p
 #: C/a11y-right-click.page:59
+#, fuzzy
 msgid ""
 "You can change how long you must hold down the left mouse button before it "
 "is registered as a right click by changing the <gui>Acceptance delay</gui>."
 msgstr ""
+"আপুনি এটা ৰাইট ক্লিক হিচাপে ৰেজিস্টাৰ হবলৈ বাঁও মাউচ বুটাম কিমান দেৰি ধৰি ৰখা হব "
+"পৰিবৰ্তন কৰিব পাৰিব। <gui>পইন্টিং আৰু ক্লিকিং</gui> টেবত, <gui>চিমুলেটেড দ্বিতীয় "
+"ক্লিক</gui> ৰ অন্তৰ্গত <gui>গ্ৰহণ বিলম্ব</gui> পৰিবৰ্তন কৰক।"
 
 #. (itstool) path: page/p
 #: C/a11y-right-click.page:63
@@ -825,6 +893,10 @@ msgid ""
 "with blue as you hold down the left mouse button. Once it is entirely blue, "
 "release the mouse button to right-click."
 msgstr ""
+"চিমুলেটেড দ্বিতীয় ক্লিকৰ সৈতে ৰাইট-ক্লিক কৰিবলৈ, যেতিয়া আপুনি সাধাৰণত ৰাইট-ক্লিক "
+"কৰিব তেনেকুৱাত বাঁও মাউছ বুটাম ধৰি থওক, তাৰ পিছত এৰক। আপুনি বাঁও মাউছ বুটাম ধৰি "
+"থওতে পইন্টাৰ নীলা ৰঙৰ হৈ যায়। এবাৰ ই সম্পূৰ্ণৰূপে নীলা হোৱাৰ পিছত,ৰাইট-ক্লিক "
+"কৰিবলৈ মাউছ বুটাম এৰক।"
 
 #. (itstool) path: page/p
 #: C/a11y-right-click.page:68
@@ -833,6 +905,9 @@ msgid ""
 "You can still use simulated secondary click as normal, even if you don't get "
 "visual feedback from the pointer."
 msgstr ""
+"কিছুমান বিশেষ পইন্টাৰে, যেনে পুনৰ আকাৰ পইন্টাৰ, ৰঙ সলনি নকৰে। আপুনি তথাপিও "
+"চিমুলেটেড দ্বিতীয় ক্লিকক স্বাভাৱিক হিচাপে ব্যৱহাৰ কৰিব পাৰিব, যদিও আপুনি পইন্টাৰৰ "
+"পৰা দৃশ্যমান সহাঁৰি নাপায়।"
 
 #. (itstool) path: page/p
 #: C/a11y-right-click.page:72
@@ -841,15 +916,21 @@ msgid ""
 "allows you to right-click by holding down the <key>5</key> key on your "
 "keypad."
 msgstr ""
+"যদি আপুনি <link xref=\"mouse-mousekeys\">মাউছ কি'সমূহ</link> ব্যৱহাৰ কৰে, ই "
+"আপোনাক কিপেডত <key>5</key> কি ধৰি থৈ ৰাইট-ক্লিক কৰাৰ অনুমতি দিয়ে।"
 
 #. (itstool) path: note/p
 #: C/a11y-right-click.page:77
+#, fuzzy
 msgid ""
 "In the <gui>Activities</gui> overview, you are always able to long-press to "
 "right-click, even with this feature disabled. Long-press works slightly "
 "differently in the overview: you do not have to release the button to right-"
 "click."
 msgstr ""
+"<gui>Activities</gui> অভাৰভিউত, এই বৈশিষ্ট্য অসামৰ্থবান থকা অৱস্থাত, আপুনি ৰাইট-"
+"ক্লিক কৰিবলৈ সদায় দীঘল-টিপ দিব পাৰিব। দীঘল-টিপ অভাৰভিউত অলপ ভিন্নভাৱে কাম কৰে: "
+"আপুনি ৰাইট-ক্লিক কৰিবলৈ বুটাম এৰিব লাগিব।"
 
 #. (itstool) path: info/desc
 #: C/a11y-screen-reader.page:15
@@ -869,6 +950,10 @@ msgid ""
 "installed. <link href=\"install:orca\">Install Orca</link>, then refer to "
 "the <link href=\"help:orca\">Orca Help</link> for more information."
 msgstr ""
+"GNOME এ ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত কথা কবলৈ <app>Orca</app> পৰ্দা ৰিডাৰ প্ৰদান কৰে। "
+"আপুনি GNOME কেনেকৈ ইনস্টল কৰিছে, তাৰ ওপৰত নিৰ্ভৰ কৰি, আপোনাৰ Orca ইনস্টল নাথাকিব "
+"পাৰে। <link href=\"install:orca\">Orca ইনস্টল কৰক</link>, তাৰ পিছত অধিক তথ্যৰ "
+"বাবে <link href=\"help:orca\">Orca সহায়</link> চাওক।"
 
 #. (itstool) path: info/desc
 #: C/a11y-slowkeys.page:30
@@ -921,6 +1006,10 @@ msgid ""
 "gui>. The accessibility icon is visible when one or more settings have been "
 "enabled from the <gui>Universal Access</gui> panel."
 msgstr ""
+"আপুুনি ওপৰ বাৰত <link xref=\"a11y-icon\">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু "
+"<gui>লেহেম কি'সমূহ</gui> নিৰ্বাচন কৰি লেহেম কিসমূহ অন আৰু অফ কৰিব পাৰিব। "
+"অভিগম্যতা আইকন দৃশ্যমান হয় যেতিয়া <gui>সাৰ্বভৈমক অভিগম</gui> পেনেলৰ পৰা এটা বা "
+"অধিক সংহতি সামৰ্থবান কৰা হয়।"
 
 #. (itstool) path: page/p
 #: C/a11y-slowkeys.page:75
@@ -938,6 +1027,8 @@ msgid ""
 "press is accepted, or when a key press is rejected because you didn't hold "
 "the key down long enough."
 msgstr ""
+"আপুনি আপোনাৰ কমপিউটাৰক এটা কি টিপোতে, এটা কি' টিপ গ্ৰহণ হওতে, অথবা যেতিয়া এটা "
+"কি' টিপ বহুত দেৰি টিপি নথোৱাৰ বাবে নাকচ হয়, শব্দ কৰাব পাৰে।"
 
 #. (itstool) path: info/desc
 #: C/a11y-stickykeys.page:32
@@ -1001,6 +1092,10 @@ msgid ""
 "Keys</gui>. The accessibility icon is visible when one or more settings have "
 "been enabled from the <gui>Universal Access</gui> panel."
 msgstr ""
+"আপুুনি ওপৰ বাৰত <link xref=\"a11y-icon\">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু "
+"<gui>স্টিকি কি'সমূহ</gui> নিৰ্বাচন কৰি স্টিকি কিসমূহ অন আৰু অফ কৰিব পাৰিব। "
+"অভিগম্যতা আইকন দৃশ্যমান হয় যেতিয়া <gui>সাৰ্বভৈমক অভিগম</gui> পেনেলৰ পৰা এটা বা "
+"অধিক সংহতি সামৰ্থবান কৰা হয়।"
 
