[gnome-user-docs] Assamese translation updated



commit 183a750dc674948799bbe45579ff022d71c7d314
Author: Nilamdyuti Goswami <ngoswami redhat com>
Date:   Fri Dec 13 22:10:14 2013 +0530

    Assamese translation updated

 gnome-help/as/as.po |   70 ++++++++++++++++++++++++++++++++++++++++++++++----
 1 files changed, 64 insertions(+), 6 deletions(-)
---
diff --git a/gnome-help/as/as.po b/gnome-help/as/as.po
index feb48f7..da67452 100644
--- a/gnome-help/as/as.po
+++ b/gnome-help/as/as.po
@@ -2,8 +2,8 @@
 msgid ""
 msgstr ""
 "Project-Id-Version: \n"
-"POT-Creation-Date: 2013-12-12 13:27+0000\n"
-"PO-Revision-Date: 2013-12-12 22:11+0630\n"
+"POT-Creation-Date: 2013-12-12 17:19+0000\n"
+"PO-Revision-Date: 2013-12-13 18:01+0630\n"
 "Last-Translator: Nilamdyuti Goswami <ngoswami redhat com>\n"
 "Language-Team: Assamese <kde-i18n-doc kde org>\n"
 "Language: as_IN\n"
@@ -18343,6 +18343,9 @@ msgid ""
 "try to print a single envelope and check which side is printed on to see "
 "which way is the right way up."
 msgstr ""
+"দ্বিতীয়তে, আপুনি সুনিশ্চিত কৰিব লাগিব যে খামসমূহ সঠিক ভাৱে প্ৰিন্টাৰৰ ইন-ট্ৰেত ল'ড "
+"কৰা হৈছে। ইয়াৰ বাবে প্ৰিন্টাৰৰ হাতপুথি নিৰীক্ষণ কৰক, অথবা এটা খাম প্ৰিন্ট কৰি চাওক "
+"আৰু চাওক কোনো প্ৰান্তত প্ৰিন্ট হৈছে যাতে সুনিশ্চিত কৰিব পাৰে যে সঠিক প্ৰান্ত ওপৰত আছে।"
 
 #. (itstool) path: note/p
 #: C/printing-envelopes.page:47
@@ -18404,6 +18407,11 @@ msgid ""
 "sourceforge.net./#supported\">list of supported models</link>. Another ink "
 "levels application for Epson and some other printers is <app>mktink</app>."
 msgstr ""
+"বিকল্পভাৱে, আপুনি চিয়াঁহী স্তৰসমূহ পৰ্যবেক্ষন কৰিবলৈ এটা এপ্লিকেচন ইনস্টল কৰিব পাৰিব। "
+"<app>Inkblot</app> এ বহুতো HP, Epson আৰু Canon প্ৰিন্টাৰসমূহৰ বাবে চিয়াঁহীৰ অৱস্থা "
+"দেখুৱায়। আপোনাৰ প্ৰিন্টাৰ <link href=\"http://libinklevel.sourceforge.net./";
+"#supported\">সমৰ্থিত আৰ্হিসমূহৰ তালিকা</link> ত আছে নে চাওক। Epson আৰু অন্য "
+"কিছুমান প্ৰিন্টাৰৰ বাবে অন্য চিয়াঁহী স্তৰ এপ্লিকেচন হল <app>mktink</app>।"
 
 #. (itstool) path: page/p
 #: C/printing-inklevel.page:39
@@ -19908,6 +19916,10 @@ msgid ""
 "<em>trusted devices</em>. Configure <gui>Bluetooth Sharing</gui> to control "
 "access to the shared folders on your computer."
 msgstr ""
+"ব্লুটুথ ফাইল অংশীদাৰীৰ বাবে আপুনি আপোনাৰ <file>ৰাজহুৱা</file> আৰু "
+"<file>ডাউনল'ডসমূহ</file> ফোল্ডাৰসমূহলৈ অভিগমৰ অনুমতি দিব পাৰে, আৰু লগতে সেই "
+"অভিগমক কেৱল <em>ভৰষাবান ডিভাইচসমূহ</em> লৈ সীমিত ৰাখিব পাৰে। আপোনাৰ কমপিউটাৰত "
+"অংশীদাৰী ফোল্ডাৰসমূহলৈ অভিগম নিয়ন্ত্ৰণ কৰিবলৈ <gui>ব্লুটুথ অংশীদাৰী</gui> সংৰূপণ কৰক।"
 
 #. (itstool) path: note/p
 #: C/sharing-bluetooth.page:36
@@ -20139,6 +20151,10 @@ msgid ""
 "disable this option, you will not be asked whether you want to allow someone "
 "to connect to your computer."
 msgstr ""
+"যদি আপুনি আপোনাৰ কমপিউটাৰ অানে অভিগম কৰিব পাৰিব নে সেয়া নিৰ্বাচন কৰিব খোজে, "
+"<gui>সকলো সংযোগৰ অনুমতি দিয়ক</gui> ক <gui>অন</gui> কৰক। যদি আপুনি এই বিকল্পক "
+"অসামৰ্থবান কৰে, আপোনাক কাৰোবাক আপোনাৰ কমপিউটাৰলৈ সংযোগৰ অনুমতি দিব বিচাৰে নে "
+"সেয়া সোধা নহব। "
 