 #. (itstool) path: page/p
 #: C/a11y-stickykeys.page:79
@@ -1100,6 +1195,9 @@ msgid ""
 "\"a11y-icon\">accessibility icon</link> on the top bar and selecting "
 "<gui>Visual Alerts</gui>."
 msgstr ""
+"আপুনি ওপৰ বাৰত <link xref=\"a11y-icon\">অভিগম্যতা আইকন</link> ক্লিক কৰি আৰু "
+"<gui>চক্ষ সতৰ্কবাৰ্তাসমূহ</gui> নিৰ্বাচন কৰি চক্ষ সতৰ্কবাৰ্তাসমূহ দ্ৰুতভাৱে অন আৰু অফ "
+"কৰিব পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/about-this-guide.page:8
@@ -1164,6 +1262,9 @@ msgid ""
 "computer more effectively. We've tried to make this guide as easy to use as "
 "possible:"
 msgstr ""
+"এই সহায়কক আপোনাৰ ডেস্কটপৰ বৈশিষ্ট্যসমূহৰ বিষয়ে কবলৈ, আপোনাৰ কমপিউটাৰ-প্ৰাসংগিক "
+"প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ, আৰু আপোনাৰ কমপিউটাৰ সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰিবলৈ, "
+"ৰূপাঙ্কণ কৰা হৈছে। আমি এই সহায়কক যিমান সম্ভব সহজ কৰাৰ চেষ্টাৰ কৰিছো:"
 
 #. (itstool) path: item/p
 #: C/about-this-guide.page:21
@@ -1188,6 +1289,9 @@ msgid ""
 "<em>search bar</em>, and relevant results will start appearing as soon as "
 "you start typing."
 msgstr ""
+"ই বিল্ট-ইন সন্ধান অন্তৰ্ভুক্ত কৰে। সহায় ব্ৰাউছাৰৰ ওপৰত থকা বাৰ হল এটা <em>সন্ধান "
+"বাৰ</em>, আৰু আপুনি টাইপ কৰা আৰম্ভ কৰাৰ লগে লগে প্ৰাসংগিক ফলাফলসমূহ উপস্থিত হোৱা "
+"আৰম্ভ হব।"
 
 #. (itstool) path: item/p
 #: C/about-this-guide.page:24
@@ -1377,6 +1481,9 @@ msgid ""
 "this stage. If this is true of the service you wish to register, you will "
 "need to use an alternative method to create an account."
 msgstr ""
+"সকলো অনলাইন একাওন্ট প্ৰদানকাৰীয়ে এই স্তৰত এটা একাওন্ট সৃষ্টি কৰাৰ অনুমতি নিদিয়ে। "
+"যদি আপুনি ৰেজিস্টাৰ কৰিব খোজা সেৱাৰ বাবে ই সত্য হয়, আপুনি এটা একাওন্ট সৃষ্টি কৰিবলৈ "
+"এটা বিকল্প পদ্ধতি ব্যৱহাৰ কৰিব লাগিব।"
 
 #. (itstool) path: item/p
 #: C/accounts-create.page:59
@@ -1411,6 +1518,9 @@ msgid ""
 "and email). You can control which of these services can be used by "
 "applications."
 msgstr ""
+"কিছুমান অনলাইন একাওন্টক একাধিক সেৱা অভিগম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি (যেনে "
+"কেলেন্ডাৰ আৰু ইমেইল)। আপুনি এই সেৱাসমূহৰ কোনবোৰ এপ্লিকেচনসমূহ দ্বাৰা ব্যৱহাৰ কৰিব "
+"পৰা যাব নিয়ন্ত্ৰণ কৰিব পাৰিব।"
 
 #. (itstool) path: page/title
 #: C/accounts-disable-service.page:19
@@ -1463,6 +1573,8 @@ msgid ""
 "computer won't be able to use the account to connect to that service any "
 "more."
 msgstr ""
+"এবাৰ এটা সেৱা এখন একাওন্টৰ বাবে অসামৰ্থবান হোৱাৰ পিছত, আপোনাৰ কমপিউটাৰৰ "
+"এপ্লিকেচনসমূহে সেই সেৱালৈ সংযোগ কৰিবলৈ একাওন্ট ব্যৱহাৰ কৰিবলৈ সক্ষম নহব।"
 
 #. (itstool) path: page/p
 #: C/accounts-disable-service.page:52
@@ -1546,6 +1658,8 @@ msgid ""
 "\"accounts-disable-service\">restrict the services</link> accessed by your "
 "desktop."
 msgstr ""
+"একাওন্ট সম্পূৰ্ণভাৱে মচি পেলোৱাৰ পৰিৱৰ্তে, আপোনাৰ ডেস্কটপ দ্বাৰা অভিগম কৰা <link "
+"xref=\"accounts-disable-service\">সেৱাসমূহ প্ৰতিৰোধ</link> কৰা সম্ভব।"
 
 #. (itstool) path: page/p
 #: C/accounts-remove.page:50
@@ -2566,14 +2680,19 @@ msgid ""
 "icon in the <gui>menu bar</gui> and check that it's not <link xref="
 "\"bluetooth-turn-on-off\">disabled</link>."
 msgstr ""
+"ব্লুটুথ এডাপ্টাৰ অন থকাটো সুনিশ্চিত কৰক। <gui>মেনু বাৰ</gui> ত ব্লুটুথ আইকনত ক্লিক কৰক "
+"আৰু আৰু চাওক যে ই <link xref=\"bluetooth-turn-on-off\">অসামৰ্থবান</link> নহয়।"
 
 #. (itstool) path: choose/p
 #: C/bluetooth-problem-connecting.page:56
+#, fuzzy
 msgid ""
 "Make sure that your Bluetooth adapter is switched on. Open the Bluetooth "
 "panel and check that it's not <link xref=\"bluetooth-turn-on-off\">disabled</"
 "link>."
 msgstr ""
+"ব্লুটুথ এডাপ্টাৰ অন থকাটো সুনিশ্চিত কৰক। <gui>মেনু বাৰ</gui> ত ব্লুটুথ আইকনত ক্লিক কৰক "
+"আৰু আৰু চাওক যে ই <link xref=\"bluetooth-turn-on-off\">অসামৰ্থবান</link> নহয়।"
 
 #. (itstool) path: item/title
 #: C/bluetooth-problem-connecting.page:62
@@ -2646,7 +2765,9 @@ msgstr ""
 msgid ""
 "Select the device you want to disconnect in the left pane, then click the "
 "<key>-</key> icon below the list."
-msgstr "আপুনি ফাইলসমূহ পঠাব বিচৰা ডিভাইচ বাছক আৰু <gui>Send</gui> ক্লিক কৰক।"
+msgstr ""
+"আপুনি বিচ্ছিন্নিত কৰিব খোজা ডিভাইচক বাঁও পেইনত বাছক, তাৰ পিছত তালিকাত <gui>-</"
+"gui> আইকন ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-remove-connection.page:66
@@ -2730,6 +2851,8 @@ msgid ""
 "To send more than one file in a folder, hold down <key>Ctrl</key> as you "
 "select each file."
 msgstr ""
+"এটা ফোল্ডাৰত এটাতকৈ অধিক ফাইল পঠাবলৈ, প্ৰতিটো ফাইল নিৰ্বাচন কৰোতে <key>Ctrl</"
+"key> ধৰি থব।"
 
 #. (itstool) path: item/p
 #: C/bluetooth-send-file.page:90
@@ -2848,6 +2971,8 @@ msgid ""
 "Your computer does not need to be visible to search for other devices, but "
 "those devices need to be visible for your computer to discover them."
 msgstr ""
+"অন্য ডিভাইচসমূহ সন্ধান কৰিবলৈ আপোনাৰ কমপিউটাৰ দৃশ্যমান থকাটো প্ৰয়োজনীয় নহয়, কিন্তু "
+"সেই ডিভাইচসমূহ আপোনাৰ কমপিউটাৰৰ পৰা খোজ কৰিবলৈ দৃশ্যমান থাকিব লাগিব।"
 
 #. (itstool) path: page/p
 #: C/bluetooth-visibility.page:31
@@ -2856,6 +2981,9 @@ msgid ""
 "device</link>, neither your computer nor the device needs to be visible to "
 "communicate with each other."
 msgstr ""
+"আপুনি <link xref=\"bluetooth-connect-device\">এটা ডিভাইচৰ সৈতে সংযুক্ত</link> "
+"হোৱাৰ পিছত, আপোনাৰ কমপিউটাৰ অথবা সেই ডিভাইচ পৰস্পৰ সংযোগ কৰিবলৈ দৃশ্যমান হোৱাটো "
+"প্ৰয়োজনীয় নহয়।"
 
 #. (itstool) path: page/p
 #: C/bluetooth-visibility.page:42
@@ -2863,6 +2991,8 @@ msgid ""
 "Unless you or someone you trust needs to connect to your computer from "
 "another device, you should leave visibility off."
 msgstr ""
+"যেতিয়ালৈকে আপুনি অথবা আপুনি ভৰষা কৰা কোনোবাই আপোনাৰ কমপিউটাৰলৈ অন্য ডিভাইচৰ পৰা "
+"সংযোগ কৰাৰ প্ৰয়োজনীয়তা নাথাকে, আপুনি দৃশ্যমানতা বন্ধ ৰাখিব লাগে।"
 
 #. (itstool) path: credit/name
 #: C/color.page:9 C/color-assignprofiles.page:15
@@ -2944,18 +3074,24 @@ msgstr "কেলেন্ডাৰ সাক্ষাৎকাৰসমূহ"
 
 #. (itstool) path: note/p
 #: C/clock-calendar.page:35
+#, fuzzy
 msgid ""
 "This requires you to use your <app>Evolution</app> calendar or for you to "
 "have an online account set up which <gui>Calendar</gui> supports."
 msgstr ""
+"সম্পূৰ্ণ <app>Evolution</app> কেলেন্ডাৰত দ্ৰুতভাৱে যাবলৈ, ঘড়ীত ক্লিক কৰক আৰু "
+"<gui>কেলেন্ডাৰ খোলক</gui> ক্লিক কৰক।"
 
 #. (itstool) path: note/p
 #: C/clock-calendar.page:37
+#, fuzzy
 msgid ""
 "Most distributions come with <app>Evolution</app> installed by default. If "
 "yours does not, you may need to install it using your distribution package "
 "manager."
 msgstr ""
+"কিছুমান বিতৰনত <app>Evolution</app> অবিকল্পিতভাৱে ইনস্টল্ড থাকে। যদি আপোনাৰ তাত "
+"নাই, আপুনি ইয়াক আপোনাৰ বিতৰনৰ পেকেইজ ব্যৱস্থাপকক ব্যৱহাৰ কৰি ইনস্টল কৰিব লাগিব।"
 
 #. (itstool) path: page/p
 #: C/clock-calendar.page:42
@@ -2969,16 +3105,22 @@ msgstr "ওপৰ বাৰত ঘড়ীত ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/clock-calendar.page:48
+#, fuzzy
 msgid ""
 "Click the date for which you want to see your appointments from the calendar."
 msgstr ""
+"<gui>Calendar</gui> ত সেই তাৰিখত ক্লিক কৰক যাৰ বাবে আপুনি সাক্ষাৎকাৰসমূহ চাব "
+"খোজে।"
 
 #. (itstool) path: item/p
 #: C/clock-calendar.page:52
+#, fuzzy
 msgid ""
 "Existing appointments will be displayed on the right. As appointments are "
 "added to the calendar, they will appear in the clock's appointment list."
 msgstr ""
+"স্থায়ী সাক্ষাৎকাৰসমূহ সোঁফালে প্ৰদৰ্শিত হব। সাক্ষাৎকাৰসমূহ <app>Evolution</app> ত "
+"যোগ কৰাৰ লগে লগে, সেইসমূহ ঘড়ীৰ সাক্ষাৎকাৰ তালিকাত থাকিব।"
 
 #. (itstool) path: media/p
 #: C/clock-calendar.page:61 C/clock-calendar.page:66
@@ -2992,6 +3134,8 @@ msgid ""
 "To quickly get to the full <app>Evolution</app> calendar, click on the clock "
 "and click <gui>Open Calendar</gui>."
 msgstr ""
+"সম্পূৰ্ণ <app>Evolution</app> কেলেন্ডাৰত দ্ৰুতভাৱে যাবলৈ, ঘড়ীত ক্লিক কৰক আৰু "
+"<gui>কেলেন্ডাৰ খোলক</gui> ক্লিক কৰক।"
 
 #. (itstool) path: note/p
 #: C/clock-calendar.page:75
@@ -3000,6 +3144,9 @@ msgid ""
 "Otherwise, a window will appear with the necessary steps for adding your "
 "first account."
 msgstr ""
+"ই কেৱল তেতিয়াহে কাৰ্য্যকৰী হব যেতিয়া আপোনাৰ এটা স্থায়ী <app>Evolution</app> "
+"একাওন্ট থাকে। নহলে, এটা উইন্ডো উপস্থিত হব যত আপোনাৰ প্ৰথম একাওন্ট যোগ কৰাৰ বাবে "
+"প্ৰয়োজনীয় স্তৰসমূহ থাকিব।"
 
 #. (itstool) path: info/desc
 #: C/clock-set.page:23
@@ -3007,7 +3154,9 @@ msgstr ""
 msgid ""
 "Click the clock on the top bar and go into the <gui>Date &amp; Time "
 "Settings</gui> to alter the date/time."
-msgstr "ওপৰ বাৰত শব্দ আইকন ক্লিক কৰক আৰু <gui>শব্দ সংহতিসমূহ</gui> বাছক।"
+msgstr ""
+"তাৰিখ/সময় সলনি কৰিবলৈ ওপৰ বাৰত ঘড়ীত ক্লিক কৰক আৰু <gui>তাৰিখ আৰু সময় সংহতিসমূহ</"
+"gui> ত যাওক।"
 
 #. (itstool) path: page/title
 #: C/clock-set.page:26
@@ -3020,6 +3169,8 @@ msgid ""
 "If the date and time displayed on the top bar are incorrect or in the wrong "
 "format, you can change them:"
 msgstr ""
+"যদি ওপৰ বাৰত প্ৰদৰ্শিত তাৰিখ আৰু সময় ভুল অথবা ভুল বিন্যাসত থাকে, আপুনি সেয়া সলনি "
+"কৰিব পাৰিব:"
 
 #. (itstool) path: item/p
 #: C/clock-set.page:33 C/clock-timezone.page:34
@@ -3027,14 +3178,17 @@ msgstr ""
 msgid ""
 "Click on the clock in the middle of the top bar and select <gui>Date &amp; "
 "Time Settings</gui>."
-msgstr "ওপৰ বাৰত নেটৱাৰ্ক আইকনত ক্লিক কৰক আৰু <gui>নেটৱাৰ্ক সংহতি</gui> বাছক।"
+msgstr "ওপৰ বাৰৰ মাজত ঘড়ীত ক্লিক কৰক আৰু <gui>তাৰিখ আৰু সময় সংহতিসমূহ</gui> বাছক।"
 