 #. (itstool) path: note/p
 #: C/sharing-desktop.page:93
@@ -20188,6 +20204,10 @@ msgid ""
 "game console. Configure <gui>Media Sharing</gui> to allow these devices to "
 "access the folders containing your music, photos and videos."
 msgstr ""
+"আপুনি এটা <sys>UPnP</sys> অথবা <sys>DLNA</sys> সামৰ্থবান ডিভাইচ যেনে এটা ফোন, "
+"TV অথবা গেইম কনচৌল ব্যৱহাৰ কৰি আপোনাৰ কমপিউটাৰত মিডিয়া ব্ৰাউছ, সন্ধান আৰু বজাব "
+"পাৰিব। এই ডিভাইচসমূহক আপোনাৰ সংগিত, ফ'টো, আৰু ভিডিঅ'সমূহ অন্তৰ্ভুক্ত কৰা ফোল্ডাৰসমূহ "
+"অভিগম কৰাৰ অনুমতি দিবলৈ <gui>মাধ্যম অংশীদাৰী</gui> ৰ অনুমতি দিয়ক।"
 
 #. (itstool) path: note/p
 #: C/sharing-media.page:28
@@ -20222,6 +20242,11 @@ msgid ""
 "\">Open</gui>. Repeat for the other folders you wish to share, for example "
 "<file>Pictures</file> and <file>Videos</file>."
 msgstr ""
+"<gui>এটা ফোল্ডাৰ বাছক</gui> উইন্ডো খোলিবলৈ <gui style=\"button\">+</gui> ক্লিক "
+"কৰক। পছন্দৰ ফোল্ডাৰ <em>ত</em> যাওক, উদাহৰণস্বৰূপ আপোনাৰ <file>ঘৰ</file> "
+"ডাইৰেকটৰিত <file>সংগিত</file>, আৰু <gui style=\"button\">খোলক</gui> ক্লিক কৰক। "
+"আপুনি অংশীদাৰী কৰিব খোজা অন্য ফোল্ডাৰসমূহৰ বাবে পুনৰাবৃত্তি কৰক, উদাহৰণস্বৰূপ "
+"<file>ছবিসমূহ</file> আৰু <file>ভিডিঅ'সমূহ</file>"
 
 #. (itstool) path: item/p
 #: C/sharing-media.page:69
@@ -20410,10 +20435,9 @@ msgid ""
 "can find all of your applications. You can also open the overview by "
 "pressing the <key xref=\"keyboard-key-super\">Super</key> key."
 msgstr ""
-"আপুনি পৰ্দাৰ ওপৰ বাওঁফালত <link xref=\"shell-terminology\"><gui>এপ্লিকেচনসমূহ</"
-"gui> মেনু</link> ৰ পৰা এপ্লিকেচনসমূহ আৰম্ভ কৰিব পাৰিব, অথবা আপুনি <key xref="
-"\"keyboard-key-super\">Super</key> টিপি <gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> ও ব্যৱহাৰ "
-"কৰিব পাৰিব।"
+"<gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> দেখুৱাবলৈ পৰ্দাৰ ওপৰ বাওঁফালে <gui>কাৰ্য্যসমূহ</gui> "
+"চুকত আপোনাৰ মাউছ পইন্টাৰ লৈ যাওক। ইয়াত আপুনি আপোনাৰ সকলো এপ্লিকেচন পাব। আপুনি "
+"অভাৰভিউক <key xref=\"keyboard-key-super\">Super</key> টিপিও খোলিব পাৰিব।"
 
 #. (itstool) path: page/p
 #: C/shell-apps-open.page:45
@@ -20452,11 +20476,15 @@ msgstr ""
 
 #. (itstool) path: item/p
 #: C/shell-apps-open.page:60
+#, fuzzy
 msgid ""
 "Some applications have icons in the <em>dash</em>, the vertical strip of "
 "icons on the left-hand side of the <gui>Activities</gui> overview. Click one "
 "of these to start the corresponding application."
 msgstr ""
+"কিছুমান এপ্লিকেচনৰ <em>ডেশ</em> ত আইকনসমূহ থাকে, <gui>কাৰ্য্যসমূহ অভাৰভিউ</gui> ৰ "
+"বাওঁফালে আইকনসমূহৰ উলম্ব স্ট্ৰিপ। প্ৰাসংগিক এপ্লিকেচন আৰম্ভ কৰিবলৈ ইয়াৰে এটাত ক্লিক "
+"কৰক।"
 