 #. (itstool) path: item/p
 #: C/clock-set.page:37 C/clock-timezone.page:38
+#, fuzzy
 msgid ""
 "If you have a standard account, you will need to click <gui>Unlock</gui> and "
 "type the <link xref=\"user-admin-explain\">administrator password</link>."
 msgstr ""
+"আপোনাক <gui>আনলক কৰক</gui> ক্লিক কৰি <link xref=\"user-admin-explain\">প্ৰশাসক "
+"পাছৱাৰ্ড</link> টাইপ কৰিব লগিয়া হব পাৰে।"
 
 #. (itstool) path: item/p
 #: C/clock-set.page:42
@@ -3058,6 +3212,8 @@ msgid ""
 "You can also change how the hour is displayed by selecting <gui>24-hour</"
 "gui> or <gui>AM/PM</gui> format."
 msgstr ""
+"আপুনি  <gui>24-hour</gui> অথবা <gui>AM/PM</gui> বিন্যাস নিৰ্বাচন কৰি ঘন্টা "
+"প্ৰদৰ্শন হোৱাৰ ধৰণ পৰিবৰ্তন কৰিব পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/clock-timezone.page:27
@@ -3081,10 +3237,13 @@ msgstr ""
 
 #. (itstool) path: item/p
 #: C/clock-timezone.page:49
+#, fuzzy
 msgid ""
 "Click <gui>Time Zone</gui>, then select your location on the map or search "
 "for your current city."
 msgstr ""
+"মেপত আপোনাৰ অৱস্থানত ক্লিক কৰক, তাৰ পিছত ড্ৰপ-ডাউন তালিকাৰ পৰা আপোনাৰ বৰ্তমান "
+"নগৰ বাছক।"
 
 #. (itstool) path: page/p
 #: C/clock-timezone.page:54
@@ -3100,6 +3259,9 @@ msgid ""
 "timezone\">timezone</link>, <link xref=\"clock-calendar\">calendar and "
 "appointments</link>…"
 msgstr ""
+"<link xref=\"clock-set\">তাৰিখ আৰু সময় সংহতি কৰক</link>, <link xref=\"clock-"
+"timezone\">সময়অঞ্চল</link>, <link xref=\"clock-calendar\">কেলেন্ডাৰ আৰু "
+"সাক্ষাৎকাৰসমূহ</link>…"
 
 #. (itstool) path: page/title
 #: C/clock.page:25
@@ -3153,10 +3315,13 @@ msgstr "আপুনি মচিব খোজা বস্তু বাছক
 
 #. (itstool) path: item/p
 #: C/color-assignprofiles.page:49 C/color-howtoimport.page:50
+#, fuzzy
 msgid ""
 "Click <gui>Add profile</gui> to select an existing profile or import a new "
 "profile."
 msgstr ""
+"<gui>আলেখ্য যোগ কৰক</gui> ক্লিক কৰি আপুনি এটা স্থায়ী আলেখ্য বাছিব পাৰিব অথবা এটা "
+"নতুন ফাইল ইমপোৰ্ট কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/color-assignprofiles.page:53 C/color-howtoimport.page:54
@@ -3261,6 +3426,8 @@ msgid ""
 "Using an expensive device such as a ColorMunki works out cheaper only if you "
 "are profiling a large number of ink sets or paper types."
 msgstr ""
+"এটা মূল্যবান ডিভাইচ যেনে ColorMunki ব্যৱহাৰ কৰাটো কেৱল তেতিয়াহে সূলভ হব যেতিয়া "
+"আপুনি চিয়াঁহী সংহতি অথবা কাজগ ধৰণৰ এটা বৃহত সংখ্যা আলেখ্যন কৰি আছে।"
 
 #. (itstool) path: note/p
 #: C/color-calibrate-printer.page:44
@@ -3314,10 +3481,13 @@ msgstr "ফাইল সংৰক্ষণ কৰিবলৈ <gui style=\"butto
 
 #. (itstool) path: note/p
 #: C/color-calibrate-scanner.page:68
+#, fuzzy
 msgid ""
 "Scanner devices are incredibly stable over time and temperature, so do not "
 "usually need to be recalibrated."
 msgstr ""
+"স্কেনাৰ ডিভাইচসমূহ সাধাৰণত সময় আৰু তাপত স্থিৰ থাকে আৰু পুনৰ মানাংকন কৰাৰ প্ৰয়োজন "
+"নহয়।"
 
 #. (itstool) path: info/desc
 #: C/color-calibrate-screen.page:30
@@ -3427,6 +3597,8 @@ msgid ""
 "Note that a characterization (profile) will only be valid for a device if "
 "it's in the same state of calibration as it was when it was characterized."
 msgstr ""
+"মন কৰিব যে এটা বৈশিষ্ট্যকৰণ (আলেখ্য) কেৱল তেতিয়াহে এটা ডিভাইচৰ বাবে বৈধ হব যদি "
+"ই বৈশিষ্ট্যকৰণ কৰোতে থকা মানাংকনৰ অৱস্থাত থাকে।"
 
 #. (itstool) path: page/p
 #: C/color-calibrationcharacterization.page:53
@@ -3456,6 +3628,8 @@ msgid ""
 "GNOME relies on the Argyll color management system to support color "
 "instruments. Thus the following display measuring instruments are supported:"
 msgstr ""
+"GNOME এ ৰঙৰ যন্ত্ৰবোৰ সমৰ্থন কৰিবলৈ Argyll ৰঙ ব্যৱস্থাপনা চিস্টেমৰ ওপৰত ভৰষা কৰে। "
+"সেয়েহে নিম্নলিখিত প্ৰদৰ্শন জোখা যন্ত্ৰবোৰ সমৰ্থন কৰা হয়:"
 
 #. (itstool) path: item/p
 #: C/color-calibrationdevices.page:28
@@ -3614,6 +3788,8 @@ msgid ""
 "You can purchase targets from well-known vendors like KODAK, X-Rite and "
 "LaserSoft in various online shops."
 msgstr ""
+"আপুনি লক্ষ্যবোৰ বিভিন্ন অনলাইন দোকানৰ পৰা বিখ্যাত বিক্ৰেতা যেনে KODAK, X-Rite আৰু "
+"LaserSoft ৰ পৰা কিনিব পাৰিব।"
 
 #. (itstool) path: note/p
 #: C/color-calibrationtargets.page:40
@@ -3670,6 +3846,8 @@ msgid ""
 "You should carefully check the redistribution conditions for profiles "
 "downloaded from vendor websites or that were created on your behalf."
 msgstr ""
+"আপুনি বিক্ৰেতা ৱেবছাইটসমূহৰ পৰা ডাউনল'ড কৰা আলেখ্যসমূহ অথবা আপোনাৰ বাবে সৃষ্টি কৰা "
+"আলেখ্যসমূহৰ পুনৰ বিতৰন অৱস্থা ভালকৈ নিৰীক্ষণ কৰিব লাগে।"
 
 #. (itstool) path: info/desc
 #: C/color-gettingprofiles.page:10
@@ -3688,6 +3866,8 @@ msgid ""
 "The best way to get profiles is to generate them yourself, although this "
 "does require some initial outlay."
 msgstr ""
+"আলেখ্যসমূহ প্ৰাপ্ত কৰাৰ উত্তম পদ্ধতি হল সিহতক নিজেই সৃজন কৰা, যদিও ইয়াৰ বাবে কিছুমান "
+"আৰম্ভণি বিন্যাসৰ প্ৰয়োজন হয়।"
 
 #. (itstool) path: page/p
 #: C/color-gettingprofiles.page:25
@@ -3712,6 +3892,8 @@ msgid ""
 "See <link xref=\"color-why-calibrate\"/> for information on why vendor-"
 "supplied profiles are often worse than useless."
 msgstr ""
+"বিক্ৰেতা দ্বাৰা প্ৰদান কৰা আলেখ্যসমূহ সাধাৰণত মূল্যহীনতকৈ অধম কিয় হয় জানিবলৈ <link "
+"xref=\"color-why-calibrate\"/> চাওক।"
 
 #. (itstool) path: info/desc
 #: C/color-howtoimport.page:29
@@ -3726,10 +3908,13 @@ msgstr "মই ৰঙৰ আলেখ্যসমূহ কেনেকৈ ই
 
 #. (itstool) path: page/p
 #: C/color-howtoimport.page:34
+#, fuzzy
 msgid ""
 "You can import a color profile by double clicking on a <file>.ICC</file> or "
 "<file>.ICM</file> file in the file browser."
 msgstr ""
+"আলেখ্যক ফাইল ব্ৰাউছাৰত <input>.ICC</input> অথবা <input>.ICM</input> ত দুবাৰ "
+"ক্লিক কৰি সহজতে ইমপোৰ্ট কৰিব পাৰি।"
 
 #. (itstool) path: page/p
 #: C/color-howtoimport.page:37
@@ -3823,15 +4008,20 @@ msgid ""
 "To set the policy for display and printer devices, you specify the maximum "
 "age of the profile in days:"
 msgstr ""
+"প্ৰদৰ্শন আৰু প্ৰিন্টাৰ ডিভাইচসমূহৰ বাবে নীতি সংহতি কৰিবলৈ, আপুনি দিনত আলেখ্যৰ "
+"সৰ্বাধিক আয়ু ধাৰ্য্য কৰে:"
 
 #. (itstool) path: page/screen
 #: C/color-notifications.page:46
-#, no-wrap
+#, fuzzy, no-wrap
 msgid ""
 "\n"
 "<output style=\"prompt\">$ </output><input>gsettings set org.gnome.settings-daemon.plugins.color 
recalibrate-printer-threshold 180</input>\n"
 "<output style=\"prompt\">$ </output><input>gsettings set org.gnome.settings-daemon.plugins.color 
recalibrate-display-threshold 90</input>\n"
 msgstr ""
+"\n"
+"<output style=\"prompt\">[rupert gnome] </output><input>gsettings set 
org.gnome.settings-daemon.plugins.color recalibrate-printer-threshold 180</input>\n"
+"<output style=\"prompt\">[rupert gnome] </output><input>gsettings set 
org.gnome.settings-daemon.plugins.color recalibrate-display-threshold 180</input>\n"
 
 #. (itstool) path: media
 #. This is a reference to an external file such as an image or video. When
@@ -3878,6 +4068,8 @@ msgid ""
 "Getting a profile from the monitor vendor or creating a profile yourself "
 "would lead to more accurate color correction."
 msgstr ""
+"মনিটৰ বিক্ৰেতাৰ পৰা এটা আলেখ্য প্ৰাপ্ত কৰা অথবা নিজেই এটা আলেখ্য সৃষ্টি কৰিলে অধিক "
+"সঠিক ৰঙৰ সমাধান হব।"
 
 #. (itstool) path: info/desc
 #: C/color-testing.page:24
@@ -3897,13 +4089,18 @@ msgid ""
 "The effects of a color profile are sometimes subtle and it may be hard to "
 "see if anything much has changed."
 msgstr ""
+"এটা ৰঙৰ আলেখ্যৰ প্ৰভাৱসমূহ কেতিয়াবা অতি সূক্ষ্ম হয় আৰু সঁচাকৈ কোনো পৰিবৰ্তন হৈছে নে "
+"নিৰ্ধাৰণ কৰাটো কঠিন হব পাৰে।"
 
 #. (itstool) path: page/p
 #: C/color-testing.page:33
+#, fuzzy
 msgid ""
 "GNOME comes with several profiles for testing that make it very clear when "
 "the profiles are being applied:"
 msgstr ""
+"GNOME ত আমি পৰিক্ষণৰ বাবে কেইবাটাও আলেখ্য প্ৰদান কৰো যি আলেখ্যবোৰ প্ৰয়োগ হওতে "
+"ইয়াক অতি পৰিক্ষাৰ কৰে:"
 
 #. (itstool) path: item/title
 #: C/color-testing.page:38
@@ -3913,10 +4110,13 @@ msgstr "ব্লুটুথ"
 
 #. (itstool) path: item/p
 #: C/color-testing.page:39
+#, fuzzy
 msgid ""
 "This will turn the screen blue and tests if the calibration curves are being "
 "sent to the display."
 msgstr ""
+"<em>নীলা পৰিক্ষা</em>: ই পৰ্দাক নীলা কৰিব আৰু নিৰীক্ষণ কৰিব মানাংকন বক্ৰবোৰ "
+"প্ৰদৰ্শনলৈ পঠোৱা হৈছে নে"
 
 #. (itstool) path: item/p
 #: C/color-testing.page:66
@@ -3927,10 +4127,13 @@ msgstr ""
 
 #. (itstool) path: item/p
 #: C/color-testing.page:70
+#, fuzzy
 msgid ""
 "Click <gui>Add profile</gui> to select a test profile, which should be at "
 "the bottom of the list."
 msgstr ""
+"<gui>আলেখ্য যোগ কৰক</gui> ক্লিক কৰি আপুনি এটা স্থায়ী আলেখ্য বাছিব পাৰিব অথবা এটা "
+"নতুন ফাইল ইমপোৰ্ট কৰিব পাৰিব।"
 
 #. (itstool) path: item/p
 #: C/color-testing.page:77
@@ -3942,10 +4145,13 @@ msgstr ""
 
 #. (itstool) path: page/p
 #: C/color-testing.page:85
+#, fuzzy
 msgid ""
 "Using these profiles, you can clearly see when an application supports color "
 "management."
 msgstr ""
+"এই আলেখ্যসমূহ ব্যৱহাৰ কৰি আপুনি চাব পাৰিব কেতিয়া এটা এপ্লিকেচনে ৰঙৰ ব্যৱস্থাপনা "
+"সমৰ্থন কৰে।"
 
 #. (itstool) path: info/desc
 #: C/color-whatisprofile.page:7
@@ -3953,6 +4159,8 @@ msgid ""
 "A color profile is a simple file that expresses a color space or device "
 "response."
 msgstr ""
+"এটা ৰঙৰ আলেখ্য এটা সাধাৰণ ফাইল যি এটা ৰঙৰ স্থান অথবা ডিভাইচ প্ৰতিক্ৰিয়া প্ৰকাশ "
+"কৰে।"
 
 #. (itstool) path: page/title
 #: C/color-whatisprofile.page:16
@@ -3965,6 +4173,8 @@ msgid ""
 "A color profile is a set of data that characterizes either a device such as "
 "a projector or a color space such as sRGB."
 msgstr ""
+"এটা ৰঙৰ আলেখ্য হল এটা তথ্যৰ এটা সংহতি যি এটা ডিভাইচ যেনে এটা প্ৰজেক্টৰ অথবা এটা "
+"ৰঙৰ স্থান যেনে sRGB ৰ বৈশিষ্ট্যকৰণ কৰে।"
 