 #. (itstool) path: item/p
 #: C/shell-apps-open.page:63
@@ -20485,6 +20513,10 @@ msgid ""
 "applications), and dropping it onto one of the workspaces on the right-hand "
 "side of the screen. The application will open in the chosen workspace."
 msgstr ""
+"আপুনি এটা এপ্লিকেচনক তাৰ আইকনক ডেশৰ পৰা (অথবা এপ্লিকেচনসমূহৰ তালিকাৰ পৰা) ড্ৰেগ "
+"কৰি, আৰু পৰ্দাৰ সোঁফালে এটা কাৰ্য্যস্থানত ড্ৰপ কৰি এটা পৃথক <link xref=\"shell-"
+"workspaces\"> কাৰ্য্যস্থান</link> ত খোলিব পাৰিব। এপ্লিকেচন নিৰ্বাচিত কাৰ্য্যস্থানত "
+"খোল খাব।"
 
 #. (itstool) path: item/p
 #: C/shell-apps-open.page:80
@@ -20565,6 +20597,10 @@ msgid ""
 "applications will continue running, and everything will be where you left it "
 "when you log back in."
 msgstr ""
+"অন্য ব্যৱহাৰকাৰীক আপোনা কমপিউটাৰ ব্যৱহাৰ কৰাৰ অনুমতি দিবলে, আপুনি লগ আউট কৰিব "
+"পাৰে, অথবা নিজকে লগ্গড্ ইন থৈ ব্যৱহাৰকাৰী সলনি কৰিব পাৰে। যদি আপুনি ব্যৱহাৰকাৰী "
+"সলনি কৰে, আপোনাৰ সকলো এপ্লিকেচন চলি থাকিব, আৰু আপুনি পুনৰ লগ কৰোতে আপোনাৰ সকলো "
+"কাৰ্য্য আপুনি যেনেকৈ এৰিছিল তেনেকৈ থাকিব।"
 
 #. (itstool) path: section/p
 #: C/shell-exit.page:57
@@ -25740,6 +25776,18 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ msgstr "অধিসূচনাসমূহ লুকাওক"
 
 #~ msgid ""
+#~ "By default, your computer will display message notifications even when "
+#~ "your screen is locked. For example, if someone sends you an instant "
+#~ "message while you are away from your computer, a notification will pop-up "
+#~ "on your screen. The text of that person's message will appear even though "
+#~ "your screen is locked."
+#~ msgstr ""
+#~ "অবিকল্পিতভাৱে, আপোনাৰ কমপিউটাৰে পৰ্দা লক থকা অৱস্থাতো বাৰ্তা অধিসূচনাবোৰ "
+#~ "প্ৰদৰ্শন কৰিব। উদাহৰণস্বৰূপ, যদি আপুনি আপোনাৰ কমপিউটাৰৰ পৰা আতৰত থকা অৱস্থাত "
+#~ "কোনোবাই আপোনাক এটা তৎক্ষনাত বাৰ্তা পঠায়, এটা অধিসূচনা আপোনাৰ পৰ্দাত পপ-আপ হব। "
+#~ "সেই মানুহজনৰ বাৰ্তাৰ লিখনী আপোনাৰ পৰ্দা লক থকা অৱস্থাতো আহিব।"
+
+#~ msgid ""
 #~ "You may wish to turn this feature off to keep your messages more private."
 #~ msgstr "আপোনাৰ বাৰ্তাসমূহ অধিক গোপন ৰাখিবলৈ আপুনি এই বৈশিষ্টক বন্ধ কৰিব পাৰে।"
 
@@ -25806,6 +25854,16 @@ msgstr "Wacom গ্ৰাফিক্স টেবলেট"
 #~ "<gui>গোপন অৱস্থা</gui> ক <gui>অন</gui> কৰিলে আপোনাৰ পৰ্দা লক হওতে আপোনাৰ "
 #~ "সম্পূৰ্ণ নাম লুকুৱাব।"
 
+#~ msgid ""
+#~ "Many help topics in the GNOME Help instruct you to \"Click your name in "
+#~ "the <gui>top bar</gui>.\" If you hide your name in the <gui>top bar</"
+#~ "gui>, you will need to click the small <gui>notification icon</gui> in "
+#~ "the <gui>top bar</gui> instead."
+#~ msgstr ""
+#~ "GNOME সহায়ত বহুতো সহায় বিষয় আপোনাক \"<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নামত ক্লিক "
+#~ "কৰাৰ নিৰ্দেশ দিয়ে\"। যদি আপুনি <gui>ওপৰ বাৰ</gui> ত আপোনাৰ নাম লুকুৱায়, আপুনি "
+#~ "<gui>ওপৰ বাৰ</gui> ত সৰু <gui>অধিসূচনা</gui> ত ক্লিক কৰিব লাগিব।"
+
 #~ msgid "Click your name on the <gui>top bar</gui>."
 #~ msgstr "<gui>ওপৰ বাৰ</gui> ত আপোনাৰ নামত ক্লিক কৰক।"
 


[Date Prev][Date Next]   [Thread Prev][Thread Next]   [Thread Index] [Date Index] [Author Index]