 #. (itstool) path: page/p
 #: C/color-whatisprofile.page:22
@@ -3972,6 +4182,8 @@ msgid ""
 "Most color profiles are in the form of an ICC profile, which is a small file "
 "with a <input>.ICC</input> or <input>.ICM</input> file extension."
 msgstr ""
+"বেছিৰভাগ ৰঙৰ আলেখ্য এটা ICC আলেখ্যৰ বিন্যাসত থাকে, যি এটা <input>.ICC</input> "
+"অথবা <input>.ICM</input> ফাইল সম্প্ৰসাৰনৰ সৈতে এটা সৰু ফাইল।"
 
 #. (itstool) path: page/p
 #: C/color-whatisprofile.page:27
@@ -3979,6 +4191,8 @@ msgid ""
 "Color profiles can be embedded into images to specify the gamut range of the "
 "data. This ensures that users see the same colors on different devices."
 msgstr ""
+"ৰঙৰ আলেখ্যসমূহক তথ্যৰ gamut বিস্তাৰ ধাৰ্য্য কৰিবলৈ ছবিসমূহত অন্তৰ্ভুক্ত কৰিব পাৰি। ই "
+"সুনিশ্চিত কৰে যে ব্যৱহাৰকাৰীসকলে বিভিন্ন ডিভাইচত একেটা ৰঙ দেখি পায়।"
 
 #. (itstool) path: page/p
 #: C/color-whatisprofile.page:32
@@ -4161,6 +4375,8 @@ msgid ""
 "The need for color management is probably explained best with a photograph "
 "of a bird on a frosty day in winter."
 msgstr ""
+"ৰঙ ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ সম্ভবত শীতকালৰ এটা তুষাৰাবৃত দিনত এটা চৰাইৰ ফ'টোগ্ৰাফৰ "
+"সৈতে আটাইতকৈ উত্তম বিৱৰণ দিব পাৰি।"
 
 #. (itstool) path: figure/desc
 #: C/color-whyimportant.page:30
@@ -4173,6 +4389,8 @@ msgid ""
 "Displays typically over-saturate the blue channel, making the images look "
 "cold."
 msgstr ""
+"প্ৰদৰ্শনে সাধাৰণত নীলা চেনেলক অধিক-সংপৃক্ত কৰে, যাৰ ফলস্বৰূপ ছবিবোৰ দেখাত অধিক "
+"শীতল হয়।"
 
 #. (itstool) path: figure/desc
 #: C/color-whyimportant.page:40
@@ -4184,7 +4402,7 @@ msgstr "এটা সাধাৰণ বানিজ্য লেপটপ প
 msgid ""
 "Notice how the white is not 'paper white' and the black of the eye is now a "
 "muddy brown."
-msgstr ""
+msgstr "মন কৰিব যে বগা এতিয়া 'কাগজ বগা' নহয় আৰু চকৰু কলা এতিয়া মটিয়া মূগা।"
 
 #. (itstool) path: figure/desc
 #: C/color-whyimportant.page:50
@@ -4280,6 +4498,9 @@ msgid ""
 "information. Click on the menu next to each field to choose <gui>Work</gui>, "
 "<gui>Home</gui> or <gui>Other</gui>."
 msgstr ""
+"<gui>নতুন পৰিচয়</gui> উইন্ডোত, পৰিচয় নাম আৰু পছন্দৰ তথ্য সুমুৱাওক। <gui>কাৰ্য্য</"
+"gui>, <gui>ঘৰ</gui> অথবা <gui>অন্য</gui> নিৰ্বাচন কৰিবলৈ প্ৰতিটো ফিল্ডৰ কাষত "
+"মেনুত ক্লিক কৰক।"
 
 #. (itstool) path: item/p
 #: C/contacts-add-remove.page:44
@@ -4326,6 +4547,9 @@ msgid ""
 "Use <app>Contacts</app> to store, access or edit information for your "
 "contacts, locally or in your <link xref=\"accounts\">Online Accounts</link>."
 msgstr ""
+"স্থানীয়ভাৱে অথবা আপোনাৰ <link xref=\"accounts\">অনলাইন একাওন্টসমূহ</link> ত "
+"আপোনাৰ পৰিচয়সমূহৰ বাবে তথ্য সংৰক্ষণ, অভিগম অথবা সম্পাদন কৰিবলৈ <app>পৰিচয়সমূহ</"
+"app> ব্যৱহাৰ কৰক।"
 
 #. (itstool) path: info/desc
 #: C/contacts-connect.page:23
@@ -4348,6 +4572,8 @@ msgid ""
 "Press on the <gui>Detail</gui> that you want to use. For example, to email "
 "your contact, press the email address."
 msgstr ""
+"আপুনি ব্যৱহাৰ কৰিব খোজা <gui>বিৱৰণ</gui> ত ক্লিক কৰক। উদাহৰণস্বৰূপ, আপোনাৰ পৰিচয় "
+"ইমেইল কৰিবলৈ, ইমেইল ঠিকনাত টিপক।"
 
 #. (itstool) path: item/p
 #: C/contacts-connect.page:45
@@ -4372,6 +4598,8 @@ msgid ""
 "Editing contact details helps you keep the information in your address book "
 "up to date and complete."
 msgstr ""
+"পৰিচয় বিৱৰণসমূহ সম্পাদন কৰিলে আপোনাৰ ঠিকনা বহীত তথ্য বৰ্তমান তাৰিখলৈ উন্নত আৰু "
+"সম্পূৰ্ণ ৰখাত সহায় কৰে।"
 
 #. (itstool) path: item/p
 #: C/contacts-edit-details.page:44
@@ -4385,6 +4613,8 @@ msgid ""
 "press <gui style=\"button\">Add Detail</gui> and select the field that you "
 "want to add."
 msgstr ""
+"এটা <gui>বিৱৰণ</gui> যেনে এটা নতুন ফোন নম্বৰ অথবা ইমেইল ঠিকনা যোগ কৰিবলৈ <gui "
+"style=\"button\">বিৱৰণ যোগ কৰক</gui> টিপক আৰু আপুনি যোগ কৰিব খোজা ফিল্ড বাছক।"
 
 #. (itstool) path: item/p
 #: C/contacts-edit-details.page:50 C/contacts-link-unlink.page:81
@@ -4397,6 +4627,8 @@ msgid ""
 "In the case of linked contacts, you can edit a profile by clicking on the "
 "profile's avatar."
 msgstr ""
+"সংযুক্ত পৰিচয়সমূহৰ ক্ষেত্ৰত, আপুনি আলেখ্যৰ অৱতাৰত ক্লিক কৰি এটা আলেখ্যক সম্পাদন কৰিব "
+"পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/contacts-link-unlink.page:26
@@ -4427,6 +4659,7 @@ msgid ""
 "Enable <em>selection mode</em> by pressing the tick button above the contact "
 "list."
 msgstr ""
+"পৰিচয় তালিকাৰ ওপৰত টিক বুটাম ক্লিক কৰি <em>নিৰ্বাচন অৱস্থা</em> সামৰ্থবান কৰক।"
 
 #. (itstool) path: item/p
 #: C/contacts-link-unlink.page:44
@@ -4453,6 +4686,8 @@ msgid ""
 "You may want to unlink contacts if you accidentally linked contacts which "
 "should not be linked."
 msgstr ""
+"আপুনি পৰিচয়সমূহৰ সংযোগ আতৰাব বিচাৰিব পাৰে যদি আপুনি সংযুক্ত কৰিব নলগিয়া পৰিচয়সমূহ "
+"ভূলভাৱে সংযুক্ত কৰিছে।"
 
 #. (itstool) path: item/p
 #: C/contacts-link-unlink.page:63
@@ -4486,6 +4721,8 @@ msgid ""
 "Press <gui style=\"button\">Close</gui> once you have finished unlinking the "
 "entries."
 msgstr ""
+"প্ৰৱিষ্টিসমূহৰ সংযোগ আতৰোৱা সমাপ্ত কৰাৰ পিছত <gui style=\"button\">বন্ধ কৰক</gui> "
+"টিপক।"
 
 #. (itstool) path: info/desc
 #: C/contacts-search.page:26
@@ -4510,10 +4747,11 @@ msgstr "<gui>কাৰ্য্যসমূহ</gui> অভাৰভিউত, 
 
 #. (itstool) path: item/p
 #: C/contacts-search.page:39
+#, fuzzy
 msgid ""
 "Matching contacts will appear in the overview instead of the usual list of "
 "applications."
-msgstr ""
+msgstr "পৰিচয় এপ্লিকেচনসমূহৰ তালিকাৰ পৰিৱৰ্তে অভাৰভিউত উপস্থিত হব।"
 
 #. (itstool) path: item/p
 #: C/contacts-search.page:43
@@ -4521,6 +4759,8 @@ msgid ""
 "Press <key>Enter</key> to select the contact at the top of the list or click "
 "the contact that you want to select if they are not at the top."
 msgstr ""
+"তালিকাৰ ওপৰত থকা পৰিচয় নিৰ্বাচন কৰিবলৈ <key>Enter</key>  টিপক অথবা আপুনি "
+"নিৰ্বাচন কৰিব খোজা পৰিচয়ত ক্লিক কৰক যদি সিহত ওপৰত নাথাকে।"
 
 #. (itstool) path: page/p
 #: C/contacts-search.page:49
@@ -4554,6 +4794,8 @@ msgid ""
 "When you run <app>Contacts</app> for the first time, the <gui>Contacts "
 "Setup</gui> window opens."
 msgstr ""
+"যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে <app>পৰিচয়সমূহ</app> চলাই, <gui>পৰিচয়সমূহ সংস্থাপন</"
+"gui> উইন্ডো খোল খায়।"
 
 #. (itstool) path: page/p
 #: C/contacts-setup.page:29
@@ -4569,6 +4811,8 @@ msgid ""
 "Click the <gui style=\"button\">Online Account Settings</gui> to edit "
 "existing account settings."
 msgstr ""
+"স্থায়ী একাওন্ট সংহতিসমূহ সম্পাদন কৰিবলৈ <gui style=\"button\">অনলাইন একাওন্ট "
+"সংহতিসমূহ</gui> ক্লিক কৰক।"
 
 #. (itstool) path: page/p
 #: C/contacts-setup.page:38
@@ -4625,6 +4869,8 @@ msgid ""
 "Click <gui>Start Benchmark</gui> and adjust the <gui>Transfer Rate</gui> and "
 "<gui>Access Time</gui> parameters as desired."
 msgstr ""
+"<gui>বেঞ্চমাৰ্ক আৰম্ভ কৰক</gui> আৰু পছন্দ অনুসৰি <gui>স্থানান্তৰৰ হাৰ</gui> আৰু "
+"<gui>অভিগমৰ সময়</gui> প্ৰাচলসমূহ সমন্বয় কৰক।"
 
 #. (itstool) path: item/p
 #: C/disk-benchmark.page:57
@@ -4669,6 +4915,8 @@ msgid ""
 "Use <gui>Disk Usage Analyzer</gui> or <gui>System Monitor</gui> to check "
 "space and capacity."
 msgstr ""
+"স্থান আৰু ক্ষমতা নিৰীক্ষণ কৰিবলৈ <gui>ডিস্ক ব্যৱহাৰ বিশ্লেষক</gui> অথবা <gui>চিস্টেম "
+"মনিটৰ</gui> ব্যৱহাৰ কৰক।"
 
 #. (itstool) path: page/title
 #: C/disk-capacity.page:27
@@ -4681,6 +4929,8 @@ msgid ""
 "You can check how much disk space is left with <app>Disk Usage Analyzer</"
 "app> or <app>System Monitor</app>."
 msgstr ""
+"আপুনি <app>ডিস্ক ব্যৱহাৰ বিশ্লেষক</app> অথবা <app>চিস্টেম মনিটৰ</app> ব্যৱহাৰ কৰি "
+"অৱশিষ্ট স্থান নিৰীক্ষণ কৰিব পাৰিব।"
 
 #. (itstool) path: section/title
 #: C/disk-capacity.page:33
@@ -18060,10 +18310,13 @@ msgstr ""
 
 #. (itstool) path: note/p
 #: C/session-screenlocks.page:59
+#, fuzzy
 msgid ""
 "If you don't ever want the screen to lock itself automatically, switch "
 "<gui>Automatic Screen Lock</gui> to <gui>Off</gui>."
 msgstr ""
+"যদি আপোনাৰ পছন্দ হয়, আপুনি <gui>নেটৱাৰ্ক সময়</gui> অন কৰি গড়ীক স্বচালিতভাৱে "
+"আপডেইট হব দিব পাৰিব।"
 
 #. (itstool) path: info/desc
 #: C/settings-sharing.page:9
@@ -22861,6 +23114,16 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ msgid "Switch <gui>Zoom</gui> on."
 #~ msgstr "<gui>জুম</gui> অন কৰক।"
 
+#~ msgid ""
+#~ "The <gui>Zoom</gui> section lists the current settings for the shortcut "
+#~ "keys, which can be set in the <gui>Universal Access</gui> section of the "
+#~ "<link xref=\"keyboard-shortcuts-set\">Shortcuts</link> tab on the "
+#~ "<gui>Keyboard</gui> panel."
+#~ msgstr ""
+#~ "<gui>জুম</gui> অংশয় চৰ্টকাট কি'সমূহৰ বাবে বৰ্তমান সংহতিসমূহ তালিকাভুক্ত কৰে, যাক "
+#~ "<gui>কিবৰ্ড</gui> পেনেলত <link xref=\"keyboard-shortcuts-set\">চৰ্টকাটসমূহ</"
+#~ "link> টেবৰ <gui>সাৰ্বভৈমক অভিগম</gui> অংশত সংহতি কৰিব পাৰি।"
+
 #~ msgid "Click the <gui>Account Type</gui> menu and select one."
 #~ msgstr "<gui>একাওন্ট ধৰণ</gui> মেনু ক্লিক কৰক আৰু এটা বাছক।"
 
@@ -22911,6 +23174,13 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ msgstr ""
 #~ "ওপৰ বাৰত ব্লুটুথ আইকনত ক্লিক কৰক আৰু <gui>ফাইলসমূহ ডিভাইচলৈ পঠাওক</gui> বাছক।"
 
+#~ msgid ""
+#~ "If there are many devices, you can limit the list to only specific device "
+#~ "types using the <gui>Device type</gui> drop-down."
+#~ msgstr ""
+#~ "যদি বহু ডিভাইচ আছে, আপুনি <gui>ডিভাইচ ধৰণ</gui> ড্ৰপ-ডাউন ব্যৱহাৰ কৰি তালিকাক "
+#~ "কেৱল নিৰ্দিষ্ট ডিভাইচ ধৰণলৈ সীমিত কৰিব পাৰিব।"
+
 #~ msgid "Send files from the Bluetooth settings"
 #~ msgstr "ব্লুটুথ সংহতিসমূহৰ পৰা ফাইলসমূহ পঠাওক"
 
@@ -22938,29 +23208,89 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ msgid "This requires <app>Evolution</app> to be installed on your computer."
 #~ msgstr "ইয়াৰ বাবে <app>Evolution</app> আপোনাৰ কমপিউটাৰত ইনস্টল হব লাগিব।"
 
+#~ msgid ""
+#~ "Adjust the date and time by clicking on the arrows to choose the hour and "
+#~ "minute. You can choose the year, month and day from the drop-down lists."
+#~ msgstr ""
+#~ "ঘন্টা আৰু মিনিট বাছইবলৈ এৰসমূহত ক্লিক কৰি তাৰিখ আৰু সময় সমন্বয় কৰক। আপুনি ড্ৰপ-"
+#~ "ডাউন তালিকাৰ পৰা বছৰ, মাহ আৰু দিন বাছিব পাৰিব।"
+
 #~ msgid "Click on the clock in the middle of the top bar."
 #~ msgstr "ওপৰ বাৰৰ মাজত ঘড়ীত ক্লিক কৰক।"
 
+#~ msgid ""
+#~ "Open <guiseq><gui>Settings</gui><gui>Color</gui></guiseq>, and click the "
+#~ "device that you wish to add a profile to."
+#~ msgstr ""
+#~ "<guiseq><gui>সংহতিসমূহ</gui><gui>ৰঙ</gui></guiseq> খোলক, আৰু আপুনি এটা আলেখ্য "
+#~ "যোগ কৰিব খোজা ডিভাইচ বাছক।"
+
 #~ msgid "You can make a profile default by changing it with the radio button."
 #~ msgstr "আপুনি ৰেডিঅ' বুটামৰ সহায়ত সলনি কৰি এটা আলেখ্যক অবিকল্পিত কৰিব পাৰিব।"
 
 #~ msgid ""
+#~ "You scan in your target file and save it as an uncompressed TIFF file. "
+#~ "You can then click <gui>Calibrate…</gui> from <guiseq><gui>Settings</"
+#~ "gui><gui>Color</gui></guiseq> to create a profile for the device."
+#~ msgstr ""
+#~ "আপুনি আপোনাৰ লক্ষ্য ফাইল স্কেন কৰে আৰু ইয়াক এটা অসংকোচিত TIFF ফাইল ৰূপে সংৰক্ষণ "
+#~ "কৰে। আপুনি তাৰ পিছত ডিভাইচৰ বাবে এটা আলেখ্য সৃষ্টি কৰিবলৈ "
+#~ "<guiseq><gui>সংহতিসমূহ</gui><gui>ৰঙ</gui></guiseq> ৰ পৰা <gui>মানাংকন কৰক…"
+#~ "</gui> ক্লিক কৰিব পাৰিব।"
+
+#~ msgid ""
+#~ "Calibrating your screen is very easy to do and should be a hard "
+#~ "requirement if you're involved in computer design or artwork."
+#~ msgstr ""
+#~ "আপোনাৰ পৰ্দা মানাংকন কৰাটো অত্যন্ত সহজ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা যদি আপুনি "
+#~ "কমপিউটাৰ ৰূপাঙ্কণ অথবা শিল্পক্ৰিয়াৰ সৈতে জড়ীত।"
+
+#~ msgid ""
+#~ "Alternatively you can select <gui>Import profile…</gui> from "
+#~ "<guiseq><gui>Settings</gui><gui>Color</gui></guiseq> when selecting a "
+#~ "profile for a device."
+#~ msgstr ""
+#~ "বিকল্পভাৱে আপুনি এটা ডিভাইচৰ বাবে এটা আলেখ্য নিৰ্বাচন কৰোতে "
+#~ "<guiseq><gui>সংহতিসমূহ</gui><gui>ৰঙ</gui></guiseq> ৰ পৰা <gui>আলেখ্য ইমপোৰ্ট "
+#~ "কৰক…</gui> বাছিব পাৰিব।"
+
+#~ msgid ""
 #~ "Testing color management isn't hard, and we even supply some test "
 #~ "profiles."
 #~ msgstr ""
 #~ "ৰঙৰ ব্যৱস্থাপনা পৰিক্ষা কৰাটো কঠিন নহয়, আৰু আমি কিছুমান পৰিক্ষা আলেখ্য প্ৰদান কৰো।"
 
 #~ msgid ""
+#~ "<em>ADOBEGAMMA-test</em>: This will turn the screen pink and tests "
+#~ "different features of a screen profile"
+#~ msgstr ""
+#~ "<em>ADOBEGAMMA-পৰিক্ষা</em>: ই পৰ্দাক গোলপীয়া কৰিব আৰু এটা পৰ্দা আলেখ্যৰ "
+#~ "বিভিন্ন বৈশিষ্ট্য পৰিক্ষা কৰিব"
+
+#~ msgid ""
 #~ "Add one of the test profiles to your display device using the "
 #~ "<guiseq><gui>Settings</gui><gui>Color</gui></guiseq> preferences."
 #~ msgstr ""
 #~ "<guiseq><gui>সংহতিসমূহ</gui><gui>ৰঙ</gui></guiseq> পছন্দ ব্যৱহাৰ কৰি আপোনাৰ "
 #~ "প্ৰদৰ্শন ডিভাইচলৈ পৰিক্ষণ আলেখ্যসমূহৰ এটা যোগ কৰক।"
 
+#~ msgid ""
+#~ "A virtual device is a color managed device that is not connected to the "
+#~ "computer."
+#~ msgstr ""
+#~ "এটা ভাৰছুৱেল ডিভাইচ এটা ৰঙ ব্যৱস্থাপিত ডিভাইচ যি কমপিউটাৰৰ সৈতে সংযুক্ত নহয়।"
+
 #~ msgid "What's a virtual color managed device?"
 #~ msgstr "এটা ভাৰছুৱেল ৰঙ ব্যৱস্থাপিত ডিভাইচ কি?"
 
 #~ msgid ""
+#~ "A virtual device is a color managed device that is not connected to the "
+#~ "computer. Examples of this might be:"
+#~ msgstr ""
+#~ "এটা ভাৰছুৱেল ডিভাইচ এটা ৰঙ ব্যৱস্থাপিত ডিভাইচ যি কমপিউটাৰৰ সৈতে সংযুক্ত নহয়। "
+#~ "ইয়াৰ উদাহৰণ হব পাৰে:"
+
+#~ msgid ""
 #~ "An online print-shop where photos are uploaded, printed and sent to you"
 #~ msgstr ""
 #~ "এটা অনলাইন প্ৰিন্ট-শ্বপ য'ত ফ'টোসমূহ আপল'ড কৰা হয়, প্ৰিন্ট কৰা হয় আৰু আপোনালৈ "
@@ -23110,6 +23440,11 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ "Your MAC address will be displayed as the <gui>Hardware Address</gui>."
 #~ msgstr "আপোনাৰ MAC ঠিকনা <gui>হাৰ্ডৱেৰ ঠিকনা</gui> ৰূপত দেখুৱা হব।"
 
+#~ msgid ""
+#~ "Click the network icon on the top bar and select <gui>Network Settings</"
+#~ "gui>."
+#~ msgstr "ওপৰ বাৰত নেটৱাৰ্ক আইকনত ক্লিক কৰক আৰু <gui>নেটৱাৰ্ক সংহতি</gui> বাছক।"
+
 #~ msgid "Make it so that the connection isn't shared any more"
 #~ msgstr "ইয়াক এনেকুৱা কৰক যে সংযোগক আৰু অংশীদাৰী কৰা নহয়"
 


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]